Moodle-Learning-Management-System/C2/Plugins-in-Moodle/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Installing plugins in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Plugins ৰ বিষয়ে আৰু Moodle ত plugin এটা কেনেকৈ ইনষ্ট’ল কৰা হয় |
00:15 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম:
উবুন্তো লিনাক্স OS 16.04 |
00:23 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা |
00:31 | Moodle 3.3 |
00:33 | Firefox ওৱেব ব্ৰাউজাৰ আৰু কামকৰা ইন্টাৰনেট কানেকচন |
00:40 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:44 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
00:52 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ওৱেবচাইতত কিছু কৌৰ্চেচ আৰু ইউজাৰচ থাকিব লাগিব |
00:59 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
01:06 | plugins কি হয়?
Plugins হৈছে এদ-অন টুলচ যিয়ে এটা উপলদ্ধ চফতৱেৰত বিশেষ বৈশিষ্ট্যসমূহ যোগ কৰে |
01:15 | Moodle ত বহুতো দৰকাৰি plugins আছে টিচাৰচ আৰু লগতে চাইত এদমিনিষ্ট্ৰেতৰৰ বাবে |
01:22 | এইবোৰ plugins দাইৰেক্তৰীত উপলদ্ধ হয় |
01:26 | ব্ৰাউজাৰ খোলক আৰু লিখক https://moodle.org/plugins |
01:36 | পৃষ্ঠাটোত ফিল্টাৰচ আছে Purpose আৰু Plugin Type ৰ ওপৰত ভিত্তি কৰি |
01:41 | তাত লগতে এটা search বক্স আছে, কাষ্টম চাৰ্চৰ বাবে |
01:46 | ওপৰত সোঁফালে কিছুমান সংখ্যা দৰ্শিত হৈছে । তলৰ টেকস্তে সিহঁত কি হয় সূচাইছে |
01:53 | এই টিউট’ৰিয়েলটোত, আমি attendance plugin ইনষ্ট’ল কৰিবলৈ শিকিম |
01:59 | চাৰ্চ বক্সত লিখক attendance আৰু চাৰ্চ বুটামত ক্লিক কৰক |
02:05 | আমি দেখিছো যে বহুতো plugins আছে এই কীৱৰ্দৰ সৈতে, হয়তো সিহঁতৰ টাইটলত বা বিৱৰণত |
02:13 | Attendance plugin ক্লিক কৰক ।
বিৱৰণত আহে “A plugin that allows an attendance log to be kept” |
02:22 | নিশ্বিত কৰিবলৈ যে আপুনি একেটা plugin ত ক্লিক কৰিলে যি মই উল্লেখ কৰিছিলো, নতুন পৃষ্ঠাটোত টাইটল চাওঁক |
02:30 | ই ক’ব লাগিব Activities colon Attendance টাইটল হিচাবে |
02:36 | এই plugin এ টিচাৰ এজনক Moodle ত attendance log এখন ৰাখিবলৈ অনুমতি দিয়ে |
02:42 | যিকোনো নতুন plugin এটা ইনষ্ট’ল কৰাৰ আগতে, নিশ্বিত কৰক যে ই আপুনি ব্যৱ্হাৰ কৰি থকা Moodle ভাৰ্চনৰ বাবে উপলদ্ধ হয় |
02:50 | ভেৰিফাই কৰিবলৈ, Versions লিংকত ক্লিক কৰক ই সমৰ্থন কৰা ভাৰ্চনচ চাবলৈ |
02:56 | তললৈ স্ক্ৰ’ল কৰক চাবলৈ যে ই উপলদ্ধ হয়নে আমাৰ ভাৰ্চন Moodle 3.3 ৰ বাবে |
03:03 | Description লিংকলৈ ঘূৰি যাওঁক |
03:06 | বিৱৰণ পঢ়ক বুজিবলৈ যে plugin এ আপোনাৰ উদ্দেশ্যক সম্পূৰ্ণ কৰে নে নাই |
03:12 | ই লগতে উল্লেখ কৰে plugin টো ব্যৱ্হাৰ কৰিবলৈ লগা পূৰ্বেপ্ৰয়োজনীয়খিনি আৰু ব্যৱ্হাৰৰ নিৰ্দেশাৱলীসমূহ |
03:20 | আমি দেখিছো যে ই কিছু সংখ্যক ওৱেবচাইতত ব্যৱহৃত হৈছে আৰু বহুতো অনুৰাগী আছে |
03:27 | ই অনুমোদন দিয়ে যে plugin টো দৰকাৰি আৰু ব্যৱ্হাৰ কৰিবলৈ সহজ |
03:33 | আপুনি হয়তো লগতে বিচাৰিব পাৰে তললৈ স্ক্ৰ’ল কৰিবলৈ আৰু প্ৰশ্নসমূহ চাবলৈ যি আনে সুধিছে এই plugin ৰ বিষয়ে |
03:40 | যেতিয়া আপুনি সন্মত হয় যে আপুনি plugin টো ইনষ্ট’ল কৰিব বিচাৰে, Versions লিংকলৈ ঘূৰি যাওঁক |
03:46 | Download বুটামত ক্লিক কৰক |
03:49 | ফাইলটো আপোনাৰ ল’কেল চিষ্টেমত ছেভ কৰক । মই ইয়াক ইতিমধ্যে মোৰ চিষ্টেমত ছেভ কৰিলো |
03:55 | নতুন টেব এটা খোলক আৰু আপোনাৰ Moodle ওৱেবচাইতত site administrator হিচাবে ল’গিন কৰক |
04:02 | XAMPP service চলি থকাটো নিশ্বিত কৰক |
04:06 | আমি এতিয়া admin dashboard ত আছো |
04:09 | বাওঁফালে Site Administration ক্লিক কৰক |
04:13 | তেতিয়া Plugins টেবত আৰু পাছত Install plugins লিংকত ক্লিক কৰক |
04:20 | plugin এটা ইনষ্ট’ল কৰাৰ দুটা পদ্ধতি আছে - Moodle plugins directory ৰ দ্বাৰা আৰু এটা zip আপল’দৰ দ্বাৰা |
04:29 | আমি মাত্ৰ দ্বিতীয় পদ্ধতিটো সামৰিম |
04:33 | প্ৰথম পদ্ধতিটোত আমাৰ moodle.org ত এটা একাউন্ট থাকিব লাগিব, সেইবাবে আমি ইয়াক এৰিছো |
04:41 | Zip package ৰ কাষত Choose a file বুটামত ক্লিক কৰক |
04:46 | বাওঁফালে Upload a file লিংকত ক্লিক কৰক, যদিহে ই ইতিমধ্যে নিৰ্বাচিত হোৱা নাই |
04:52 | Browse বুটামত ক্লিক কৰক আৰু সেই ঠাইলৈ ব্ৰাউজ কৰক য’ত আপুনি plugin ফাইলটো ছেভ কৰিছিলে |
04:59 | জিপ ফাইলটো নিৰ্বাচিত কৰক যাক আমি আগতে দাউনল’দ কৰিছিলো |
05:03 | তেতিয়া এই উইন্দ’ৰ তলত Upload this file বুটামত ক্লিক কৰক |
05:08 | এতিয়া তলত Install plugin from the ZIP file বুটামত ক্লিক কৰক |
05:14 | আপুনি হয়তো এই পৃষ্ঠাটোত এৰ’ৰ এটা পাব পাৰে |
05:18 | এৰ’ৰ বাৰ্তাটোৱে কয় Validating mod_attendance ... Error |
05:24 | Cancel লিংকত ক্লিক কৰক |
05:27 | ই হৈছে আমাৰ বাবে এটা সূচক এই দাইৰেক্তৰীটোক write permission দিবলৈ |
05:33 | গতিকে Control + Alt + T কীচ টিপি টাৰ্মিনেলটো খোলক |
05:39 | লিখক sudo space chmod space 777 space slash opt slash lampp slash htdocs slash moodle slash mod slash |
05:56 | administrative password লিখক যদি সুধে আৰু Enter টিপক |
06:02 | আহক ব্ৰাউজাৰটোলৈ ঘূৰি যাওঁ আৰু প্ৰক্ৰিয়াটো পুনৰ কৰো |
06:09 | এইবাৰ আমি ভেলিদেচন সফলতাৰ বাৰ্তা পাওঁ । Continue বুটামত ক্লিক কৰক |
06:17 | মন কৰিব যে এই অতিৰিক্ত ষ্টেপটো প্ৰয়োজন হয় যদিহে আপুনি ওপৰৰ এৰ’ৰ স্ক্ৰিণ পায় |
06:25 | এতিয়া, plugin দাউনল’দ আৰু ভেলিদেত কৰা হ’ল Moodle ৰ এই ভাৰ্চনৰ বাবে |
06:31 | পাছত, আমি পৃষ্ঠা এটা পাম টাইটল Plugins check ৰ সৈতে |
06:36 | মন কৰিব ইয়াত status তথ্যটো সেউজীয়া, যি কয় To be installed |
06:43 | Upgrade Moodle database now বুটামত ক্লিক কৰক |
06:47 | এই ষ্টেপে কিছু সময় ল’ব পাৰে । ব্ৰাউজাৰ উইন্দ’খন ৰিফ্ৰেচ বা বন্ধ নকৰিব |
06:53 | যেতিয়া আপুনি সফলতাৰ বাৰ্তাটো দেখে, তেতিয়া Continue বুটামত ক্লিক কৰক |
06:58 | আমি এতিয়া New settings পৃষ্ঠাত আছো |
07:02 | সকলোবোৰ settings চাওঁক যদি আপুনি তাৰ যিকোনো এটাক সলাব বিচাৰে ।
মই কোনো পৰিবৰ্তন কৰিব নিবিচাৰো |
07:10 | চোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save Changes বুটামত ক্লিক কৰক |
07:16 | আপুনি হয়তো কিছু সাৱধানী বাৰ্তা দেখিব পাৰে যাক আপুনি সেই সময়ত অৱজ্ঞা কৰিব পাৰে |
07:21 | plugin সফলভাবে ইনষ্ট’ল হ’ল নে নাই তাক চাবলৈ, বাওঁফালৰ পানেলত Site Administration ক্লিক কৰক |
07:29 | তেতিয়া Plugins টেবত আৰু পাছত Plugins overview ক্লিক কৰক |
07:36 | ই আপোনাক সকলো plugins ৰ তালিকাখন দেখুৱাব |
07:40 | দিফল্টভাবে ইনষ্ট’ল হোৱাখিনি আৰু আপুনি ইনষ্ট’ল কৰাখিনি |
07:46 | মোৰ চাইতত, ই দেখুৱায় এই বহুতো plugins ইনষ্ট’ল কৰা হৈছে |
07:51 | অতিৰিক্তভাবে ইনষ্ট’ল হোৱা plugins চাবলৈ, টেবলৰ ওপৰত Additional plugins লিংকত ক্লিক কৰক |
07:59 | এইবোৰ হৈছে লিংকচ Settings লৈ যাবলৈ আৰু এই পৃষ্ঠাটোৰ পৰা plugin uninstall কৰিবলৈ |
08:05 | Teachers আৰু administrators এ এতিয়া তেওঁলোকৰ কৌৰ্চসমূহৰ বাবে attendance বনাব পাৰে |
08:11 | পুনৰ এবাৰ বাওঁফালৰ পানেলত Site administration ক্লিক কৰক |
08:16 | তেতিয়া ক্লিক কৰক Courses আৰু Manage Courses and categories |
08:21 | বাওঁফালে Course category ত 1st year Maths ক্লিক কৰক |
08:26 | সোঁফালে Calculus course ক্লিক কৰক |
08:30 | তললৈ স্ক্ৰ’ল কৰক Calculus course দিতেইলচ চেকচনলৈ আৰু View টেবত ক্লিক কৰক Calculus course চাবলৈ |
08:40 | ওপৰত সোঁফালে gear icon ত ক্লিক কৰক আৰু তেতিয়া Turn editing on ক্লিক কৰক |
08:47 | টপিকচৰ আগৰ এৰিয়াৰ তলত সোঁফালে Add an activity or resource ক্লিক কৰক |
08:54 | Attendance এক্তিভিতিত দুবাৰ ক্লিক কৰক এতেনদেঞ্চ এটা বনাবলৈ |
09:00 | ইয়াত দেখুৱা ধৰণে নামটো আৰু বিৱৰণ এন্টাৰ কৰক |
09:04 | Grade চেকচনক প্ৰসাৰিত কৰক |
09:07 | এই দ্ৰপদাউনে নিৰ্ধাৰিত কৰে এতেনদেঞ্চৰ বাবে ব্যৱহৃত হোৱা গ্ৰেদিংৰ প্ৰকাৰক |
09:12 | যদি আপুনি এতেনদেঞ্চে কৌৰ্চ গ্ৰেদলৈ অৱদান দিয়াটো বিচাৰে, এটা উচ্চতম পইন্তৰ ভেলু চেত কৰক ।
দিফল্টটো হৈছে 100 |
09:21 | মই Grade None হিচাবে বাচিম |
09:24 | আন অপচনচ দিফল্ট হিচাবে ৰাখক |
09:27 | তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক |
09:31 | আমি এতিয়া এটা নতুন পৃষ্ঠাত আছো |
09:34 | ইয়াত Status set টেবত ক্লিক কৰক |
09:38 | attendance ৰ বাবে চাৰিটা দিফল্ট ষ্টেতাচ আছে:
Present , Late , Excused , Absent |
09:47 | আপোনাৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি হয়তো এইবোৰ দিলিত বা অধিক যোগ কৰিব পাৰে |
09:53 | আপুনি লগতে ষ্টেতাচৰ নামবোৰ ম’দিফাই কৰিব পাৰে যদি আপুনি তাক কিবা বেলেগ নামেৰে মাতে |
09:59 | মই Excused ষ্টেতাচ দিলিত কৰিম কাৰণ মই তাক মোৰ ক্লাচত ব্যৱ্হাৰ নকৰো |
10:07 | এটা অনুমোদন বাৰ্তাৰ বক্স আহিছে ।
Continue বুটামত ক্লিক কৰক |
10:13 | এতিয়া Add session টেবত ক্লিক কৰক |
10:16 | আপুনি যোগ কৰিব বিচৰা প্ৰথম চেচনটোৰ তাৰিখক বাচক ।
মই ইয়াক ৰাখিম 4th June 2019 হিচাবে |
10:24 | চেচনটোৰ বাবে আৰম্ভ আৰু শেষ হোৱাৰ সময়ক বাচক |
10:27 | মন কৰিব যে সময়ৰ ফিল্দে এটা ২৪-ঘন্টাৰ ঘড়িক ব্যৱ্হাৰ কৰে ।
গতিকে এটা 3:15pm ৰ পৰা 4:05pm ৰ ক্লাচ হ’ব 15:15 ৰ পৰা 16:05 লৈকে |
10:43 | চেচনটোৰ বাবে এটা চমু বিৱৰণ লিখক |
10:46 | যদি আপুনি বিৱৰণ ফিল্দক খালি ৰাখে, দিফল্টভাবে বিৱৰণটো হ’ব “Regular class session” |
10:54 | Multiple sessions চেকচনত ক্লিক কৰক ইয়াক প্ৰসাৰিত কৰিবলৈ |
10:59 | যদি আপোনাৰ ক্লাচ নিয়মিত ব্যৱধানত হয়, আপুনি একে সময়তে বহুতো চেচন বনাব পাৰে |
11:06 | Repeat the session above as follows চেকবক্সত ক্লিক কৰক |
11:11 | যদি আপোনাৰ ক্লাচ সপ্তাহৰ নিৰ্দিষ্ট দিনত হয়, সপ্তাহৰ দিনবোৰক বাচক ।
মোৰ ক্লাচৰ বাবে, মই বাচিম Monday |
11:20 | পাছৰ অপচন হৈছে Repeat every দ্ৰপদাউন ।
যদি ক্লাচ প্ৰতিটো সপ্তাহতে হয়, 1 বাচক |
11:28 | যদি ক্লাচ প্ৰথম চেচনৰ তাৰিখৰ পৰা ২ সপ্তাহত হয়, 2 বাচক আৰু এনেদৰেই |
11:35 | মই ইয়াক 1 হিচাবে থাকিবলৈ দিম |
11:38 | ই বুজায় মোৰ ক্লাচ প্ৰতিটো সোমবাৰে 3:15pm ত ৫০ মিনিটৰ বাবে হয় |
11:45 | Repeat until হৈছে শেষৰ চেচনটোৰ তাৰিখ |
11:49 | মই ইয়াক 30th March 2020 হিচাবে থ’ম |
11:54 | পাছত Student recording চেকচনত ক্লিক কৰক ইয়াক প্ৰসাৰিত কৰিবলৈ |
12:00 | যদি আপুনি বিচাৰে যে ষ্টুদেন্তে তেওঁলোকৰ এতেনদেঞ্চক নিজে ৰেকৰ্ড কৰে, এই চেকচনত ফিল্দচ ভৰাওঁক |
12:07 | মই এই চেকচনক এৰিম |
12:09 | তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Add বুটামত ক্লিক কৰক |
12:15 | অনুমোদন বাৰ্তা এটা আহিছে কৈ 43 sessions were successfully generated |
12:22 | আপুনি হয়তো চেচনৰ এটা বেলেগ সংখ্যা দেখিব পাৰে, যদি আপুনি মোৰ সলনি বেলেগ তাৰিখ বাচে |
12:28 | প্ৰতিটো চেচনৰ কাষৰ আইকণচ চাওঁক |
12:32 | সিহঁতে টিচাৰক attendance ল’বলৈ দিয়ে, চেচনটো এদিত বা দিলিত কৰিবলৈ |
12:39 | সপ্তাহটোৰ বাবে Take attendance আইকনত ক্লিক কৰক যাৰ আপুনি attendance ল’ব বিচাৰে |
12:46 | আপুনি এই কৌৰ্চত অন্তৰ্ভুক্ত হোৱা সকলো ষ্টুদেন্তৰ তালিকা এখন দেখিব পাৰে আৰু আপুনি সিহঁতৰ attendance মাৰ্ক কৰিব পাৰে |
12:53 | P, L আৰু A হৈছে ষ্টেতাচ যাক আমি আগতে settings ত বাচিছিলো |
12:59 | 'P' ৰ তলতে থকা ৰেদিঅ’ বুটাম চেক কৰক সকলো ইউজাৰৰ ষ্টেতাচক 'Present' লৈ চেত কৰিবলৈ আৰু মাত্ৰ অনুপস্থিত থকাৰ বাবে 'A' মাৰ্ক কৰক |
13:10 | আপুনি এতেনদেঞ্চ মাৰ্ক কৰি হ’লে, পৃষ্ঠাটোৰ তলত Save attendance বুটামত ক্লিক কৰক |
13:18 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
13:24 | এই টিউট’ৰিয়েলত, আমি শিকিলো:
Plugins ৰ বিষয়ে আৰু Moodle ত plugin এটা কেনেকৈ ইনষ্ট’ল কৰা হয় |
13:32 | আপোনাৰ বাবে এটা অনুশিলনী হৈছে: |
13:35 | Projectes TAC Dept এ মেন্তেইন কৰা plugin Font family এটাৰ বাবে চাৰ্চ কৰক |
13:42 | plugin টো ইনষ্ট’ল কৰক ইয়াৰ দিফল্ট চেতিংগচৰ সৈতে |
13:46 | Plugins overview চেকচনৰ পৰা ভেৰিফাই কৰক যে plugin টো ইনষ্ট’ল কৰা হ’ল |
13:52 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
14:00 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
14:10 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
14:14 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য দৰ্শিত লিংকত উপলদ্ধ |
14:27 | মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |