Arduino/C2/Arduino-with-LCD/Assamese
Time | Narration |
00:01 | Interfacing Arduino with LCD স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
Arduino board লৈ LCD এটা সংযুক্ত কৰিবলৈ, LCD ত টেকস্ত মেচেজ এটা দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
00:18 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ থাকিব লাগিব ইলেকট্রনিকচৰ মূল জ্ঞান আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ মূল জ্ঞান |
00:30 | ইয়াত মই ব্যৱ্হাৰ কৰিছো:
Arduino UNO Board, উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE |
00:40 | আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে:
LCD 16 by 2, Potentiometer, Breadboard, Pin header, Jumper Wires, |
00:55 | Soldering Iron,
Soldering Stand, Soldering Lead আৰু Soldering Paste |
01:04 | এতিয়া, আহক কানেকচন circuit ৰ সবিশেষ চাওঁ |
01:09 | ইয়াত, আমি দেখিছো যে LCD ত 16 pins আছে |
01:14 | Pin 1 হৈছে ground পিন প্ৰতিস্থাপিত হৈছে GND ৰ দ্বাৰা ।
Pin 2 হৈছে power supply পিন 5 volts ৰ যি প্ৰতিস্থাপিত হৈছে VCC ৰ দ্বাৰা |
01:29 | VO হৈছে LCD contrast pin । ইয়াত আপুনি এটা potentiometer সংযুক্ত কৰিব লাগিব ।
ই এটা ভেৰিয়েবল voltage ক অনুমতি দিব LCD ৰ contrast ক নিয়ন্ট্ৰণ কৰিবলৈ |
01:42 | RS হৈছে Register Select ।
ইয়াক ব্যৱ্হাৰ কৰিব পাৰি এটা command register বা এটা data register হিচাবে |
01:52 | Command register ব্যৱহৃত হয় দৰ্শিত হ’বলগা command ক থ’বলৈ ।
আৰু, data register ব্যৱহৃত হয় দেতা থ’বলৈ |
02:02 | RW হৈছে এটা Read Write পিন ।
আমি হয়তো LCD ৰ পৰা দেতা ৰিদ কৰিব পাৰো বা LCD লৈ লিখিব পাৰো |
02:12 | E এ সূচাই Enable পিন । ই LCD ক সক্ষম কৰে তথ্য গ্ৰহণ কৰিবলৈ |
02:20 | এইবোৰ হৈছে data পিনচ । data আৰু command ক LCD লৈ এই পিনবোৰৰ দ্বাৰা পঠোৱা হয় |
02:29 | এইবোৰ হৈছে LCD Backlight পিনচ । এইবোৰ ব্যৱহৃত হয় LCD ক পাৱাৰ দিবলৈ, display contrast নিয়ন্ট্ৰণ কৰিবলৈ, LCD backlight on বা off কৰিবলৈ ইত্যাদি |
02:43 | Pin 15 হৈছে backlight LCD ৰ Anode ।
Pin 16 হৈছে backlight LCD ৰ Cathode |
02:53 | এতিয়ালৈকে, আমি আমি দেখিলো LCD ৰ pin সবিশেষ |
02:58 | আহক soldering ষ্টেচনচলৈ যাওঁ চাবলৈ যে আমি কেনেকৈ soldering কৰিব পাৰো |
03:04 | ইয়াত, আমাৰ আছে 16 by 2 LCD ।
ই বুজায়, ই দৰ্শিত কৰিব পাৰে প্ৰতিটো লাইনত 16 কেৰেক্তাৰচ আৰু তেনেকুৱা দুটা লাইন আছে |
03:16 | Extension pin যাক জালাই দিব লাগিব LCD লৈ যাতে আমি সহজে breadboard লৈ কানেক্ত কৰিব পাৰো ।
Soldering iron যাক ইতিমধ্যে পাৱাৰ দিয়া হৈছে, Solder paste আৰু Solder wire |
03:33 | প্ৰথমে, এক্সতাৰনেল pin টো LCD ত থওঁক দেখুৱা ধৰণে |
03:38 | পাছত, এক্সতাৰনেল pins ৰ মূৰত solder paste লগাওঁক ভিদিঅ’টোত দেখুৱা ধৰণে |
03:46 | তেতিয়া ইয়াক পুনৰ কানেক্ত কৰক |
03:49 | এক্সতাৰনেল পিনৰ সৈতে LCD ক লাহেকৈ সমান ঠাইত ঠওঁক, দেখুৱা ধৰণে ।
তেতিয়া ই ল’ৰি নাথাকিব যেতিয়া আমি soldering কৰিম |
04:02 | অলপ পেষ্টৰ সৈতে solder rod লওঁক আৰু ওয়াৰৰ মূৰটো তাচ কৰক দেখুৱা ধৰণে |
04:09 | ইয়াক কিছু চেকেন্দ ধৰক যাতে ওয়াৰদাল গলে আৰু এক্সতাৰনেল পিনলৈ এপ্লাই কৰক, দেখুৱা ধৰণে |
04:19 | মই দুটা পিনৰ বাবে soldering কৰিলো । পিন দুটাৰ বাবে কৰা soldering ক ওচৰৰ পৰা চাওঁক |
04:27 | একেদৰে, বাকী থকা পিনবিলাকৰ বাবে soldering কৰক |
04:32 | আহক এতিয়া এই পৰীক্ষাটোৰ বাবে circuit diagram লৈ যাওঁ |
04:37 | Potentiometer সংযুক্ত হৈছে দেখুৱা ধৰণে LCD ৰ contrast ক নিয়ন্ট্ৰণ কৰিবলৈ |
04:44 | Potentiometer হৈছে এটা সৰু আকাৰৰ ইলেকট্ৰনিক উপাদান যি ভল্টেজ জুখিবলৈ ব্যৱহৃত হয় |
04:51 | Pin নাম্বাৰ 11 সংযুক্ত হৈছে Enable লৈ আৰু pin নাম্বাৰ 12 সংযুক্ত হৈছে register select লৈ |
05:00 | Read write pin সংযুক্ত হৈছে ground লৈ যি বুজায় আমি LCD লৈ লিখিছো |
05:07 | আমি মাত্ৰ চাৰিটা দেতা লাইনচ ব্যৱ্হাৰ কৰিছো আমাৰ পৰীক্ষাটোৰ বাবে ।
Pin 15 আৰু Pin 16 সংযুক্ত হৈছে LCD ৰ backlight ৰ বাবে । Pin 15 ক VCC লৈ আৰু pin16 ক ground লৈ সংযুক্ত কৰক ইয়াত দেখুৱা ধৰণে |
05:27 | মই চেতাপ কৰিলো Arduino আৰু LCD ক চাৰ্কিত দায়েগ্ৰাম অনুসৰি ।
আমাৰ লক্ষ্য হৈছে LCD দিচপ্লেত দুটা strings লিখিবলৈ |
05:38 | এতিয়া আমি Arduino IDE ত প্ৰোগ্ৰামটো লিখিম । Arduino IDE লৈ যাওঁক |
05:46 | প্ৰথমে আমি Liquid crystal library ৰ বাবে ৰেফাৰেঞ্চ মেনুৱেলৰ দ্বাৰা যাম |
05:52 | Menu bar ত, ক্লিক কৰক Help আৰু পাছত Reference ।
ই এটা offline page খুলিব |
06:00 | Reference চেকচনৰ ভিতৰত, Libraries ক্লিক কৰক |
06:04 | তেতিয়া তললৈ স্ক্ৰ’ল কৰক উপলদ্ধ Standard Libraries চাবলৈ |
06:10 | LiquidCrystal ক্লিক কৰক । বিৱৰণক পঢ়ক উপলদ্ধ ফাংচনৰ বিষয়ে অধিক জানিবলৈ |
06:18 | ই কয়, ই কাম কৰে 4 bit বা 8 bit দেতা লাইনচৰ সৈতে |
06:24 | পাছত, আহক চাওঁ LiquidCrystal function আৰু ইয়াৰ পাৰামিটাৰচ |
06:30 | এইটো সদায় এটা ভাল অভ্যাস হয় ইয়াৰ ফাংচনৰ বাবে মেনুৱেলক ৰেফাৰ কৰাটো ।
LiquidCrystal function ক্লিক কৰক |
06:39 | গাঠণিটোৱে দেখুৱাই কেনেকৈ ই ব্যৱহৃত হয় 8 bit বা 4 bit ৰ বাবে |
06:46 | আমাৰ পৰীক্ষাটোৰ বাবে, আমি প্ৰথম লাইন গাঠণি ব্যৱ্হাৰ কৰিম |
06:51 | Arduino IDE লৈ যাওঁক |
06:54 | প্ৰথমে, আমি ইয়াত Liquid crystal library সংলগ্ন কৰিম |
06:59 | Menu বাৰত, ক্লিক কৰক Sketch আৰু Include Library ।
তেতিয়া বাচক LiquidCrystal । ই LiquidCrystal.h ফাইলক ইনচাৰ্ত কৰিব দেখুৱা ধৰণে |
07:14 | এতিয়া, দেখুৱা দৰে ক’ডটো লিখক । মই পাৰামিটাৰচ ব্যাখ্যা কৰিম |
07:21 | lcd হৈছে এটা ভেৰিয়েবল type Liquid crystal ৰ |
07:26 | প্ৰথম পাৰামিটাৰ হৈছে Register Select ।
Register Select সংযুক্ত হৈছে Arduino board ৰ pin 12 লৈ |
07:35 | দ্বিতীয় পাৰামিটাৰ হৈছে Enable । ই সংযুক্ত হৈছে pin 11 লৈ |
07:41 | পাছৰ চাৰিটা পাৰামিটাৰ হৈছে LCD ৰ দেতা লাইনচ |
07:46 | LCD ৰ d4, d5, d6 আৰু d7 সংযুক্ত হৈছে Arduino board ৰ pins 5, 4, 3 আৰু 2 লৈ |
07:58 | আমি লাইব্ৰেৰিক পিনচৰ সৈতে প্ৰাৰম্ভণ কৰিছো । এই ক’ডৰ লাইনটো void setup function ৰ বাহিৰত হ’ব পাৰে |
08:07 | void setup function ত, আমি পৰীক্ষাটৰ বাবে প্ৰয়োজনীয় ইনিচিয়েল চেতাপচ লিখিম ।
তাত এটা function আছে begin নামৰ |
08:18 | আহক বিৱৰণৰ বাবে মেনুৱেলক চাওঁ আৰু এই ফাংচনৰ বাবে পাৰামিটাৰচ । ৰেফাৰেঞ্চ মেনুৱেললৈ ঘূৰি যাওঁক |
08:27 | মেনুৱেলে কয়-
1. LCD স্ক্ৰিণলৈ ইন্তাৰফেচক প্ৰাৰম্ভণ কৰে 2. দিচপ্লেৰ আকাৰক (বহলতা আৰু উচ্চতা) সূচীত কৰে আৰু 3. আন যিকোনো LCD library commands ৰ আগতে কল কৰিব লাগিব |
08:45 | এতিয়া, আহক পাৰামিটাৰচ চাওঁ ।
lcd: এটা ভেৰিয়েবল type liquid crystal ৰ, cols: দিচপ্লেত থকা কৌলমচৰ নাম্বাৰ |
08:58 | আমাৰ LCD ত 16 কৌলমচ আছে ।
rows: দিচপ্লেত থকা ৰৌচৰ নাম্বাৰ আমাৰ দুটা ৰৌচ আছে |
09:09 | Arduino IDE লৈ ঘূৰি যাওঁক |
09:13 | এতিয়া, লিখক: lcd.begin খোলা বন্ধনী 16 comma 2 বন্ধ বন্ধনী semicolon |
09:23 | Set Cursor কমান্দে LCD ত নিৰ্দিষ্ট ৰৌ আৰু কৌলমত কাৰ্চৰটো অৱস্থিত কৰিব |
09:30 | Zero comma zero এ বুজায় জিৰ’ নং ৰৌ আৰু জিৰ’ নং কৌলম |
09:36 | আন এটা কমান্দ আছে print নামৰ যি LCD ত টেকস্ত প্ৰিন্ট কৰিব |
09:44 | লিখক: lcd.print আৰু কিছু টেকস্ত এন্টাৰ কৰক, ধৰক “First Row” |
09:52 | মই প্ৰোগ্ৰামটো ব্যাখ্যা কৰিম |
09:55 | এই প্ৰোগ্ৰামটোৱে LCD ত এটা 16 by 2 কনফিগাৰেচন প্ৰিন্ট কৰিব ।
