Linux-AWK/C2/Overview-of-Linux-AWK/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ আৰু অভাৰভিও অফ লিনাক্স AWK কমান্দচ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত আমি লিনাক্স AWK ৰ বিষয়ে শিকিম আৰু লিনাক্স AWK চিৰিজত সামৰা টিউট’ৰিয়েলচ |
00:17 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম ব্যৱ্হাৰ কৰিছো |
00:24 | AWK ব্যৱহৃত হয় ফাইল এটাৰ পৰা দেতা চাৰ্চ আৰু এক্সত্ৰেক্ত কৰিবলৈ |
00:30 | আমি লগতে দেতাক মেনিপুলেত কৰো আৰু AWK ব্যৱ্হাৰ কৰি ৰিপ’ৰ্ত বনাওঁ |
00:36 | যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ দৰে, AWK ৰো ভেৰিয়েবলচ অপাৰেতৰচ থাকে |
00:41 | কন্দিচনেল ষ্টেতমেন্তচ লুপচ |
00:45 | চিংগল আৰু মাল্টি দাইমেনচনেল আৰেচ
বুইল্ট-ইন ফাংচনচ আৰু ইউজাৰ দিফাইন্দ ফাংচনচ |
00:52 | চাৰ্চ প্ৰচেচৰ সময়্ত- ফাইল এটাক ৰেকৰ্দচৰ এটা ক্ৰম হিচাবে গণ্য কৰা হ’ব |
00:58 | প্ৰতিটো লাইনক বহুতো ফিল্দৰ সৈতে এটা একক ৰেকৰ্দ হিচাবে গণ্য কৰা হ’ব |
01:04 | তেতিয়া AWK এ প্ৰদত্ত পেতাৰ্নৰ বাবে চাৰ্চ কৰে । আৰু দৰকাৰী একচনটো প্ৰদৰ্শন কৰে |
01:11 | এতিয়া, আমি সংক্ষিপ্তকৈ এই চিৰিজৰ কিছু AWK টিউট’ৰিয়েলচ চাম |
01:18 | বেচিকচ অফ awk এই টিউট’ৰিয়েলে AWK ত কিছু মুল অপাৰেতৰচ ব্যাখ্যা কৰে যেনে |
01:25 | প্ৰচেচ কৰা আউতপুত কেনেকৈ প্ৰিন্ট কৰা হয় আৰু ৰেগুলাৰ সমীকৰণ ব্যৱ্হাৰ কৰা |
01:31 | আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ |
------------অ’দিঅ যোগ কৰক--------------- | |
01:43 | ভেৰিয়েবলচ আৰু অপাৰেতৰচ ইয়াত আমি ব্যৱ্হাৰ কৰিবলৈ শিকিম - ইউজাৰ দিফাইন্দ ভেৰিয়েবলচ |
01:51 | ভেৰিয়েবল ইনিচিয়েলাইজেচন অপাৰেতৰচ |
01:55 | ষ্ট্ৰিংগ যুক্ত কৰা আৰু অপাৰেতৰ মিলোৱা । AWK ত BEGIN আৰু END ষ্টেতমেন্ত |
02:03 | আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ |
----------অ’দিঅ যোগ কৰক------------- | |
02:16 | বুইল্ট-ইন ভেৰিয়েবলচ |
02:18 | এই টিউট’ৰিয়েলে AWK ত নিম্ন বুইল্ট-ইন ভেৰিয়েবলচৰ বিষয়ে ব্যাখ্যা কৰে যেনে: |
02:24 | RS, FS
ORS, OFS NR, NF ARGV, ARGC |
02:34 | টিউট’ৰিয়েলটোৱে লগতে কেনেকৈ AWK স্ক্ৰিপ্ত এটা লিখা হয় শিকায় |
02:39 | এইটো হৈছে এই টিউট’ৰিয়েলটোৰ এটা আভাস |
---------------অ’দিঅ যোগ কৰক------------ | |
02:53 | কন্দিচনেল ষ্টেতমেন্তচ এই টিউট’ৰিয়েলটোত আমি কন্দিচনেল ষ্টেতমেন্তচ ব্যৱ্হাৰ কৰিবলৈ শিকিম যেনে: If, else , else if awk ত |
03:04 | আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ |
---------------অ’দিঅ যোগ কৰক------------ | |
03:21 | লুপচ- ইয়াত আমি AWK ত কন্দিচনেল লুপচৰ বিষয়ে আলোচনা কৰিম যেনে for, while আৰু do-while লুপ |
03:31 | আমি লগতে AWK ব্যৱ্হাৰ কৰি চাৰ্চ পেতাৰ্ন শিকিম |
03:35 | এটা চিংগল বা মাল্টিপ’ল ফাইলৰ পৰা দেতা প্ৰচেচ কৰিম |
03:40 | আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ |
---------------অ’দিঅ যোগ কৰক------------ | |
03:53 | বেচিকচ অফ চিংগল দাইমেনচনেল আৰে টিউট’ৰিয়েলে আৰে এলিমেন্তচ এচাইন কৰাক ব্যাখ্যা কৰে |
03:59 | আৰে এটাৰ এলিমেন্তক ৰেফাৰ কৰা । AWK আৰেচ ইন্দেক্স কৰা |
04:04 | আচ’চিয়েতিভ আৰেৰ এদভানতেজ |
04:07 | এটা বিশেষ ইন্দেক্সত আৰে এটাত কোনো এলিমেন্ত অৱস্থিত নেকি চোৱা |
04:14 | এইটো হৈছে এই টিউট’ৰিয়েলটোৰ এটা আভাস |
---------------অ’দিঅ যোগ কৰক------------ | |
04:30 | চিংগল দাইমেনচনেল আৰেৰ এই উন্নত লেভেলৰ টিউট’ৰিয়েলে ব্যাখ্যা কৰে ফাইলৰ সৈতে AWK আৰে ব্যৱ্হাৰ কৰা । আৰে এটাৰ এলিমেন্তচ স্কেন কৰা |
04:41 | "for loop" ৰ নতুন ভেৰিয়েচন । আৰে এলিমেন্ত এটা দিলিত কৰা |
04:47 | সম্পূৰ্ণ আৰেটো দিলিত কৰা |
04:50 | ARGC আৰু ARGV ৰ ভেলুচ |
04:54 | আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ |
---------------অ’দিঅ যোগ কৰক------------ | |
05:08 | AWK ত মাল্টি দাইমেনচনেল আৰেয়ে ব্যাখ্যা কৰে |
05:12 | এলিমেন্ত এটাক চিহ্নিত কৰা বহুতো ইন্দাইচেচৰ ক্ৰম এটাৰ দ্বাৰা |
05:17 | এটা একক ষ্ট্ৰিংগত' যুক্ত কৰা |
05:20 | AWK ত 2 বাই 2 মাল্টিদাইমেনচনেল আৰে বনোৱা |
05:24 | 2 বাই 2 মেত্ৰিক্স এটাৰ ট্ৰানস্প’জ বনোৱা |
05:28 | মাল্টিদাইমেনচনেল আৰেটো স্কেন কৰা |
05:31 | ফৰ লোপক split ফাংচনৰ সৈতে কম্বাইন কৰা |
05:35 | আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ |
---------------অ’দিঅ যোগ কৰক------------ | |
05:48 | বুইল্ট-ইন ফাংচনচ । ইয়াত আমি শিকিম AWK বুইল্ট-ইন ফাংচনচৰ বিষয়ে যেনে: আৰিথমেতিক ফাংচনচ |
05:57 | ৰেন্দম ফাংচনচ, ষ্ট্ৰিংগ ফাংচনচ |
06:01 | ইনপুত আৰু আউতপুত ফাংচনচ আৰু টাইমষ্টাম্প ফাংচনচ |
06:07 | এইটো হৈছে এই টিউট’ৰিয়েলটোৰ এটা আভাস |
---------------অ’দিঅ যোগ কৰক------------ | |
06:23 | ইউজাৰ দিফাইন্দ ফাংচনচ টিউট’ৰিয়েলটোত, আমি শিকিম আমাৰ নিজৰ ফাংচন কেনেকৈ বনোৱা হয় |
06:30 | ফাংচন কল, ৰিতাৰ্ণ ষ্টেতমেন্তৰ আৰু ৰিভাৰ্চ ফাংচন |
06:37 | এইটো হৈছে এই টিউট’ৰিয়েলটোৰ এটা আভাস |
---------------অ’দিঅ যোগ কৰক------------ | |
06:54 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
07:00 | এই টিউট’ৰিয়েলটোত আমি AWK ৰ বিষয়ে শিকিলো আৰু এই চিৰিজৰ টিউট’ৰিয়েলচ চালো |
07:08 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
07:16 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:26 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
07:31 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক |
07:38 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
07:42 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
07:47 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
07:52 | ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
08:01 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
08:12 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |