QGIS/C2/Importing-Spreadsheets/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Importing spreadsheets ইন QGIS টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম, |
00:10 | CSV ফৰ্মেতত স্প্ৰেদচিতচ ইম্প’ৰ্ত কৰি Point Layer এটা বনাবলৈ |
00:16 | Point Layer ক এটা Polyline Layer লৈ কনভাৰ্ত কৰিবলৈ আৰু |
00:20 | WMS (ওৱেব মেপ চাৰ্ভিচ) লেয়াৰ QGIS ত ল’দ কৰা |
00:25 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:32 | QGIS ভাৰ্চন 2.18 |
00:36 | আৰু এটা কামকৰা ইন্তাৰনেত কানেকচন |
00:39 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS ইন্তাৰফেচৰ সৈতে পৰিচিত হ’ব লাগিব |
00:47 | যদি নহয় সংগত টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব |
00:52 | প্ৰায়েই GIS দেতা উপলদ্ধ হয় টেবল বা স্প্ৰেদচিত ফৰ্মেতত |
00:59 | স্প্ৰেদচিত ফৰ্মেতত থকা দেতাক QGIS লৈ ইম্প’ৰ্ত কৰিব পাৰি |
01:05 | দেতা ফাইলত দুটা ক’লমনচ থাকিব লাগিব য’ত X আৰু Y coordinates থাকিব |
01:12 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰিব লাগিব |
01:21 | দাউনল’দ কৰা জিপ ফাইলৰ উপাদানখিনি এক্সত্ৰেক্ত কৰক |
01:25 | এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত Places.txt আৰু Places.csv ফাইলক বিচাৰক |
01:33 | মই ইতিমধ্যে code file দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো |
01:41 | মই Code files ফ’ল্দাৰত দুবাৰ ক্লিক কৰিম উপাদানখিনি চাবলৈ |
01:46 | ইয়াত আপুনি দুটা ফাইল দেখিব Places.csv আৰু Places.txt |
01:54 | Places.csv ফাইলত দুবাৰ ক্লিক কৰক |
02:02 | CSV ফৰ্মেতত স্প্ৰেদচিত এখন আহিছে |
02:06 | ইয়াত চহৰসমূহৰ নাম আছে latitude আৰু longitude দেতাৰ সৈতে |
02:14 | CSV ফাইলটো বন্ধ কৰক |
02:17 | দুবাৰ ক্লিক কৰক আৰু Places.txt ফাইলটো খোলক |
02:22 | ইয়াতো লগতে, আমাৰ চহৰসমূহৰ নাম আছে , longitude আৰু latitude দেতাৰ সৈতে |
02:32 | টেকস্ত ফাইলটো বন্ধ কৰক |
02:35 | Code-files ফ’ল্দাৰটো বন্ধ কৰক আৰু QGIS ইন্তাৰফেচ খোলক |
02:41 | মেনু বাৰত Layer মেনুত ক্লিক কৰক |
02:45 | দ্ৰপ-দাউন লিষ্টৰ পৰা, Add layer বাচক |
02:49 | চাব-মেনুৰ পৰা, বাচক Add Delimited Text Layer |
02:54 | দাইল’গ-বক্স এটা আহিছে |
02:57 | Browse বুটামত ক্লিক কৰক File Name টেকস্ত বক্সৰ কাষত |
03:02 | দাইল’গ-বক্স এটা আহিছে |
03:05 | আপুনি আগতে দাউনল’দ কৰি ছেভ কৰি থোৱা csv ফাইলটোলৈ যাওঁক |
03:11 | Open বুটামত ক্লিক কৰক |
03:14 | create a layer দাইল’গ-বক্সত, file path টো এতিয়া দেখা গৈছে File Name টেকস্ত বক্সত |
03:21 | File format চেকচনত, দিফল্টভাবে CSV অপচন নিৰ্বাচিত হৈছে |
03:28 | যদি নহয়, CSV ৰেডিঅ’ বুটামত ক্লিক কৰক ইয়াক বাচিবলৈ |
03:33 | যেতিয়া আপুনি .txt ফাইল ব্যৱ্হাৰ কৰে, Custom Delimiters অপচনক বাচক |
03:39 | Geometry definition চেকচনত স্বয়ংক্ৰিয়ভাবে সোমাব Latitude আৰু Longitude দেতা |
03:47 | অনুগ্ৰহ কৰি মন কৰিব X-coordinate হৈছে longitude আৰু Y-coordinate হৈছে latitude |
03:55 | Longitude এ সূচাই পইন্ট এটাৰ পূব-পশ্বিম প’জিচনক |
04:01 | আৰু Latitude এ সূচাই পইন্ট এটাৰ উত্তৰ-দক্ষিণ প’জিচনক |
04:06 | OK বুটামত ক্লিক কৰক |
04:09 | Coordinate Reference System Selector দাইল’গ-বক্স আহিছে |
04:14 | বাচক WGS 84 EPSG 4326 |
04:21 | OK বুটামত ক্লিক কৰক |
04:24 | দেতাটো ইম্প’ৰ্ত কৰা হ’ল আৰু QGIS canvas ত দৰ্শিত হৈছে |
04:30 | ভাৰতবৰ্ষৰ মেপ এখন আহিছে পইন্টসমূহৰ সৈতে |
04:34 | এই পইন্টসমূহে সংগতি ৰাখে CSV ফাইলটোত লিষ্টেদ হৈ থকা বিভিন্ন চহৰসমূহলৈ |
04:40 | এই পইন্টৰ বৈশিষ্ট্যসমূহৰ ষ্টাইল আৰু কালাৰক সলাব পাৰি |
04:45 | এই বিষয়ে বিতংকৈ ব্যাখ্যা কৰা হ’ব আহিবলগীয়া টিউট’ৰিয়েলসমূহত |
04:51 | এটা অনুশিলনী হিচাবে, |
04:53 | Places.txt ফাইলক QGIS ত ইম্প’ৰ্ত কৰক |
04:58 | Places.txt ফাইল উপলদ্ধ আছে Code files লিংকৰ পৰা দাউনল’দ কৰা ফ’ল্দাৰটোত |
05:06 | এতিয়া আহক এই Point লেয়াৰক Polyline লেয়াৰলৈ পৰিবৰ্তন কৰো |
05:12 | ইয়াত আমি সকলোখিনি চহৰক পাথ এটাৰ সৈতে সংযুক্ত কৰিম |
05:17 | পাথটোৱে সংযুক্ত কৰিব দক্ষিণৰ-দিশে থকা চহৰক উত্তৰ-দিশে থকা চহৰৰ সৈতে |
05:23 | ই হৈছে প্ৰতিখন চহৰৰ latitude দেতাৰ ওপৰত ভিত্তি কৰি |
05:28 | মেনু বাৰত Processing মেনুত ক্লিক কৰক |
05:32 | দ্ৰপ-দাউনৰ পৰা বাচক Toolbox |
05:36 | Processing Toolbox পানেল খোল খাইছে স্ক্ৰিণৰ সোফালে |
05:41 | ই বিভিন্ন ব্লকত গ্ৰোপ হৈ থকা সকলো উপলদ্ধ algorithms ৰ লিষ্টখন দেখাইছে |
05:47 | QGIS geoalgorithm এক্সপান্দ কৰক ইয়াৰ কাষত থকা ক’লা ত্ৰিভুজত ক্লিক কৰি |
05:55 | দৰ্শিত লিষ্টখনৰ পৰা, Vector creation tools অপচনক এক্সপান্দ কৰক |
06:01 | এক্সপান্দেদ মেনুৰ পৰা, Points to path টোলত দুবাৰ ক্লিক কৰক algorithm টো এক্সিকিউত কৰিবলৈ |
06:08 | Points to path দাইল’গ-বক্স আহিছে |
06:12 | Input layer বাচক Places হিচাবে |
06:16 | Group field দ্ৰপ-দাউনৰ পৰা , বাচক type comma C comma 16 |
06:23 | এই ফিল্দত চহৰসমূহৰ নামখিনি থাকে চেপ ফাইলত থকা সকলোখিনি বৈশিষ্ট্যৰ বাবে |
06:29 | Order field দ্ৰপ-দাউনৰ পৰা , বাচক Latitude comma N comma 19 comma 11 |
06:37 | ই সূচাই যে পাথটো latitude ৰ বৰ্ধিত ক্ৰম অনুসৰি যাব |
06:42 | Paths ফিল্দৰ কাষত থকা বুটামত ক্লিক কৰক |
06:46 | চাব-মেনুৰ পৰা, বাচক Save to file অপচন |
06:51 | Save file দাইল’গ-বক্স আহিছে |
06:55 | এটা সহজ ল’কেচন বাচক ফাইলটো ছেভ কৰিবলৈ । মই বাচিম Desktop |
07:02 | ফাইলটোৰ নামটো হৈছে Path-1 |
07:06 | Save বুটামত ক্লিক কৰক |
07:09 | ফাইল-নেমৰ সৈতে পাথটো, Paths ফিল্দত দৰ্শিত হৈছে |
07:14 | চেক বক্সত ক্লিক কৰক Open output file after running algorithm |
07:19 | দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা Run বুটামত ক্লিক কৰক |
07:24 | কেনভাচত মেপখন মন কৰক |
07:27 | চহৰ দুখনৰ মাজৰ আউতপুত পাথটো দৰ্শিত হৈছে |
07:31 | এই algorithm ব্যৱ্হাৰ কৰি মেপত থকা যিকোনো দুটা পইন্টক পাথ এটাৰ দ্বাৰা সংযুক্ত কৰিব পাৰি |
07:38 | এটা অনুশিলনী হিচাবে, পাথ এটা বনাওঁক পশ্বিমৰ পৰা পূবৰ দিশে থকা চহৰসমূহৰ মাজত |
07:45 | সংকেত: Points to path দাইল’গ-বক্সত, Order field দ্ৰপ-দাউনৰ পৰা Longitude comma N comma 19 comma 11 অপচন ব্যৱ্হাৰ কৰক |
07:57 | এতিয়া আহক এটা WMS লেয়াৰ যোগ কৰো QGIS ত |
08:03 | WMS ৰ বিষয়ে |
08:06 | WMS মানে হৈছে Web Map Services |
08:11 | WMS হৈছে এটা অপেন GIS ষ্টেনদাৰ্দ বৈশিষ্ট্য ইন্তাৰেক্তিভ মেপিংৰ বাবে |
08:17 | ই হৈছে ইন্টাৰনেতত থকা server এটাৰ পৰা মেপৰ ইমেজসমূহক বিচৰাৰ ওপৰত ভিত্তি কৰি |
08:23 | এই বৰ্ণনাৰ বাবে আপুনি ইন্টাৰনেতৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব |
08:28 | যিকোনো ওৱেব ব্ৰাউজাৰ খোলক |
08:31 | এদ্ৰেচ বাৰত লিখক bhuvan.nrsc.gov.in এন্টাৰ টিপক |
08:41 | Bhuvan হ’ম পেজ আহিছে |
08:44 | Thematic Services টেবত ক্লিক কৰক |
08:48 | Thematic Services পেজ আহিছে নতুন উইন্দ’ এখনত |
08:52 | বাওঁফালৰ পানেলত, Search টেবৰ ভিতৰত, Select Theme দ্ৰপ-দাউনৰ ভিতৰত,
বাচক Land Use Land Cover (50K):2005-06 |
09:06 | Select Geography দ্ৰপ-দাউনৰ ভিতৰত, বাচক Karnataka |
09:12 | Web Services টেবত ক্লিক কৰক |
09:15 | চেকচন For QGIS, uDig, ArcGIS and Other Users, Web Map Service (WMS)URL ৰ ভিতৰত |
09:25 | এই layer ৰ বাবে Layer id টো মনত ৰাখিব আৰু URL টো হাইলাইত কৰক |
09:31 | ৰাইত-ক্লিক কৰক আৰু URL টো ক’পি কৰক |
09:36 | QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক,
Layers পানেলত, Paths আৰু Place layers আনচেক কৰক লুকুৱাবলৈ |
09:47 | মেনু বাৰত Layer মেনুত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা, বাচক Add Layer |
09:55 | চাব-মেনুৰ পৰা, বাচক Add WMS/WMTS layer |
10:01 | Add Layer দাইল’গ-বক্স আহিছে |
10:04 | Layers টেবত New বুটামত ক্লিক কৰক |
10:08 | Create a new WMS Connection দাইল’গ-বক্স আহিছে |
10:13 | Name ফিল্দত লিখক Bhuvan |
10:16 | URL ফিল্দত, Bhuvan ওৱেবচাইতৰ পৰা ক’পি কৰা URL লিংকটো পেষ্ট কৰক |
10:23 | দাইল’গ-বক্সৰ তলত সোফালৰ চুকত থকা OK বুটামত ক্লিক কৰক |
10:29 | Save Connection দাইল’গ-বক্সত, OK বুটামত ক্লিক কৰক |
10:34 | Add Layers দাইল’গ-বক্সত, Connect বুটামত ক্লিক কৰক |
10:40 | id চেকচনত, বাচক id 971 |
10:46 | এই id এ সংগতি ৰাখে Bhuvan ওৱেবচাইতৰ পৰা WMS layer ৰ id layer লৈ |
10:53 | দাইল’গ-বক্সৰ তলত সোফালৰ চুকত থকা Add বুটামত ক্লিক কৰক |
10:59 | Close বুটামত ক্লিক কৰক |
11:02 | canvas ত, কৰ্ণাটাকাৰ বাবে Land Use Land Cover layer দেখাইছে |
11:08 | একেদৰে আমি বিভিন্ন থিমচৰ যিকোনো উপলদ্ধ লেয়াৰ ল’ড কৰিব পাৰো |
11:15 | আহক মূলভাব চাওঁ, এই টিউট’ৰিয়েলটোত, আমি শিকিলো |
11:21 | CSV ফৰ্মেতত স্প্ৰেদচিতচ ইম্প’ৰ্ত কৰি Point Layer এটা বনাবলৈ |
11:27 | Point Layer ক এটা Polyline Layer লৈ কনভাৰ্ত কৰিবলৈ আৰু, |
11:31 | WMS(ওৱেব মেপ চাৰ্ভিচ) লেয়াৰ ল’ড কৰক Bhuvan ওৱেবচাইতৰ পৰা QGIS ত |
11:37 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
11:45 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
11:58 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
12:02 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ |
12:14 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |