QGIS/C2/Installation-of-QGIS/Assamese
From Script | Spoken-Tutorial
TIme | Narration |
00:01 | QGIS ৰ ইনষ্ট‘লেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত আমি QGIS ইনষ্ট’ল কৰিবলৈ শিকিম, উবুন্তো লিনাক্স, |
00:15 | উইন্দ’চ আৰু মেক অপাৰেতিং চিষ্টেমত |
00:20 | ইনষ্ট‘লেচনৰ বাবে, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স ভাৰ্চন 16.04 |
00:28 | উইন্দ’চ 10 |
00:30 | মেক OS X 10.10 আৰু |
00:33 | এটা কামকৰা ইন্তাৰনেত কানেকচন |
00:36 | টাৰ্মিনেল খোলক Ctrl, Alt আৰু T কীচ একেলগে টিপি |
00:43 | প্ৰমপ্তত লিখক, sudo space su আৰু এন্টাৰ টিপক |
00:52 | মেচেজ এটা আহিছে যিয়ে আপোনাক চিষ্টেম পাচৱৰ্দটো এন্টাৰ কৰিবলৈ কৈছে |
00:58 | পাচৱৰ্দটো লিখক আৰু এন্টাৰ টিপক |
01:02 | এতিয়া আমি ইনষ্ট’লেচনৰ বাবে কিছু কমান্দচ এক্সিকিউত কৰিব লাগিব |
01:08 | ইয়াত মোৰ ফাইলটো আছে প্ৰয়োজনীয় কমান্দচৰ তালিকাৰ সৈতে |
01:13 | এই ফাইলটো দিয়া হৈছে ক’ড ফাইলচ লিংকত QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ নামৰ সৈতে |
01:21 | আহক এতিয়া QGIS ৰেপ’জিত’ৰিচক sources.list ফাইললৈ যোগ কৰো |
01:28 | নিম্ন কমান্দটো ক’পি কৰক । ক’পি কৰিবলৈ Ctrl C ব্যৱ্হাৰ কৰক |
01:34 | টাৰ্মিনেল প্ৰমপ্তত, ৰাইত-ক্লিক কৰক আৰু পেষ্ট বাচক আৰু এন্টাৰ টিপক |
01:43 | Gedit এদিতৰ খোল খাব sources.list ফাইলৰ সৈতে |
01:48 | QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ ফাইললৈ ঘূৰি যাওঁক |
01:53 | এতিয়া ইয়াত অতিৰঞ্জিত কৰা লাইন দুটাক sources.list ফাইলৰ শেষত যোগ কৰক |
02:00 | ইয়াত দেখুৱা লাইন দুটাক ক’পি কৰক |
02:04 | sources.list ফাইলৰ শেষত পেষ্ট কৰক |
02:09 | Ctrl S টিপক ফাইলটো ছেভ কৰিবলৈ |
02:13 | এতিয়া ফাইলটো বন্ধ কৰক আপোনাৰ উইন্দ’ৰ বাওঁফালে ওপৰৰ চুকত থকা ক্ৰ্চত ক্লিক কৰি |
02:20 | টাৰ্মিনেল প্ৰমপ্তত, লিখক sudo space apt-get space update আৰু এন্টাৰ টিপক |
02:32 | এই প্ৰচেচে হয়্তু কিছু সময় ল’ব পাৰে । আপদেত এতিয়া সম্পূৰ্ণ হ’ল |
02:39 | এই পইন্টত আমি আৰু কিছু কমান্দচ এক্সিকিউত কৰিব লাগিব |
02:44 | আহক QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ ফাইলটোলৈ ঘূৰি যাওঁ |
02:49 | তলৰ কমান্দচ তিনিটা ইয়াত দেখাইছে |
02:53 | আমি সিহতক এটা এটাকৈ এক্সিকিউত কৰিব লাগিব |
02:57 | এটা কমান্দ এবাৰত ক’পি কৰক আৰু টাৰ্মিনেলত পেষ্ট কৰক |
03:03 | প্ৰতিটো কমান্দ প্ৰমপ্তত পেষ্ট কৰাৰ পাছত এন্টাৰ টিপক |
03:27 | তৃতীয় কমান্দটো এক্সিকিউত হোৱাৰ পাছত, আপুনি এটা OK মেচেজ দেখিব |
