QGIS/C4/Nearest-Neighbour-Analysis/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | QGIS ত Nearest Neighbour Analysis ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম |
00:11 | Nearest Neighbour Analysis কৰিবলৈ Distance matrix মেথ’দৰ দ্বাৰা |
00:16 | Statistics Nearest Neighbour Analysis টোল ব্যৱ্হাৰ কৰি |
00:21 | ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18 |
00:32 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, শিকাৰুজন QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:39 | সংগত QGIS টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি এই লিংকটো ব্যৱ্হাৰ কৰিব |
00:45 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ লগা ফাইলচ Code files লিংকত দিয়া হৈছে |
00:52 | অনুগ্ৰহ কৰি দাউনল’দ কৰক আৰু ফ’ল্দাৰৰ উপাদানক এক্সত্ৰেক্ত কৰক |
00:57 | ইয়াত মোৰ ফ’ল্দাৰটো আছে প্ৰয়োজনীয় ফাইলৰ সৈতে এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ |
01:04 | ফ’ল্দাৰটোত দুবাৰ ক্লিক কৰক খুলিবলৈ । ইয়াত আপুনি পাব, Urban areas.shp আৰু Volcanoes.shp |
01:15 | Volcanoes.shp লেয়াৰে দেখাই পৃথিবীত এক্তিভ হৈ থকা আগ্নেয়গিৰি সমূহক |
01:21 | Urban areas.shp এ দেখাই পৃথিবীৰ জনসংখ্যা সমৃদ্ধ আৰ্বান এৰিয়াসমূহক |
01:28 | দুয়োটা চেপ ফাইলক QGIS ত খোলক, দুয়োটা ফাইলক বাচক |
01:35 | ৰাইত-ক্লিক কৰক আৰু কনটেকস্ত মেনুৰ পৰা বাচক Open with QGIS Desktop অপচনক |
01:42 | QGIS ইন্তাৰফেচ আহিছে লেয়াৰচ পানেলত দুটা লেয়াৰ ল’ড হৈ |
01:49 | volcanoes লেয়াৰত ৰাইত-ক্লিক কৰক আৰু বাচক zoom to layer অপচনক |
01:55 | কেনভাচত আপুনি মেপ এখন দেখিব পইন্ত বৈশিষ্ট্যৰ সৈতে |
02:01 | আহক এই পইন্ত বৈশিষ্ট্য সমূহক লেবেল কৰো |
02:05 | Volcanoes layer ত ৰাইত-ক্লিক কৰক, চাব মেনুৰ পৰা ক্লিক কৰক Properties |
02:12 | Layer Properties দাইল’গ-বক্স আহিছে |
02:16 | বাওঁফালৰ পানেলৰ পৰা Labels বাচক |
02:20 | দ্ৰপ-দাউনৰ পৰা বাচক Show labels for this layer অপচনক |
02:25 | Label with দ্ৰপ-দাউনত বাচক Name |
02:29 | ইয়াত আপুনি বিভিন্ন অপচন পাব লেবেল ষ্টাইলক ম’দিফাই কৰিবলৈ |
02:34 | প্ৰয়োজনীয় ষ্টাইলক বাচক আৰু OK বুটামত ক্লিক কৰক |
02:39 | কেনভাচত, পইন্তচ নামৰ সৈতে দৰ্শিত হৈছে |
02:44 | একেদৰে আহক Urban areas লেবেল কৰো |
02:51 | কেনভাচত পইন্ত বৈশিষ্ট্যসমূহ লেবেল হৈছে সিহতৰ চহৰসমূহৰ সৈতে |
02:57 | QGIS ত টোলচ আছে বৈশিষ্ট্যসমূহৰ মাজত স্পেচিয়েল ৰিলেচনচিপক এনালাইজ কৰিবলৈ |
03:04 | তেনে এটা টোল হৈছে Nearest Neighbour Analysis |
03:08 | Nearest Neighbour Analysis ব্যৱ্হৃত হয় নিম্ন এনালাইচিচৰ বাবে |
03:13 | দুটা Point features ৰ মাজৰ দুৰত্বক বিচাৰিবলৈ |
03:17 | বৈশিষ্ট্যসমূহক বিচাৰিবলৈ যি এটা প্ৰদত্ত বৈশিষ্ট্যৰ ওচৰত থাকে |
03:23 | প্ৰথমতে, আমি distance matrix বনাম দুৰত্ব সমূহক গণনা কৰিবলৈ |
03:29 | আহক Volcanoes লেয়াৰৰ বাবে attribute টেবলখন খুলো |
03:34 | Volcanoes লেয়াৰত ৰাইত-ক্লিক কৰক |
03:37 | বাচক Open Attribute Table |
03:40 | attribute table খনত বহুতো ক’লমচ আছে |
03:45 | পইন্ত বৈশিষ্ট্যসমূহৰ বাবে বিভিন্ন এত্ৰিবিউতচ ইয়াত লিষ্টেদ হৈ আছে |
03:50 | আগ্নেয়গিৰি সমূহৰ নাম আৰু সিহতৰ ল’কেচনো লগতে ইয়াত লিষ্টেদ হৈ আছে |
03:56 | attribute table খন বন্ধ কৰক |
03:59 | attribute table খন খোলক Urban areas লেয়াৰৰ বাবে |
04:04 | টেবলখনত থকা বিভিন্ন ক’লমচ মন কৰক |
04:08 | আপুনি এই টেবলখনত পাব চহৰসমূহৰ নাম, দেশসমূহ আৰু আন তথ্যসমূহক |
04:15 | attribute table খন বন্ধ কৰক |
04:18 | আহক জাগ্ৰত আগ্নেয়গিৰিসমূহ আৰু ওচৰৰ চহৰসমূহৰ মাজৰ দুৰত্বক গণনা কৰো |
04:24 | Vector মেনুত ক্লিক কৰক |
04:27 | বাচক Analysis Tools |
04:30 | চাব-মেনুৰ পৰা বাচক Distance Matrix অপচনক |
04:34 | Distance Matrix দাইল’গ-বক্স আহিছে |
04:38 | অনুগ্ৰহ কৰি সোফালৰ পানেলত থকা Distance matrix ৰ বিষয়ে বিৱৰণক পঢ়ক |
04:44 | স্ক্ৰিণত দিফল্টভাবে Parameters টেব আহিছে |
04:49 | পেৰামিটাৰচ বাচক ইয়াত দেখুৱা দৰে |
04:53 | Volcanoes বাচক এটা Input Point Layer হিচাবে |
04:58 | NAME বাচক এটা Input unique ID field হিচাবে |
05:03 | Urban Areas বাচক Target Point Layer হিচাবে |
05:08 | City বাচক Target unique ID field হিচাবে |
05:13 | Output matrix type ৰাখক Linear হিচাবে |
05:17 | আহক আগ্নেয়গিৰিটোৰ পৰা ওচৰৰ চহৰ দুখনৰ মাজৰ দুৰত্বক বিচাৰো |
05:23 | গতিকে, 2 বাচক Use only the nearest target Points ফিল্দত |
05:30 | Distance Matrix ফিল্দৰ কাষত থকা তিনিটা দতৰ বুটামত ক্লিক কৰক |
05:35 | দ্ৰপ-দাউন মেনুৰ পৰা, বাচক Save to file অপচনক |
05:40 | দাইল’গ-বক্সটোত, এটা উপযুক্ত নাম আৰু ল’কেচন দিয়ক |
05:44 | Files of type বাচক, CSV হিচাবে |
05:49 | Encoding ফিল্দত বাচক System । Save বুটামত ক্লিক কৰক |
05:56 | Distance matrix দাইল’গ-বক্সটোত চেক-বক্সটো চেক কৰক নিম্নটোৰ বাবে ।
Open output file after running algorithm |
06:06 | দাইল’গ-বক্সটোৰ তলত সোফালে চুকত থকা Run বুটামত ক্লিক কৰক |
06:12 | প্ৰচেচটোৱে কিছু চেকেন্দ সময় ল’ব |
06:15 | Distance matrix নামৰ এটা নতুন csv layer যোগ কৰা হ’ল Layers পানেলত |
06:22 | Distance matrix লেয়াৰৰ বাবে attribute table খন খোলক |
06:27 | attribute table খনত তিনিটা ক’লম আছে । শেষৰ ক’লমটো হৈছে আগ্নেয়গিৰিটো আৰু ওচৰৰ চহৰৰ মাজৰ দুৰত্বটো |
06:38 | অনুগ্ৰহ কৰি মন কৰিব, ইয়াত দুৰত্বটো মিটাৰচত আছে |
06:43 | ইয়াৰ কাৰণ হৈছে লেয়াৰচক প্ৰজেক্ত কৰা হৈছে WGS 84 UTM Zone 46N system ত |
06:52 | CRS ৰ ওপৰত ভিত্তি কৰি, দুৰত্বটো লগতে থাকিব পাৰে layer units ত বা degrees ত |
07:00 | লগতে মন কৰিব যে প্ৰতিটো আগ্নেয়গিৰিৰ বাবে, দুখনকৈ ওচৰৰ চহৰ লিষ্টেদ হৈছে |
07:07 | আহক লেয়াৰচৰ বাবে কিছু পৰিসংখ্যাগত এনালাইচিচ লওঁ Nearest neighbour tool ব্যৱ্হাৰ কৰি |
07:14 | আমি এটা nearest neighbour analysis ৰান কৰিম বৈশিষ্ট্যসমূহৰ বিতৰণক এনালাইজ কৰিবলৈ |
07:21 | ফলাফলে স্থাপন কৰিব, বিতৰণক ক্লাষ্টাৰদ, দিচপাৰ্চদ বা ৰেন্দম |
07:29 | attribute table খন বন্ধ কৰক |
07:32 | Vector মেনুত ক্লিক কৰক |
07:35 | তললৈ স্ক্ৰ’ল কৰক আৰু Analysis Tools ত ক্লিক কৰক |
07:40 | চাব-মেনুৰ পৰা, বাচক Nearest Neighbour analysis |
07:46 | Nearest Neighbour Analysis দাইল’গ-বক্স আহিছে |
07:50 | সোফালে পানেলত Nearest neighbour analysis ৰ বিষয়ে দিয়া তথ্যক পঢ়ক |
07:57 | Volcanoes লেয়াৰক বাচক Points দ্ৰপ-দাউনত |
08:02 | তলত সোফালে চুকত থকা Run বুটামত ক্লিক কৰক |
08:06 | Results উইন্দ’ আহিছে |
08:09 | Volcanoes লেয়াৰৰ বাবে কিছু পৰিসংখ্যাগত পেৰামিটাৰচ ইয়াত লিষ্টেদ হৈছে |
08:15 | Observed mean distance |
08:17 | Expected mean distance |
08:20 | Nearest neighbour index |
08:23 | Number of point features আৰু Z-Score |
08:29 | Nearest Neighbour Index ক এক্সপ্ৰেচ কৰা হয় অনুপাত হিচাবে Observed Mean Distance ৰ Expected Mean Distance লৈকে |
08:39 | যদি ইন্দেক্স ভেলুটো 1 তকৈ সৰু হয়, পেতাৰ্নে সূচাই ক্লাষ্টাৰিংগক |
08:45 | যদি ইন্দেক্স ভেলুটো 1 তকৈ ডাঙৰ হয়, ট্ৰেন্দটো দিচপাৰ্চনৰ ফালে হয় |
08:52 | ইয়াত Nearest Neighbor Index ভেলু 0.2 এ সূচাই ক্লাষ্টাৰিংগক ।
যি বুজাই, আগ্নেয়গিৰিসমূহ এটাৰ পৰা আনটো ওচৰত অৱস্থিত হৈ আছে |
09:04 | একেদৰে এটা নিগেতিভ Z-Score এ লগতে সূচাই পইন্ত বৈশিষ্ট্যসমূহৰ ক্লাষ্টাৰিংগক |
09:10 | Results উইন্দ’ বন্ধ কৰক |
09:13 | প্ৰজেক্তটো ছেভ কৰক Project মেনু ব্যৱহাৰ কৰি |
09:17 | আহক মূলভাব চাওঁ |
09:19 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো, |
09:22 | Nearest Neighbour Analysis কৰিবলৈ Distance matrix মেথ’দৰ দ্বাৰা ।
Statistics Nearest Neighbour Analysis টোল ব্যৱ্হাৰ কৰি |
09:32 | এটা অনুশিলনী হিচাবে, Distance Matrix বনাওঁক আৰ্বান এৰিয়াৰ ওচৰত থকা পাচটা আগ্নেয়গিৰিৰ বাবে ।
সংকেত: Urban Areas ব্যৱ্হাৰ কৰক ইনপুত হিচাবে আৰু K 5 হিচাবে |
09:46 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
09:51 | তলৰ লিংকত থকা ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
09:59 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
10:09 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
10:13 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে |
10:20 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |