Linux/C2/Basics-of-System-Administration/Assamese
Time | Narration |
---|---|
00:02 | নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে। |
00:09
এই tutorial’ত আমি শিকিম- | |
00:13
adduser | |
00:14
su | |
00:16
usermod | |
00:17
userdel | |
00:18
id | |
00:19
du | |
00:20
df | |
00:22
মই এই tutorial’ত Ubuntu 10.10 ব্যৱহাৰ কৰিছো।. | |
00:27
আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক। | |
00:35
যিটো এই website’ত পোৱা যায়। | |
00:39
এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ। | |
00:47
আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব। | |
00:53
“adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে। | |
01:01
আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত। | |
01:06
আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও। | |
01:11
Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে। | |
01:19
Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম। | |
01:27
আহক আমি “New User” কেনেকৈ বনাই শিকো৷ | |
01:32
“Terminal” খুলক “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি। | |
01:45
মই আগতেই “Terminal” খুলি থৈছো। | |
01:49
ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক। | |
01:58
আপোনাক password খোজিব। | |
02:01
মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম। | |
02:07
Terminal’ত type কৰা password দেখা নেপায়। | |
02:11
সেই কাৰণে password সাৱধানে type কৰিব। | |
02:16
এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব। | |
02:27
ব’লক আমি এজন নতুন user বনাও “duck” নাম দি। | |
02:34
Command type কৰক। | |
02:36
sudo space adduser space duck, আৰু Enter টিপক।. | |
02:45
আমি “duck” নামৰ নতুন user এটা বনালো। | |
02:49
নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়। | |
02:58
অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব। | |
03:05
আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম। | |
03:17
অনু্ৰহ কৰি নতুন password আকৌ type কৰক। | |
03:20
Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ। | |
03:26 | এতিয়া আমাৰ নতুন user’ৰ password update হ’ল। |
03:31 | আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব। |
03:35 | কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম। |
03:46 | Enter. |
03:47 | মই নিশ্বিত কৰিম “y” টিপি। |
03:51 | এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়। |
03:55 | ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই। |
04:00 | এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক |
04:04 | “ls space /(slash) home” |
04:09 | আৰু Enter টিপক। |
04:11 | Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয়। |
04:17 | আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user। |
04:23 | ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও। |
04:26 | এতিয়া পাছৰ command’তো হ’ল “su”। |
04:30 | “su” মানে “Switch User”. |
04:34 | এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে।. |
04:39 | ব’লক আমি এতিয়া Terminal যাও। |
04:43 | Command enter কৰক। |
04:45 | “su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক। |
04:53 | আপোনাক password খোজা হ’ব। |
04:56 | মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে। |
05:04 | অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়। |
05:14 | Logout কৰিবলৈ type কৰক |
05:17 | “logout” আৰু Enter টিপক। |
05:22 | এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত |
“vinhai” হয়। | |
05:31 | ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো। |
05:35 | “usermod” command’এ |
05:37 | super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে |
05:46 | Password নাইকিয়া কৰা। |
05:50 | Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা। |
05:55 | ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ। |
05:57 | মই terminal’লৈ গৈ লও। |
05:59 | User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক। |
06:05 | এতিয়া command prompt’ত, লিখক |
06:09 | sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck |
06:33 | আৰু Enter টিপক। |
06:37 | User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত। |
06:46 | আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে। |
06:52 | ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো। |
06:57 | “id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে। |
07:04 | User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো। |
07:12 | Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো। |
07:20 | এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো। |
07:22 | Terminal’ত type কৰক |
07:25 | “id” আৰু Enter টিপক। |
07:29 | এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো |
07:37 | অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো। |
07:43 | ব’লক আমি type কৰো, “id space -(hyphen)u” |
07:49 | আৰু enter টিপো। |
07:50 | এতিয়া আমি অকল userবোৰৰ id দেখা পাম। |
07:55 | কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া? |
08:00 | সেয়া ওলিয়াবলৈ, আমি type কৰিম |
08:02 | “id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম। |
08:13 | এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম। |
08:20 | ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো। |
08:24 | Type কৰক “ id space -(hyphen)g”. |
08:29 | য়াতো আমি group idবোৰ দেখা পাম। |
08:32 | যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক |
08:38 | “id space -(hyphen) (capital)G” আৰু Enter টিপক। |
08:46 | অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো। |
08:50 | আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক। |
08:53 | এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে। |
08:57 | ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো। |
09:00 | “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো। |
09:07 | ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো। |
09:09 | ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”. |
09:22 | মই -(hyphen)r option ব্যৱহাৰ কৰিছো। |
09:25 | এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়। |
09:30 | ব’লক Enter টিপি চাও্ঁ কি হয়। |
09:34 | এতিয়া user “duck” কাট খাই গ’ল। |
09:38 | Type কৰি পৰীক্ষন কৰক। |
09:41 | “ls space /(slash)home” আৰু Enter টিপক। |
09:47 | আমি গম পাম যে user account “duck” কাট খালে। |
09:53 | ব’লক আমি slides’লৈ ঘুৰি যাও। |
09:56 | Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল “df” আৰু “du” । |
10:03 | “df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে। |
10:08 | আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে। |
10:13 | অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক। |
10:19 | ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও। |
10:26 | অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক। |
10:33 | ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই। |
10:38 | It also shows the space mounted on in a human readable format. |
10:46 | ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো। |
10:50 | এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে। |
10:57 | যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ। |
11:04 | মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো। |
11:11 | “home folder” যাবলৈ terminal’ত type কৰক |
11:15 | “cd space /(slash) home” আৰু Enter টিপক। |
11:20 | তাৰ পাছত type কৰক du space -(hyphen)s space *. (astrix dot) txt আৰু enter টিপক। |
11:33 | This command will give you a report on the txt files available in the directory along with its file sizes. |
11:43 | Assignment হিছাপে, command prompt’ত type কৰক |
11:47 | “du space -(hyphen)ch space *.(astrix dot)txt” আৰু চাওক কি হয়। |
11:59 | ব’লক আমি slides বুৰলৈ ঘূৰি যাও। |
12:01 | চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো: |
12:03 | “adduser” command’এ নতুন user নায়। |
12:06 | “su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে। |
12:09 | “usermod” command’এ user account settings পৰিবৰ্তন কৰে। |
12:12 | “userdel” command’এ user account delete কৰে। |
12:15 | id command to know the information about user ids and group ids. |
12:20 | “df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়। |
12:24 | “du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়। |
12:27 | This brings us to the end of this tutorial on “Basics of system administration” |
12.33 | url’ত থকা video’এ |
12:37 | Spoken Tutorial project’ সাৰাংশ দিয়ে। |
12:40 | আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে। |
12:44 | আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব। |
12:53 | Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ।
Supported by the National Mission on Education through ICT (NMEICT), MHRD, Government of India. |
13:03 | More information is available on this url. |
13:08 | This script has been contributed by ----------------------(name of the translator)
13:12 and this is -----------------------(name of the recorder) from --------------------------(name of the place)signing off. Thanks for watching. |