03:32 | এতিয়া শেষ কমান্দটো এক্সিকিউত কৰক QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ ফাইলটোৰ পৰা । নিম্ন কমান্দটো ক’পি কৰক |
03:41 | ইয়াক টাৰ্মিনেল প্ৰমপ্তত পেষ্ট কৰক আৰু এন্টাৰ টিপক |
03:47 | Y টিপক কন্তিনিউ কৰিবলৈ আৰু এন্টাৰ টিপক |
03:53 | এই প্ৰচেচে কিছু সময় ল’ব |
03:57 | ইনষ্ট’লেচন এতিয়া সম্পূৰ্ণ হ’ল |
04:01 | আপোনাৰ কীব’ৰ্ডত Windows কী টিপক আৰু Search bar ত QGIS লিখক |
04:09 | আপুনি দেখিবলৈ পাব লাগিব QGIS Desktop Application । ইয়াত ক্লিক কৰক QGIS খুলিবলৈ |
04:18 | এইখন হৈছে QGIS interface |
04:22 | এতিয়া আহক আগবাহো Windows ত QGIS ৰ ইনষ্ট’লেচনলৈ |
04:27 | QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ ফাইলটোলৈ ঘূৰি যাওঁক । নিম্ন লিংকটো ক’পি কৰক |
04:35 | আপোনাৰ চিষ্টেমত যিকোনো ওৱেব ব্ৰাউজাৰ খোলক । মই Chrome খুলিছো |
04:42 | ক’পি কৰা লিংকটো ওৱেব ব্ৰাউজাৰ এটাত পেষ্ট কৰক আৰু এন্টাৰ টিপক |
04:49 | এই এৰ’ৰ মেচেজটো অৱজ্ঞা কৰক আৰু OK ত ক্লিক কৰক |
04:55 | তললৈ স্ক্ৰ’ল কৰক Long term release repository most stable চেকচনলৈ |
05:01 | সঠিক চেতাপটো বাচক, 64 bit বা 32 bit ৰ মাজৰ পৰা আপোনাৰ চিষ্টেমৰ অনুসৰি |
05:09 | Download icon ত ক্লিক কৰক, প্ৰদত্ত setup ফাইলটোৰ বাওঁফালে দি থোৱা |
05:16 | installer ফাইলটোৰ দাউনল’দে কিছু সময় ল’ব, আপোনাৰ Internet স্পীদৰ ওপৰত নিৰ্ভৰ কৰি |
05:23 | মই ইতিমধ্যে এই setup ফাইলটো দাউনল’দ কৰিলো আৰু ইয়াক Downloads folder ত ছেভ কৰিলো |
05:30 | এতিয়া আহক Downloads folder লৈ যাওঁ |
05:34 | task bar ত উপলদ্ধ search বক্সত, লিখক downloads |
05:40 | Downloads অপচনত ক্লিক কৰক |
05:43 | Downloads ফ’ল্দাৰ খুলিছে |
05:46 | QGIS installer file ক বিচাৰক |
05:50 | ইয়াত দুবাৰ ক্লিক কৰক ইনষ্ট’লেচন প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ |
05:55 | দাইল’গ-বক্স এটা আহিব আপোনাৰ চিষ্টেমত । আগবাহিবলৈ Yes টিপক |
06:02 | Installation Wizard আহিছে |
06:05 | নিৰ্দেশসমূহ পঢ়ক আৰু Next বুটামত ক্লিক কৰক |
06:10 | software license agreement পৃষ্ঠাত, I Agree বুটামত ক্লিক কৰক |
06:16 | software টো ক’ত ইনষ্ট’ল কৰিব বাচক, দিফল্ট ল’কেচনত এৰক যদিহে নিশ্বিত নহয় |
06:24 | আপুনি ইনষ্ট’লেচনৰ বাবে কোনো অতিৰিক্ত উপাদানক বাচিব নালাগে, মাত্ৰ QGIS ৰ সৈতে আগবাহক |
06:32 | Install বুটামত ক্লিক কৰক |
06:35 | ইনষ্ট’লেচনটোৱে কিছু সময় ল’ব |
06:40 | এবাৰ হ’লে, Finish বুটামত ক্লিক কৰক ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ । QGIS এতিয়া আপোনাৰ চিষ্টেমত ইনষ্ট’ল হ’ল |
06:51 | taskbarত উপলদ্ধ search বক্সত, লিখক QGIS |
06:57 | তালিকাখনত, আপুনি QGIS Desktop Application দেখিব লাগিব |
07:04 | ইয়াত ক্লিক কৰক QGIS খুলিবলৈ |
07:09 | এইখন হৈছে QGIS interface |
07:13 | এতিয়া আহক আগবাহো Mac OS ত QGIS ৰ ইনষ্ট’লেচনলৈ |
07:19 | QGIS দাউনল’দ ওৱেব পেজটোলৈ ঘূৰি যাওঁক আমি আগতে খোলা |
07:25 | খোলক Download ফৰ Mac OS X টেব |
07:29 | তললৈ স্ক্ৰ’ল কৰক Long term release most stable চেকচনলৈ |
07:34 | Download icon ত ক্লিক কৰক, প্ৰদত্ত setup ফাইলটোৰ বাওঁফালে দি থোৱা |
07:40 | দাইল’গ-বক্স এটা আহিছে |
07:43 | আমি দিফল্ট ফাইল নেমটো সলনি নকৰো |
07:47 | Downloads ফ’ল্দাৰক এটা ল’কেচন হিচাবে বাচক ফাইলটো ছেভ কৰিবলৈ |
07:52 | Save বুটামত ক্লিক কৰক |
07:55 | installer ফাইলটোৰ দাউনল’দে কিছু সময় ল’ব, আপোনাৰ Internet স্পীদৰ ওপৰত নিৰ্ভৰ কৰি |
08:02 | মই ইতিমধ্যে এই setup ফাইলটো দাউনল’দ কৰিলো আৰু ইয়াক Downloads folder ত ছেভ কৰিলো |
08:08 | এতিয়া আহক Downloads folder লৈ যাওঁ |
08:12 | স্ক্ৰিণৰ ওপৰত সোফালে চুকত search আইকনত ক্লিক কৰক |
08:18 | লিখক Downloads, Downloads ফ’ল্দাৰ অপচনত দুবাৰ ক্লিক কৰক |
08:25 | QGIS Installer ফাইলক বিচাৰক, ইয়াত ক্লিক কৰক ইনষ্ট’লেচন প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ |
08:33 | চেতাপ ফ’ল্দাৰ এটা আহিছে বহুতো ফাইলচৰ সৈতে |
08:37 | তাত চাৰিটা package আছে, প্ৰতিটো আৰম্ভ হৈছে এটা নাম্বাৰৰে |
08:42 | ই আপোনাক অৰ্দাৰটো ক’ব packages ইনষ্ট’ল কৰিবলৈ |
08:46 | এপলৰ বাহিৰে বেলেগ দেভেল’পাৰে ৰিক’গনাইজ কৰা চফতৱেৰৰ ইনষ্ট’লেচনক এলাউ কৰিবলৈ,
প্ৰথমে আপোনাৰ Mac Security Preferences সলাওঁক Allow apps downloaded from: Anywhere লৈ |
08:58 | স্ক্ৰিণৰ ওপৰত সোফালে চুকত search আইকনত ক্লিক কৰক । লিখক System Preferences আৰু এন্টাৰ টিপক |
09:09 | উইন্দ’ এখন system preferences ৰ সৈতে খুলিব |
09:13 | Security & Privacy ক্লিক কৰক |
09:17 | Security & Privacy উইন্দ’ৰ পৰা, General টেবত । তলত বাওঁফালে চুকত লক আইকনত ক্লিক কৰক পৰিবৰ্তনক এলাউ কৰিবলৈ |
09:28 | আপোনাৰ system password লিখক দাইল’গ বক্সত |
09:32 | তেতিয়া Unlock বুটামত ক্লিক কৰক |
09:35 | Allow apps downloaded from চেকচনত, Anywhere ৰেডিঅ’ বুটামত ক্লিক কৰক |
09:42 | দাইল’গ-বক্স এটা আহিছে, Allow from anywhere বুটামত ক্লিক কৰক |
09:49 | তলত বাওঁফালে চুকত খোলখোৱা লক আইকনত ক্লিক কৰক চেতিংগচক লক কৰিবলৈ |
09:55 | উইন্দ’খন বন্ধ কৰক |
09:57 | এতিয়া চেতাপ ফ’ল্দাৰলৈ যাওঁক আৰু পেকেজ নাম্বাৰ 1 ত দুবাৰ ক্লিক কৰক |
10:03 | নিৰ্দেশসমূহ্ক অনুসৰণ কৰক এই Installation wizard ত আৰু package টো ইনষ্ট’ল কৰক |
10:09 | Continue ত ক্লিক কৰক |
10:12 | প্ৰদত্ত দৰকাৰি নিৰ্দেশসমূহ্ক পঢ়ক আৰু Continue ত ক্লিক কৰক |
10:17 | license agreement পঢ়ক আৰু Continue ত ক্লিক কৰক |
10:22 | software license agreement ক সন্মতি দিয়ক, খোলখোৱা দাইল’গ বক্সত Agree বুটামত ক্লিক কৰি |
10:30 | install ত ক্লিক কৰক |
10:33 | খোলখোৱা দাইল’গ বক্সত system password লিখক |
10:38 | আৰু Install Software বুটামত ক্লিক কৰক |
10:45 | ইনষ্ট’লেচন সম্পূৰ্ণ হ’লে Close বুটামত ক্লিক কৰক |
10:50 | এই প্ৰক্ৰিয়াক ৰিপিত কৰক পেকেজ নাম্বাৰ 2,3 আৰু 4 ৰ বাবে |
11:19 | এবাৰ ইনষ্ট’লেচনটো সকলো চাৰিটা পেকেজৰ বাবে সম্পূৰ্ণ হ’লে, QGIS আপোনাৰ চিষ্টেমত ইনষ্ট’ল হ’ব |
11:27 | চাৰ্চ আইকনত ক্লিক কৰক । লিখক QGIS |
11:33 | QGIS এপ্লিকেচনত দুবাৰ ক্লিক কৰক QGIS ল’নচ কৰিবলৈ |
11:39 | এইখন হৈছে QGIS ইন্তাৰফেচ |
11:43 | ইন্তাৰফেচ আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে অধিক তথ্যক সামৰা হ’ব আহিবলগীয়া টিউট’ৰিয়েলসমূহত |
11:51 | আহক মূলভাৱ চাওঁ । এই টিউট’ৰিয়েলত, আমি শিকিলো: |
11:57 | QGIS ভাৰ্চন 2.18 ৰ ইনষ্ট’লেচন, উবুন্তো লিনাক্স ভাৰ্চন 16.04, উইন্দ’চ 10 আৰু Mac OS X 10.10 ত |
12:11 | এটা অনুশীলনী হিচাবে, আপোনাৰ মেচিনত QGIS ইনষ্ট’ল কৰক |
12:17 | QGIS ইন্তাৰফেচ খোলক আৰু এক্সপ্ল’ৰ কৰক |
12:21 | মেনু আৰু টোলবাৰসমূহৰ দ্বাৰা যাওঁক |
12:25 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
12:34 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
12:48 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব |
12:55 | মিনিট আৰু ছেকেন্দ বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো চমুকৈ বৰ্ণনা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
13:07 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ নিৰ্দিষ্ট প্ৰশ্নসমূহৰ বাবে |
13:13 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব । ই অব্যৱস্থা কমোৱাত সহায় কৰিব |
13:21 | কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
13:27 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক জানিবলৈ, দেখুৱা লিংকটো চাওঁক |
13:40 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |