Moodle-Learning-Management-System/C2/Categories-in-Moodle/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Categories in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
Course category, categories আৰু subcategories বনাবলৈ, categories ত একচন প্ৰদৰ্শন কৰিবলৈ |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম:
উবুন্তো লিনাক্স OS 16.04, Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা, Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
00:43 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:47 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
00:55 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ চিষ্টেমত Moodle 3.3 ইনষ্ট’ল থাকিব লাগিব |
01:02 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
01:09 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ 'Moodle' হ’মপেজ খোলক । XAMPP service চলি থকাক নিশ্বিত কৰক |
01:18 | আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ সবিশেষৰে ল’গিন কৰক |
01:23 | আমি এতিয়া এদমিন ড্যাচব’ৰ্দত আছো |
01:26 | বাওঁফালে, Site Administration ক্লিক কৰক |
01:31 | Courses টেবত আৰু পাছত Manage courses and categories ক্লিক কৰক |
01:38 | আমাক Course and category management টাইটলৰ পৃষ্টা এটালৈ নিয়া হ’ব । আহক আমি বুজো course category এটা কি হয় |
01:50 | Course categories এ চাইত ইউজাৰৰ বাবে Moodle কৌৰ্চসমূহ সংগঠিত কৰোতে সহায় কৰে |
01:57 | নতুন Moodle চাইত এতাৰ বাবে দিফল্ট category হৈছে Miscellaneous |
02:03 | যিকোনো নতুন কৌৰ্চক দিফল্টভাবে, এই Miscellaneous category ত থোৱা হ’ব |
02:09 | তথাপি, শিক্ষক আৰু ষ্টুদেন্তৰ বাবে তেওঁলোকৰ কৌৰ্চক বিচৰাতো কঠিন হ’ব |
02:16 | কৌৰ্চসমূহ বিচৰাক সহজ কৰিবলৈ, তেওঁলোকক categories ত থ’ব লাগিব |
02:23 | বহুতো প্ৰতিষ্ঠানত কেম্পাচ বা দিপাৰ্তমেন্তৰ দ্বাৰা কৌৰ্চ সংগঠিত কৰে |
02:30 | অধিক স্বচ্ছতাৰ বাবে বর্ণনামূলক নাম থকা ভাল |
02:35 | আমি আগবাঢ়িম আৰু আমাৰ কৌৰ্চসমূহ দিপাৰ্তমেন্তৰ দ্বাৰা সংগঠিত কৰিম । উদাহৰণস্বৰূপে আমাৰ Maths category ত সকলো Math কৌৰ্চসমূহ থাকিব |
02:47 | আহক Moodle চাইতলৈ ঘূৰি যাওঁ |
02:51 | প্ৰথমতে আমি বুজিম Course and category management পৃষ্ঠাৰ লেআউত |
02:57 | বাওঁফালে, আমাৰ Navigation ব্লক আছে আৰু সোফালে, আমাৰ Content অঞ্চল আছে |
03:05 | Content অঞ্চল দুটা column ত বিভক্ত:
বাওঁ ক’লামে course categories দেখুৱায়, সোঁ ক’লামে নিৰ্বাচিত category ৰ ভিতৰত থকা সকলো কৌৰ্চসমূহ দেখুৱায় |
03:20 | দিফল্টভাবে, ই Miscellaneous category ৰ ভিতৰত থকা কৌৰ্চসমূহ দেখুৱাইছে |
03:26 | এই ভিউক সোফালে অৱস্থিত মেনুৰ পৰা সলাব পাৰি |
03:32 | অপচনচ চাবলৈ তলৰ এৰ’ত ক্লিক কৰক |
03:36 | এতিয়া Course categories ক্লিক কৰক । ই ভিউক সলায় মাত্ৰ course categories দেখুৱাবলৈ |
03:45 | আহক এৰ’ত পুনৰ ক্লিক কৰো আৰু ভিউক সলাওঁ মাত্ৰ courses চাবলৈ । Courses ক্লিক কৰক |
03:54 | মন কৰিব এতিয়া এটা নতুন দ্ৰপ-দাউন বক্স আহিছে । এইটো হৈছে category দ্ৰপ-দাউন |
04:02 | ইয়াত, আমি category নিৰ্বাচিত কৰিব পাৰো যাৰ বাবে আমি কৌৰ্চসমূহ দেখুৱাব বিচাৰো । বৰ্তমান, ইয়াত মাত্ৰ Miscellaneous category আছে |
04:13 | আহক ভিউটো Course categories and courses লৈ সলাওঁ |
04:19 | এতিয়া আমি নতুন category এটা যোগ কৰিবলৈ Create new category লিংকত ক্লিক কৰিম |
04:26 | Parent category দ্ৰ’পদাউন বক্সত ক্লিক কৰক আৰু Top' নিৰ্বাচিত কৰক । লিখক: Mathematics Category name ত |
04:36 | Category ID number হৈছে এটা অপচনেল ফিল্দ । ই হৈছে এদমিন ইউজাৰৰ বাবে কৌৰ্চটো চিনাক্ত কৰিবলৈ অফলআইন কৌৰ্চসমূহৰ সৈতে |
04:47 | যদি আপোনাৰ কলেজে categories ৰ বাবে ID ব্যৱ্হাৰ কৰে, আপুনি সেই category ID ইয়াত ব্যৱ্হাৰ কৰিব পাৰে । এই ফিল্দ অন্য Moodle ইউজাৰলৈ দৰ্শিত নহ’ব |
04:58 | এতিয়াৰ বাবে, মই Category ID খালি এৰিম |
05:03 | Description টেকস্তবক্সত, মই লিখিম-
“All mathematics courses will be listed under this category” |
05:12 | তেতিয়া Create category বুটামত ক্লিক কৰক |
05:17 | আমি এতিয়া Course categories and courses ভিউত আছো |
05:22 | ইয়াত আমি এতিয়া দুটা category দেখিছো: Miscellaneous আৰু Mathematics |
05:29 | আহক এই category ক আৰু সংগঠিত কৰো । আহক 1st year Maths courses আৰু 2nd year Maths courses পৃথক কৰো |
05:40 | ইয়াৰ বাবে, আমি Mathematics category ৰ ভিতৰত, 1st Year Maths নামৰ এটা subcategory বনাম |
05:49 | লিষ্টেদ categories ৰ ওপৰত Create new category লিংকত ক্লিক কৰক |
05:56 | subcategory বনোৱাটো category এটা বনোৱাৰ দৰে একেই হয় |
06:02 | Top ক নিৰ্বাচিত নকৰিব parent category হিচাবে |
06:06 | তাৰ পৰিবৰ্তে, category টো নিৰ্বাচিত কৰক যাৰ ভিতৰত এই subcategory সোমাব |
06:12 | গতিকে ইয়াত, আমি লিখিম: 1st Year Maths category name ত |
06:18 | তাৰ পাছত, আমি এটা Description লিখিম আৰু Create category বুটামত ক্লিক কৰিম |
06:26 | মন কৰিব বাওঁফালৰ categories এটা tree ফৰ্মেতত লিষ্টেদ হৈছে |
06:32 | এটা category যাৰ subcategories আছে তাক প্ৰসাৰিত আৰু সংকুচিত কৰিবলৈ এটা toggle icon আছে |
06:41 | category ৰ সোফালে তিনিটা আইকন মন কৰক |
06:46 | সিহঁত কি হয় চাবলৈ সেই আইকনৰ ওপৰলৈ যাওঁক |
06:50 | eye হৈছে category টো লুকুৱাবৰ বাবে |
06:53 | একেটা সুচাবলৈ লুকাই থকা category এটাৰ eye ক্ৰচ কৰা থাকিব |
07:00 | এৰ’টো হৈছে category ওপৰ বা তললৈ নিবলৈ । ইয়াৰ লগতে এটা settings gear আইকণ আছে যি হৈছে এটা menu, তলৰ এৰ’ৱে দেখুৱা ধৰণে |
07:12 | Miscellaneous category ৰ বাবে settings gear আইকণত ক্লিক কৰক । ইয়াৰ category টোৰ সংগত অপচন আছে যেনে Edit, Create new subcategory, Delete ইত্যাদি |
07:28 | এই মেনু বন্ধ কৰিবলৈ পৃষ্ঠাটোৰ অন্য কৰবাত ক্লিক কৰক |
07:32 | উন্নত ভিউৰ বাবে মই বাওঁফালৰ নেভিগেচন মেনুক সংকুচিত কৰো |
07:39 | পাছত, Mathematics category ৰ বাবে settings gear আইকণত ক্লিক কৰক |
07:45 | মন কৰিব ইয়াত চাৰিটা অতিৰিক্ত চাবমেনু আছে subcategories চৰ্তিং কৰাৰ সংগতি ৰাখি |
07:54 | সকলো categories যাৰ subcategories আছে তাৰ এই মেনু আইতেমচ থাকিব |
08:01 | gear আইকণৰ সোফালে থকা সংখ্যাটোৱে সেই category ত থকা কৌৰ্চসমূহৰ সংখ্যাক সূচাই |
08:09 | categories তালিকাৰ তলত চৰ্তিং অপচনচ থাকে |
08:14 | শেষত, subcategory এটাৰ parent category টো সলাবলৈ আপচনটো আছে |
08:21 | এই অপচনক ব্যৱ্হাৰ কৰিবলৈ, আপুনি মোভ কৰিব বিচৰা subcategory টোৰ কাষৰ চেক-বক্সটো চেক কৰিব লাগিব |
08:29 | তেতিয়া নতুন parent category নিৰ্বাচিত কৰক আৰু Move ক্লিক কৰক । আমি এতিয়া এই অপচনক ব্যৱ্হাৰ নকৰো |
08:38 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
08:44 | এই টিউট’ৰিয়েলত, আমি শিকিলো:
Course category, categories আৰু subcategories বনাবলৈ, categories ত একচন প্ৰদৰ্শন কৰিবলৈ |
08:57 | আপোনাৰ বাবে এটা অনুশিলনী হৈছে:
Mathematics ৰ ভিতৰত এটা নতুন subcategory 2nd Year Maths যোগ কৰক category Miscellaneous দিলিত কৰক |
09:10 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
09:19 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
09:29 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
09:34 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
09:48 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো |
09:58 | সংযোগ কৰাৰ বাবে ধন্যবাদ |