Moodle-Learning-Management-System/C2/Blocks-in-Admin-Dashboard/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Blocks in Admin's Dashboard স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি ব্লকচ যোগ আৰু দিলিত কৰিবলৈ আৰু Front page চেত কৰিবলৈ শিকিম |
00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS 16.04, |
00:26 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা, |
00:35 | Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
00:41 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
00:54 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Admin’s dashboard ৰ মূল জ্ঞান থাকিব লাগিব । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
01:08 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতটো খোলক । XAMPP চাৰ্ভিচ চলি থকাটো নিশ্বিত কৰক |
01:17 | আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ সবিশেষ ব্যৱ্হাৰ কৰি ল’গিন কৰক |
01:22 | আমি এতিয়া এদমিনৰ ড্যাচব’ৰ্দত আছো |
01:26 | মনত ৰাখিব ব্লকসমূহে এটা নিৰ্দিষ্ট উদ্দেশ্য বা তথ্য সৰবৰাহ কৰে আৰু Moodle ৰ সকলো পৃষ্ঠাতে ব্লকচ পোৱা যায় |
01:38 | আহক এতিয়া বুজো Moodle Blocks ৰ সৈতে আমি কেনেকৈ কাম কৰিব পাৰো |
01:44 | ব্যৱ্হৃত থিমৰ ওপৰত নিৰ্ভৰ কৰি, ব্লকচ সোঁফালে বা দুয়োফালে থাকিব পাৰে |
01:52 | ব্লকচত তথ্য থাকে যাক আমি কোনো লোকে ল’গিন কৰিলে দেখুৱাব বিচাৰো |
01:58 | Moodle ত বহুতো প্ৰকাৰৰ ব্লকচ উপলদ্ধ আৰু সিহঁতক আমাৰ প্ৰিফাৰেঞ্চ অনুসৰি সহজে মোভ বা এৰেঞ্জ কৰিব পাৰি |
02:09 | আমি এতিয়া ড্যাচব’ৰ্দত কিছু ব্লকচ যোগ কৰিম |
02:14 | পৃষ্ঠাটোৰ বাওঁফালে navigation menu ক্লিক কৰক |
02:19 | ড্যাচব’ৰ্দৰ সোঁফালে Customise this page বুটামত ক্লিক কৰক |
02:26 | মন কৰিব এটা নতুন মেনু আইতেম Add a block এতিয়া দেখা গৈছে । Add a block ক্লিক কৰক |
02:35 | এখন নতুন প’প-আপ উইন্দ’ খুলিছে । আমি যোগ কৰিব বিচৰা ব্লকৰ প্ৰকাৰটো নিৰ্বাচিত কৰিব লাগিব |
02:43 | উদাহৰণস্বৰূপে, Messages ক্লিক কৰক । আপুনি দেখিছে যে এতিয়া ড্যাচব’ৰ্দত Messages block আহিছে |
02:53 | বৰ্তমান তাত কোনো বাৰ্তা নাই |
02:56 | দিফল্টভাবে, সকলো নতুন ব্লকচ একেবাৰে সোঁফালৰ ক’লামত যোগ হয় |
03:02 | আহক আৰু এটা ব্লক যোগ কৰো । বাওঁফালে Add a block মেনুত ক্লিক কৰক |
03:09 | menu types ৰ তালিকাৰ পৰা HTML বাচক ।
HTML block হৈছে এটা ব্লক য’ত কোনোবাই কাষ্ট’ম HTML লিখিব পাৰে |
03:19 | ইয়াক ব্যৱ্হাৰ কৰি, আমি widgets এম্বেদ কৰিব পাৰো যেনে Library widgets, News feeds, Twitter, Facebook ইত্যাদি |
03:30 | মন কৰক এতিয়া এটা NEW HTML BLOCK যোগ কৰা হ’ল Messages block ৰ তলত |
03:37 | HTML block ত গিয়েৰ আইকণত ক্লিক কৰক । তেতিয়া Configure (NEW HTML BLOCK) block ক্লিক কৰক |
03:46 | Configure HTML block ত ৩টা চেকচন আছে:
Block settings , Where this block appears আৰু On this page |
03:57 | দিফল্টভাবে, প্ৰথম চেকচনটো প্ৰসাৰিত হয় |
04:02 | Expand all ক্লিক কৰক সকলো চেকচনক প্ৰসাৰিত কৰিবলৈ |
04:07 | Block title ত, আহক লিখো: “Things to do” |
04:12 | আহক Content এৰিয়াত এই এদমিন ইউজাৰৰ বাবে কিছু কাম যোগ কৰো |
04:19 | নিম্নখিনি লিখক: Create a new course, Create new users, Add users to the course |
04:30 | editor হৈছে এটা HTML editor আৰু ব্যৱ্হাৰ কৰিব পাৰি আন যিকোনো word processor বা editor ৰ দৰে |
04:39 | Where this block appears ৰ ভিতৰৰ অপচনচ চাবলৈ তললৈ স্ক্ৰ’ল কৰক |
04:45 | Default region ৰ ভিতৰত, Content বাচক । Default weight ত, -10 (মাইনাচ তেন) বাচক |
04:54 | ব্লক এটাৰ ওজন যিমান কম হয়, সি সিমান বেছিকৈ সেই অঞ্চলত দেখা যাব । -10 (মাইনাচ তেন) হৈছে সৰ্বনিম্ন |
05:03 | -10 নিৰ্বাচিত কৰি, মই নিশ্বিত কৰিছো যে ই content অঞ্চলৰ শীৰ্ষত আছে |
05:12 | এই ব্লকটো এদমিনৰ ড্যাচব’ৰ্দত দৰ্শিত হ’ব |
05:17 | এতিয়া “On this page” চেকচনটো আহিছে ।
ইয়াত আপুনি পৃষ্ঠাটোৰ বাবে কনফিগুৰেচন সূচীত কৰিব পাৰে য’ত এই ব্লকটো যোগ কৰা হৈছিলে |
05:28 | আমাৰ ক্ষেত্ৰত, এইটো হৈছে ড্যাচব’ৰ্দ ।
এই কনফিগুৰেচনে উক্ত চেকচনত সূচীত কৰা দিফল্ট কনফিগুৰেচনক ওভাৰৰাইদ কৰিব |
05:40 | এইটো হৈছে Where this block appears চেকচন ।
আহক এই চেকচনত Region ত Content আৰু Weight ত -10 (মাইনাচ তেন) নিৰ্বাচিত কৰো |
05:53 | মন কৰিব যে ব্লকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি, কনফিগুৰেচন চেতিংগচ ভিন্ন হ’ব |
06:01 | পৰিবৰ্তনক ছেভ কৰিবলৈ Save Changes ক্লিক কৰক আৰু ড্যাচব’ৰ্দলৈ ঘূৰি যাওঁক |
06:07 | চাওঁক যে Things to do টাইটলৰ সৈতে নতুন HTML ব্লকটো এতিয়া দেখা গৈছে আৰু content অঞ্চলত ই হৈছে শীৰ্ষত থকা ব্লক |
06:18 | আমি লগতে Move আইকণ ব্যৱ্হাৰ কৰি টানি পেলাই ব্লক এটাৰ স্থানক সলাব পাৰো |
06:25 | আহক দ্ৰাগিং আৰু দ্ৰপিং ব্যৱ্হাৰ কৰি Things to do block ক Course Overview block ৰ তললৈ নিওঁ |
06:34 | আহক চাওঁ আমি কিছু মিনিট আগতে চেত কৰা কনফিগুৰেচনক ই কেনেকৈ সলায় |
06:40 | গিয়েৰ আইকণত আৰু পাছত Configure Things to do block ক্লিক কৰক । তেতিয়া Expand All ক্লিক কৰক |
06:49 | “On this page” চেকচন চাবলৈ তললৈ স্ক্ৰ’ল কৰক । weight -2 (মাইনাচ তু) লৈ সলনি হ’ল ।
যদিওঁ, দিফল্ট weight, একেই থাকে |
07:03 | ড্যাচব’ৰ্দলৈ ঘূৰি যাবলৈ Cancel ক্লিক কৰক |
07:07 | আমাক এই Learning Plans block নালাগে । গতিকে আহক ইয়াক দিলিত কৰো ।
গিয়েৰ আইকণত আৰু পাছত Delete Learning plans block ত ক্লিক কৰক |
07:19 | Confirm প’প-আপ উইন্দ’ আহিছে আৰু আমাক এই দিলিত কৰাৰ বিষয়ে নিশ্বিত হ’বলৈ সুধিছে । ইয়াত Yes বুটামত ক্লিক কৰক |
07:29 | মন কৰক Learning Plans block এতিয়া আৰু উপলদ্ধ নহয় । আমি সদায় পাছত যদি প্ৰয়োজন হয় এই ব্লকক যোগ কৰিব পাৰো |
07:40 | আহক এতিয়া আমাৰ Moodle ইনষ্ট’লেচনৰ front page ক কাষ্ট’মাইজ কৰো |
07:46 | বাওঁফালৰ মেনুত Site Administration লিংকত ক্লিক কৰক |
07:51 | Front page চেকচনত Front Page settings চিনাক্ত কৰিবলৈ তললৈ স্ক্ৰ’ল কৰক । ইয়াত ক্লিক কৰক |
08:00 | আহক Full Site Name ক Digital India Learning Management System লৈ সলাওঁ |
08:08 | এই টেকস্ত breadcrumbs ৰ ওপৰত প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত দৰ্শিত হ’ব |
08:15 | Short name টেকস্তটো পৃষ্ঠাটোৰ টাইটলত দৰ্শিত হ’ব |
08:20 | মন কৰিব আমি থকা পৃষ্ঠাটোৰ নামৰ সৈতে Digital India LMS হৈছে এই পৃষ্ঠাটোৰ টাইটল |
08:29 | Short name লগতে এটা logo টেকস্ত হিচাবে ব্যৱহৃত হয় যদি আমি কোনো ল’গ’ ইমেজ নিদিওঁ । আমি ইয়াক এনেদৰেই এৰিম |
08:40 | Front page আইতেমচৰ বাবে দ্ৰপ-দাউন চাবলৈ তললৈ স্ক্ৰ’ল কৰক । তাত আইতেমচৰ তালিকা আছে যাক ফ্ৰন্ট পৃষ্ঠাত দেখুৱাব পাৰি |
08:50 | সকলো ভিজিতৰে, যোনে ল’গিন কৰিছে বা নাইকৰা, এই আইতেমচ চাব পাৰে |
08:57 | অৰ্দাৰটো এটা কম্বিনেচন বক্সৰ দ্বাৰা নিৰ্ধাৰিত হয় । আমি ইয়াক এনেদৰেই এৰিম |
09:05 | গতিকে, সকলো ইউজাৰে কৌৰ্চৰ তালিকা চাব পাৰিব (যদি উপলদ্ধ থাকে) আৰু অন্য একো নহয় |
09:13 | পাছৰটো হৈছে Front page items when logged in
ই হৈছে আইতেমচৰ তালিকা যাক ল’গ ইন কৰা ইউজাৰক দেখুৱাব পাৰি |
09:24 | আহক প্ৰথম দ্ৰপ-দাউনত Enrolled courses নিৰ্বাচিত কৰো |
09:29 | আমি বাকী থকা অপচনচক সিহঁতৰ দিফল্ট মানৰ সৈতে এৰিম |
09:35 | তললৈ স্ক্ৰ’ল কৰক আৰু Save Changes ক্লিক কৰক |
09:40 | আহক মূলভাব চাওঁ |
09:43 | এই টিউট’ৰিয়েলত, আমি “Things to do” নামৰ HTML block এটা যোগ কৰিবলৈ আৰু ই পৃষ্ঠাটোৰ ক’ত দৰ্শিত হ’ব তাক সূচীত কৰিবলৈ শিকিলো |
09:54 | আমি লগতে অতিথি আৰু ল’গিন কৰা ইউজাৰৰ বাবে frontpage টো চেতাপ কৰিলো |
10:00 | আপোনাৰ বাবে এটা অনুশিলনী হৈছে:
Private files block দিলিত কৰক Code files লিংকত দিয়া গাইদলাইনচ ব্যৱ্হাৰ কৰি এটা নতুন HTML block যোগ কৰক |
10:14 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
10:23 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
10:33 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
10:37 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
10:51 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো সংযোগ কৰাৰ বাবে ধন্যবাদ |