কাৰ্চৰটো প্ৰথম অৱস্থালৈ চেত কৰিব । lcd.print এ LCD ত “First row” টেকস্তক প্ৰিন্ট কৰিব |
10:12 | আহক প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰো |
10:19 | আমি দেখিছো যে আউতপুত “First row” প্ৰথম লাইনত দৰ্শিত হৈছে |
10:25 | দ্বিতীয় ৰৌত একো দৰ্শিত হোৱা নাই |
10:29 | আহক প্ৰোগ্ৰামটো সলাওঁ দ্বিতীয় লাইনটো প্ৰিন্ট কৰিবলৈ |
10:34 | ক’ডটো ক’পি আৰু পেষ্ট কৰক । “lcd.begin” লাইনক আতৰাওঁক যিহেতু ইয়াক প্ৰোগ্ৰামটোৰ আৰম্ভণীতে প্ৰাৰম্ভণ কৰা হৈছিলে |
10:46 | setcursor কমান্দক সলাওঁক 0নং কৌলম আৰু 1 ৰৌলৈ দেখুৱা দৰে |
10:54 | print command টেকস্তক সলাওঁক “second row” লৈ |
10:59 | এতিয়া, আহক প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰো |
11:06 | টেকস্ত লগতে দ্বিতীয় ৰৌটো দৰ্শিত হৈছে |
11:10 | আমি কোনো ক’ড ব্যৱ্হাৰ নকৰো void loop ত ।
কিন্তু, তথাপি আমি loop template ৰাখিব লাগিব । ইয়াৰ কাৰণ হৈছে loop function এটা দৰকাৰ হয় Arduino গাঠণিক |
11:24 | টেকস্ত এবাৰ পঠোৱাৰ পাছত, ই তাত সদায় থাকে |
11:29 | আহক কাৰ্চৰৰ অৱস্থানক দ্বিতীয় লাইনৰ তৃতীয় কৌলমলৈ সলাওঁ |
11:34 | পুনৰ, প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰক |
11:38 | দ্বিতীয় ৰৌৰ কৌলমৰ অৱস্থানৰ সলনিক মন কৰক |
11:43 | মেনুৱেলত আমাৰ ফাংচনৰ লিষ্টলৈ ঘূৰি যাওঁক |
11:47 | আমি দেখিছো তাত আৰু বহুতো functions আছে যেনে scrollDisplayLeft, scrollDisplayRight ইত্যাদি ।
এই ফাংচনচ আপুনি নিজে চাওঁক |
12:01 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
12:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
Arduino board লৈ LCD এটা সংযুক্ত কৰিবলৈ, LCD ত টেকস্ত মেচেজ এটা দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
12:18 | নিম্ন অনুশিলনীটো কৰক ।
একেটা প্ৰোগ্ৰাম সলাওঁক দ্বিতীয় ৰৌত “Hello World” টেকস্তটো দৰ্শিত কৰিবলৈ । কাৰ্চৰটো চতুৰ্থ কৌলমত থওঁক । প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰক । LCD ত দৰ্শিত হোৱা টেকস্তক লক্ষ্য কৰক |
12:40 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
12:48 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
12:58 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
13:02 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
13:13 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে । সংযোগ কৰাৰ বাবে ধন্যবাদ |