Java/C2/Arithmetic-Operations/Assamese
{
| border=1 || Time' || Narration
|- | 00:01 | জাভাত Arithmetic Operationsঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম।
|- | 00:05 | এই টিউটোৰিয়ালেত,আপোনি বিভিন্ন Arithmetic Operations যেনে Addition
Subtraction
Multiplication
Division আৰু
কেনেকৈ সিহতক বয়ৱহাৰ কৰে. বিষয়ে শিকিব
|- | 00:16 | এই টিউটোৰিয়েলত আমি উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।
|- | 00:24 | এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত Eclipse ইনস্টল হৈ থকা হব লাগিব
|- | 00:28 | আৰু Eclipseঅত ফাইল এখন create, save আৰু run কৰা জানিব লাগিব
|- | 00:32 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
|- | 00:42 | ইয়াত সিহতে দেখোৱা operators আৰু mathematical operations ৰ তালিকা আছে
- প্লাছ চিহ্ন addition ৰ কাৰনে
- মাইনাচ subtractionৰ কাৰনে
- এস্ত্ৰীক্চ multiplicationৰ কাৰনে
- আৰু স্লেছ divisionৰ কাৰনে
|- | 00:54 | আমি তাৰে প্রতিটোক বিস্তাৰত চাম ।
|- | 01:05 | বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে
|- | 01:10 | আমি Arithmetic Operations নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো।
|- | 01:17 | এতিয়া কিছো ভেৰিয়েবল যোগ কৰা যাওক
|- | 01:22 | int x = 5;
|- | 01:26 | 'int y = 10; int result |- | 01:35 | x and y অপাৰেন্দ্চ হব আৰু ফলাফলটোৱে অপাৰেশনৰ আওটপুতক সংৰক্ষণ কৰিব
|- | 01:41 | সিহতক যোগ কৰা যাওক আৰু ফলাফলটো প্ৰীন্ট কৰক Result= x+y; system. out. println ' বান্ধনীত result |- | 02:10 | Control S সংৰক্ষন কৰক আৰু ৰান কৰিবলৈ control F11 |- | 02:17 | আমি দেখো যে যোগ কৰাৰ আউটপুটটো resultত সংৰক্ষন হৈছে আৰু মান টো প্ৰীন্ট কৰা হল |- | 02:24 | এতিয়া মানবোৰক সলনি কৰা যাওক x=75,y = 15 |- | 02:37 | সংৰক্ষণ কৰক আৰু ৰান কৰক।
|- | 02:42 | অামি দেখো যে আউটপুটটু সেইমতে ( তদুনসাৰে) সলনি হৈছে |- | 02:48 | এতিয়া নেতিবাচক মান y = -25. চেস্তা কৰা যাওক
|- | 02:57 | সংৰক্ষণ কৰক আৰু ৰান কৰক।
|- | 03:02 | অামি দেখো যে 75 plus -25 আউটপুটৰ প্ৰীন্ট কৰা হৈছে *****
|- | 03:10 | এতিয়া বিয়োগ' চেস্তা কৰা যাওক y = 5'. x+y ক x-yলৈ সলনি কৰক
|- | 03:25 | সংৰক্ষণ কৰক আৰু ৰান কৰক।
|- | 03:32 | অামি দেখো যে 75 -5 ৰ আউটপুট প্ৰীন্ট কৰা হৈছে
|- | 03:38 | এতিয়া multiplication চেস্তা কৰা যাওক . minus' ক asterisk লৈ সলনি কৰক
|- | 03:46 | সংৰক্ষণ কৰক আৰু ৰান কৰক।
|- | 03:52 | আমি দেখো যে asterisk বয়ৱহাৰ কৰি আমি ৭৫ক ৫ ৰে গুন কৰিব পাৰো
|- | 03:58 | এতিয়া 'division চেস্তা কৰা যাওক . asterisk অতুৰুৱাই দিয়ক আৰু slash টাইপ কৰক |- | 04:07 | সংৰক্ষণ কৰক আৰু ৰান কৰক।
|- | 04:13 | আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয়
|- | 04:18 |এতিয়া অামি চাও কি হয়, যেতিয়া ভাবা মতে ফলাফলটো দশমিক পয়েন্ট সংখ্যা হয় . *****
|- | 04:24 | ৫ক ১০লৈ সলনি কৰক
|- | 04:28 | ফলাফলটো ৭.৫ হব লাগিব
|- | 04:30 | সেয়ে ফলাফলটো float লৈ সলনি কৰা যাওক
|- | 04:43 | সংৰক্ষণ কৰক আৰু ৰান কৰক।
|- | 04:50 | মন কৰক যে যদিও বা স্বত্তেও আশা কৰা ফলাফলটো ৭.৫ হয়, আমি আউটপুটটো ৭.০ হিচাবে পাও
|- | 04:57 | ইয়াৰ কাৰন হল, বিভাজনত মানে division থকা দুয়ো operandsবোৰ integers হয়
|- | 05:01 | y ক float লৈ y=10f সলনি কৰা যাওক |- |05:15 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |- |05:21 |আমি এতিয়া চাব পাৰো যে ফলাফলটো আশা বা ভাবা দৰে হয়
|- |05:24 |মনত ৰাখিব যে যেতিয়া ভাবা দৰে ফলাফলটো float হয় , operandsৰ পৰা এটায়ে অপেক্ষিত আউটপুট পাবলৈ float এটা হব লাগিব |- | 05:32 | এতিয়া আমি চাও কি হয়, যেতিয়া এটাতকৈ অধিক অপাৰেটৰ থাকে |- | 05:48 | int result= 8+4-2. সংৰক্ষণ কৰক আৰু ৰান কৰক। |- |06:09 |আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয়
|- | 06:12 | এতিয়া minus ক slash এতালৈ সলনি কৰক
|- |06:19 |এতিয়া আউটপুট ৬ হব যদি divisionৰ আগত addition কৰা হৈছে
|- |06:25 |বা এইটো ১০হব যদি additionৰ আগত division কৰা হৈছে
|- |06:30 | ৰান কৰা যাওক আৰু আউটপুট চাওক
|- |06:38 |আমি যেনে চাব পাৰো, আউটপুট ১০ হয় আৰু additionৰ আগত division কৰা হৈছে. ইয়াৰ কাৰন এইটো হয় যে বেলেগ অপাৰেটৰতকৈ division operatorত বেছি precedence মানে প্ৰধানতা আছে
|- |06:50 |এনেকোৱা পৰিস্হিতীত , যদি আমি precedence মানে প্ৰধানতাক বাতিল কৰিব লগিয়া হয় তেতিয়া অামি প্রথম বন্ধনী বয়ৱহাৰ কৰিম
|- | 07:04 | প্রথম বন্ধনী যোগ কৰি, আমি জাভাক divisionৰ আগত addition কৰিবলৈ নির্দেশ দিও
|- | 07:10 | ফাইলটো ৰান কৰা যাওক
|- | 07:15 | আমি যেনে চাব পাৰো addition প্ৰথমে সঞ্চালিত হৈছে আৰু অপেক্ষিত অনুযায়ী আউটপুট 6 হয়. |- | 07:22 | এটা নিয়ম হিসাবে, যেতিয়া অপাৰেশন বোৰৰ ক্রম স্পষ্ট নাথাক, প্রথম বন্ধনী ব্যবহাৰ কৰিবলৈ মন ৰাখিব.
|- | 07:36 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
|- | 07:40 | আমি শিকিছো
|- | 07:41 | জাভাত কেনেকৈ প্ৰাথমিক mathematical operation সম্পাদন কৰে |- | 07:44 | operator precedence, আৰু ,
|- | 07:45 | কেনেকৈ ইয়াক বাতিল কৰে
|- | 07:49 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয., modulo operator মানে কি বুজায়, নির্ণয় কৰক আৰু ই কি কৰে .
|- | 07:57 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ , তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]
|- | 08:02 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
|- | 08:05 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
|- | 08:10 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
|- | 08:12 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
|- |08:14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
|- | 08:18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |- | 08:24 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
|- | 08:29 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
|- | 08:35 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
|- | 08:39 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|}