Java/C3/Static-Methods/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Static Methods ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:05 | ইয়াতে আমি শিকিম: static methods কি, static methods ব্যাখ্যা কৰা। |
00:12 | instance methods আৰু static methods ইয়াৰ পার্থক্য আৰু static methods ইয়াৰ ব্যবহাৰ। |
00:20 | ইয়াতে Ubuntu 14.04, JDK 1 .7 আৰু Eclipse 4.3.1 ব্যবহাৰ কৰিছো। |
00:31 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
00:38 | java ত instance variables, methods আৰু static variables সম্পর্কেও জ্ঞান থাকিব লাগিব। |
00:45 | নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলবোৰৰ বাবে, আমাৰ ওয়েবসাইটত যাওক। |
00:50 | static method এটা মেথড যি সম্পূর্ণ ক্লাসৰ সৈতে জুড়িত। |
00:56 | এইটোক class method ও বোলে আৰু এইটোক static কীওয়ার্ড দ্বাৰা ঘোষিত কৰা হয়। |
01:02 | Static methods সাধাৰণতে static variables পৰিচালনা কৰিবলৈ ব্যবহৃত হয়। |
01:07 | এতিয়া Eclipseত যাও আৰু StaticMethodDemo নামৰ প্ৰজেক্ট বনাম। |
01:14 | এই প্ৰজেক্টত Static methodsৰ ব্যবহাৰ প্ৰদর্শন কৰিবলৈ আবশ্যক classes বনাম। |
01:21 | StudentEnroll নামৰ নতুন ক্লাস বনাম। |
01:25 | এটা উদাহৰণ সহ static methods ইয়াৰ ব্যবহাৰ দেখো। |
01:30 | উদাহৰণটো তাৰ সমান হয় যি Static Variable টিউটোৰিয়েলত ব্যবহৃত হৈছে। |
01:37 | ইয়াতে আকৌ এবাৰ StudentEnroll ক্লাস প্ৰদর্শন কৰিছো। |
01:42 | ভ্যাৰিয়েবল name আৰু id, instance variable হিসাবে পৰিচালিত হয়। |
01:48 | ইয়াতে ভ্যাৰিয়েবল organization আৰু total count সকলো ক্লাসৰ বাবে একেই। |
01:54 | সেয়ে সেইবোৰক static variables হিসাবে গণ্য কৰিব পাৰে। |
01:58 | এতিয়া StudentEnroll ক্লাস প্ৰদর্শন কৰিবলৈ নিম্ন কোড লিখক। |
02:03 | ইয়াতে দুটা static ভ্যাৰিয়েবল count আৰু orgname আছে। |
02:08 | লগতে চাওক যে orgname, static constant নহয় কিন্তু এইটো সাধাৰণ static variable হয়. |
02:15 | static variable orgnameক, IIT Bombay হিসাবে ইনিসিয়েলাইজ কৰা হয়। |
02:21 | এতিয়া Sourceত ক্লিক কৰক আৰু Generate Constructor using Fields চয়ন কৰক। |
02:27 | নির্মিত কোড পৰা super কীওয়ার্ড মুছক। |
02:32 | Constructor ত, লিখক count ++ semicolon, |
02:36 | সেয়ে যেতিয়াই object এটা বনোৱা হয় count ভ্যাৰিয়েবল প্ৰতিবাৰে বৃদ্ধি পায়। |
02:42 | এতিয়া ভ্যাৰিয়েবোলৰ ভ্যালুক প্ৰিন্ট কৰিবলৈ এই ক্লাসত showData( ) মেথড জুড়িম। |
02:48 | লিখক public void showData( ) |
02:51 | id, name আৰু organization name প্ৰিন্ট কৰিবলৈ বন্ধনীত নিম্ন কোড লিখক। |
02:58 | এতিয়া স্ট্যাটিক মেথড setOrgName জুড়িম। |
03:03 | নিম্ন কোড লিখক। |
03:05 | প্ৰদর্শিত setOrgName মেথড হল static মেথড যি orgname ইয়াৰ ভ্যালু সংশোধন কৰিব পাৰে। |
03:13 | যি কোনো মেথড যাৰ ব্যবহাৰ static variables পৰিচালনা কৰিবলৈ কৰা হয় তাক static method হিসাবে সংজ্ঞায়িত কৰা হয়। |
03:19 | এতিয়া instance method আৰু static method ইয়াৰ পার্থক্য চাও। |
03:25 | Instance methods, static variables অ্যাক্সেস কৰিব পাৰে। |
03:29 | যত static methodএ static variablesক মাত্ৰ অ্যাক্সেস আৰু সংশোধন কৰিব পাৰে। |
03:35 | Instance মেথড মাত্ৰ object দ্বাৰা লাগু হয়। |
03:39 | যত static মেথডক object নবনোৱাকে চিধাচিধি লাগু কৰাব পাৰে। |
03:45 | static methodত this আৰু super কীওয়ার্ড ব্যবহাৰ কৰিব নোৱাৰো। |
03:50 | কাৰণ এই কীওয়ার্ড এটা নির্দিষ্ট ক্লাসৰ উদাহৰণ উল্লেখ কৰে। |
03:56 | static context ত, আমি ক্লাসৰ উদাহৰণ উল্লেখ কৰিব নোৱাৰো। |
04:01 | চাও যে static methodত সৰাসৰি instance variableক অ্যাক্সেস কৰাৰ চেষ্টা কৰিলে কি হয়। |
04:09 | লিখক id= newid সেমিকোলন। |
04:13 | Eclipseত এটা এৰৰ দেখায়। |
04:17 | এইটোৱে ইঙ্গিত কৰে যে instance variableক সৰাসৰি static methodত অ্যাক্সেস কৰা নহয়। |
04:23 | এই লাইনটো কমেন্ট কৰি আৰু আগোৱাও। |
04:27 | এতিয়া আৰু এটা static method, showOrgData জুড়িম। |
04:31 | এই স্টেটমেন্টে orgname আৰু count ইয়াৰ ভ্যালু প্ৰিন্ট কৰে। |
04:36 | default packageত সো ক্লিক কৰক, New-> Classত ক্লিক কৰক আৰু তাৰপিছত Demo লিখক। |
04:44 | এই ক্লাসত আমাৰ উচৰত main মেথড আছে। |
04:48 | সেয়ে লিখক main আৰু তাৰপিছত main মেথড বনাবলৈ Ctrl+space টিপক। |
04:54 | আমি শিক্ষার্থীৰ নামাঙ্কন দেখিবলৈ StudentEnroll ক্লাসত কিছু অবজেক্ট বনাম। |
05:01 | 3 টা অবজেক্ট s1, s2 আৰু s3 বনাবলৈ নিম্ন কোড লিখক। |
05:08 | নামাঙ্কন বিবৰণক প্ৰিন্ট কৰিবলৈ showData মেথড লাগু কৰো। |
05:12 | s1, s2 আৰু s3 ত মেথড লাগু কৰিবলৈ নিম্ন কোড লিখক। |
05:19 | orgname আৰু count ইয়াৰ ভ্যালু প্ৰিন্ট কৰিবলৈ showOrgData মেথডও লাগু কৰো। |
05:27 | এইটো static মেথড হোৱাত ইয়াৰ classৰ নাম দ্বাৰা এইটোক সৰাসৰি লাগু কৰিব পাৰো। |
05:31 | এইটোক কৰিবলৈ, এই কোড লিখক। |
05:34 | ডেমো প্ৰোগ্ৰাম ৰান কৰক। |
05:37 | আমি দেখো যে s1 সম্পর্কিত ভ্যাৰিয়েবোলৰ ভ্যালু অর্থাৎ IT101, ADIL আৰু IIT BOMBAY প্ৰিন্ট হয়। |
05:47 | একেইভাবে s2 আৰু s3 সম্পর্কিত ভ্যালুও প্ৰিন্ট হয়। |
05:53 | উল্লেখ্য যে orgname অর্থাৎ IIT BOMBAY ইয়াৰ ভ্যালু s1, s2 আৰু s3 ইয়াৰ বাবে একেই। |
06:02 | orgname আৰু count, static method showOrgData দ্বাৰা পৃথকভাবে প্ৰিন্ট হয়। |
06:08 | organization ইয়াৰ নাম IIT Bombay হিসাবে প্ৰিন্ট হয়। |
06:13 | শিক্ষার্থীৰ নামাঙ্কন সংখ্যাৰ ভ্যালু 3 প্ৰিন্ট হয়, কাৰণ আগতেই 3 টা অবজেক্ট বনাইছো। |
06:21 | static methodক সৰাসৰি classৰ নাম দ্বাৰা লাগু কৰাব পাৰে। |
06:26 | এতিয়া static method setOrgName লাগু কৰো। |
06:30 | আমি প্ৰতিষ্ঠানৰ নাম IIT Bombay পৰা IIT Mumbai ত সলাও। |
06:36 | নিম্ন কোড লিখক। |
06:38 | আকৌ এবাৰ নামাঙ্কন বিবৰণ প্ৰিন্ট কৰিবলৈ s1, s2 আৰু s3 ত showData মেথড লাগু কৰক। |
06:47 | ইয়াৰ বাবে আকৌ এবাৰ নিম্ন কোড লিখক। |
06:50 | আকৌ এবাৰ, orgname আৰু count ইয়াৰ ভ্যালু প্ৰিন্ট কৰিবলৈ showOrgData মেথড লাগু কৰক। |
06:58 | এইটো কৰিবলৈ এই কোড লিখক। |
07:00 | আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক। |
07:03 | আমি দেখো যে সংস্থানৰ নাম IIT Mumbai ত সলনি হৈ গৈছে। |
07:08 | স্লাইডত উভতি আহো। |
07:11 | Object references ক static methodত পাস কৰা যায়। |
07:15 | এইভাবে static methodএ সেই নির্দিষ্ট objectৰ instance variables অ্যাক্সেস কৰিব পাৰে। |
07:22 | এইটোক আমি কোডত চেষ্টা কৰো। Eclipseত যাওক আৰু StudentEnroll ক্লাসত যাওক। |
07:30 | এতিয়া setOrgName মেথডত, অন্য argument ক StudentEnroll ক্লাসত object হিসাবে পাস কৰক। |
07:38 | String org ইয়াৰ পিছত, লিখক কমা StudentEnroll s |
07:45 | এতিয়া এই মেথডত, id = newid আনকমেন্ট কৰক। |
07:50 | id ইয়াৰ সলনি s.id লিখক। |
07:54 | Demo ক্লাসত যাওক। |
07:56 | StudentEnroll object s1 পাস কৰি function call ক setOrgName methodত সলাওক। |
08:05 | ইয়াতে, IIT Mumbai ইয়াৰ পিছত লিখক কমা s1. |
08:10 | আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক। |
08:12 | আমি দেখো যে s1 ইয়াৰ বাবে id ভ্যালু newid ত সলনি গৈছে। |
08:19 | সংক্ষেপে, ইয়াতে আমি শিকিছো: |
08:24 | static method কি আৰু এইটোক কেতিয়া ব্যবহাৰ কৰা হয়। |
08:28 | static methods আৰু instance methodsক কিভাবে পাৰথক্য কৰে আৰু |
08:33 | static methodsক কিভাবে বানায় আৰু লাগু কৰে। |
08:37 | এই অনুশীলনী Static variable ইয়াৰ অনুশীলনীৰ ধাৰাবাহিকতা। |
08:42 | নিশ্চিত কৰক Static variable ইয়াৰ অনুশীলনী সম্পন্ন কৰিছে। |
08:47 | ইয়াতে মাত্ৰ সংশোধন চিহ্নিত কৰিম। |
08:50 | ইয়াতে status প্ৰদর্শন কৰাৰ এটা ভ্যাৰিয়েবল আছে। |
08:55 | এইটোক নির্দেশ কৰিবলৈ ব্যবহৃত হয় যে গাড়ি পৰিষেবাৰ বাবে in নে পৰিষেবাৰ পিছত out আছে।**** |
09:01 | ইয়াতে No of cars out after Service প্ৰদর্শন কৰিবলৈ আৰু এটা ভ্যাৰিয়েবল আছে। |
09:08 | মেথড service( Car c) সংজ্ঞায়িত কৰক যি outৰ স্টেটাস আপডেট কৰে। |
09:13 | সেইমতে পৰিষেবাৰ বাবে No of Cars in আৰু ****** |
09:17 | পৰিষেবাৰ পিছত No of Cars out ইয়াৰ ভ্যালু সংশোধন কৰে।***** |
09:21 | গাড়িৰ বর্ণন প্ৰিন্ট কৰিবলৈ show( ) মেথডও সংজ্ঞায়িত কৰক। |
09:26 | আগৰ মতে, সূচীবদ্ধ অনুযায়ী নিম্ন কামটো কৰিব লাগিব। |
09:30 | উল্লেখ্য যে প্ৰয়োজন মতে static method সনাক্ত আৰু সংজ্ঞায়িত কৰিব লাগিব। |
09:35 | Demo ক্লাসও বনাওক। |
09:38 | main মেথডত, CarService ইয়াৰ কিছু অবজেক্ট বনাওক। |
09:43 | তাৰেই কিছুত service( ) মেথড লাগু কৰক। |
09:47 | সকলো অবজেক্ট দ্বাৰা show( ) মেথড লাগু কৰক আৰু ফলাফল চেক কৰক। |
09:52 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। |
09:57 | এইটোক ডাউনলোড কৰি চাওক। |
09:59 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। |
10:08 | অধিক জানোবলৈ আমালৈ লিখক। |
10:11 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
10:18 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT- Intro |
10:22 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। |
10:30 | অংশগ্ৰহনৰ বাবে ধন্যবাদ। |