Arduino/C3/Assembly-programming-through-Arduino/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Assembly programming through Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: seven-segment Display এটা Arduino board লৈ ইন্তাৰফেচ কৰিবলৈ, |
00:15 | seven-segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ assembly program এটা লিখিবলৈ আৰু |
00:21 | 7447 IC ব্যৱ্হাৰ কৰি seven segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ |
00:28 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ ইলেকট্রনিকচ আৰু Assembly language ৰ মূল জ্ঞান থাকিব লাগিব |
00:36 | এই টিউট’ৰিয়েলৰ Additional reading material লিংক চাওঁক অধিক জানিবলৈ: |
00:42 | Arduino - Assembly code reference আৰু Arduino ATmega328 Pin mapping |
00:50 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board, |
00:56 | আৰু উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04 |
01:02 | আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Breadboard, |
01:09 | Arduino UNO Board, |
01:12 | Common Anode Seven-Segment Display, 220 ohm Resistor, |
01:18 | Decoder 7447 IC আৰু Jumper Wires |
01:25 | এই পৰীক্ষাটোত, আমি common anode seven segment display ব্যৱ্হাৰ কৰিম |
01:31 | seven segment display ৰ বিষয়ে অধিক জানিবলৈ এই চিৰিজৰ বেচিক লেভেলৰ টিউট’ৰিয়েল চাওঁক |
01:38 | আহক কানেকচন circuit ৰ সবিশেষ চাওঁ |
01:46 | Seven Segment Display ৰ Dot pin সংযুক্ত হৈছে Arduino ৰ pin 13 লৈ |
01:53 | COM pins ৰ যিকোনো এটা সংযুক্ত হৈছে +5 Volts লৈ 220 ohm resistor এটাৰ দ্বাৰা |
02:00 | Arduino আৰু microcontroller ৰ বাবে pin mapping চাওঁক |
02:05 | এইটো হৈছে কানেকচনটোৰ লাইভ চেতাপ |
02:09 | এতিয়া, আমি assembly program এটা লিখিম seven segment display ত Dot LED টো অন কৰিবলৈ |
02:17 | আমি ইনষ্ট’ল কৰিব লাগিব এটা assembler AVRA আৰু AVRDUDE' |
02:23 | AVRA হৈছে এটা assembler যি এটা hex ফাইল জেনেৰেত কৰিব |
02:28 | AVRDUDE ব্যৱহৃত হয় Arduino board লৈ যিকোনো hex ফাইল আপল’দ কৰিবলৈ |
02:34 | terminal টো খোলক Ctrl + Alt + T কীচ একেলগে টিপি |
02:39 | avra আৰু avrdude ইনষ্ট’ল কৰিবলৈ, লিখক: sudo space apt hyphen get space install space avra space avrdude |
02:55 | administrative password লিখক যদি সুধে আৰু Enter টিপক |
03:01 | আমি দেখিছো ইনষ্ট’লেচন প্ৰক্ৰিয়া আৰম্ভ হৈছে |
03:05 | 'Y' টিপক যেতিয়াই ইনষ্ট’লেচনৰ সময়ত সুধে কনফিগাৰেচনটো কনফাৰ্ম কৰিবলৈ |
03:11 | ইনষ্ট’লেচন সম্পূৰ্ণ হ’বলৈ কিছু সময় ল’ব ইন্টাৰনেত স্পিদৰ ওপৰত নিৰ্ভৰ কৰি |
03:17 | আমি দেখিছো যে ইনষ্ট’লেচন সফলভাবে সম্পূৰ্ণ হৈছে । আহক স্ক্ৰিণ খালি কৰো |
03:25 | এতিয়া, আহক Arduino board ক কম্পিউটাৰলৈ কানেক্ত কৰো |
03:29 | Arduino ৰ port নাম্বাৰ চাবলৈ, মই লিখিম: ls space forward slash dev forward slash ttyACM asterisk |
03:41 | আমি আউতপুতটো দেখিম forward slash dev forward slash ttyACM0 |
03:49 | ইয়াত, ttyACM0 এ Arduino ৰ port নাম্বাৰক দৰ্শাই |
03:55 | আপুনি হয়তো এটা ভিন্ন port নাম্বাৰ পাব পাৰে । port নাম্বাৰক লিখি ৰাখক |
04:00 | এই টিউট’ৰিয়েলৰ Code files লিংকৰ পৰা m328Pdef.inc ফাইল দাউনল’দ কৰক |
04:08 | আমি source code ৰ প্ৰথম লাইনত এই library ফাইলক সংলগ্ন কৰিব লাগিব |
04:13 | ই assembly programs লিখোতে ইউজাৰক Register আৰু Bit name ব্যৱ্হাৰ কৰিবলৈ অনুমতি দিয়ে |
04:20 | আহক এটা assembly program লিখো আৰু ইয়াক microcontroller লৈ আপল’দ কৰো |
04:25 | যিকোনো text editor খোলক আৰু নিম্নখিনি লিখক |
04:29 | চেমিক’লনে দৰ্শাই comment statement ক |
04:33 | এই statements assembler এ অৱজ্ঞা কৰে আৰু এক্সিকিউত নকৰে |
04:38 | এই লাইনে assembler ক m328Pdef.inc ফাইলটো সংলগ্ন কৰিবলৈ কয় |
04:45 | আমি এই ফাইলক আগতে দাউনল’দ কৰিছিলো আৰু মোৰ কম্পিউটাৰত ই হৈছে path |
04:51 | মন কৰিব যে আমি সম্পূৰ্ণ file path সূচীত কৰিব লাগিব |
04:55 | ldi মানে হৈছে "load immediate" |
04:59 | ই চেত কৰে pin PB5, যি হৈছে দিজিতেল pin 13, output হিচাবে |
05:05 | ই assembler ক কয় এটা কাম কৰা register r16 ল’বলৈ আৰু ইয়াত binary number এটা ল’দ কৰিবলৈ |
05:12 | এই লাইনে compiler ক কয় register r16 ৰ উপাদানক DDRB register লৈ ক’পি কৰিবলৈ |
05:20 | ই সকলো পিনচ 0 volts লৈ চেত কৰে মাত্ৰ pin PB5 ক এৰি যি হৈছে digital pin 13 যি চেত হয় 5 volts লৈ |
05:30 | এই লাইনে আমাৰ ষ্ট’ৰেজ register r17 ৰ পৰা একেটা binary number ক PortB লৈ ক’পি কৰে |
05:38 | Relative jump statement এ program টো এটা infinite loop ত এক্সিকিউত কৰে |
05:44 | LED টো ON হৈ থাকিবলৈ প্ৰোগ্ৰামটো এটা ক্ৰমত চলি থাকিব লাগিব |
05:50 | ক’ডটো ছেভ কৰক dot hyphen led.asm ফাইল হিচাবে home slash spoken slash Assembly ফ’ল্দাৰত |
05:59 | এই ক’ড লগতে এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ |
06:04 | আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে |
06:07 | terminal টোলৈ যাওঁক |
06:10 | ফ’ল্দাৰটোলৈ যাওঁক য’ত dot hyphen led.asm ফাইলটো ছেভ আছে |
06:16 | লিখক: avra space dot hyphen led.asm আৰু Enter টিপক |
06:24 | ই ক’ডটো এচেম্বল কৰিব আৰু ফাইল এটা বনাব dot hyphen led.hex |
06:30 | আহক dot hyphen led.hex ফাইলটো চাওঁ যি একেটা ফ’ল্দাৰত জেনেৰেত হৈছে |
06:37 | পাছত, আমি ক’ডটো Arduino লৈ আপল’দ কৰিব লাগিব |
06:41 | terminal টোলৈ ঘূৰি যাওঁক |
06:44 | ইয়াৰ বাবে, লিখক: avrdude space hyphen p space atmega328p space hyphen c arduino space hyphen b space 115200 space hyphen capital P space forward slash dev forward slash ttyACM0 space hyphen capital U space flash colon w colon dot hyphen led dot hex |
07:16 | ইয়াত ttyACM0 এ Arduino ৰ port নাম্বাৰক দৰ্শাই |
07:22 | dot hyphen led.hex হৈছে ফাইলটো যি জেনেৰেত হৈছে । আৰু Enter টিপক |
07:30 | এতিয়া, আপুনি দেখিছে যে seven segment ত থকা Dot LED জ্বলিছে |
07:36 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক । একেটা ক’ড ম’দিফাই কৰক Dot LED টো অফ কৰিবলৈ |
07:44 | পাছত, আমি seven segment display ত দিজিত 2 দৰ্শিত কৰিম |
07:49 | '2' দৰ্শিত কৰিবলৈ, a,b,d,e,g segments উচ্চ হ’ব লাগিব আৰু আন LEDS নিম্ন হ’ব লাগিব |
07:58 | seven-segment display ৰ Pins a, b, c, d, e, f আৰু g কানেক্ত কৰক Arduino ৰ pins 2, 3, 4, 5, 6, 7 আৰু 8 লৈ |
08:10 | common pins দুটা সংযুক্ত হৈছে positive 5 Volts লৈ resistors ৰ দ্বাৰা |
08:17 | আহক লাইভ কানেকচন চেতাপ চাওঁ |
08:21 | আহক এই প্ৰোগ্ৰামটোৰ বাবে source code চাওঁ |
08:24 | যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন ক’ড লিখক |
08:28 | আগতে দেখাৰ দৰে, আমি প্ৰথমে পিনচ output হিচাবে কনফিগাৰ কৰিব লাগিব |
08:34 | তেতিয়া ইয়াক উচ্চ বা নিম্ন কৰক আমাৰ প্ৰয়োজন অনুসৰি |
08:39 | এই দুটা লাইনে PORT D ত bits 2 to 7 আউতপুত হিচাবে বনাব |
08:45 | এই দুটা লাইনে PORT B ত bit 0 আউতপুত হিচাবে বনাব |
08:50 | এই bits সংগত হয় Arduino ত digital pins 2 to 8 লৈ |
08:56 | ইয়াত, আমি পিনচ উচ্চ বা নিম্ন কৰিছো আমি যি নাম্বাৰ দৰ্শিত কৰিব বিচাৰিছো তালৈ সংগতি ৰাখি |
09:04 | আমাৰ ক্ষেত্ৰত, ই হৈছে দিজিত তু |
09:07 | ইয়াত, আমি লিখিছো 0100100 ক Arduino ৰ দিজিতেল pins 2 ৰ পৰা 8 লৈকে |
09:16 | ই SSD ৰ সকলো চেগমেন্তচ নিম্ন কৰিব মাত্ৰ c আৰু g ৰ বাহিৰে |
09:22 | আহক ইয়াক save কৰো two.asm ফাইল হিচাবে |
09:27 | terminal টোলৈ ঘূৰি যাওঁক । আহক স্ক্ৰিণ খালি কৰো |
09:33 | লিখক: avra space two.asm আৰু Enter টিপক |
09:39 | আপল’দ কৰিবলৈ, আপ এৰ’ টিপক আগৰ command টো পাবলৈ |
09:44 | এতিয়া, ফাইলনেমটো সলাওঁক দেখুৱা দৰে আৰু Enter টিপক |
09:50 | এতিয়া, আপুনি দেখিছে যে seven segment ত দিজিত 2 জ্বলিছে |
09:56 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক । ওপৰৰ ক’ডক ম’দিফাই কৰক আন যিকোনো দিজিত 0 ৰ পৰা 9 লৈকে দৰ্শিত কৰিবলৈ |
10:06 | পাছত, আমি এটা Decoder ব্যৱ্হাৰ কৰিম Seven Segment Display ত নাম্বাৰ 5 দৰ্শিত কৰিবলৈ |
10:12 | আমি 7447 IC ব্যৱ্হাৰ কৰিছো |
10:16 | decoder ৰ a complement ৰ পৰা f complement pins কানেক্ত হৈছে Seven Segment Display ৰ a ৰ পৰা f pins লৈ |
10:25 | decoder ৰ Vcc আৰু Ground pins কানেক্ত হৈছে প’জিতিভ 5 Volts আৰু Arduino ৰ Ground pins লৈ |
10:33 | Decoder ৰ A, B, C, D pins কানেক্ত কৰক Arduino ৰ pins 2,3,4,5 লৈ |
10:40 | মন কৰিব যে এই decoder মাত্ৰ common anode seven segment display লৈ গ্ৰহণযোগ্য হয় |
10:47 | আহক লাইভ কানেকচন চেতাপ চাওঁ |
10:51 | Decoder ৰ input pins হৈছে A,B,C আৰু D |
10:56 | A হৈছে lowest significant bit (LSB) আৰু D হৈছে most significant bit (MSB) |
11:02 | উদাহৰণস্বৰূপে, নাম্বাৰ 5 দিচপ্লেত দৰ্শিত হয় যেতিয়া A,B,C আৰু D inputs ইয়াত দেখুৱা দৰে হয় |
11:10 | আহক এই প্ৰোগ্ৰামটোৰ source code চাওঁ |
11:13 | যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন ক’ড লিখক |
11:17 | প্ৰথম দুটা লাইনে PORT D ত bits 2 ৰ পৰা 5 লৈ আউতপুত হিচাবে বনায় |
11:23 | ই বুজাই আমি Arduino ত দিজিতেল pins 2 ৰ পৰা 5 ক output pins বনাইছো |
11:29 | Arduino ত 2 ৰ পৰা 5 লৈকে pins কানেক্ত হৈছে decoder ৰ A, B, C, D pins লৈ |
11:36 | পাছৰ দুটা লাইনে 0101 ৰ ইনপুত দিছে decoder ইনপুতলৈ |
11:43 | ই তেতিয়া seven segment display ত 5 হিচাবে decode হ’ব |
11:48 | ইয়াক ছেভ কৰক decoder.asm ফাইল হিচাবে |
11:52 | terminal টোলৈ ঘূৰি যাওঁক |
11:55 | লিখক: avra space decoder.asm আৰু Enter টিপক |
12:02 | আপল’দ কৰিবলৈ, আপ এৰ’ টিপক আগৰ command টো পাবলৈ |
12:07 | এতিয়া, ফাইলনেমটো সলাওঁক দেখুৱা দৰে আৰু Enter টিপক |
12:13 | এতিয়া আমি দেখিছো যে seven segment ত দিজিত 5 জ্বলিছে |
12:19 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
12:24 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: seven-segment Display এটা Arduino board লৈ ইন্তাৰফেচ কৰিবলৈ, |
12:31 | seven-segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ assembly program এটা লিখিবলৈ |
12:36 | আৰু 7447 IC ব্যৱ্হাৰ কৰি seven segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ |
12:42 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
12:50 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
12:58 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
13:02 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
13:12 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |