KTouch/S1/Configuring-Settings/Assamese
From Script | Spoken-Tutorial
Revision as of 15:18, 28 October 2020 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:00 | KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ আপোনাক স্গতম |
00:04 | এই টুটৰীয়েলত অামি শিকিম কেনেকৈ |
00:08 | ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা |
00:13 | ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা . |
00:20 | ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো . |
00:27 | অাহক KTouch খোলো. |
00:33 | আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও. |
00:40 | ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক, |
00:48 | মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয় |
00:52 | শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয় |
00:56 | এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে ! |
01:02 | এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ. |
01:07 | এতিয়া টাইপিং আৰম্ভ কৰো |
01:09 | এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো. |
01:14 | শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় . |
01:17 | আপনি আৰু কি দেখিছে? |
01:19 | Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে |
01:23 | আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক. |
01:27 | প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক |
01:31 | ট্রেনিং বিকল্প কি ? |
01:33 | আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো. |
01:41 | আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো. |
01:47 | প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক. |
01:52 | কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়. |
01:56 | কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক. |
02:02 | সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে. |
02:06 | টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক . |
02:13 | সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি : |
02:15 | টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ, Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক. |
02:24 | অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক . |
02:27 | ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে. |
02:31 | আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম . |
02:36 | আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক |
02:46 | টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক . |
02:50 | সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি : |
02:53 | টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক. |
03:00 | পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক |
03:06 | Applyত ক্লিক কৰক. OKত ক্লীক কৰক . |
03:09 | পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো . |
03:14 | Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক. |
03:20 | টাইপ কৰা আৰম্ভ কৰা যাওক . |
03:23 | মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়. |
03:30 | Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে . |
03:38 | আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক. |
03:40 | গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে |
03:47 | ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা. |
03:54 | এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক. |
03:59 | Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয় . |
04:02 | শুদ্ধিৰ শতকৰাও দেখোৱাই. |
04:05 | আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে? |
04:11 | এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো. |
04:15 | Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে ! |
04:18 | ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব |
04:22 | আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো . |
04:31 | লেভেল টো 3 লৈ পৰিবর্তিত হৈছে ! |
04:33 | লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো |
04:39 | সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম |
04:47 | মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে . |
04:52 | আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি? |
04:55 | Lecture Statistics ত ক্লিক কৰো. Training statistics "dialog box" প্রদর্শিত হয়. |
05:02 | " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক. |
05:07 | Current ট্রেনিং সেশনত ক্লিক কৰক. |
05:12 | এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়. |
05:22 | Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়. |
05:31 | Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে |
05:38 | এই ডাইলগ বাক্স বন্ধ কৰা যাওক. |
05:41 | আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে. |
05:45 | short cut keys কি হয়? |
05:47 | short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা . |
05:56 | আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক. |
06:01 | প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক " শর্ট কাট " |
06:06 | কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়. |
06:10 | অনুসন্ধান বাক্সত Lecture Statistics লিখক . |
06:16 | Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয় |
06:24 | এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক . |
06:30 | মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে. OK ত ক্লিক কৰক. |
06:38 | এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়. |
06:45 | প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক. |
06:49 | KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে . |
06:53 | আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো . |
06:58 | প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক. |
07:03 | কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব. |
07:07 | বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক |
07:15 | আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক |
07:22 | Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়. |
07:26 | অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো |
07:30 | এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় . |
07:38 | আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো . |
07:43 | আপোনাৰ বাবে এটি কাৰ্জয়. |
07:46 | কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক. |
07:50 | কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক. |
07:56 | এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক |
08:00 | অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক |
08:04 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
08:07 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:10 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:15 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:17 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:20 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08:23 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:29 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:33 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:41 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:52 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |