QGIS/C2/Creating-a-Map/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | QGIS ত Map এখন বনোৱাৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম, মেপ এখন বনাবলৈ Print Composer ব্যৱ্হাৰ কৰি |
00:14 | Print composer ত মেপৰ উপাদানসমূহ যোগ কৰিবলৈ |
00:18 | মেপখন এক্সপ’ৰ্ত কৰিবলৈ |
00:20 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:28 | QGIS ভাৰ্চন 2.18 |
00:32 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:39 | সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব |
00:44 | প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰক দাউনল’দ কৰক |
00:50 | দাউনল’দ কৰা জিপ ফাইলৰ উপাদানক এক্সত্ৰেক্ত কৰক আৰু ইয়াক ফ’ল্দাৰ এটাত ছেভ কৰক |
00:57 | এইটো হৈছে মোৰ Code files folder |
01:00 | ফ’ল্দাৰত দুবাৰ ক্লিক কৰক খুলিবলৈ |
01:03 | এই ফ’ল্দাৰত আপুনি ভাৰতবৰ্ষ আৰু পৃথিবীৰ মেপৰ বাবে চেপ ফাইলচ পাব |
01:09 | indiaboundary.shp ফাইলটো বিচাৰক |
01:14 | এই ফাইলটো QGIS ত খুলিবলৈ, ফাইলটোত ৰাইত-ক্লিক কৰক |
01:19 | context menu আহিছে |
01:22 | অপচনটো বাচক, Open with QGIS Desktop |
01:27 | মেপখন পোনপটীয়াকৈ QGIS ইন্তাৰফেচত আহিছে |
01:32 | যদি আপুনি Open with QGIS Desktop অপচনটো নেদেখে, প্ৰথমে QGIS ইন্তাৰফেচ খোলক |
01:41 | ইয়াত মই QGIS ইন্তাৰফেচক খুলিছো |
01:45 | বাওঁফালে টোলবাৰত Add Vector Layer টোলত ক্লিক কৰক |
01:50 | Add Vector Layer দাইল’গ-বক্স আহিছে |
01:54 | বক্সটোত, Dataset টেকস্ত বক্সৰ কাষত থকা Browse বুটামত ক্লিক কৰক |
02:00 | দাইল’গ-বক্স এটা আহিছে |
02:03 | Desktop ত থকা Code files ফ’ল্দাৰলৈ যাওঁক |
02:07 | ফাইলটো বাচক, indiaboundary.shp । Open বুটামত ক্লিক কৰক |
02:15 | Add Vector Layer দাইল’গ-বক্সত, Open বুটামত ক্লিক কৰক |
02:20 | কেনভাচত ভাৰতবৰ্ষৰ বাউন্দেৰিৰ মেপখন আহিছে |
02:24 | এতিয়া আহক ভাৰতবৰ্ষৰ কিছু চহৰক দৰ্শোৱা চেপ ফাইলটো যোগ কৰো |
02:30 | পুনৰ, টোলবাৰত Add Vector Layer টোলত ক্লিক কৰক |
02:36 | Add Vector Layer দাইল’গ-বক্স আহিছে |
02:40 | বক্সটোত Browse বুটামত ক্লিক কৰক |
02:44 | দাইল’গ-বক্স এটা আহিছে |
02:47 | Desktop ত থকা Code files ফ’ল্দাৰলৈ যাওঁক |
02:51 | places.shp ফাইলটো বাচক । Open বুটামত ক্লিক কৰক |
02:58 | Add Vector Layer দাইল’গ-বক্সত, Open বুটামত ক্লিক কৰক |
03:03 | মেপখনত চহৰসমূহ দেখুৱা হৈছে পইন্ত বৈশিষ্ট্য হিচাবে |
03:07 | আহক এই চহৰসমূহক লেবেল কৰো |
03:10 | Layers পানেলত থকা Places লেয়াৰত ৰাইত-ক্লিক কৰক |
03:15 | context menu ৰ পৰা, Properties অপচনত ক্লিক কৰক |
03:20 | Layer Properties দাইল’গ-বক্সত labels টেবক বাচক |
03:25 | ওপৰত থকা দ্ৰপ-দাউনত, Show labels for this layer অপচনক বাচক |
03:32 | Label with দ্ৰপ-দাউনত, name বাচক প্ৰদত্ত অপচনচৰ পৰা |
03:38 | Text টেবত, আমাৰ অপচনচ আছে বাচিবলৈ - fonts |
03:46 | style |
03:49 | size |
03:51 | color ইত্যাদি |
03:57 | Apply বুটাম আৰু OK বুটামত ক্লিক কৰক |
04:02 | কেনভাচত, ভাৰতবৰ্ষৰ মেপখন কিছু চহৰ আৰু লেবেলচৰ সৈতে দৰ্শিত হৈছে |
04:08 | এই মেপ ফাইলক ইমেজ ফৰ্মেতলৈ এক্সপ’ৰ্ত কৰিব পাৰি প্ৰিন্ট বা পাবলিচ কৰাৰ উদ্দেশ্যে |
04:15 | QGIS ত এটা টোল আছে Print Composer নামৰ |
04:19 | ই আপোনাক পঢ়িবলৈ সহজ হোৱা ফৰ্মেতত মেপচ বনাবলৈ অনুমতি দিয়ে |
04:24 | মেনু বাৰত Project মেনুত ক্লিক কৰক আৰু বাচক New Print Composer |
04:31 | Composer title দাইল’গ-বক্স আহিছে |
04:35 | আপোনাক composer ৰ বাবে টাইটল এটা এন্টাৰ কৰিবলৈ ক’ব |
04:40 | লিখক India-Map টাইটল হিচাবে |
04:44 | OK বুটামত ক্লিক কৰক |
04:47 | Print composer উইন্দ’ আহিছে |
04:50 | Print Composer এ আপোনাক এখন খালী কেনভাচ দিব |
04:54 | কেনভাচৰ কাষত সোফালে, আপুনি দুখন পানেল পাব |
04:59 | আপাৰ পানেল আৰু ল’ৱাৰ পানেল |
05:03 | পানেলচক এনাবল কৰিবলৈ, View মেনুত ক্লিক কৰক |
05:08 | মেনুৰ পৰা তললৈ স্ক্ৰ’ল কৰক আৰু বাচক Panels |
05:13 | চাব-মেনুৱে দেখুৱাই পানেলচৰ লিষ্টখনক । ইয়াত কিছু পানেলচ ইতিমধ্যে নিৰ্বাচিত হৈছে |
05:21 | পানেল নেমত ক্লিক কৰক নিৰ্বাচিত কৰিবলৈ |
05:24 | পানেলখন আহিছে কেনভাচৰ সোফালে |
05:28 | সকলো Print Composer টোলচ আছে মেনুসমূহত আৰু আইকনচ হিচাবে টোলবাৰচত |
05:37 | টোলবাৰচ পোৱা যায় বাওঁফালে আৰু লগতে Composer উইন্দ’ৰ ওপৰত |
05:45 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই টিউট’ৰিয়েলৰ সৈতে দিয়া এদিচনেল মেতেৰিয়েল চাওঁক |
05:52 | এতিয়া আহক আমাৰ মেপক এচেম্বল কৰিবলৈ আৰম্ভ কৰো |
05:56 | Print Composer window ৰ ভিতৰত, টোলবাৰত Zoom full বুটামত ক্লিক কৰক |
06:03 | ই লেআউতটোক ইয়াৰ ফুল এক্সটেন্ত ৰূপত দেখাব |
06:07 | এতিয়া আমি QGIS Canvas ত দেখা মেপখনৰ দৰ্শনীক Composer টোলৈ আনিব লাগিব |
06:14 | টোলবাৰত Add new map টোলত ক্লিক কৰক |
06:19 | কাৰ্চৰ দাল composer উইন্দ’লৈ নিয়ক |
06:23 | কাৰ্চৰ দাল এতিয়া দেখা গৈছে plus (+) চিম্বল হিচাবে |
06:27 | ই দেখাই যে Add Map বুটাম এক্তিভ হৈ আছে |
06:31 | Composer উইন্দ’ত মাউচৰ বাওঁফালৰ বুটামটো ক্লিক আৰু দ্ৰাগ কৰক ৰেক্তেংগল এটা আকিবলৈ |
06:37 | এদজসমূহৰ সৈতে মাৰ্জিনচ এৰক |
06:40 | আপুনি দেখিব যে প্ৰধান QGIS কেনভাচত থকা মেপখনৰ সৈতে ৰেক্তেংগল উইন্দ’খন ৰেন্দাৰ হ’ব |
06:48 | ৰেন্দাৰ হোৱা মেপখনে সম্পূৰ্ণ উইন্দ’খন ক’ভাৰ নকৰিব পাৰে |
06:53 | বাওঁফালৰ টোলবাৰত Move item content টোলত ক্লিক কৰক |
06:59 | মাউচৰ বাওঁফালৰ বুটামটো ব্যৱ্হাৰ কৰি, মেপখন উইন্দ’লৈ নিয়ক আৰু মাজত থওঁক |
07:05 | ওপৰত ঠাই এৰক টাইটলটোৰ বাবে |
07:09 | এতিয়া আমি প্ৰধান মেপখনত grid এটা আৰু zebra ব’ৰ্দাৰ যোগ কৰিম |
07:14 | Item Properties Panel ত, তললৈ স্ক্ৰ’ল কৰক Grids চেকচনলৈ |
07:19 | Grids ৰ কাষত থকা সৰু ক’লা ত্ৰিভুজটোত ক্লিক কৰক এক্সপান্দ কৰা মেনুখন চাবলৈ |
07:25 | সেউজীয়া প্লাচ (+), Add a new grid বুটামত ক্লিক কৰক |
07:30 | এতিয়া গ্ৰিদ চেকচনত থকা সকলোখিনি বৈশিষ্ট্য এনাবল হ’ল |
07:35 | যদি প্ৰয়োজন হয়, CRS সলাবলৈ এটা অপচন আছে । মই ইয়াক তেনেদৰেই ৰাখিম |
07:43 | Interval ভেলুচ বাচক 10 ডিগ্ৰী হিচাবে X আৰু Y দুয়োটা দিশত দ্ৰপ-দাউন এৰ’চ ব্যৱ্হাৰ কৰি |
07:51 | তললৈ স্ক্ৰ’ল কৰক Grid frame চেকচনলৈ আৰু Frame style এটা বাচক । মই বাচিম Zebra |
07:59 | তাত অপচনচ আছে সলাবলৈ ফ্ৰেম চাইজ, থিকনেচ, কালাৰ, ইত্যাদি |
08:07 | অপচনচ বাচক যিয়ে আপোনাৰ প্ৰয়োজনীয়্তাক পূৰাই |
08:12 | তললৈ স্ক্ৰ’ল কৰক আৰু Draw Coordinates চেক-বক্সক চেক কৰক |
08:17 | Distance to map frame ক মিলাই থাকক ক’ৰদিনেতচ legible নোহোৱালৈকে |
08:23 | আপৱাৰ্দ বা দাউনৱাৰ্দ এৰ’ত ক্লিক কৰক লেবেলচ মোভ কৰিবলৈ |
08:30 | Coordinate precision ক বাচক 1 হিচাবে |
08:34 | ই ক’ৰদিনেতচ দৰ্শিত কৰিব প্ৰথম দেচিমেল লৈকে |
08:38 | পাচত, আমি মেপখনত ন’ৰ্থ এৰ’ এদাল যোগ কৰিম |
08:43 | Print Composer আহে মেপ সংগতীয় ইমেজসমূহৰ এটা ভাল সংগ্ৰহৰ সৈতে |
08:49 | টোলবাৰত Add image icon ত ক্লিক কৰক |
08:54 | কাৰ্চৰ দাল মেপ কম্প’জাৰ উইন্দ’লৈ আনক |
08:58 | আপোনাৰ মাউচৰ বাওঁফালৰ বুটামটো ধৰি থাকি, মেপখনৰ কেনভাচৰ ওপৰত সোফালৰ চুকত ক্লিক কৰক আৰু সৰু ৰেক্তেংগল এটা আকক |
09:07 | সোফালৰ পানেলত Item Properties টেবৰ ভিতৰত, Search directories চেকচনক এক্সপান্দ কৰক |
09:14 | আপুনি ভালপোৱা ন’ৰ্থ এৰ’ ইমেজত ক্লিক কৰি নিৰ্বাচিত কৰক |
09:20 | মেপখনৰ Composer উইন্দ’ত থকা বক্সটোত ইমেজখন আহিছে |
09:25 | মেপখনৰ Composer উইন্দ’ত ক্লিক কৰক |
09:28 | আপুনি মেপখনৰ ওপৰত সোফালৰ চুকত ন’ৰ্থ এৰ’ ইমেজটো দেখিব |
09:34 | এতিয়া আমি মেপখনত স্কেল বাৰ এদাল যোগ কৰিম |
09:38 | টোলবাৰত Add new scalebar tool ত ক্লিক কৰক |
09:43 | মেপখনত ক্লিক কৰক য’ত আপুনি স্কেল বাৰ দাল অহাতো বিচাৰিছে |
09:47 | মই স্কেল বাৰ দাল তলত বাওঁফালে চুকত যোগ কৰিম |
09:52 | সোফালৰ পানেলত Segments চেকচনৰ ভিতৰত, আপুনি মিলাব পাৰে চেগমেন্তচৰ নাম্বাৰ আৰু সিহতৰ চাইজক |
10:00 | আমি এতিয়া আমাৰ মেপখনৰ টাইটলক যোগ কৰিম |
10:04 | বাওঁফালৰ টোলবাৰৰ পৰা Add new Label টোলত ক্লিক কৰক |
10:09 | কাৰ্চৰ দাল মেপ composer উইন্দ’লৈ আনক |
10:13 | আপোনাৰ মাউচৰ বাওঁফালৰ বুটামটো ধৰি থকি, মেপখনৰ ওপৰত মাজত বক্স এটা আকক |
10:19 | সোফালৰ পানেলত আপুনি দেখিব লেবেলৰ বাবে Item Properties টেব |
10:24 | Main Properties ৰ ভিতৰত, টেকস্ত বক্সটোত, লিখক Map of India |
10:31 | Appearance চেকচনত, Font টেবত ক্লিক কৰক |
10:36 | Select Font দাইল’গ-বক্স আহিছে, ভাললগা Font, Font style আৰু Size বাচক |
10:49 | OK বুটামত ক্লিক কৰক |
10:52 | ফন্ত কালাৰ, মাৰ্জিনচ আৰু এলাইনমেন্ত সলাওঁক আপোনাৰ প্ৰয়োজনীয়তা অনুসৰি |
11:03 | আপুনি সলোৱা সমাপ্ত কৰাৰ পাছত, কম্প’জাৰ উইন্দ’ত ক্লিক কৰক পৰিবৰ্তনক চাবলৈ |
11:10 | নিৰ্বাচিত ফন্ত আৰু চাইজৰ সৈতে লেবেলটো মেপখনৰ Composer উইন্দ’ত আহিছে |
11:17 | পাছত আহক এখন Inset map যোগ কৰো |
11:21 | প্ৰধান QGIS উইন্দ’লৈ যাওঁক |
11:24 | টোলবাৰত Zoom In বুটামত ক্লিক কৰক |
11:28 | কাৰ্চৰ দাল মেপখনলৈ আনক, মুম্বাইৰ চাৰিওঁফালৰ এৰিয়াক জোম কৰক |
11:34 | মুম্বাইৰ চাৰিওঁফালে ৰেক্তংগল এটা আকক এৰিয়াখিনি জোম কৰিবলৈ |
11:39 | আমি এতিয়া মেপ ইনচেত যোগ কৰিবলৈ সাজু |
11:43 | Print Composer উইন্দ’লৈ যাওঁক |
11:46 | টোল বাৰত Add new map টোলত ক্লিক কৰক |
11:51 | Composer উইন্দ’ৰ ওপৰত বাওঁফালে চুকত ৰেক্তংগল এটা আকক |
11:57 | টোল বাৰৰ পৰা Move item Content টোলক বাচক |
12:02 | কাৰ্চৰ দাল inset map ত থওঁক |
12:05 | inset ত থকা মেপখনক আপোনাৰ পচন্দৰ ল’কেচনলৈ নিয়ক |
12:10 | আপোনাৰ দুটা মেপ অবজেক্ত থাকিব Print Composer, Main map আৰু inset মেপত |
12:17 | Item Properties পানেলত, তললৈ স্ক্ৰ’ল কৰক Frame চেকচনলৈ আৰু ইয়াৰ কাষত থকা বক্সটো চেক কৰক |
12:26 | ফ্ৰেম ব’ৰ্দাৰৰ কালাৰ আৰু থিকনেচক সলাওঁক inset map খনৰ বাবে |
12:36 | inset মেপ খনৰ বাবে বেকগ্ৰাউন্দ কালাৰক সলাওঁক, যাতে ইয়াক চিনি পাবলৈ সহজ হয় মেপ বেকগ্ৰাউন্দৰ সৈতে |
12:45 | আন মেপৰ উপাদানসমূহক চাওঁক যেনে লিজেন্দচ, চেপচ, এৰ’চ ইত্যাদি |
12:53 | প্ৰয়োজনীয় সাল-সলনীখিনি কৰি সমাপ্ত হ’লে, আপুনি মেপখন ছেভ বা এক্সপ’ৰ্ত কৰিব পাৰে |
12:59 | মেনু বাৰত Composer মেনুত ক্লিক কৰক |
13:03 | ইয়াত আমাৰ অপচনচ আছে মেপখন এক্সপ’ৰ্ত কৰিবলৈ Image, PDF বা SVG হিচাবে |
13:12 | আহক মেপখনক এক্সপ’ৰ্ত কৰো এটা ইমেজ হিচাবে । Export as Image অপচনক বাচক |
13:20 | Save composition as দাইল’গ-বক্স আহিছে । এটা ভাললগা ফাইল নেম, ল’কেচন আৰু ফৰ্মেত দিয়ক |
13:29 | মই বাচিম PNG ফৰ্মেতক । Save বুটামত ক্লিক কৰক |
13:35 | Image export options দাইল’গ-বক্স আহিছে |
13:39 | সঠিক ৰিজ’লিউচন, পেজৰ বহলতা আৰু উচ্চতা বাচক |
13:44 | মই পেজৰ বহলতা চেত কৰিম 800 পিকচেলচ হিচাবে |
13:49 | Save বুটামত ক্লিক কৰক |
13:52 | ইয়াত মেপখন ছেভ হৈছে এটা ইমেজ ফাইল হিচাবে |
13:56 | এই মেপখনক এতিয়া প্ৰিন্ট বা পাবলিচ কৰিব পাৰি |
14:01 | আহক মূলভাব চাওঁ, এই টিউট’ৰিয়েলটোত, আমি শিকিলো, |
14:06 | মেপচ বনাবলৈ Print Composer ব্যৱ্হাৰ কৰি, Composer ত মেপৰ উপাদানসমূহ যোগ কৰিবলৈ, মেপখন এক্সপ’ৰ্ত কৰিবলৈ |
14:16 | অনুশিলনী - Code files লিংকত দিয়া পৃথিবীৰ dataset ব্যৱ্হাৰ কৰি, এছিয়া মহাদেশৰ মেপ এখন বনাওঁক |
14:25 | ভাৰতবৰ্ষৰ inset মেপ এখন বনাওঁক । মেপ লিজেন্দ এটা যোগ কৰক |
14:31 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
14:36 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
14:44 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
14:54 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
14:58 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ |
15:09 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |