Java/C2/Arithmetic-Operations/Assamese

From Script | Spoken-Tutorial
Revision as of 12:47, 23 January 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

 {| border=1|| Time'|| Narration|-|  00:01|  জাভাত Arithmetic Operationsঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম।

|-|  00:05|

এই টিউটোৰিয়ালেত,আপোনি বিভিন্ন  Arithmetic Operations যেনে Addition'Subtraction'Multiplication'Division' আৰু কেনেকৈ সিহতক বয়ৱহাৰ কৰে. বিষয়ে শিকিব |-|  00:16|  এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10,

JDK 1.6 আৰু

Eclipse 3.7 ব্যবহাৰ কৰিছো।

|-|  00:24| এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত  Eclipse ইনস্টল হৈ থকা হব লাগিব

|-|  00:28|  আৰু Eclipseঅত  ফাইল এখন create, save আৰু run কৰা জানিব লাগিব

|-|  00:32| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক|-

|  00:42|  Here is a list of operators and the mathematical operations they perform  ইয়াত সিহতে দেখোৱা operators আৰু  mathematical operations ৰ তালিকা আছে * plus symbol for addition  প্লাছ চিহ্ন addition ৰ কাৰনে * minus for subtraction     মাইনাচ subtractionৰ কাৰনে * asterisk for multiplication এস্ত্ৰীক্চ multiplicationৰ কাৰনে * and slash for division       আৰু স্লেছ divisionৰ  কাৰনে


|-|  00:54| We shall look at each of them in detail.  

আমি তাৰে প্রতিটোক বিস্তাৰত চাম ।

|-|  01:05| Here  We have Eclipse IDE and the skeleton required for the rest of the code.

বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে

|-|  01:10| We have created a class by name Arithmetic Operations and added the main method.

 আমি Arithmetic Operations নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো।

|-|  01:17| Let us add some variables. 

এতিয়া কিছো ভেৰিয়েবল যোগ কৰা যাওক

|-| 01:22| int x = 5;'|-|  01:26| int y = 10; int result

|-|  01:35| x and y will be  the operands  and the  result will store the output of operations.

x and y অপাৰেন্দ্চ হব আৰু ফলাফলটোৱে অপাৰেশনৰ আওটপুতক  সংৰক্ষণ কৰিব

|-|   01:41|   Let us add them and print the result. Result= x+y; system. out. println 'in parantesis result সিহতক যোগ কৰা যাওক আৰু ফলাফলটো প্ৰীন্ট কৰক Result= x+y; system. out. println ' বান্ধনীত result|-| 02:10|  Save it with Control S and control F11 to RunControl S সংৰক্ষন কৰক আৰু ৰান কৰিবলৈ control F11

|-| 02:17|  We see, that the output of addition has been stored in result and the value has been printed

আমি দেখো যে যোগ কৰাৰ আউটপুটটো  resultত সংৰক্ষন হৈছে আৰু মান টো প্ৰীন্ট কৰা হল |-|  02:24|  Now Let us change the values  . x=75,y = 15   এতিয়া মানবোৰক সলনি কৰা যাওক  x=75,y = 15|-|  02:37| Save it Run  

সংৰক্ষণ কৰক আৰু ৰান কৰক।


|-|  02:42|  we   see that the output has  changed  accordingly অামি দেখো যে আউটপুটটু সেইমতে ( তদুনসাৰে) সলনি হৈছে |-|  02:48| Now let us try negative values. y = -25. এতিয়া নেতিবাচক মান y = -25. চেস্তা কৰা যাওক |-| 02:57|  Save'  Run.

সংৰক্ষণ কৰক আৰু ৰান কৰক।


|-| 03:02|   we   see  that the output  of  75  plus  -25 has been printed  অামি দেখো যে  75  plus  -25 আউটপুটৰ প্ৰীন্ট কৰা হৈছে  *****|-|  03:10|   Now let us try subtraction. y = 5 and change x+y to x-y   এতিয়া বিয়োগ' চেস্তা কৰা যাওক  y = 5'.  x+y ক  x-yলৈ সলনি কৰক |-|   03:25| Save it   Run.   সংৰক্ষণ কৰক আৰু ৰান কৰক। |-| 03:32  we   see that the output of 75-5 has been printed,    অামি দেখো যে  75 -5 ৰ আউটপুট  প্ৰীন্ট কৰা হৈছে |-|  03:38| | Now Let us try   multiplication. Change minus to asterisk     এতিয়া multiplication চেস্তা কৰা যাওক . minus ক  asterisk লৈ সলনি কৰক  |-|  03:46|  Save and Run.   সংৰক্ষণ কৰক আৰু ৰান কৰক। |-|  03:52|  we  see that  by using   asterisk we could  multiply 75 by 5. .   আমি দেখো যে asterisk বয়ৱহাৰ কৰি আমি ৭৫ক ৫ ৰে গুন কৰিব পাৰো |-|  03:58|  Now let us try division Remove   asterisk and type slash   এতিয়া 'division চেস্তা কৰা যাওক . asterisk অতুৰুৱাই দিয়ক আৰু slash টাইপ কৰক  |-|  04:07|   Save it  Run. সংৰক্ষণ কৰক আৰু ৰান কৰক। |-|  04:13| As we can see, the output is as expected. আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয় |-| 04:18| Now let us see what happens when the expected result is a decimal point number. এতিয়া অামি চাও কি হয়, যেতিয়া ভাবা মতে ফলাফলটো দশমিক পয়েন্ট সংখ্যা হয় . *****|-|  04:24| Change 5 to 10  ৫ক ১০লৈ সলনি কৰক |-|  04:28| The result must be 7.5.  ফলাফলটো ৭.৫ হব লাগিব |-|  04:30| So let us change the result to a   float.  সেয়ে ফলাফলটো float লৈ সলনি কৰা যাওক  |-|  04:43|  Save it  Run.   সংৰক্ষণ কৰক আৰু ৰান কৰক। |-|   04:50|  Note that although the expected result is 7.5, we get  output as 7.0  মন কৰক যে যদিও বা স্বত্তেও আশা কৰা ফলাফলটো ৭.৫ হয়, আমি আউটপুটটো ৭.০ হিচাবে পাও |-|  04:57|  This is because both the operands involved in the division are integers. ইয়াৰ কাৰন হল,  বিভাজনত মানে division থকা দুয়ো operandsবোৰ  integers হয়  |-|  05:01| | Let us change y to a float. y=10f          y ক float লৈ  y=10f সলনি কৰা যাওক   |-|05:15|   Save    Run.   সংৰক্ষণ কৰক আৰু ৰান কৰক।  |-|05:21|Now we can see that the result is as expected. 

আমি এতিয়া চাব পাৰো যে ফলাফলটো আশা বা ভাবা দৰে হয়

|-|05:24|Keep in mind that when the expected result is a float, one of the operands must be a float to get the expected output.  মনত ৰাখিব যে যেতিয়া ভাবা দৰে ফলাফলটো float হয় , operandsৰ পৰা এটায়ে অপেক্ষিত আউটপুট পাবলৈ float এটা হব লাগিব

|-| 05:32|  Now let us see what happens when there is more than one operator.Remove all the operandsএতিয়া আমি চাও কি হয়,  যেতিয়া এটাতকৈ অধিক অপাৰেটৰ থাকে  |-| 05:48 |  int result= 8+4-2. Save it ,run    int result= 8+4-2. সংৰক্ষণ কৰক আৰু ৰান কৰক।  |-|06:09|As we can see, the output is as expected. 

আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয়


|-|  06:12| |Now  Change minus to a   slash   এতিয়া minus  slash এতালৈ সলনি কৰক |-|06:19|Now the output would be 6 if the addition is done before  division.এতিয়া আউটপুট ৬ হব যদি divisionৰ আগত addition কৰা হৈছে |-|06:25|Or it would be 10 if division is done before addition.বা এইটো ১০হব যদি additionৰ আগত division কৰা হৈছে |-|06:30|Let us Run and see the output.  ৰান কৰা যাওক আৰু আউটপুট চাওক |-|06:38|As we can see, the output is 10 and   the division is done before addition. This is because the division operator has more precedence than the addition operator.আমি যেনে চাব পাৰো,  আউটপুট ১০ হয় আৰু  additionৰ আগত division কৰা হৈছে. ইয়াৰ কাৰন এইটো হয় যে বেলেগ অপাৰেটৰতকৈ  division operatorত বেছি precedence মানে প্ৰধানতা আছে 


|-|06:50|In such situations, if we need to override the precedence, we use parentheses. এনেকোৱা পৰিস্হিতীত , যদি আমি precedence মানে প্ৰধানতাক বাতিল কৰিব লগিয়া হয় তেতিয়া  অামি প্রথম বন্ধনী বয়ৱহাৰ কৰিম 


|-|   07:04|  By adding parentheses, we instruct Java to do the addition before the division.প্রথম বন্ধনী যোগ কৰি, আমি জাভাক divisionৰ আগত addition কৰিবলৈ নির্দেশ দিও |-|   07:10| Let us run the file now.  ফাইলটো ৰান কৰা যাওক


|-|   07:15| As we can see,  addition has been performed first and the output is 6 as expected.আমি যেনে চাব পাৰো addition প্ৰথমে সঞ্চালিত হৈছে আৰু অপেক্ষিত অনুযায়ী আউটপুট 6 হয়.

|-|   07:22| As a rule, keep in mind to use parentheses when the order of operations is not clear.এটা নিয়ম হিসাবে, যেতিয়া অপাৰেশন বোৰৰ ক্রম স্পষ্ট নাথাক, প্রথম বন্ধনী ব্যবহাৰ কৰিবলৈ মন ৰাখিব.


|-|   07:36|  

ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে

|-|   07:40| আমি শিকিছো

|-| 07:41  | How to perform basic mathematical operations in Java.জাভাত কেনেকৈ প্ৰাথমিক mathematical operation সম্পাদন কৰে|-|   07:44|    operator precedence, আৰু , |-| 07:45| How to override it.  কেনেকৈ ইয়াক বাতিল  কৰে |-|   07:49|

এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয.,

modulo operator মানে কি বুজায়, নির্ণয় কৰক  আৰু ই কি কৰে .|-|   07:57| 

spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

,

তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ]


|-|   08:02| 

কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে

|-|   08:05|

যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

|-|   08:10|

কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে

|-|   08:12|

কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.

|-|08:14| 

এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.

অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

|-|   08:18|

অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

|-| 08:24|

কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

|-|   08:29|

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

|-|   08:35|

ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।

|-|  08:39|

আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

|}

Contributors and Content Editors

Mousumi, Pratik kamble