Arduino/C2/Seven-Segment-Display/Assamese
Time | Narration |
00:01 | Seven Segment Display স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino board লৈ Seven Segment Display এটা কানেক্ত কৰিবলৈ আৰু
Seven Segment Display ত 0 ৰ পৰা 4 লৈকে দিজিতচ দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
00:24 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিকচ আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ |
00:37 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ. মই ব্যৱ্হাৰ কৰিছো:
Arduino UNO Board, উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম 14.04 আৰু Arduino IDE |
00:52 | আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে:
Seven-Segment Display, 220 ohm Resistor, Breadboard আৰু Jumper Wires |
01:08 | seven-segment display ত সাতটা LEDs দিজিত এইতৰ আকাৰত সজোৱা থাকে |
01:17 | দুই প্ৰকাৰৰ দিচপ্লে থাকে:
common anode আৰু common cathode seven segment display |
01:27 | common cathode seven-segment display ত, pins a, b, c, d, e, f, g আৰু dot সংযুক্ত হৈ থাকিব লাগিব +5V ৰ সৈতে |
01:43 | দুটা COM pins সংযুক্ত হৈ থাকিব লাগিব ground (GND) ৰ সৈতে |
01:49 | common anode seven-segment display টো হৈছে একেবাৰে বিপৰীত |
01:55 | ইয়াত, pins a, b, c, d, e, f, g আৰু dot সংযুক্ত হৈ থাকিব লাগিব GND ৰ সৈতে আৰু COM pins দুটা সংযুক্ত হৈ থাকিব লাগিব +5V ৰ সৈতে |
02:12 | এতিয়া, আহক চাওঁ কানেকচন চাৰ্কিতৰ সবিশেষ |
02:17 | এই পৰীক্ষাত, আমি common cathode seven-segment display ব্যৱ্হাৰ কৰিম |
02:24 | seven-segment display ৰ Pins a, b, c, d, e, f আৰু g সংযুক্ত হৈ আছে Arduino ৰ pins 2, 3, 4, 5, 6, 8 আৰু 9 ৰ সৈতে |
02:40 | মন কৰিব যে আমি pin 7 লৈ সংযুক্ত নকৰো |
02:45 | দুটা কমন (COM) pins সংযুক্ত হৈ আছে ground লৈ resistors ৰ দ্বাৰা । ইয়াক দেখুৱা হৈছে ইয়াত কলা ৰঙৰ ওয়াৰত |
02:56 | resistor ভেলুটো 220 ohms তকৈ বেছি হ’ব লাগিব ।
Dot ক সংযুক্ত নকৰাকৈ ৰখা হৈছে কাৰণ ই এই পৰীক্ষাটোত ব্যৱহৃত নহয় |
03:08 | এইটো হৈছে লাইভ চেতাপ কানেকচন চাৰ্কিত দায়াগ্ৰামটোত দেখুৱা দৰে |
03:15 | এতিয়া আমি এটা প্ৰোগ্ৰাম লিখিম Arduino IDE ত । গতিকে, আহক Arduino IDE লৈ যাওঁ |
03:24 | প্ৰথমে আমি এটা প্ৰোগ্ৰাম লিখিম seven segment display ত থকা LEDs ব্লিংক কৰাবলৈ |
03:31 | ইয়াত দেখুৱা code টো লিখক |
03:34 | আমি Arduino pins লৈ চেগমেন্ত নেমচ এচাইন কৰিছো |
03:39 | ই আমাক সহায় কৰিব কোনটো Arduino ports দিচপ্লেৰ চেগমেন্তৰ সৈতে সংযুক্ত হৈ আছে সহজে মনত ৰাখিবলৈ |
03:47 | আপোনাৰ সুবিধাৰ বাবে এই ক’ড উপলদ্ধ হয় এই টিউট’ৰিয়েলৰ code file লিংকত । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে |
03:57 | void setup ফাংচনত, আমি ব্যৱ্হাৰ কৰিম ফাংচন pinMode ক pin টোক output মোদলৈ কনফিগাৰ কৰিবলৈ |
04:07 | এতিয়া আমি ক’ড লিখিম void loop ৰ বাবে ।
Void loop ফাংচনে seven segment display ৰ LED ক ব্লিংক কৰিব |
04:18 | ক’ডটো একে হয় আগৰ টিউট’ৰিয়েলচৰ দৰে |
04:23 | আমি এতিয়া প্ৰোগ্ৰামটো compile আৰু upload কৰিম |
04:27 | এতিয়া আমি দেখিছো যে seven segment ৰ সকলো LED জ্বলিছে |
04:35 | পাছত, আমি প্ৰোগ্ৰামটো ম’দিফাই কৰিম কিছু দিজিতচ দৰ্শিত কৰিবলৈ |
04:41 | ধৰক, আমি দিজিত জিৰ’ দৰ্শিত কৰিব বিচাৰো |
04:46 | চেগমেন্ত 'g' ৰ LEDs নিম্ন হ’ব লাগিব আৰু আন সকলো LED segments উচ্চ হ’ব লাগিব |
04:54 | '1' দৰ্শিত কৰিবলৈ, b আৰু c segments উচ্চ হ’ব লাগিব আৰু আন সকলো LEDS নিম্ন হ’ব লাগিব ।
একেদৰে, আমি লগতে আন সকলো দিজিতচৰ বাবে ক’ডটো লিখিব পাৰো |
05:10 | আহক Arduino IDE লৈ ঘূৰি যাওঁ |
05:14 | ইয়াত দেখুৱা ধৰণে void loop ফাংচনত ক’ডটো সলাওঁক ।
মই ক’ডটো লিখিলো দৰ্শিত কৰিবলৈ দিজিতচ 0,1,2,3 আৰু 4 |
05:31 | আহক এতিয়া প্ৰোগ্ৰামটো compile আৰু upload কৰো |
05:35 | আপুনি দেখিছে যে দিজিতচ 0 ৰ পৰা 4 দৰ্শিত হৈছে, সিহঁতৰ মাজত এক চেকেন্দৰ ব্যৱধানৰ সৈতে |
05:45 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
05:52 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো
Arduino board লৈ Seven Segment Display এটা কানেক্ত কৰিবলৈ আৰু Seven Segment Display এখনত 0 ৰ পৰা 4 লৈকে দিজিতচ দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
06:07 | নিম্ন অনুশিলনীটো কৰিবলৈ চেষ্টা কৰক ।
একেটা প্ৰোগ্ৰামক সলাওঁক দৰ্শিত কৰিবলৈ দিজিতচ 5,6,7,8 আৰু 9 । প্ৰোগ্ৰামটো compile আৰু upload কৰক আৰু seven segment display ত দৰ্শিত হোৱা দিজিতচ লক্ষ্য কৰক |
06:27 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
06:35 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
06:44 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
06:48 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:00 | এই টিউট’ৰিয়েলটো Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে । সংযোগ কৰাৰ বাবে ধন্যবাদ |