QGIS/C4/DEM-Analysis/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | QGIS ত DEM Analysis ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম, |
| 00:11 | DEM দেতা দাউনল’দ কৰিবলৈ SRTM দেতা ওৱেবচাইতৰ পৰা |
| 00:16 | DEM ৰ হিলচেদক দেখাবলৈ |
| 00:19 | ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:25 | QGIS ভাৰ্চন 2.18 আৰু এটা কামকৰা ইন্টাৰনেত কানেকচন |
| 00:33 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
| 00:39 | এই চিৰিজৰ সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব |
| 00:45 | Digital Elevation Model বা DEM হৈছে এটা ৰাস্তাৰ ফাইল |
| 00:50 | ই দেখাই এলিভেচন দেতাক প্ৰতিটো ৰাস্তাৰ চেলৰ বাবে |
| 00:55 | DEMs ব্যৱহৃত হয় বেয়াৰ আৰ্থ টেৰেইনক দৰ্শাবলৈ |
| 01:00 | টেৰেইনে সাধাৰণতে গ্ৰহণ কৰে ভেজিতেচন আৰু মানুহে বনোৱা বৈশিষ্ট্যসমূহক |
| 01:06 | DEMs ব্যৱহৃত হয় কেলকুলেচনচ আৰু এৰিয়া এটাৰ এনালাইচিচৰ বাবে, এলিভেচনটোৰ ওপৰত ভিত্তি কৰি |
| 01:14 | আহক DEM দেতা দাউনল’দ কৰো |
| 01:17 | প্ৰদত্ত লিংকটো খোলক যিকোনো ওৱেব ব্ৰাউজাৰ এটাত |
| 01:21 | Shuttle radar topography mission (SRTM) দেতা ওৱেবচাইত আহিছে |
| 01:27 | এই ওৱেবচাইতৰ পৰা SRTM দেতাক ফ্ৰিকৈ দাউনল’দ কৰিব পাৰি |
| 01:32 | Download Manager পেজত, এলিভেচন মদেলচ সজোৱা আছে টাইলচত |
| 01:39 | Tile Size আৰু Format ৰ বাবে দুটা অপচন উপলদ্ধ |
| 01:44 | আমি টাইল চাইজ আৰু ফৰ্মেতক বাচিব পাৰো ৰেডিঅ’ বুটামত ক্লিক কৰি |
| 01:50 | পেজটোৰ তললৈ স্ক্ৰ’ল কৰক পৃথিবীৰ মেপলৈ |
| 01:54 | মেপখনৰ বাওঁফালৰ চুকত থকা + চিহ্নক ব্যৱ্হাৰ কৰক পৃথিবীৰ মেপখন জোম ইন কৰিবলৈ |
| 02:00 | Maharashtra টাইলত ক্লিক কৰক |
| 02:03 | পৃথিবীৰ মেপখনৰ ওপৰত বাওঁফালৰ চুকত থকা Search বুটামত ক্লিক কৰক |
| 02:09 | Download উইন্দ’ আহিছে |
| 02:12 | তললৈ স্ক্ৰ’ল কৰক Description হেদিংলৈ । তলত Download SRTM লিংকত ক্লিক কৰক |
| 02:20 | দাইল’গ-বক্স এটা আহিছে, বাচক Save File অপচনক । OK বুটামত ক্লিক কৰক |
| 02:29 | মোৰ চিষ্টেমত, zip file দাউনল’দ হয় Downloads ফ’ল্দাৰত |
| 02:34 | zip file টোৰ উপাদানখিনিক এক্সত্ৰেক্ত কৰক |
| 02:38 | ৰাইত-ক্লিক কৰক আৰু বাচক Extract Here অপচনক |
| 02:43 | এক্সত্ৰেক্ত কৰা ফ’ল্দাৰটোত দুবাৰ ক্লিক কৰক । এইটো হৈছে এটা DEM dataset |
| 02:50 | ইয়াত আমি দেখিছো বহুতো ফাইলচ বিভিন্ন ফাইল এক্সতেনচনচৰ সৈতে |
| 02:55 | ফ’ল্দাৰটো বন্ধ কৰক |
| 02:57 | QGIS ইন্তাৰফেচক খোলক |
| 03:00 | মেনু বাৰত, Layer menu ত ক্লিক কৰক |
| 03:04 | চাব-মেনুৰ পৰা বাচক Add Layer, Add Raster Layer অপচনত ক্লিক কৰক |
| 03:11 | Data source দাইল’গ-বক্স আহিছে |
| 03:14 | SRTM ওৱেবচাইতৰ পৰা দাউনল’দ কৰা SRTM ফ’ল্দাৰটোলৈ নেভিগেত কৰক |
| 03:21 | ফ’ল্দাৰটোৰ উপাদানখিনিৰ পৰা, .tif এক্সতেনচনৰ সৈতে থকা ফাইলটো বাচক । Open বুটামত ক্লিক কৰক |
| 03:31 | কেনভাচত আপুনি টেৰেইনটোৰ DEM ক দেখিব |
| 03:36 | DEM ত টেৰেইনটোৰ বিষয়ে সকলোখিনি 3D information থাকে |
| 03:41 | ৰাস্তাৰ ইমেজত থকা প্ৰতিটো পিক্সেলে দৰ্শাই সেই ল’কেচনত থকা এভাৰেজ এলিভেচনক । এই এলিভেচন মিটাৰচত দিয়া হৈছে |
| 03:52 | ডাঠ পিক্সেলচে দৰ্শাই নিম্ন এলতিতিউদ থকা এৰিয়াসমূহক |
| 03:57 | পাতল পিক্সেলচে দৰ্শাই উচ্চ এলতিতিউদ থকা এৰিয়াসমূহক |
| 04:02 | আহক এই মেপখনৰ DEM এনালাইচিচক আৰম্ভ কৰো |
| 04:07 | মেনু বাৰত Raster মেনুত ক্লিক কৰক |
| 04:11 | দ্ৰপ-দাউনৰ পৰা ক্লিক কৰক Analysis । চাব-মেনুৰ পৰা ক্লিক কৰক DEM (Terrain models) |
| 04:19 | DEM দাইল’গ-বক্স আহিছে |
| 04:22 | ইনপুত ফাইল ফিল্দত DEM layer দিফল্টভাবে নিৰ্বাচিত হৈছে |
| 04:28 | Output file ৰ কাষত থকা Select বুটামত ক্লিক কৰক |
| 04:33 | Save the results to.. দাইল’গ-বক্স আহিছে |
| 04:37 | দাইল’গ-বক্সত, ফাইলটোৰ নাম দিয়্ক Hillshade.tif হিচাবে |
| 04:44 | মই ইয়াক ছেভ কৰিম Desktop ত |
| 04:47 | Save বুটামত ক্লিক কৰক |
| 04:50 | বাচক Hillshade ক Mode অপচন হিচাবে |
| 04:54 | ইয়াত দিফল্টভাবে Hillshade ইতিমধ্যে নিৰ্বাচিত হৈছে |
| 04:59 | Load into canvas when finished ৰ কাষত থকা চেক-বক্সটো চেক কৰক |
| 05:05 | ইয়াত দিফল্টভাবে ই ইতিমধ্যে নিৰ্বাচিত হৈছে |
| 05:09 | দিফল্ট চেতিংগচক তেনেদৰেই ৰাখক |
| 05:12 | Ok বুটামত ক্লিক কৰক |
| 05:15 | প’প-আপ বক্স এটা আহিছে মেচেজ Processing Completed ৰ সৈতে । OK বুটামত ক্লিক কৰক |
| 05:22 | Qgis.bin দাইল’গ-বক্সত থকা OK বুটামত ক্লিক কৰক |
| 05:27 | DEM দাইল’গ-বক্সত থকা Close বুটামত ক্লিক কৰক |
| 05:32 | এটা নতুন লেয়াৰ, Hillshade এতিয়া যোগ কৰা হ’ল Layers panel ত |
| 05:37 | কেনভাচত আপুনি Hillshade মোদত এখন ৰাস্তাৰ মেপ দেখিব |
| 05:42 | এই মেপখন জেনেৰেত কৰা হৈছে লাইত আৰু চেদৌ ব্যৱ্হাৰ কৰি 3D ইমেজ এটা বনাবলৈ |
| 05:48 | ম’ডেলটো অধিক স্পষ্ট কৰিবলৈ, আমি Hillshade ক এটা অ’ভাৰলেই হিচাবে ব্যৱ্হাৰ কৰিম |
| 05:54 | এতিয়া আমি অ’ৰিজিনেল DEM লেয়াৰটোৰ symbology ক সলাম |
| 05:59 | Layers পানেলত থকা srtm layer ত ৰাইত-ক্লিক কৰক |
| 06:04 | কনটেকস্ত মেনুৰ পৰা বাচক Properties অপচনক |
| 06:09 | Layer Properties দাইল’গ-বক্স আহিছে |
| 06:13 | বাওঁফালৰ পানেলৰ পৰা বাচক Style |
| 06:17 | Band Rendering চেকচনৰ ভিতৰত, Render type ক সলাওঁক Singleband pseudocolor লৈ |
| 06:24 | Load minimum/maximum values ৰ ভিতৰত, minimum/maximum ৰেডিঅ’ বুটামত ক্লিক কৰক |
| 06:33 | Interpolation দ্ৰপ-দাউনৰ পৰা বাচক Linear |
| 06:37 | এইটো হৈছে এটা দিফল্ট চিলেকচন ইয়াত । Color দ্ৰপ-দাউনৰ পৰা বাচক Spectral |
| 06:44 | তললৈ স্ক্ৰ’ল কৰক । দ্ৰপ-দাউনৰ পৰা Mode বাচক Continuous হিচাবে |
| 06:50 | Classify বুটামত ক্লিক কৰক |
| 06:53 | পাচটা নতুন কালাৰৰ ভেলুচ বনোৱা হ’ল |
| 06:57 | কালাৰসমূহে দৰ্শাই ৰাস্তাৰৰ এলিভেচনৰ মানসমূহক নিম্নতমৰ পৰা উচ্চতমলৈকে |
| 07:04 | তলত সোফালৰ চুকত ক্লিক কৰক Apply বুটামত আৰু OK বুটামত |
| 07:10 | Layers পানেলত, Hillshade লেয়াৰক দিজেবল কৰক |
| 07:14 | Hillshade লেয়াৰৰ বাবে থকা চেক-বক্সটো আনচেক কৰক |
| 07:18 | এতিয়া কেনভাচত আপুনি স্পেকত্ৰেল কালাৰচত মেপ এখন দেখিব |
| 07:24 | ৰঙা চেদৰ টেৰেইনটো হৈছে নিম্ন এলিভেতেদ আৰু নীলাটো হৈছে উচ্চ এলিভেতেদ |
| 07:30 | Hillshade layer ক এনাবল কৰক |
| 07:33 | Layers Properties দাইল’গ বক্সক খোলক |
| 07:37 | বাওঁফালৰ পানেলৰ পৰা বাচক Transparency |
| 07:41 | Global transparency ক চেত কৰক 50% লৈ শ্লাইডাৰ দাল দ্ৰাগ কৰি |
| 07:47 | ক্লিক কৰক Apply বুটামত আৰু OK বুটামত |
| 07:51 | মেপখন জুম ইন কৰক |
| 07:53 | কেনভাচত এতিয়া আমি লেন্দস্কেপটোৰ এটা বৰ্দ্ধিত ট’প’গ্ৰাফি দেখিবলৈ পাইছো |
| 08:00 | আহক মূলভাব চাওঁ, |
| 08:03 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো, DEM দেতা দাউনল’দ কৰিবলৈ SRTM দেতা ওৱেবচাইতৰ পৰা |
| 08:11 | DEM ৰ হিলচেদক দেখাবলৈ |
| 08:15 | এইটো হৈছে অনুশিলনীটো |
| 08:17 | ৰাস্তাৰ মেপখনৰ বাবে Slope মোদ ব্যৱ্হাৰ কৰি টেৰেইনটো দৰ্শিত কৰক । Slope লেয়াৰৰ বাবে চিম্ব’ল’জিক সলাওঁক |
| 08:27 | সংকেত: Mode টো বাচক Slope হিচাবে আৰু ইয়াক অ’ভাৰলেই হিচাবে ব্যৱ্হাৰ কৰক |
| 08:33 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
| 08:38 | এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
| 08:45 | আমি স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতো আৰু প্ৰমাণপত্ৰ প্ৰদান কৰো । অনুগ্ৰহ কৰি আমালৈ লিখিব |
| 08:54 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
| 08:58 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে |
| 09:06 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |