Arduino/C2/Pulse-Width-Modulation/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Pulse Width Modulation স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: PWM যি হৈছে Pulse Width modulation |
00:13 | PWM Duty Cycle |
00:16 | PWM Frequency
L293D Motor Driver IC |
00:24 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিকচ আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ |
00:35 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Arduino Uno board |
00:40 | উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম Arduino IDE |
00:46 | আমাক লগতে কিছু এক্সতাৰনেল উপাদান লাগিব যেনে : Breadboard |
00:53 | 10K Ohm Potentiometer LED |
00:58 | 220 ohm Resistor |
01:01 | Jumper Wires Push Button |
01:05 | DC Motor |
01:08 | আৰু L293D Motor Driver IC |
01:14 | PWM signal হৈছে এটা স্কোৱাৰ wave signal যাৰ এটা উচ্চ frequency আছে যি হৈছে 1KHz |
01:22 | PWM হৈছে এটা পদ্ধতি যাৰ দ্বাৰা pulse ৰ বহলতা ভিন্ন হয় |
01:28 | ইয়াক কৰা হয় ওৱেভৰ frequency ক constant ৰাখি |
01:33 | PWM signal গঠিত হৈছে দুটা প্ৰধান বৈশিষ্ট্যৰে যিয়ে ইয়াৰ আচৰনক সূচায় |
01:40 | সি হৈছে Duty Cycle আৰু Frequency |
01:44 | ই হৈছে সময়ৰ percentage, এটা digital signal অন আছে, অলপ সময়ৰ বাবে |
01:50 | Duty cycle ভিন্ন হ’ব পাৰে 0% ৰ পৰা 100%..লৈ |
01:55 | duty cycle ৰ percentage গণনা কৰিবলৈ ফৰ্মূলাটো ইয়াত দেখুৱা হৈছে |
02:01 | tON সমান হয় সময়ৰ পৰিমানলৈ যেতিয়া signal উচ্চ হয় |
02:06 | tOFF সমান হয় সময়ৰ পৰিমানলৈ যেতিয়া signal নিম্ন হয় |
02:11 | Time Period হৈছে tON + tOFF ।
অৰ্থাৎ ই PWM signal ৰ on time আৰু off time ৰ যোগফলৰ সমান হয় |
02:24 | Frequency এ নিৰ্ধাৰিত কৰে কিমান সোনকালে PWM এ cycle এটা সম্পূৰ্ণ কৰে |
02:29 | অৰ্থাৎ কিমান সোনকালে ই HIGH ৰ পৰা LOW অৱস্থালৈ যায় |
02:34 | আমি এটা সৰল পৰীক্ষা কৰিম duty cycle ভিন্ন দি |
02:39 | ই LED ৰ brightness ক নিয়ন্ট্ৰন কৰিব |
02:43 | Arduino Uno ৰ 6 PWM channels আছে |
02:48 | Arduino Uno ত Pins 3, 5, 6, 9, 10, 11 হৈছে PWM channels |
02:58 | PWM channels বুজোৱা হয় tilde চিহ্নৰে |
03:02 | আহক এতিয়া চাৰ্কিত কানেকচন চাওঁ |
03:05 | LED ৰ anode leg ক কানেক্ত কৰক Arduino ৰ pin 9 লৈ 220 ohm resistor ৰ দ্বাৰা |
03:13 | LED ৰ cathode leg ক কানেক্ত কৰক ground লৈ |
03:17 | এইটো হৈছে live setup কানেকচনটোৰ |
03:20 | ইমেজত দেখুৱা দৰে কানেকচন কৰক |
03:23 | আহক Arduino IDE খোলো । আমি প্ৰোগ্ৰাম এটা লিখিম LED ৰ brightness সলাবলৈ PWM pin ব্যৱ্হাৰ কৰি |
03:32 | দেখুৱা দৰে ক’ডটো লিখক |
03:35 | আমি variable LED_Pin লৈ PWM pin 9 সংলগ্ন কৰিছো |
03:42 | আমি প্ৰাৰম্ভণ কৰিছো duty_cycle_value 1 হিচাবে LED এটাৰ বাবে ON কৰিবলৈ |
03:51 | void setup ৰ ভিতৰত, আমি লিখিম pinMode function |
03:56 | আমি ঘোষনা কৰিছো Arduino ৰ pin 9 ক OUTPUT হিচাবে |
04:01 | void loop function ৰ ভিতৰত, আমি এই ক’ড লিখিম । মই ক’ডটো ব্যাখ্যা কৰিম |
04:08 | While লোপে এক্সিকিউত কৰে ক’ডটো duty_cycle_value 255 ৰ তলত থকালৈকে |
04:17 | analogWrite() function ব্যৱহৃত হয় PWM signal জেনেৰেত কৰিবলৈ |
04:22 | আমি পাচ কৰিছো দুটা parameters যি হৈছে PWM pin number আৰু duty cycle value |
04:30 | duty cycle value হ’ব লাগিব 0 ৰ পৰা 255 ৰ মাজত অৰ্থাৎ 0 volts আৰু 5 Volts ৰ মাজত |
04:40 | আমি ৰাখিম এটা delay 3000 millisecond ৰ অৰ্থাৎ 3 seconds |
04:46 | compile বুটামত ক্লিক কৰক প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ |
04:51 | প’প আপ উইন্দ’ এখন আহিব বৰ্তমানৰ প্ৰোগ্ৰামটো ছেভ কৰিবলৈ |
04:55 | আহক প্ৰোগ্ৰামটো ছেভ কৰো LED_Brightness হিচাবে আৰু Save বুটামত ক্লিক কৰো |
05:03 | এতিয়া upload বুটামত ক্লিক কৰক বৰ্তমানৰ প্ৰোগ্ৰামটো Arduino board ত আপল’দ কৰিবলৈ |
05:09 | আমি দেখিছো LED ৰ brightness লাহে লাহে বাঢ়িছে |
05:15 | পাছ্ত, আমি পৰীক্ষা এটা কৰিম DC motor এটাৰ গতি আৰু দিশক নিয়ন্ট্ৰন কৰিবলৈ |
05:22 | এইটো হৈছে pinout diagram L293D motor driver IC ৰ |
05:28 | মটৰৰ গতিক নিয়ন্ট্ৰন কৰা হয় IC টোৰ EN 1 আৰু EN 2 ৰ দ্বাৰা |
05:36 | মটৰৰ দিশক নিয়ন্ট্ৰন কৰা হয় IC টোৰ IN1, IN2, IN3, IN4 ৰ দ্বাৰা |
05:45 | আমি এসময়ত দুটা motors নিয়ন্ট্ৰন কৰিব পাৰো এই IC ব্যৱ্হাৰ কৰি |
05:50 | আমাৰ পৰীক্ষাটোত, আমি মাত্ৰ এটা DC motor কানেক্ত কৰিম |
05:55 | আহক এতিয়া চাৰ্কিত কানেকচনটো চাওঁ |
05:58 | driver IC ৰ Pin 1, pin 8 আৰু pin 16 সংযুক্ত হৈছে 5V লৈ |
06:05 | driver IC ৰ Pin 4 আৰু pin 5 সংযুক্ত হৈছে ground লৈ |
06:11 | driver IC ৰ Pin 2 আৰু pin 7 সংযুক্ত হৈছে Arduino ৰ pin 11 আৰু pin 10 লৈ |
06:20 | push buttons দুটা সংযুক্ত হৈছে Arduino ৰ pin 12 আৰু pin 13 লৈ |
06:27 | এই push buttons ব্যৱহৃত হয় DC motor ৰ দিশক নিয়ন্ট্ৰন কৰিবলৈ |
06:33 | 10Kohm potentiometer সংযুক্ত হৈছে DC motor ৰ গতিক নিয়ন্ট্ৰন কৰিবলৈ |
06:39 | potentiometer ৰ মাজৰ পিনটো সংযুক্ত হৈছে analog pin A0 লৈ |
06:45 | driver IC ৰ Pin 3 আৰু pin 6 সংযুক্ত হৈছে DC motor লৈ |
06:51 | ইমেজটোত দেখুৱা দৰে কানেকচন কৰক |
06:55 | এইটো হৈছে live setup কানেকচনটোৰ, ইমেজটোত দেখুৱা দৰে |
07:00 | মই মটৰটোৰ কাষত চকা এটা লগাম |
07:04 | ই সহায় কৰিব ঘূৰ্ণনক আৰু মটৰৰ ভিন্ন স্পিদক চাবলৈ |
07:10 | এতিয়া আমি প্ৰোগ্ৰাম এটা লিখিম এই চাৰ্কিতে কাম কৰিবলৈ |
07:14 | আহক Arduino IDE লৈ যাওঁ |
07:18 | ক’ডটো লিখক ইয়াত দেখুৱা দৰে । আমি কানেকচনক প্ৰাৰম্ভণ কৰিছো Arduino আৰু driver IC ৰ মাজত |
07:28 | Potentiometer pin সংযুক্ত হৈছে analog pin A0 লৈ |
07:33 | fwdbuttonPin হৈছে variable push button ৰ বাবে সংযুক্ত হৈছে Arduino ৰ pin 13 লৈ |
07:40 | bckbuttonPin হৈছে variable push button ৰ বাবে সংযুক্ত হৈছে Arduino ৰ pin 12 লৈ |
07:47 | ICpin2 আৰু ICpin7 হৈছে variables যি সূচাই IC টোৰ pin 2 আৰু pin 7 |
07:57 | সিহঁত সংযুক্ত হৈছে Arduino ৰ pin 11 আৰু pin 10 লৈ |
08:04 | প্ৰথমে আমি নিশ্বিত কৰিম যে potentiometer, motor আৰু push buttons LOW অৱস্থাত থাকে ।
তাৰ বাবে আমি ইয়াক 0 লৈ প্ৰাৰম্ভণ কৰিছো |
08:15 | void setup function ত, আমি এই ক’ড লিখিম |
08:20 | pinMode function এ সূচাই পিনচক INPUT বা OUTPUT হিচাবে |
08:25 | fwdbuttonPin আৰু bckbuttonPin চেত হৈছে INPUT_PULLUP ম’দলৈ |
08:32 | এই ম’দত আমি ব্যৱ্হাৰ কৰিছো Arduino ৰ internal pull-up resistors |
08:38 | INPUT_PULLUP mode ৰ বিষয়ে জানিবলৈ, মেনুৱেল চাওঁক |
08:44 | Arduino IDE ত Help menu ক্লিক কৰক । তেতিয়া Reference ক্লিক কৰক |
08:50 | ই ব্ৰাউজাৰত এটা অফলাইন পেজ খোলে । তললৈ স্ক্ৰ’ল কৰক |
08:55 | INPUT_PULLUP ক্লিক কৰক |
09:00 | Arduino IDE লৈ ঘূৰি যাওঁক |
09:03 | ICpin2 আৰু ICpin7 চেত হৈছে OUTPUT ম’দলৈ মটৰটো দ্ৰাইভ কৰিবলৈ |
09:10 | পাছত আমি void loop function ত ক’ডটো লিখিম |
09:14 | analogRead command এ potentiometer ৰ পৰা analog value পঢ়িব |
09:20 | এই ভেলু দিয়া হ’ব analog pin A0 লৈ |
09:24 | potentiometer value ৰ ওপৰত ভিত্তি কৰি, মটৰটোৰ স্পিদ ভিন্ন হ’ব |
09:30 | map command এ analog ভেলুক digital লৈ কনভাৰ্ত কৰিব |
09:35 | fwdbuttonState আৰু bckbuttonState এ signal টো আনিব যদি push button টিপা হয় |
09:43 | IF command এ চায়, যে pin 12 বা pin 13 লৈ সংযুক্ত হোৱা push button টিপা হৈছেনে |
09:50 | ই মটৰটোক সক্ষম কৰে এটা clockwise বা anti-clockwise দিশত ঘূৰিবলৈ |
09:56 | ধৰক আমি দুটা বুটামৰ এটাওঁ নিটিপো |
10:00 | তেতিয়া else command এ মটৰটো OFF অৱস্থাত থকাক নিশ্বিত কৰে |
10:05 | এই ক’ডটো এই টিউট’ৰিয়েলৰ Code file লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে |
10:13 | compile বুটামত ক্লিক কৰক প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ |
10:17 | আহক প্ৰোগ্ৰামটো ছেভ কৰো PWM_Motor হিচাবে আৰু Save বুটামত ক্লিক কৰো |
10:25 | এতিয়া upload বুটামত ক্লিক কৰক বৰ্তমানৰ প্ৰোগ্ৰামটো Arduino ত আপল’দ কৰিবলৈ |
10:31 | এতিয়া আমি ওপৰৰ প্ৰোগ্ৰামটোৰ আউতপুতটো দেখিম |
10:35 | মই pin 13 লৈ সংযুক্ত হোৱা push button টো টিপিম |
10:39 | আমি দেখিছো motor টো clockwise দিশত ঘূৰিছে |
10:43 | এতিয়া মই push button টো এৰিম |
10:47 | মটৰটোৱে ঘূৰা বন্ধ কৰিব আৰু ই OFF অৱস্থাত থাকিব |
10:52 | এতিয়া পুনৰ, মই pin 12 লৈ সংযুক্ত হোৱা push button টো টিপিম |
10:57 | আমি দেখিছো motor টো anti-clockwise দিশত ঘূৰিছে |
11:02 | আমি মটৰটোৰ স্পিদক সলাব পাৰো A0 লৈ সংযুক্ত হোৱা potentiometer টো সমন্বিত কৰি |
11:14 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
11:20 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো Pulse Width modulation |
11:26 | PWM Duty Cycle |
11:29 | PWM Frequency আৰু কেনেকৈ নিয়ন্ট্ৰন কৰা হয় DC motor ৰ গতি আৰু দিশক |
11:38 | এটা অনুশিলনী হিচাবে:
ওপৰৰ চাৰ্কিত কানেকচনত LED ৰ পৰিবৰ্তে Buzzer এটা কানেক্ত কৰক |
11:45 | একেটা প্ৰোগ্ৰাম আপল’দ কৰক আৰু আউতপুত চাওঁক |
11:49 | আপুনি noise এটা শুনিব বিভিন্ন frequencies ৰ সৈতে |
11:53 | এইটো হৈছে অনুশিলনীটোৰ আউতপুত |
12:01 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
12:09 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
12:19 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
12:23 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
12:29 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |