Arduino/C3/Interfacing-LCD-through-AVR-GCC-programming/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Interfacing LCD through AVR-GCC programming স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:09 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino board লৈ LCD এটা ইন্তাৰফেচ কৰিবলৈ, LCD ত দিজিত এটা দৰ্শিত কৰিবলৈ AVR-GCC প্ৰোগ্ৰাম এটা লিখিবলৈ |
00:22 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব : ইলেকট্রনিকচ, C Programming আৰু AVR-GCC |
00:34 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board, উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04 |
00:47 | আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Breadboard, LCD 16 by 2, Arduino UNO Board, |
01:00 | Potentiometer, Jumper Wires আৰু Pin headers |
01:07 | এই পৰীক্ষাটোত, আমি এটা 16 by 2 LCD ব্যৱ্হাৰ কৰিম । LCD ৰ বিষয়ে অধিক জানিবলৈ এই চিৰিজৰ বেচিক লেভেলৰ টিউট’ৰিয়েলচ চাওঁক |
01:20 | Arduino pins ক LCD টোলৈ কানেক্ত কৰিবলৈ প্ৰদত্ত টেবল ব্যৱ্হাৰ কৰক |
01:26 | এই টেবল এই টিউট’ৰিয়েলৰ Additional reading material লিংকত উপলদ্ধ |
01:32 | এইটো হৈছে circuit কানেকচন |
01:35 | potentiometer টোৰ এটা extreme লিদ কানেক্ত কৰক LCD টোৰ pin 1 লৈ |
01:42 | আনটো extreme end কানেক্ত হৈছে LCD টোৰ pin 2 লৈ । মাজৰ পিনটো কানেক্ত হৈছে LCD টোৰ pin 3 লৈ |
01:53 | এইটো হৈছে কানেকচনটোৰ লাইভ চেতাপ |
01:58 | এতিয়া, আমি এটা AVR-GCC প্ৰোগ্ৰাম লিখিম LCD ত দিজিত 5 দৰ্শিত কৰিবলৈ |
02:05 | যিকোনো text editor খোলক আৰু নিম্নখিনি লিখক |
02:09 | avr/io.h ত সকলোখিনি বেচিক libraries থাকে যি প্ৰয়োজন হয় ইনপুত আৰু আউতপুত অপাৰেচনচ প্ৰদৰ্শন কৰিবলৈ |
02:19 | Util slash delay.h ত libraries থাকে delay ফাংচনৰ বাবে |
02:26 | stdlib.h ত libraries থাকে variable types সূচীত কৰিবলৈ আৰু আন সাধাৰণভাবে ব্যৱহৃত functions ৰ বাবে |
02:36 | ClearBit(x comma y) সমতুল্য হয় cbi(x comma y) ৰ । ই ব্যৱহৃত হয় PORTx ৰ yth bit ক ক্লিয়াৰ কৰিবলৈ |
02:47 | SetBit(x comma y) সমতুল্য হয় sbi(x comma y) ৰ । ই ব্যৱহৃত হয় PORTx ৰ yth bit ক চেত কৰিবলৈ |
02:58 | LCD ৰ সকলো নিউমেৰিকেল pins ৰিপ্লেচ হয় hash define ব্যৱ্হাৰ কৰা নেমচৰ সৈতে |
03:05 | ইয়াক কৰা হয় প্ৰোগ্ৰামটো সহজে বুজি পাবলৈ |
03:10 | PulseEnableLine ফাংচন ব্যৱহৃত হয় LCD টোৰ এনাবল পিনক toggle কৰিবলৈ |
03:17 | SetBit চেত হ’ব high লৈ আৰু Clearbit চেত হ’ব low লৈ, মাজত এটা delay ৰ সৈতে |
03:25 | SendNibble ফাংচন ব্যৱহৃত হয় এটা nibble ৰ দেতাক PORTB লৈ পঠাবলৈ |
03:33 | SendByte ফাংচন ব্যৱহৃত হয় এটা byte ৰ দেতাক PORTB লৈ পঠাবলৈ |
03:40 | LCD underscore Cmd ফাংচন ব্যৱহৃত হয় LCD টোলৈ কমান্দ এটা পঠাবলৈ |
03:47 | LCD underscore Char ফাংচন ব্যৱহৃত হয় LCD টোলৈ character data এটা পঠাবলৈ |
03:55 | LCD underscore Init ফাংচন ব্যৱহৃত হয় LCD টো ইনিচিয়েলাইজ কৰিবলৈ |
04:02 | LCD underscore Clear ফাংচন ব্যৱহৃত হয় display ক্লিয়াৰ কৰিবলৈ |
04:09 | LCD underscore Message ফাংচন ব্যৱহৃত হয় LCD টোত দৰ্শিত হ’বলৈ দেতাৰ string এটা পঠাবলৈ |
04:18 | LCD underscore Integer ফাংচন ব্যৱহৃত হয় LCD টোলৈ integer data এটা পঠাবলৈ |
04:27 | এইটো হৈছে main ফাংচন য’ত আমি display টোলৈ ভেলু 5 পাচ কৰো |
04:33 | এই ক’ড এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে |
04:41 | মই ক’ডটো ছেভ কৰিম lcd.c ফাইল হিচাবে Downloads ফ’ল্দাৰত । নিশ্বিত কৰক যাতে Makefile লগতে একেটা ফ’ল্দাৰত উপস্থিত হোৱাটো |
04:53 | terminal টোলৈ যাওঁক |
04:56 | ফ’ল্দাৰটোলৈ যাওঁক য’ত lcd.c ফাইলটো ছেভ আছে । লিখক: make space FNAME in capital = lcd আৰু Enter টিপক |
05:12 | এই command এ এটা dot hex ফাইল বনাব আৰু ইয়াক Arduino লৈ আপল’দ কৰিব |
05:18 | এতিয়া, আপুনি দেখিছে যে দিজিত 5 LCD ত দৰ্শিত হৈছে |
05:25 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
05:31 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো : Arduino board লৈ LCD এটা ইন্তাৰফেচ কৰিবলৈ আৰু LCD ত দিজিত এটা দৰ্শিত কৰিবলৈ AVR-GCC প্ৰোগ্ৰাম এটা লিখিবলৈ |
05:43 | এটা অনুশিলনী হিচাবে - ওপৰৰ ক’ডক ম’দিফাই কৰক 0-9 ৰ পৰা আন যিকোনো দিজিত দৰ্শিত কৰিবলৈ ।
ওপৰৰ ক’ডক ম’দিফাই কৰক counter এটা বনাবলৈ যি 0 to 9 কাউন্ট কৰে |
05:57 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
06:05 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
06:15 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
06:19 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
06:29 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |