Filezilla/C2/Introduction-to-Filezilla/Assamese

From Script | Spoken-Tutorial
Revision as of 09:06, 11 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time
Narration
00:01 FileZilla এৰ ভূমিকা সম্পর্কে এই স্পোকেন টিউটোৰিয়েলত স্বাগতমম।
00:07 এই টিউটোৰিয়েলত মই শিকিম: FileZilla কি
00:13 FileZilla এৰ বৈশিষ্ট্য
00:16 FileZilla কীভাবে ইনস্টল কৰে
00:19 FileZilla ইন্টাৰফেস
00:22 FileZilla ব্যবহাৰ কৰি ফাইল আপলোড আৰু ডাউনলোড কৰা
00:27 FileZilla কী?
00:30 এইটো ফ্ৰিআৰু ওপেন সোর্স সফটওয়্যাৰ
00:34 এইটোক নেটওয়ার্কত ফাইলবোৰ আৰু ফোল্ডাৰবোৰক ভাগ কৰাৰ বাবে ব্যবহৃত হয়
00:39 এইটো ব্যবহাৰ কৰা সহজ
00:42 সকলো অপাৰেটিং সিস্টেম-ত কাম কৰে
00:46 FileZilla এৰ বৈশিষ্ট্যবোৰ
00:49 FTP, FTP over FTPs, SSH and IPv6 এৰ ক্ষেত্ৰত কাম কৰে
00:59 সহজ ফাইল ট্রান্সফাৰৰ বাবে ড্র্যাগ আৰু ড্ৰপ সমর্থন কৰে
01:04 ফাইল নামৰ বাবে ফিল্টাৰ আছে - ব্যবহাৰকাৰীয়ে নির্দিষ্ট ফাইলক ফিল্টাৰ কৰিব পাৰে যি তাৰ পছন্দমতে শর্তাবলী পূৰণ কৰে
01:13 স্থানীয় আৰু দূৰবর্তী ডিৰেক্টৰি তুলনা কৰিবলৈ Directory comparison
01:19 Bookmarks আছে
01:22 এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই ব্যবহাৰ কৰিছো Ubuntu Linux OS সংস্কৰণ 14.04
01:30 FileZilla সংস্কৰণ 3.10.2
01:35 আৰু এটা কর্যকৰী ইন্টাৰনেট সংযোগ
01:38 এই টিউটোৰিয়েলটো অনুশীলন কৰাৰ বাবে, আপোনাৰ যিকোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জ্ঞান থাকিব লাগিব।
01:45 Linux OS সম্পর্কে জানিব হলে, এই ওয়েবসাইটত লিনাক্স স্পোকেন টিউটোৰিয়েল বোৰ চাওক।
01:53 উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমত নিম্নলিখিত পদ্ধতিৰ যিকোনো এটা ব্যবহাৰ কৰি FileZilla ইনস্টল কৰা যায়।
02:02 উবুন্টু সফটওয়্যাৰ সেন্টাৰ বা সিনাপটিক প্যাকেজ ম্যানেজাৰ ত যাওক,FileZilla অনুসন্ধান কৰক

আৰু ইনস্টল কৰক।

02:12 অথবা 'টার্মিনেল-ত টাইপ কৰক, “sudo apt-get install FileZilla” আৰু এন্টাৰ টিপক।
02:22 যিকোনো OS ত FileZilla ইনস্টল কৰাৰ আৰু এটা পদ্ধতি হল, https://filezilla-project.org/ ত যোৱা ।
02:36 নির্দিষ্ট OS এৰ বাবে ফাইলজিলা ক্লায়েন্ট ' ডাউনলোড কৰক
02:41 উইন্ডোজ অপাৰেটিং সিস্টেম-ত, ডাউনলোড কৰা সেটআপ ফাইলত ডবল ক্লিক কৰক 'আৰু ইনস্টল কৰক।
02:48 মই ইতিমধ্যেই আমাৰ লিনাক্সমেশিনত ইনস্টল কৰিছো।
02:53 এতিয়া ফাইলজিলা খোলা যাওক ।
02:56 উবুন্টু লিনাক্স-ত, আপোনাৰ ডেস্কটপ-ত শীর্ষস্থানৰ বাও কোণত, ড্যাশ হোমত ক্লিক কৰক।
03:04 Search বাক্সত,FileZilla টাইপ কৰক।
03:08 আপোনি FileZilla আইকন দেখিব পাৰে। এইটোক খুলিবলৈ ক্লিক কৰক
03:16 উইন্ডোজ ত, স্টার্ট মেনু ত ক্লিক কৰক আৰু 'FileZilla অনুসন্ধান কৰক।
03:23 এই তালিকাত, এইটোক খুলিবলৈ ' FileZilla ক্লিক কৰক।
03:27 বিকল্পভাবে, যদি 'FileZilla' শর্টকাট আইকন 'ডেস্কটপ-ত থাকে, তেনেহলে এইটোত ডাবল ক্লিক কৰক।
03:36 FileZilla ইন্টাৰফেসটো এইৰকমে দেখায়
03:41 ইয়াতে - মেনু বাৰ শীর্ষত থাকে
03:45 সাধাৰনতে ব্যবহৃত' মেনু 'আইটেমবোৰৰ বাবে Shortcut icons bar' হয়
03:50 Quick Connect Bar
03:52 Details pane
03:54 Local Site pane
03:56 Remote Site pane
03:58 Status Pane
04:00 Quick Connect bar -ত এই ক্ষেত্ৰবোৰ আছে
04:04 হোস্ট - যত আমি দূৰবর্তী অবস্থান-এৰ IP-এৰ host বিবৰণ বা সাইটৰ address লিখিম ।
04:12 ইউজাৰনেম - যত আমি' হোস্ট-এৰ username লিখিব লাগিব
04:18 ''পাসওয়ার্ড - হোস্ট ইউজাৰ এৰ পাসওয়ার্ড ক্ষেত্ৰ
04:23 পোর্ট'- যোগাযোগৰ বাবে প্ৰোটোকল-এৰ প্ৰকাৰ
04:28 Quick Connect button- দূৰবর্তী অবস্থানৰ সৈতে সংযোগ স্থাপন কৰা ।
04:33 এটা ড্ৰপ ডাউন - যি আগৰ সংযুক্ত অবস্থানবোৰ তালিকাভুক্ত কৰে
04:39 Details pane ত যোগাযোগ, প্ৰযুক্তিগত বিবৰণ আৰু দূৰবর্তী মেশিনত চলোৱা কমান্ডবোৰ আছে ।
04:47 Local Site pane আমাৰ সিস্টেমৰ ফাইল গঠন প্ৰদর্শন কৰে।
04:53 Remote Site pane সংযুক্ত ৰিমোট সিস্টেমৰ ফাইল গঠন প্ৰদর্শন কৰে।
05:00 এই দুটায়ে ফাইল আৰু ফোল্ডাৰবোৰক ব্ৰাউজ আৰু সনাক্ত কৰিবলৈ আমাক সাহায্য কৰে ।
05:05 Status Paneএ, file transfer status 'প্ৰদর্শন কৰে।
05:11 ইয়াতে ৩ টা ট্যাব আছে: Queued files - সেই ফাইলবোৰৰ তালিকা দেখায় যি স্থানান্তৰৰ বাবে সাৰিত আছে।
05:21 Failed Transferএ সেই তালিকা প্ৰদর্শন কৰে যি ফাইলবোৰক স্থানান্তৰ কৰাত ব্যর্থ হৈছে।
05:28 Successful Transfer- সফলভাবে স্থানান্তৰ কৰা ফাইলবোৰক প্ৰদর্শন কৰে।
05:35 ইয়াৰ পিছত মই এটা দূৰবর্তী সিস্টেম-ত সংযোগ আৰু তাতে এটা ফাইল স্থানান্তৰ কৰা দেখোৱাম ।
05:42 হোস্ট বাক্সত, মই remote machine-এৰ IP address টাইপ কৰিম।
05:49 আপোনি সেই মেশিনটোৰ IP address দিব পাৰে যিটো আপোনাৰ উছৰত উপলব্ধ ।
05:55 তাৰপিছত দূৰবর্তী মেশিন-এৰ বাবে username অাৰু password লিখক।
06:01 পোর্ট হিসাবে ২২ টাইপ কৰক ।
06:04 আৰু Quick Connectত ক্লিক কৰক।
06:07 আপোনি এটা বার্তা পাব - Unknown host key
06:12 Always trust this host, add this key to the cache চেকবক্সেত ক্লিক কৰক আৰু OK' বোতামত ক্লিক কৰক
06:23 Details pane-ত এটা সফলতাৰ বার্তা প্ৰদর্শিত হয়।
06:28 এইটোৱে নিশ্চিত কৰে যে দূৰবর্তী মেশিন আৰু আপোনাৰ মেশিন নেটওয়ার্কৰ সৈতে সংযুক্ত।
06:35 মেশিনবোৰ সংযুক্ত নহলে, connection failed বার্তা প্ৰদর্শিত হব
06:41 এতিয়া আমাৰ মেশিনৰ পৰা দূৰবর্তী মেশিনত এটা ফাইল স্থানান্তৰ কৰো।
06:47 এইটো কৰাৰ বাবে, প্ৰথমে Local Site pane -ত সেই ফাইলটো ব্ৰাউজ কৰক যাক আপোনি স্থানান্তৰ কৰিব বিচাৰে।
06:55 মই আমাৰ মেশিনত ডেস্কটপ ফোল্ডাৰত যাম আৰু ফাইল sample.pdf নির্বাচন কৰিম।
07:03 ফাইলটোত সো-ক্লিক কৰক আৰু Upload নির্বাচন কৰক।
07:08 Status pane-ত, আপোনি file transfer status দেখিব 
07:13 আপোনাৰ নেটওয়ার্ক গতিৰ উপৰত নির্ভৰ কৰি, এইটোৱে কিছু সময় লব পাৰে।
07:18 এইবাৰ ট্রান্সফাৰ সম্পূর্ণ হলে, Queued files ট্যাবৰ পৰা অগ্ৰগতি বাৰটো অদৃশ্য হৈ যাব।
07:26 Successful transfer ট্যাবত ক্লিক কৰক। ইয়াতে আমাৰটো দেখা গৈছে ।
07:31 Status paneএ দেখাইছে যে ফাইল স্থানান্তৰ কৰা হৈছে।
07:35 আহক চাও ফাইলটো কোন স্থান-ত স্থানান্তৰিত হৈছে।
07:40 ডিফল্টৰুপে, ফাইলবোৰ Remote Site pane ত খোলা থাকা অবস্থানটোত স্থানান্তৰিত কৰিব।
07:48 ইয়াতে আমাৰ ফাইল sample.pdf
07:52 এইটো প্ৰদর্শিত নহলে, শর্টকাট আইকন বাৰ ত যাওক আৰু ৰিফ্ৰেশ বোতামত ক্লিক কৰক।
07:59 ইয়াৰ পিছত আমি শিকিম কিভাবে আমাৰ ফাইল বা ফোল্ডাৰ, এটা নির্দিষ্ট স্থানত আপলোড কৰা যায়।
08:07 Remote Site pane-ত, মই ফোল্ডাৰ ডেস্কটপ ব্ৰাউজ কৰিম।
08:13 তাৰপিছত ডেস্কটপ ফোল্ডাৰত, সো-ক্লিক কৰক আৰু Create directory নির্বাচন কৰক।
08:20 এটা উইন্ডো খুল খায়।
08:22 মই 'স্পোকেন টাইটেলিয়াল' হিসাবে ডিৰেক্টৰিৰ নাম দিও আৰু Ok বাটনত ক্লিক কৰিম।
08:29 ডেস্কটপ ত, আপোনি তৈয়াৰ কৰা 'স্পোকেন টাইটেলিয়েল' ফোল্ডাৰটো চাব পাৰে ।
08:36 ইয়াৰ পিছত কোনো এটা ফাইল আপলোড কৰা যাওক।
08:40 মোৰ ডেস্কটপ-ত, intro.ogv নামৰ এটা ফাইল আছে।
08:46 মই এই ফাইলটো আপলোড কৰিম।
08:49 ফাইলটোত ক্লিক কৰক । Remote Site pane'-ত SpokenTutorial ফোল্ডাৰত টানি আনি ড্ৰপ কৰক ।
08:58 মই ড্র্যাগ আৰু ড্ৰপ পদ্ধতি বা সো ক্লিক কৰি আৰু তাৰপিছত 'Upload নির্বাচন কৰি ফাইল বা ফোল্ডাৰ আপলোড কৰিব পাৰো ।
09:08 ইয়াতে লক্ষ্য কৰক - intro.ogv ফাইলটো 'স্পোকেন টোউটৰিয়াল' ফোল্ডাৰত আপলোড কৰা হৈছে।
09:16 এতিয়া ৰিমোট মেশিনৰ পৰা ফাইল বা ফোল্ডাৰ ডাউনলোড কৰা শিকো।
09:22 এইটো কৰাৰ বাবে, Remote pane পৰা ফাইলটো স্থানীয় মেশিনত টানি আনক আৰু ড্ৰপ কৰক।
09:29 বিকল্পভাবে, সো ক্লিক কৰক আৰু Download নির্বাচন কৰক।
09:34 এতিয়া স্পোকেন টাইটেলিয়েল ফোল্ডাৰটো ৰিমোট মেশিনৰ পৰা আমাৰ স্থানীয় মেশিন-ত ডাউনলোড কৰা হৈছে।
09:43 অনুৰুপভাবে, আপোনি সহজেই আপোনাৰ মেশিনৰ পৰা কোনোও দূৰবর্তী মেশিনত ফাইল আপলোড বা ডাউনলোড কৰিব পাৰে।
09:51 ইয়াতে মই এই টিউটোৰিয়েলৰ শেষলৈ আহি পাইছো। আহক সাৰসংক্ষেপ কৰা যাওক ।
09:57 এই টিউটোৰিয়েলত, মই শিকিছো- FileZilla সম্পর্কে
10:02 FileZilla-ৰ বৈশিষ্ট্য
10:05 FileZilla কীভাবে ইনস্টল কৰে
10:08 FileZilla ইন্টাৰফেস
10:10 FileZilla ব্যবহাৰ কৰি ফাইল আপলোড আৰু ডাউনলোড কৰা
10:15 এইটোক ডাউনলোড কৰক আৰু চাওক।
10:24 আমি কর্মশালা পৰিচালনা কৰো আৰু যোনে আমাৰ অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকে সার্টিফিকেট দিয়া হয়। আৰো তথ্যৰ বাবে, আমালৈ লিখক ।
10:35 এই স্পোকেন টিউটোৰিয়েল সম্পর্কে আপোনাৰ কোনো প্ৰশ্ন আছে?

দয়া কৰি এই সাইটটো চাওক।

10:40 সেই মিনিট আৰু সেকেন্ডটো নির্বাচন কৰক যত আপোনাৰ প্ৰশ্ন আছে ।

আপোনাৰ প্ৰশ্ন সংক্ষিপ্তভাবে ব্যাখ্যা কৰক ।

10:48 স্পোকেন টিউটোৰিয়েল দলে সেইবোৰৰ উত্তৰ দিব।
10:53 স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত সৰকাৰ দ্বাৰা পৰিচালিত হয়।
11:02 এই মিশনৰ উপৰত আৰু তথ্য এই লিঙ্ক ত উপলব্ধ।
11:08 আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi