Moodle-Learning-Management-System/C2/Teachers-Dashboard-in-Moodle/Assamese
Time | Narration |
00:01 | Moodle ত Teacher’s dashboard ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি এটা জটিল Moodle কৌৰ্চৰ অভাৰভিওৰ বিষয়ে শিকিম |
00:14 | পাছত আমি শিকিম:
teachers’ dashboard , profile এদিত কৰিবলৈ আৰু preferences এদিত কৰিবলৈ |
00:25 | শেষত, আমি Moodle কৌৰ্চৰ লগত সম্বন্ধিত কিছু প্ৰাথমিক বিৱৰণ যোগ কৰিবলৈ শিকিম |
00:33 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে:
উবুন্তো লিনাক্স OS 16.04, Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা, Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:59 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
01:07 | এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ এটা Moodle website চেতাপ কৰিলে আৰু আপোনাক এটা নতুন, খালি কৌৰ্চত নিয়োগ কৰিলে য’ত আপোনাৰ teacher ৰ বিশেষাধিকাৰ আছে । মোৰ system administrator এ ইতিমধ্যে নিম্নখিনি কৰিলে |
01:26 | মনত ৰাখিব: Teacher ভুমিকা ইউজাৰ “Rebecca Raymond” ক “Calculus” কৌৰ্চটোৰ বাবে দিয়া হৈছে |
01:34 | আপোনাৰ site administrator ক এই ওৱেবচাইতত Moodle টিউট’ৰিয়েলচ চাবলৈ কওঁক |
01:41 | আৰু, আপোনাৰ বাবে ইউজাৰ এজন বনাওঁক, যাৰ অতিকমেও এটা কৌৰ্চৰ বাবে teacher ৰ বিশেষাধিকাৰ আছে |
01:48 | Moodle হৈছে এটা অতিশয় নমনীয়, সৃজনশীল আৰু সহজে ব্যবহাৰযোগ্য শিক্ষণ আৰু শিকাৰ ব্যবস্থা |
01:56 | সাধাৰণতে, Moodle শিক্ষকে ব্যৱ্হাৰ কৰে -
তেওঁলোকৰ শিক্ষণ-শিকাৰ ৰিচৌৰ্চসমূহ আপল’দ কৰিবলৈ, তেওঁলোকৰ মাল্টিমিদিয়া e-ৰিচৌৰ্চসমূহৰ সংগ্ৰহক মেনেজ কৰিবলৈ যেনে ফাইলচ, ভিদিঅচ ইত্যাদি, |
02:12 | ওৱেব ৰিচৌৰ্চসমূহ চেয়াৰ কৰিবলৈ আৰু শিক্ষাগত ৰিচৌৰ্চসমূহ খুলিবলৈ,
YouTube / Vimeo ভিদিঅচ এম্বেদ কৰিবলৈ, |
02:22 | quizzes আৰু assignments পৰিচালনা কৰিবলৈ,
সহযোগি কন্তেন্ত যেনে Wiki, Glossary ইত্যাদিৰ ব্যৱ্হাৰক উৎসাহিত কৰিবলৈ |
02:34 | সমলয় আৰু অবিচ্ছিন্নভাবে ষ্টুদেন্তৰ লগত যোগাযোগ কৰিবলৈ আৰু ষ্টুদেন্তৰ শিক্ষাৰ অগ্রগতি সন্ধান কৰিবলৈ |
02:44 | মোৰ লগত, Calculus কৌৰ্চৰ course overview আছে |
02:50 | মোৰ আছে- সামৰিবলগা টপিকসমূহ,
প্ৰতি সপ্তাহৰ বক্তৃতাৰ সংখ্যা, কৌৰ্চৰ বাবে অনুশিলনীৰ মুঠ সংখ্যা, |
03:01 | কুইজৰ মুঠ সংখ্যা (সাপ্তাহিক বা পষেকীয়া),
end of course exams ৰ মুঠ সংখ্যা, মাৰ্কচ বিতৰণ কৰা, কৌৰ্চৰ উপকৰণ, কিতাপৰ ৰেফাৰেঞ্চসমূহ |
03:18 | মই মোৰ কৌৰ্চ গঠণ কৰিব লাগিব আৰু Moodle ত তাৰ অনুসৰি সকলো মেতেৰিয়েলচ আপল’দ কৰিব লাগিব |
03:25 | ব্ৰাউজাৰলৈ যাওঁক আৰু Moodle site খোলক |
03:30 | হেদাৰ এটা আৰু উপলদ্ধ কৌৰ্চৰ সৈতে পৃষ্ঠা এটা দৰ্শিত হ’ব |
03:35 | উইন্দ’ৰ ওপৰত সোঁফালে চুকত ল’গিন লিংকত ক্লিক কৰক |
03:40 | মই শিক্ষক Rebecca Raymond হিচাবে ল’গিন কৰিম |
03:44 | আমি এটা পৃষ্ঠাত আছো যি আমাক পাচৱৰ্দ সলাবলৈ কৈছে । ইয়াৰ কাৰণ হৈছে আগতে এদমিনৰ দ্বাৰা Force password change অপচনক সক্ৰিয় কৰা হৈছিলে |
03:57 | বৰ্তমান পাচৱৰ্দ লিখি নতুন পাচৱৰ্দ লিখক । মই লিখিম Spokentutorial12 # |
04:07 | নতুন পাচৱৰ্দটো পুনৰ লিখক আৰু তেতিয়া, তলত Save changes বুটামত ক্লিক কৰক |
04:15 | এটা সফল বাৰ্তা আহিছে নিশ্বিত কৰি যে পাচৱৰ্দ সলনি হ’ল । Continue বুটামত ক্লিক কৰক |
04:24 | আমি বৰ্তমান থকা পৃষ্ঠাটোক, ড্যাচব’ৰ্দ কোৱা হয় |
04:29 | আমাৰ ড্যাচব’ৰ্দ ৩টা ক’লামত বিভক্ত |
04:34 | বাওঁফালে থকাটো হৈছে Navigation মেনু । মাজৰ বহলটো হৈছে 'Timeline' আৰু 'Courses' টেবৰ সৈতে মূখ্য Course overview এৰিয়া |
04:47 | সোঁফালে থকাটো হৈছে Blocks column |
04:51 | Courses টেবে আপুনি তালিকাভুক্ত হোৱা কৌৰ্চসমূহ দেখুৱায় । Course overview এৰিয়াত Courses টেবত ক্লিক কৰক |
05:02 | In Progress টেবত, আমি ইয়াত ২টা কৌৰ্চ দেখিছো: Calculus আৰু Linear Algebra । এই কৌৰ্চদুটা এদমিনৰ দ্বাৰা শিক্ষক Rebecca Raymond ক দিয়া হৈছে |
05:17 | ভবিষ্যতে তেওঁক দিবলগা কৌৰ্চসমূহ, Future টেবত দৰ্শিত হ’ব । একেদৰে, তেওঁৰ যিকোনো সমাপ্ত হোৱা কৌৰ্চক, Past টেবৰ ভিতৰত দেখা যাব |
05:30 | আহক এতিয়া আমি পৃষ্ঠাটোৰ header চাওঁ । ওপৰত বাওঁফালে চুকত, আমি Navigation Drawer বা Navigation menu চাব পাৰো |
05:41 | ই Calendar, Private Files আৰু My courses লিংকলৈ এক্সেচ দিয়ে |
05:48 | ই হৈছে এটা toggle মেনু যি বুজায় ইয়াত ক্লিক কৰিলে, ই ইয়াৰ ষ্টেতাচ অপেনৰ পৰা ক্ল’জলৈ আৰু বিপৰীতিভাবে সলায় |
05:58 | ওপৰত সোঁফালে, notifications আৰু বাৰ্তাৰ বাবে দ্ৰুত এক্সেচৰ আইকণচ আছে |
06:06 | ওপৰত সোঁফালে profile picture ক্লিক কৰিলে, আমাক ইউজাৰ মেনু এক্সেচ কৰিবলৈ দিব । ইয়াক লগতে কোৱা হয় quick access user menu |
06:18 | ইয়াত ক্লিক কৰক । এই সকলোবোৰ মেনু আইতেমচ লগতে toggle menus হয়, বাওঁফালে থকাৰ দৰে একেই |
06:28 | Profile অপচনত ক্লিক কৰক । Moodle ত প্ৰতিটো ইউজাৰৰ এটা profile page থাকে |
06:36 | ইয়াত লিংকচ থাকে যি ইউজাৰক অনুমতি দিয়ে প্ৰোফাইল তথ্য এদিত কৰিবলৈ, তেওঁলোক নথিভুক্ত হোৱা কৌৰ্চেচ চাবলৈ, |
06:46 | তেওঁলোকৰ blog বা ফ’ৰাম প’ষ্টসমূহ চাবলৈ, তেওঁলোকৰ এক্সেচ থকা যিকোনো ৰিপ’ৰ্তচ চাবলৈ আৰু access logs চাবলৈ যি শেষৰ বাৰ ল’গিন কৰিবলৈ ব্যৱহৃত হৈছিল |
07:01 | এতিয়া, আহক Edit Profile লিংকত ক্লিক কৰো |
07:06 | Edit Profile পৃষ্ঠা আহিছে । এই পৃষ্ঠাটো ৫টা চেকচনত বিভক্ত:
General, User Picture, Additional Names, Interests, Optional |
07:24 | দিফল্টভাবে General আৰু User picture চেকচনচ প্ৰসাৰিত হয় |
07:30 | সোঁফালে থকা ‘Expand all’ লিংকে সকলো চেকচনক প্ৰসাৰিত কৰে |
07:36 | আৰু যিকোনো চেকচনৰ নামত ক্লিক কৰিলে ইয়াক হয়তো প্ৰসাৰিত বা সংকুচিত কৰে |
07:42 | ইয়াত থকা সকলো ফিল্দ এদিত কৰিব পাৰি |
07:45 | মই এতিয়া কৰাৰ দৰে, আপুনি নিজৰ ব্যক্তিগত সবিশেষ General section ত ভৰাব পাৰে |
07:52 | এজন শিক্ষক হিচাবে, মোৰ ষ্টুদেন্তে মোৰ বিষয়ে কিছু জনাটো বিচাৰো |
07:58 | গতিকে, ইয়াত Description ফিল্দত, মই কিছু সবিশেষ ভৰাম |
08:04 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু আপোনাৰ সবিশেষ ভৰাওঁক মই ইয়াত কৰাৰ দৰে |
08:10 | আপুনি লগতে অন্য ফিল্দচ আৰু চেকচনচত কিছু তথ্য যোগ কৰিব পাৰে । আপুনি নিজৰ পিক্সাৰো আপল’দ কৰিব পাৰে |
08:19 | মই General আৰু Optional চেকচনত কিছু আৰু সবিশেষ যোগ কৰিলো |
08:25 | তেতিয়া Update Profile বুটামত ক্লিক কৰক আৰু পৃষ্ঠাটো ছেভ কৰক |
08:30 | এতিয়া, ওপৰত সোফালে পুনৰ quick access user menu ক্লিক কৰক আৰু Preferences লিংকত ক্লিক কৰক |
08:40 | Preferences পৃষ্ঠাটোৱে ইউজাৰক তেওঁলোকে এদিত কৰিব বিচৰা বিভিন্ন চেতিংগচলৈ দ্ৰুত এক্সেচ দিয়ে |
08:48 | Preferences পৃষ্ঠাটো, teacher’s account এটাৰ বাবে, বিভক্ত হয় :
User account, Blogs আৰু Badges |
09:00 | আমি ইতিমধ্যে Edit Profile আৰু Change Password আগতে দেখিছিলো |
09:06 | ইয়াত আৰু কিছু অন্য প্ৰেফাৰেঞ্চ আছে
Language, Forum, Editor, Course, Calendar, Message, Notification |
09:19 | আহক Calendar preferences ক্লিক কৰো |
09:23 | আমি কেলেন্দাৰক ২৪-ঘন্টাৰ ফৰ্মেতত সময় দেখুৱাবলৈ চেত কৰিম |
09:29 | লগতে, আমি Upcoming events look-ahead ক ২ সপ্তাহলৈ চেত কৰিম |
09:35 | ই বুজায়, আমি কেলেন্দাৰত পাছৰ ২ সপ্তাহৰ ভিতৰত হ’বলগা সকলো ইভেন্টৰ ন’তিফিকেচন দেখিম |
09:43 | Save Changes বুটামত ক্লিক কৰক |
09:46 | আমি এই চিৰিজত পাছত পৰবর্তী বৈশিষ্ট্যসমূহ আলোচনা কৰোতে বাকি প্রেফাৰেঞ্চ সমূহ চাম |
09:54 | ইয়াত তথ্যটো চাওঁক |
09:57 | এইটো হৈছে breadcrumb navigation । ই এটা দৰ্শন সহায়ক যি সূচায় আমি Moodle চাইতৰ শ্ৰেণীবিন্যাসৰ কোনটো পৃষ্ঠাত আছো |
10:09 | ই আমাক এটা উচ্চ-স্তৰৰ পৃষ্ঠালৈ মাত্ৰ এটা একক ক্লিকতে ঘূৰি যাবলৈ সহায় কৰে |
10:15 | ড্যাচব’ৰ্দলৈ যাবলৈ breadcrumbs ত ড্যাচব’ৰ্দ লিংকত ক্লিক কৰক |
10:21 | এতিয়া, আহক Calculus কৌৰ্চৰ বাবে টপিক এটা আৰু সংক্ষিপ্ত সাৰাংশ যোগ কৰিবলৈ চাওঁ |
10:28 | আহক Navigation menu ত বাওঁফালে Calculus কৌৰ্চত ক্লিক কৰো |
10:34 | নতুন পৃষ্ঠাটোত, ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক |
10:40 | তেতিয়া Turn editing on অপচনত ক্লিক কৰক |
10:45 | পৃষ্ঠাটোৱে এতিয়া অধিক এদিত অপচনচ দেখুৱাইছে |
10:50 | Topic 1 ৰ কাষত pencil আইকণত ক্লিক কৰক |
10:55 | এতিয়া, অহা টেকস্ত বক্সটোত, লিখক: Basic Calculus । এন্টাৰ টিপক |
11:03 | টপিক নামৰ পৰিবৰ্তনক মন কৰক |
11:06 | এতিয়া, সেই টপিকৰ একেবাৰে সোঁফালে এদিত লিংকত ক্লিক কৰক |
11:11 | আৰু তেতিয়া Edit topic অপচনত ক্লিক কৰক |
11:15 | ই আমাক Summary পৃষ্ঠাটোলৈ নিয়ে |
11:18 | ইয়াত, Summary ফিল্দত, আমি টপিকটোৰ বিষয়ে এটা সংক্ষিপ্ত সাৰাংশ দিব পাৰো । মই দেখুৱা ধৰণে লিখিম |
11:27 | তললৈ স্ক্ৰ’ল কৰক আৰু Save Changes বুটামত ক্লিক কৰক |
11:32 | পৰিবৰ্তনক লক্ষ্য কৰক |
11:34 | এনেদৰেই আমি Moodle ত আমাৰ কৌৰ্চৰ সবিশেষ যোগ কৰিব পাৰো |
11:40 | আমি এতিয়া Moodle ৰ পৰা ল’গ আউত কৰিম । তাক কৰিবলৈ, ওপৰত সোঁফালে ইউজাৰ আইকণত ক্লিক কৰক । এতিয়া ল’গ আউত অপচন বাচক |
11:50 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
11:56 | এই টিউট’ৰিয়েলত, আমি শিকিলো:
Course overview সবিশেষ, teachers’ dashboard , |
12:05 | প্ৰোফাইল চেতিংগচ এদিত কৰিবলৈ,
Preferences চেতিংগচ আৰু Moodle ত কৌৰ্চৰ প্ৰাথমিক সবিশেষ যোগ কৰিবলৈ |
12:16 | এটা অনুশিলনী হিচাবে- Calculus কৌৰ্চৰ সকলো টপিকচৰ নাম সলাওঁক
সকলো টপিকচৰ সংশ্লিষ্ট সাৰাংশ যোগ কৰক সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক |
12:31 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
12:39 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
12:49 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
12:53 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
13:06 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো |
13:17 | সংযোগ কৰাৰ বাবে ধন্যবাদ |