Gedit-Text-Editor/C2/Overview-of-gedit-Text-Editor/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Overview of gedit Text editor এৰ টোউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টোউটোৰিয়েলত:
gedit Text editor, gedit Text editor এৰ বৈশিষ্ট্য আৰু |
00:15 | এই শৃঙ্খলাৰ অধীনত থকা বিভিন্ন টোউটোৰিয়েলত উপলব্ধ বিষয়বস্তু সম্পর্কে শিকিম। |
00:21 | এই টোউটোৰিয়েলত মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit Text editor 3.10 ব্যবহাৰ কৰিছো। |
00:32 | টোউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ Windows বা Linux অপাৰেটিং সিস্টেম সম্পর্কে জ্ঞান থাকিব লাগিব। |
00:40 | প্ৰথমে gedit Text editor সম্পর্কে শিকো। |
00:45 | gedit এটা শক্তিশালী টেক্সট এডিটৰ। |
00:49 | এইটো ব্যবহাৰ কৰা সহজ আৰু সৰল। |
00:52 | এইটো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমত ডিফল্ট GUI টেক্সট এডিটৰ হয়। |
00:59 | ইয়াৰ পিছত, gedit Text editor এৰ বৈশিষ্ট্যবোৰ চাম। |
01:04 | gedit Text editor ত সকলো সাধাৰণ এডিটিং বৈশিষ্ট্য যেনে Cut, Copy, Paste, Undo আৰু Redo বিকল্প আছে। |
01:14 | Search আৰু Replace টেক্সট বিকল্প, যেনে অন্য টেক্সট এডিটৰত থাকে, এইটোও gedit ত উপলব্ধ। |
01:22 | gedit Text editor ত spell-check এৰ সুবিধা আছে। |
01:26 | এইটোৱে লাইনৰ সংখ্যা প্ৰদর্শন কৰে, যি সহজে সোর্স কোডক ডিবাগ কৰিবলৈ খুবেই উপযোগী হয়। |
01:32 | এইটোৱে টেক্সট wrap কৰে আৰু বর্তমান টেক্সট লক্ষণীয় কৰে। |
01:37 | Tabbed উইন্ডো ফীচাৰ, ই একেই উইন্ডোত বিভিন্ন ফাইলত কাম কৰিবলৈ সহজ কৰি তোলে। |
01:44 | gedit text editor এ বিভিন্ন প্ৰোগ্ৰামিং ভাষাত সিনট্যাক্সক লক্ষণীয় কৰে। |
01:50 | এইটোৱে প্ৰোগ্ৰামত ওপেন আৰু ক্লোস বন্ধনীৰ ধ্যান ৰাখে। |
01:55 | plugins এৰ মাধ্যমে ইয়াতে নতুন বৈশিষ্ট্য যোগ কৰা যায়। |
02:00 | স্বয়ং সংৰক্ষণ আৰু ব্যাকআপ বিকল্পবোৰও উপলব্ধ। |
02:05 | টেক্সট ফাইলৰ সৈতে কাম কৰা যি কোনো এজনে, প্ৰোগ্ৰামাৰস, প্ৰজেক্ট ম্যানেজাৰ, লেখকে gedit text editor ব্যবহাৰ কৰিব পাৰে। |
02:16 | মই এই শৃঙ্খলাত প্ৰতিটো টোউটোৰিয়েলক সংক্ষেপে চাম। |
02:21 | এই শৃঙ্খলাৰ প্ৰথম টোউটোৰিয়েলত, উবুন্টু লিনাক্স আৰু উইন্ডোজেত gedit Text editor সংস্থাপন কৰা, |
02:30 | আৰু নতুন ফাইল বনোৱা, বিদ্যমান ফাইল খোলা, সংৰক্ষণ আৰু বন্ধ কৰা সম্পর্কে কয়। |
02:38 | ইয়াতে টোউটোৰিয়েলৰ আভাস আছে। |
02:41 | video Clip |
02:51 | পৰবর্তী টোউটোৰিয়েল হল Common Edit Functions. |
02:55 | এইটোৱে কনটেন্ট Cut, Copy আৰু Paste, Undo আৰু Redo ক্ৰিয়া, টেক্সট Search আৰু Replace কৰা আৰু ডকুমেন্ট প্রিন্ট কৰা- এইবোৰক বুজাবলৈ সাহায্য কৰিব। |
03:10 | এই টোউটোৰিয়েলটো চাও। |
03:13 | video Clip |
03:25 | পিছৰ টোউটোৰিয়েল হল Handling tabs. ইয়াতে |
03:30 | Add, move, re-order আৰু close ট্যাব সম্পর্কে শিকিম। |
03:34 | ফাইলবোৰক ব্ৰাউজ আৰু খোলাৰ বাবে সাইড প্যানেল ব্যবহাৰ কৰক। |
03:39 | লাইনৰ সংখ্যাৰ সন্নিবেশ কৰি টেক্সট wrap কৰক। |
03:43 | ইয়াতে টোউটোৰিয়েলৰ আভাস আছে। |
03:46 | video Clip |
03:55 | পৰবর্তী টোউটোৰিয়েল হল Default Plugins. |
03:59 | এইটোৱে default plugins যেনে Sort, Change case, Spell checker, Insert date and time প্ৰয়োগ কৰিবলৈ সাহায্য কৰিব। |
04:10 | এই টোউটোৰিয়েলটো চাও। |
04:12 | video Clip |
04:20 | পিছৰ টোউটোৰিয়েলত থার্ড পার্টি Plugins সম্পর্কে ব্যাখ্যা কৰিম। |
04:25 | ইয়াতে শিকিম যে থার্ড পার্টি plugins কিভাবে সংস্থাপিত কৰে আৰু এইটোক ব্যবহাৰ কৰে। |
04:31 | থার্ড পার্টি plugin যাক ইন্টেলিজেন্ট টেক্সট Completion বোলে, এই টোউটোৰিয়েলত বুজাব। |
04:37 | ইয়াতে টোউটোৰিয়েলৰ আভাস আছে। |
04:40 | video Clip |
04:50 | অন্তিম টোউটোৰিয়েলটো snippets সম্পর্কে। |
04:54 | Snippets ইউসাৰক কোডৰ পুনৰাবৃত্তিমূলক টাইপিং এড়াবলৈ সাহায্য কৰে। |
05:00 | এইটোৱে ডিফল্ট Snippets এৰ ব্যবহাৰ ব্যাখ্যা কৰে, নতুন snippets জোড়া, snippets মোছা। |
05:08 | অন্যান্য বিকল্প যেনে |
05:10 | সমান brackets লক্ষণীয় কৰা আৰু Document Statistics ও এই টোউটোৰিয়েলত উপলব্ধ। |
05:17 | ইয়াতে টোউটোৰিয়েলৰ আভাস আছে। |
05:20 | video Clip |
05:30 | ইয়াৰ সৈতে মই টোউটোৰিয়েলৰ শেষলৈ আহিছো। |
05:33 | সংক্ষেপে, |
05:35 | এই টোউটোৰিয়েলত |
05:37 | gedit Text editor এৰ ওভাৰভিউ সম্পর্কে শিকিছো। |
05:41 | দয়া কৰি সকলো উল্লিখিত বিষয়ত বিস্তাৰিত টোউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক। |
05:47 | নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
05:56 | স্পোকেন টোউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু সার্টিফিকেট দিয়ে।
অধিক তথ্যৰ বাবে, আমালৈ লিখক। |
06:05 | আপোনাৰ স্পোকেন টোউটোৰিয়েলৰ সম্পর্কে কোনো প্ৰশ্ন থাকিলে এই সাইটত যাওক। |
06:11 | মিনিট আৰু সেকেন্ড চয়ন কৰক যত সমস্যা আছে। আপোনাৰ প্ৰশ্নটো সংক্ষেপে ব্যাখ্যা কৰক। |
06:18 | আমাৰ দলৰ কোনো এজনে ইয়াৰ উত্তৰ দিব। |
06:22 | এই টোউটোৰিয়েলত নির্দিষ্ট প্ৰশ্নৰ বাবে স্পোকেন টোউটোৰিয়েল ফোৰাম আছে। |
06:27 | ইয়াতে অসম্পর্কিত আৰু সাধাৰণ প্ৰশ্ন পোস্ট নকৰিব, এইটোৱে অব্যবস্থতা কমোৱাত সহায়তা কৰিব। কম অব্যবস্থতাৰ সৈতে আমি এই আলোচনা নির্দেশমূলক তথ্য ৰুপে ব্যবহাৰ কৰিব পাৰো। |
06:41 | স্পোকেন টোউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ। |
06:53 | আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |