Arduino/C3/AVR-GCC-programming-through-Arduino/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | AVR-GCC programming through Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: seven-segment Display এটা Arduino board লৈ ইন্তাৰফেচ কৰিবলৈ, |
00:15 | seven-segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ AVR-GCC program এটা লিখিবলৈ আৰু seven segment display ত দিজিতচ 0 to 9 দৰ্শিত কৰিবলৈ |
00:27 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব : |
00:31 | ইলেকট্রনিকচ, |
00:34 | C Programming আৰু AVR-GCC |
00:39 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board আৰু উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04 |
00:50 | GCC মানে হৈছে GNU Compiler Collection |
00:54 | ই হৈছে এটা compiler যি বিভিন্ন প্ৰোগ্ৰামিং লেংগুৱেজক সমৰ্থন কৰে |
00:59 | AVR-GCC হৈছে GCC ৰ এটা অংশ আৰু AVR microcontrollers ৰ বাবে C programs কম্পাইল কৰিবলৈ সমৰ্থন কৰে |
01:08 | যিহেতু Arduino এ ATMEGA328P ব্যৱ্হাৰ কৰে, ই হৈছে এটা গ্ৰহণযোগ্য compiler |
01:15 | আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Seven-Segment Display, |
01:22 | 220 ohm Resistor, |
01:26 | Breadboard, |
01:28 | Arduino UNO Board আৰু Jumper Wires |
01:33 | এই পৰীক্ষাটোত, আমি common anode seven segment display ব্যৱ্হাৰ কৰিম |
01:39 | seven segment display ৰ বিষয়ে অধিক জানিবলৈ এই চিৰিজৰ বেচিক লেভেলৰ টিউট’ৰিয়েলচ চাওঁক |
01:46 | Arduino আৰু microcontroller ৰ বাবে pin mapping চাওঁক |
01:51 | চাৰ্কিত কানেকচনটো কৰক ইয়াত দেখুৱা দৰে |
01:55 | Seven Segment Display ৰ Dot pin সংযুক্ত হৈছে Arduino ৰ pin 13 লৈ |
02:02 | common pins ৰ যিকোনো এটা সংযুক্ত হৈছে +5 Volts লৈ resistor এটাৰ দ্বাৰা |
02:09 | এইটো হৈছে কানেকচনটোৰ লাইভ চেতাপ |
02:12 | এতিয়া, আমি AVR-GCC program এটা লিখিম seven segment display ত Dot LED টো ব্লিংক কৰিবলৈ |
02:22 | আমি ইনষ্ট’ল কৰিব লাগিব AVR-GCC assembler আৰু এটা AVR-LIBC library |
02:29 | AVR-GCC এ এটা hex ফাইল জেনেৰেত কৰিব আৰু ইয়াক Arduino board লৈ আপল’দ কৰিব |
02:35 | AVR-LIBC ত প্ৰয়োজনীয় library files থাকে যাক প্ৰোগ্ৰামটোত ব্যৱ্হাৰ কৰিব পাৰি |
02:42 | terminal টো খোলক Ctrl + Alt + T কীচ একেলগে টিপি |
02:48 | লিখক: sudo space apt hyphen get space install space avr hyphen libc space gcc hyphen avr আৰু Enter টিপক |
03:03 | administrative password লিখক যদি সুধে আৰু Enter টিপক |
03:09 | আমি দেখিছো ইনষ্ট’লেচন প্ৰক্ৰিয়া আৰম্ভ হৈছে |
03:13 | 'Y' টিপক যেতিয়াই ইনষ্ট’লেচনৰ সময়ত সুধে কনফিগাৰেচনটো কনফাৰ্ম কৰিবলৈ |
03:20 | ইনষ্ট’লেচন সম্পূৰ্ণ হ’বলৈ কিছু সময় ল’ব ইন্টাৰনেত স্পিদৰ ওপৰত নিৰ্ভৰ কৰি |
03:26 | আমি দেখিছো যে ইনষ্ট’লেচন সফলভাবে সম্পূৰ্ণ হৈছে । মই terminal খালি কৰিম |
03:34 | এতিয়া, আহক Arduino board ক কম্পিউটাৰলৈ কানেক্ত কৰো |
03:38 | Arduino ৰ port নাম্বাৰ চাবলৈ, মই লিখিম: ls space forward slash dev forward slash ttyACM asterisk আৰু Enter টিপক |
03:51 | আমি আউতপুতটো দেখিম দেখুৱা দৰে । ইয়াত ttyACM0 এ Arduino ৰ port নাম্বাৰক দৰ্শাই |
04:00 | আপুনি হয়তো এটা ভিন্ন port নাম্বাৰ পাব পাৰে । port নাম্বাৰক লিখি ৰাখক |
04:06 | এই টিউট’ৰিয়েলৰ Code files লিংকৰ পৰা Makefile ফাইলক দাউনল’দ কৰক |
04:12 | Makefile এ আমাক সক্ষম কৰে এটা dot hex ফাইল বনাবলৈ আৰু ইয়াক Arduino লৈ আপল’দ কৰিবলৈ |
04:19 | Makefile ক ফ’ল্দাৰটোত ছেভ কৰক য’ত আপুনি C প্ৰোগ্ৰামটো ছেভ কৰিব |
04:24 | আহক avr-gcc প্ৰোগ্ৰামটো লিখো Dot LED ব্লিংক কৰিবলৈ আৰু ইয়াক microcontroller লৈ আপল’দ কৰো |
04:32 | যিকোনো text editor খোলক আৰু নিম্নখিনি লিখক |
04:36 | আমি প্ৰোগ্ৰামটোৰ বাবে প্ৰয়োজনীয় libraries সংলগ্ন কৰিব লাগিব |
04:41 | avr slash io dot h ত প্ৰয়োজনীয় সকলো বেচিক libraries থাকে ইনপুত আৰু আউতপুত অপাৰেচনচ প্ৰদৰ্শন কৰিবলৈ |
04:50 | util slash delay dot h ত delay function ৰ বাবে libraries থাকে |
04:56 | Arduino board ৰ এটা LED আছে PB5 ত |
05:00 | PB5 চেত কৰক, সি হৈছে Arduino ৰ pin 13 output হিচাবে |
05:05 | PB5 লৈ 0 পঠালে LED টো on হয় |
05:09 | PB5 লৈ 1 পঠালে LED টো off হয় |
05:13 | এই ষ্টেপ দুটা এটা অসীম while loop ত চলি থাকি LED টো ব্লিংক কৰাই থাকিব |
05:19 | এই টিউট’ৰিয়েলত ব্যৱহৃত Source code এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে |
05:28 | মই ক’ডটো ছেভ কৰিম dot hyphen blink dot c হিচাবে Downloads ফ’ল্দাৰত |
05:37 | terminal টোলৈ যাওঁক |
05:39 | Downloads ফ’ল্দাৰটোলৈ যাওঁক য’ত dot hyphen blink dot c ফাইলটো ছেভ আছে |
05:45 | লিখক: make space FNAME in capital equals dot hyphen blink আৰু Enter টিপক ।
এই command এ এটা dot hex ফাইল বনাব আৰু ইয়াক Arduino লৈ আপল’দ কৰিব |
06:00 | এতিয়া, আপুনি দেখিছে যে seven segment ত থকা Dot LED টো ব্লিংক কৰিছে |
06:06 | পাছত, আমি seven segment display ত দিজিত 2 দৰ্শিত কৰিম |
06:11 | '2' দৰ্শিত কৰিবলৈ, a,b,d,e,g segments উচ্চ হ’ব লাগিব আৰু আন LEDS নিম্ন হ’ব লাগিব |
06:19 | seven-segment display ৰ Pins a, b, c, d, e, f আৰু g কানেক্ত হৈছে Arduino ৰ pins 2, 3, 4, 5, 6, 7 আৰু 8 লৈ |
06:32 | common pin কানেক্ত হৈছে +5 Volts লৈ resistor ৰ দ্বাৰা |
06:37 | আহক লাইভ কানেকচন চেতাপ চাওঁ |
06:42 | আহক এই প্ৰোগ্ৰামটোৰ বাবে source code চাওঁ |
06:46 | যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন ক’ড লিখক |
06:50 | 'main' function ত ক’ডটোৰ প্ৰথম দুটা লাইনে pins 2 to 8 ক output pins হিচাবে চেত কৰে |
06:58 | while loop ৰ ভিতৰত থকা ক’ডচ ব্যৱহৃত হয় সংগত LEDs ৰ অৱস্থাক নিয়ন্ট্ৰন কৰিবলৈ |
07:05 | 0 পঠালে LED টো জ্বলিব আৰু 1 পঠালে ই অফ হ’ব |
07:11 | ইয়াক ছেভ কৰক two.c ফাইল হিচাবে |
07:15 | terminal টোলৈ ঘূৰি যাওঁক । এতিয়া terminal খালি কৰক |
07:21 | লিখক: make space FNAME in capital equals two আৰু Enter টিপক |
07:30 | এতিয়া আপুনি দেখিছে যে seven segment ত দিজিত 2 জ্বলিছে |
07:38 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক । ওপৰৰ ক’ডক ম’দিফাই কৰক আন যিকোনো দিজিত 0 ৰ পৰা 9 লৈকে দৰ্শিত কৰিবলৈ |
07:48 | পাছত, আমি Seven Segment Display ত নাম্বাৰচ 0 ৰ পৰা 9 লৈকে দৰ্শিত কৰিম |
07:54 | চেতাপটো একে হয় |
07:57 | আহক এই প্ৰোগ্ৰামটোৰ source code চাওঁ । যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন ক’ড লিখক |
08:04 | for loop ব্যৱহৃত হয় 0 ৰ পৰা 9 লৈ কাউন্ট কৰিবলৈ ।
প্ৰতিবাৰে, ভেৰিয়েবল 'i' একৰ দ্বাৰা বৰ্ধিত হয় আৰু ভেলুটো 'sevenseg' function লৈ পঠোৱা হয় |
08:16 | 'sevenseg' function এ 0 ৰ পৰা 9 পৰিসৰৰ ইন্তিজাৰ এটা ৰিচিভ কৰে । ইনপুতটোৰ ওপৰত ভিত্তি কৰি, case গাঠণিটো এক্সিকিউত হয় |
08:27 | তেনেদৰে 0 ৰ পৰা 9 লৈ দিজিতচ দৰ্শিত হয় |
08:32 | ইয়াক ছেভ কৰক counter.c ফাইল হিচাবে |
08:36 | terminal টোলৈ ঘূৰি যাওঁক আৰু ইয়াক খালি কৰক |
08:40 | লিখক: make space FNAME in capital equals counter আৰু Enter টিপক |
08:50 | এতিয়া, আমি দেখিছো যে seven segment display ত দিজিতচ 0 ৰ পৰা 9 লৈ দৰ্শিত হৈছে |
09:02 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
09:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো seven-segment Display এটা Arduino board লৈ ইন্তাৰফেচ কৰিবলৈ, |
09:13 | seven-segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ AVR-GCC program এটা লিখিবলৈ আৰু |
09:19 | seven segment display ত দিজিতচ 0 to 9 দৰ্শিত কৰিবলৈ |
09:24 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
09:32 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
09:42 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
09:46 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
09:56 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |