Health-and-Nutrition/C2/Vegetarian-recipes-for-6-month-old-babies/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | ৬ মাহ বয়সৰ শিশুৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - |
| 00:10 | পৰিপূৰক আহাৰৰ পৰিচয় |
| 00:13 | আৰু নিৰামিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে - |
| 00:17 | ক’লা চকুৰ বিনৰ ভৰ্তা |
| 00:19 | ৰঙালাউৰ ভৰ্তা |
| 00:21 | ৰাগীৰ খিচিৰি জোৱাৰৰ খিচিৰি |
| 00:24 | আৰু শাকৰ ভৰ্তা |
| 00:27 | আমি আৰম্ভ কৰাৰ আগতে, এইটো মনত ৰাখিব লাগে যে |
| 00:31 | প্ৰথম ছয় মাহ নিৰন্তৰ স্তনপান কৰোৱাতো অতিশয় দৰকাৰ |
| 00:36 | ৬ মাহ সম্পূৰ্ণ হোৱাৰ পাছত, স্তনৰ গাখীৰ শিশুটোৰ বাবে পৰ্যাপ্ত নহয় |
| 00:42 | সেইবাবে, স্তনপানৰ সৈতে একেলগে শিশুটোক ঘৰতে ৰন্ধা খাদ্যওঁ খুৱাব লাগে |
| 00:48 | ইয়াক জনা যায় পৰিপূৰক আহাৰ খুওঁৱা বুলি |
| 00:51 | শিশুটোক পৰিপূৰক আহাৰ এবিধ পৰিচয় কৰোতে, এসময়ত এবিধহে খাদ্য দিব |
| 00:58 | ই নিৰ্ণয় কৰাত সহায় কৰিব যদি শিশুটো যিকোনো খাদ্যলৈ এলাৰজিক হয় |
| 01:02 | শিশুটো এবাৰ সুখী হ’লে, উপাদানসমূহ সংযুক্ত কৰি দিবলৈ আৰম্ভ কৰক |
| 01:09 | প্ৰথমতে, আৰম্ভ কৰক এক চামোচকৈ এদিনত দুবাৰকৈ |
| 01:13 | তেতিয়া, লাহে লাহে, ৪ চামোচকৈ এদিনত দুবাৰলৈ যাওঁক |
| 01:18 | ইয়াৰ উপৰিওঁ, শিশুৰ খাদ্য প্ৰস্তুত কৰোতে সদায় ল’কেল, আঞ্চলিক আৰু ঋতু অনুযায়ী উপাদানসমূহ ব্যৱ্হাৰ কৰিব |
| 01:29 | শিশুটোৰ খাদ্যত নিমখ আৰু মৌজোল দিব নালাগে তাই এবছৰৰ নোহোৱালৈকে |
| 01:36 | লগতে, চেনী আৰু গুড় দিব নালাগে শিশুটো দুবছৰৰ নোহোৱালৈকে |
| 01:43 | ৬ মাহ সম্পূৰ্ণ হোৱাৰ পাছত, |
| 01:45 | শিশুটোক পৰিপূৰক খাদ্যৰ পৰা প্ৰায় ২০০ কেলৰি শক্তিৰ প্ৰয়োজন হয় |
| 01:51 | ভালদৰে ৰন্ধা আৰু ভৰ্ত্তা অৱস্থাৰ খাদ্যহে মাত্ৰ দিব লাগে |
| 01:56 | আহক বিধিসমূহ আৰম্ভ কৰো কিন্তু, তাৰ আগতে মনত ৰাখিব- |
| 02:01 | ব্যৱ্হাৰ কৰিব পাৰে স্তনৰ গাখীৰ |
| 02:04 | নাৰিকলৰ গাখীৰ বা |
| 02:06 | উতলাই ঠাণ্ডা কৰা পানী নিম্ন বিধিসমূহ বনাবলৈ |
| 02:10 | প্ৰথম বিধিটো হৈছে ক’লা চকুৰ বিনৰ ভৰ্তা |
| 02:14 | ইয়াক বনাবলৈ, আমাক লাগিব ক’লা চকুৰ বিনচ বা লাবিয়া মাহ |
| 02:21 | প্ৰথমতে, ক’লা চকুৰ বিনচ ভিজাই ৰাখক প্ৰায় ৯ ৰ পৰা ১২ ঘন্টা |
| 02:25 | ইয়াক ছাকনী এখনত লওঁক আৰু পানীৰে ভালকৈ ধুই চাফা কৰক |
| 02:30 | পানীখিনি যাবলৈ দিব |
| 02:33 | তেতিয়া ইয়াক চাফা কপাহী কাপোৰ এখনত বান্ধক |
| 02:36 | ইয়াক এফালে থওঁক গঁজালি নোলোৱালৈকে |
| 02:39 | এই প্ৰক্ৰিয়াক কোৱা হয় অংকুৰণ |
| 02:43 | এই বিনচক ষ্টিলৰ পাত্ৰ এটাত লওঁক |
| 02:47 | আৰু ভিজাই ৰাখক এঘন্টা বা দুঘন্টাৰ বাবে |
| 02:50 | তেতিয়া, বাকলি গুচাওঁক আঙুলিৰ মাজত লৈ লাহে লাহে ঘহি |
| 02:55 | বাকলিখিনি পৃথক কৰক আৰু এই বিনচক ষ্টিলৰ পাত্ৰ এটাত লওঁক |
| 03:00 | বিনখিনি ডুব যোৱাকৈ পানী দিয়ক |
| 03:04 | এই ষ্টিলৰ পাত্ৰটো প্ৰেচাৰ কুকাৰ এটাত থওঁক |
| 03:07 | ইয়াক ৪-৫ টা মান চিতি মাৰক |
| 03:11 | ইয়াক জুইৰ পৰা নমাওঁক আৰু কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক |
| 03:15 | এতিয়া, লাহেকৈ বাকলি পৃথক কৰক যদি তাত আছে |
| 03:21 | আৰু সিজোৱা বিনচৰ ভৰ্তা এটা বনাওঁক মিক্সাৰ বা পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰি |
| 03:27 | অলপ পৰিমাণৰ উতলা পানী দিব |
| 03:31 | বা প্ৰেচাৰ কুকাৰত বাকীথকা পানী |
| 03:34 | আৰু ক’লা চকুৰ বিনৰ ভৰ্তা তৈয়াৰ হ’ল |
| 03:37 | এই ক’লা চকুৰ বিনৰ ভৰ্তাত প্ৰচুৰ পৰিমাণে থাকে - প্ৰটিন |
| 03:41 | ফচফৰাচ |
| 03:43 | আইৰন জিংক |
| 03:45 | আৰু মেগনেচিয়াম |
| 03:47 | তেনে ভৰ্তা বনাবলৈ, আপুনি লগতে যিকোনো ল’কেলি উপলদ্ধ বিকল্প ব্যৱ্হাৰ কৰিব পাৰে যেনে- |
| 03:54 | মথ বিনচ বঙালী বুট |
| 03:57 | হালধীয়া মটৰ ৰঙা মচুৰ |
| 03:59 | সেউজীয়া মটৰ |
| 04:01 | কিডনী বিনচ কাবুলি বুট |
| 04:03 | হ’ৰ্চ গ্ৰাম ইত্যাদি |
| 04:05 | দ্বিতীয় বিধিটো হৈছে ৰঙালাউৰ ভৰ্তা |
| 04:09 | তাৰবাবে আমাক লাগিব ২৫০ গ্ৰাম হালধীয়া ৰঙালাউ |
| 04:13 | আৰু প্ৰস্তুতকৰণৰ বাবে চাফা কৰা আৰু ধোৱা ৰঙালাউ লওঁক |
| 04:18 | গুটিখিনি আতৰাওঁক |
| 04:20 | ইয়াৰ সৰু সৰু টুকুৰা কৰক |
| 04:22 | তেতিয়া, ইয়াক ষ্টিমাৰ এটাত ৰান্ধক প্ৰায় ১৫ মিনিট |
| 04:26 | ইয়াক জুইৰ পৰা নমাওঁক |
| 04:28 | আৰু কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক |
| 04:30 | এতিয়া এই ৰন্ধা ৰঙালাউৰ ভৰ্তা এটা বনাওঁক মিক্সাৰ বা পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰি |
| 04:37 | ৰঙালাউৰ ভৰ্তা তৈয়াৰ হ’ল |
| 04:40 | এই ৰঙালাউৰ ভৰ্তা হৈছে এটা উৎস ভিটামিন A |
| 04:44 | ফ’লেত ক’লাইন |
| 04:46 | পটাছিয়াম আৰু ছালফাৰৰ |
| 04:49 | যদি ৰঙালাউ উপলদ্ধ নহয় তেন্তে ব্যৱ্হাৰ কৰিবপৰা আন শাক-পাচলি হৈছে- |
| 04:54 | সেউজীয়া ৰঙালাউ, বগা ৰঙালাউ ইত্যাদি |
| 04:58 | এতিয়া আমি তৃতীয় বিধিটো চাম, যি হৈছে ৰাগীৰ খিচিৰি |
| 05:02 | তাৰ বাবে, আমাক লাগিব এক চামোচ ৰাগী পাউদাৰ |
| 05:08 | মন কৰিব যে: ৰাগী পাউদাৰ বেলেগ হয় ৰাগী আটাতকৈ |
| 05:12 | এই বিধিৰ বাবে, আমাক লাগে ৰাগী পাউদাৰ |
| 05:16 | সেইবাবে, আমি প্ৰথমে চাম ৰাগী পাউদাৰ কেনেকৈ বনোৱা হয় |
| 05:21 | ইয়াৰ প্ৰস্তুত কৰিবলৈ- প্ৰথমতে, ৰাগীখিনি ভিজাই ৰাখক প্ৰায় ৯ ৰ পৰা ১২ ঘন্টা |
| 05:26 | ইয়াক ছাকনী এখনত লওঁক আৰু পানীৰে ভালকৈ ধুই চাফা কৰক |
| 05:32 | পানীখিনি যাবলৈ দিব |
| 05:34 | তেতিয়া, ইয়াক চাফা কপাহী কাপোৰ এখনত বান্ধক |
| 05:37 | ইয়াক এফালে থওঁক গঁজালি নোলোৱালৈকে |
| 05:40 | এই প্ৰক্ৰিয়াক কোৱা হয় অংকুৰণ |
| 05:43 | তাৰ পাছত, ইয়াক ৰ’দত শুকোৱাওঁক এদিন বা দুদিনৰ বাবে |
| 05:48 | তেতিয়া, ইয়াক নিম্ন জুইত ভাজক প্ৰায় ১০ ৰ পৰা ১২ মিনিট |
| 05:52 | মনত ৰাখিব, সঘনাই লৰাই থাকিব |
| 05:56 | এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে খাদ্যৰ পৰা ফাইটিক এচিদক কমাব |
| 06:01 | এতিয়া, ইয়াৰ পাউদাৰ বনাওঁক মিক্সাৰ বা পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰি |
| 06:07 | আমি এই পাউদাৰক এসপ্তাহৰ বাবে বায়ুৰূদ্ধ পাত্ৰ এটাত জমা ৰাখিব পাৰো শুকান, ঠাণ্ডা ঠাই এদোখৰত |
| 06:15 | পাছত, ৰাগীৰ খিচিৰি বনাবলৈ, এই ৰাগী পাউদাৰৰ এক চামোচ লওঁক |
| 06:20 | উতলাই ঠাণ্ডা কৰা পানী দিয়ক |
| 06:22 | বা অন্য বিকল্পসমূহ আগতে বৰ্ণনা কৰাৰ দৰে |
| 06:26 | ইয়াক ভালকৈ মিহলাওঁক গোটা নোহোৱাকৈ |
| 06:29 | এই মিশ্ৰণক নিম্ন জুইত প্ৰায় ৭ ৰ পৰা ১০ মিনিট ৰান্ধক |
| 06:34 | ৰান্ধোতে অলপ পৰিমাণৰ পানী দিয়ক যদি লাগে |
| 06:38 | ই খিচিৰিৰ ঘনত্বক অলপ কমাব |
| 06:42 | কিন্তু নিশ্বিত কৰিব যে খিচিৰিৰ ঘনত্ব পাতল বা পনীয়া যাতে নহয় |
| 06:49 | ৰাগীৰ খিচিৰি এতিয়া তৈয়াৰ হ’ল |
| 06:51 | এই ৰাগীৰ খিচিৰিত বিভিন্ন ধৰণৰ পুষ্টিকৰ পদাৰ্থ থাকে যেনে প্ৰটিন |
| 06:56 | কেলচিয়াম আইৰন |
| 06:59 | পটাছিয়াম আৰু ছালফাৰ |
| 07:02 | চতুৰ্থ বিধিটো হৈছে জোৱাৰৰ খিচিৰি |
| 07:06 | তাৰ বাবে, আমাক লাগিব দুই চামোচ জোৱাৰ পাউদাৰ |
| 07:10 | আৰু পাউদাৰ বনাবলৈ, জোৱাৰখিনিক পানীত ভিজাই ৰাখক ৭ ৰ পৰা ৮ ঘন্টা |
| 07:16 | তাৰ পাছত ইয়াক ছাকনী এখনত লওঁক আৰু পানীৰে ভালকৈ ধুই চাফা কৰক |
| 07:21 | পানীখিনি যাবলৈ দিব |
| 07:24 | এতিয়া ইয়াক চাফা কপাহী কাপোৰ এখনত বান্ধক আৰু এফালে থওঁক গঁজালি নোলোৱালৈকে |
| 07:30 | এই অংকুৰিত হোৱা জোৱাৰক ৰ’দত শুকোৱাওঁক এদিন বা দুদিনৰ বাবে |
| 07:36 | ইয়াক নিম্ন জুইত ভাজক ১০ ৰ পৰা ১২ মিনিট |
| 07:40 | তেতিয়া ইয়াক খুন্দি পাউদাৰ বনাওঁক |
| 07:43 | আমি এই পাউদাৰক এসপ্তাহৰ বাবে বায়ুৰূদ্ধ পাত্ৰ এটাত জমা ৰাখিব পাৰো শুকান, ঠাণ্ডা ঠাই এদোখৰত |
| 07:50 | এই জোৱাৰৰ পাউদাৰ দুই চামোচ লওঁক বাতি এটাত |
| 07:54 | ৪ বা ৫ চামোচ উতলাই ঠাণ্ডা কৰা পানী দিয়ক |
| 07:58 | বা অন্য বিকল্পসমূহ আগতে উল্লেখ কৰাৰ দৰে |
| 08:01 | ভালকৈ মিহলাওঁক গোটা নোহোৱাকৈ |
| 08:04 | এতিয়া এই মিশ্ৰণক নিম্ন জুইত ৪ ৰ পৰা ৬ মিনিট ৰান্ধক |
| 08:10 | আৰু জোৱাৰৰ খিচিৰি তৈয়াৰ হ’ল |
| 08:13 | মন কৰিব, জোৱাৰৰ খিচিৰিত প্ৰচুৰ পৰিমাণে থাকে প্ৰটিন |
| 08:17 | ফচফৰাচ পটাছিয়াম |
| 08:20 | মেগনেচিয়াম চেলিনিয়াম |
| 08:23 | ছালফাৰ আৰু আইৰন |
| 08:25 | পঞ্চম বিধিটো হৈছে শাকৰ ভৰ্তা |
| 08:30 | শাকৰ ভৰ্তা বনাবলৈ আমাক লাগিব, |
| 08:33 | ২ কাপ ধোৱা আৰু মিহিকৈ কাটি লোৱা শাক |
| 08:37 | আৰু এক চামোচ ঘিউ |
| 08:40 | পদ্ধতি: পেন এখনত এক চামোচ ঘিউ গৰম কৰক |
| 08:44 | ধোৱা আৰু মিহিকৈ কাটি লোৱা শাকখিনি দিয়ক |
| 08:47 | ইয়াক নিম্ন জুইত ৫ ৰ পৰা ৭ মিনিট লৰাই থাকক |
| 08:52 | এতিয়া, এই ভজা পাতখিনিক প্লেত এখনত থওঁক |
| 08:56 | আৰু ইয়াৰ ভৰ্তা এটা বনাওঁক পাথৰৰ খুন্দনা বা মিক্সাৰ এটা ব্যৱ্হাৰ কৰি |
| 09:01 | এতিয়া আমাৰ শাকৰ ভৰ্তা তৈয়াৰ হ’ল |
| 09:05 | শাক সমূহ হৈছে এটা উৎস ভিটামিন A |
| 09:08 | ফ’লেত |
| 09:10 | ভিটামিন C আইৰন |
| 09:12 | মেগনেচিয়াম আৰু কেলচিয়ামৰ |
| 09:16 | তেনে প্ৰকাৰৰ ভৰ্তা বনাবলৈ যিকোনো ল’কেলি উপলদ্ধ পাতথকা শাক-পাচলি ব্যৱ্হাৰ কৰিব পাৰে |
| 09:22 | উদাহৰণস্বৰূপে; ৰঙা আমৰান্থ পাত |
| 09:25 | ড্ৰামষ্টিক পাত |
| 09:27 | মূলা পাত |
| 09:29 | মিথি পাত আৰু সৰিয়হৰ পাত |
| 09:32 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ |