Java/C3/Static-Blocks/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Static blocks ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | ইয়াতে আমি শিকিম: static blocks কি। |
00:10 | static blocks ঘোষিত কৰা আৰু static blocks ইয়াৰ ব্যবহাৰ। |
00:16 | ইয়াতে আমি ব্যবহাৰ কৰিছো: Ubuntu 14.04 JDK 1 .7 আৰু Eclipse 4.3.1 |
00:26 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
00:34 | আপোনাৰ java ত instance variables, static variables আৰু static methods সম্পর্কে জানিব লাগিব। |
00:43 | নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, প্ৰদত্ত লিঙ্কত যাওক। |
00:48 | এতিয়া static blocks সম্পর্কে শিকো। |
00:52 | Static block ইয়াৰ ব্যবহাৰ সাধাৰণতে static variableৰ ভ্যালু ইনিসিয়েলাইজ কৰাত হয়। |
00:59 | static কীওয়ার্ড ব্যবহাৰ কৰি static block ঘোষিত হয়। |
01:03 | ক্লাস মেমোৰীত লোড কৰিলে Static blocks নিষ্পাদিত হয়। |
01:08 | ইয়াতে প্ৰোগ্ৰামত static blocks থাকিলে, তাক constructors ইয়াৰ আগত লাগু হয়। |
01:14 | আমি static blockত instance variable অ্যাক্সেস কৰিব নোৱাৰো। |
01:19 | এতিয়া, Eclipseত যাও আৰু StaticBlockDemo নামৰ নতুন প্ৰকল্প বনাম। |
01:26 | এই প্ৰজেক্টত, Static Blocks ইয়াৰ ব্যবহাৰ প্ৰদর্শন কৰিবলৈ প্ৰয়োজনীয় classes বনাম। |
01:33 | src ফোল্ডাৰত সো ক্লিক কৰক আৰু New-> Classত ক্লিক কৰক। |
01:38 | class ইয়াৰ নাম StudentEnroll লিখক আৰু এন্টাৰ টিপক। |
01:44 | StudentEnroll ক্লাস প্ৰদর্শন কৰিবলৈ নিম্ন কোড লিখক। |
01:49 | উল্লেখ্য যে দুটা static variables, count আৰু orgname আছে। |
01:54 | Sourceত ক্লিক কৰক আৰু Generate Constructor using Fields চয়ন কৰক। |
02:00 | নির্মিত কোডৰ পৰা super কীওয়ার্ড মুছি দিয়ক। |
02:04 | constructor লাগু হলে আমি এটা ম্যাসেজ প্ৰিন্ট কৰিব বিছাৰো। |
02:09 | এই constructor ত, Constructor invoked প্ৰিন্ট কৰিবলৈ নিম্ন কোড লিখক। |
02:15 | এতিয়া ভ্যাৰিয়েবোলৰ ভ্যালুক প্ৰিন্ট কৰিবলৈ এই ক্লাসত showData( ) মেথড জুড়িম। |
02:21 | নিম্ন কোড লিখক। |
02:23 | এতিয়া count আৰু orgname ইয়াৰ ভ্যালু ইনিসিয়েলাইজ কৰিবলৈ static block জুড়িম। |
02:29 | নিম্ন কোড লিখক। |
02:32 | ভ্যাৰিয়েবল orgname আৰু count হল static variable. |
02:36 | static কীওয়ার্ড দ্বাৰা প্ৰিফিক্ড কাৰ্লী বন্ধনীত এই কোডৰ ব্লক হল staticblock. |
02:42 | এই static block যথাক্ৰমে count আৰু orgname ইয়াৰ ভ্যালুৰ বাবে 100 আৰু IITM ইনিসিয়েলাইজ কৰে। |
02:51 | এই static blockত static block-1 is invoked লিখিবলৈ নিম্ন কোড লিখক। |
02:58 | আমি main method ইয়াৰ সৈতে আৰু এটা ক্লাস জুড়িম। |
03:03 | default packageত সো ক্লিক কৰক, New-> Classত ক্লিক কৰক আৰু তাৰপিছত Demo লিখক। |
03:11 | এই ক্লাসত আমি main মেথড আছে। |
03:15 | main লিখক আৰু তাৰপিছত main method বনাবলৈ Ctrl + space টিপক। |
03:21 | আমি StudentEnroll ক্লাসৰ এটা অবজেক্ট বনাম। |
03:25 | অবজেক্ট s1 বনাবলৈ নিম্ন কোড লিখক। |
03:29 | এতিয়া ভ্যালু প্ৰিন্ট কৰিবলৈ showData মেথড লাগু কৰক। |
03:33 | লিখক s1.showData() semicolon |
03:38 | এতিয়া Demo প্ৰোগ্ৰাম ৰান কৰো। |
03:41 | আমি দেখো যে static block constructor ইয়াৰ আগত লাগু হয়। |
03:46 | count আৰু orgname ইয়াৰ ভ্যালু ইনিসিয়েলাইজ হয় যেনে static blockত সংজ্ঞায়িত হৈছে। |
03:53 | এতিয়া StudentEnroll ক্লাসত উভতি যাও। |
03:57 | চাও কি হয় যদি static blockত id ইয়াৰ ভ্যালু ইনিসিয়েলাইজ কৰো। |
04:03 | static blockত লিখক, id equals IT01 semicolon |
04:10 | আমি এটা এৰৰ দেখো। |
04:13 | এইটো ইঙ্গিত কৰে যে instance variable ক static blockত অ্যাক্সেস কৰা যাব নোৱাৰে। |
04:19 | এই লাইনটোক কমেন্ট কৰক আৰু আগোৱাই যাওক। |
04:25 | স্লাইডত উভতি যাওক। |
04:27 | classত একাধিক static blocks হব পাৰে। |
04:30 | এই ক্ষেত্ৰত সিহতক মাত্ৰ এবাৰ কল কৰা হয় যেনেকৈ সিহতক সোর্স কোডত দেখায়। |
04:37 | এইটোক চেক কৰিবলৈ Eclipseত উভতি যাওক। |
04:40 | বিদ্যমান ব্লকৰ পিছত আৰু এটা static block অন্তর্ভুক্ত কৰক। |
04:45 | তলৰ কোড লিখক। |
04:47 | এই static block যথাক্ৰমে count আৰু orgname ইয়াৰ ভ্যালু 200 আৰু IITB ইনিসিয়েলাইজ কৰে। |
04:57 | এই static blockত নিম্ন কোড লিখক। |
05:01 | এতিয়া Demo প্ৰোগ্ৰাম আকৌ এবাৰ ৰান কৰক। |
05:04 | আউটপুটৰ পৰা চেক কৰিব পাৰি যে দ্বিতীয় static block প্ৰথমটোৰ পিছত লাগু হয়। |
05:10 | static variables count আৰু orgname ইয়াৰ ভ্যালু দ্বিতীয় static block দ্বাৰা আপডেট হয়। |
05:18 | সিহত যথাক্ৰমে 200 আৰু IITB. |
05:22 | সংক্ষেপে: |
05:24 | ইয়াতে আমি শিকিছো: static block কি? static block ঘোষিত আৰু সংজ্ঞায়িত কৰা আৰু static block লাগু আৰু নিষ্পাদিত কৰা। |
05:37 | অনুশীলনীৰ বাবে, এই অনুশীলনী Static Methods অনুশীলনীৰ ধাৰাবাহিকতা হয়। |
05:44 | Static Methods ইয়াৰ অনুশীলনী সম্পন্ন কৰা নিশ্চিত কৰক। |
05:48 | আগৰ ডিসাইনৰ ভিত্তিত CarService ক্লাস এই স্লাইডত নির্দিষ্ট কৰক। |
05:54 | instance variables আৰু static variables সনাক্ত কৰক। |
05:58 | instance variables ইয়াৰ বাবে ভ্যালু ইনিসিয়েলাইজ কৰিবলৈ constructor নির্ধাৰণ কৰক। |
06:03 | static variables ইয়াৰ বাবে ভ্যালু ইনিসিয়েলাইজ কৰিবলৈ static block নির্ধাৰণ কৰক। |
06:08 | main method সহ এটা Demo ক্লাস বনাওক। |
06:12 | main methodত, CarService ইয়াৰ কিছু অবজেক্ট বনাওক আৰু show( ) method লাগু কৰক। |
06:19 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। |
06:24 | এইটোক ডাউনলোড কৰি চাওক। |
06:27 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। |
06:35 | অধিক জানোবলৈ আমালৈ লিখক। |
06:39 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
06:46 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro |
06:50 | আই আই টী বোম্বেৰ পৰা ম ই মৌচুমি মেধী বিদায় লৈছো। |
06:58 | অংশগ্ৰহনৰ বাবে ধন্যবাদ। |