Gedit-Text-Editor/C3/Default-plugins-in-gedit/Assamese

From Script | Spoken-Tutorial
Revision as of 11:28, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 gedit Text editor ত Default Plugins এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 ইয়াতে মই gedit Text editor ত ডিফল্ট প্লাগইন যেনে Sort, Change Case, Spell checker আৰু Insert Date and Time সম্পর্কে শিকিম।
00:23 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো।
00:34 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জানিব লাগিব।
00:40 Plugin এটা সফ্টওয়্যাৰ কম্পোনেন্ট হয় যিয়ে এপ্লিকেশনত এটা নির্দিষ্ট বৈশিষ্ট্য জোড়ে।
00:46 এইটোৱে অতিৰিক্ত কার্যকাৰিতা দিয়ে।
00:49 gedit Text editor খুলক।
00:53 কিছু plugins gedit Text editor ত ডিফল্টৰুপে সংস্থাপিত হয়।
00:59 ডিফল্ট plugins চাবলৈ, মেন মেনুৰ পৰা, Edit আৰু Preferences ত ক্লিক কৰক।
01:06 Preferences ডায়ালগ বাক্সত, Plugins ট্যাবত ক্লিক কৰক।
01:12 ডিফল্টৰুপে সংস্থাপিত plugins এৰ সূচী ইয়াতে তালিকাভুক্ত।
01:18 লক্ষ্য কৰক কিছু plugins ডিফল্টৰুপে চেক আছে।
01:23 এইটোৱে ইঙ্গিত দিয়ে যে সিহত সক্ষম আৰু তাক ব্যবহাৰ কৰিব পাৰি।
01:28 আপোনি ইয়াতে প্ৰদর্শিত কোনো plugins আপোনাৰ এডিটৰত যদি নেদেখে তাক সহজে সংস্থাপিত কৰিব পাৰে।
01:36 Ubuntu Software Center ব্যবহাৰ কৰি এইটো কৰিব পাৰে।
01:40 gedit Preferences বাক্সত Close বোতামত ক্লিক কৰক।
01:45 কম্পিউটাৰ ডেস্কটপৰ উপৰত বাও কোণত Dash Home আইকনত ক্লিক কৰক।
01:52 সার্চ বাক্সত, Ubuntu Software Center লিখক।
01:57 Ubuntu Software Center আইকন দেখাব। ইয়াতে ক্লিক কৰক।
02:03 সার্চ বাক্সত, gedit লিখক।
02:07 Text Editor আইকনত ক্লিক কৰক। তাৰপিছত More Info ত ক্লিক কৰক।
02:14 gedit Text editor ত উপলব্ধ Add-ons চাবলৈ তলত স্ক্ৰোল কৰক।
02:20 মই অতিৰিক্ত plugins বিকল্প চাব পাৰো।
02:24 এইটো আমাৰ প্ৰয়োজন অনুযায়ী ব্যবহাৰ কৰিব পাৰি।
02:28 A set of gedit plugins for developers আৰু Set of plugins for gedit চেক-বাক্স চয়ন কৰক যদি এইটো চয়নিত হৈ থকা নাই।
02:40 Apply Changes বোতামত ক্লিক কৰক।
02:43 প্ৰম্পটতৰ সময়ত এডমিন পাসওয়ার্ড লিখক। Authenticate ত ক্লিক কৰক।
02:51 এতিয়া, সবতচে বেশি ব্যবহৃত plugins তালিকাত জুড়িব।
02:57 Ubuntu Software Center বন্ধ কৰক।
03:00 এতিয়া মই কিছু plugins সক্ষম কৰিম।
03:04 মেন মেনুৰ পৰা Edit আৰু তাৰপিছত Preferences ত ক্লিক কৰক।
03:09 Plugins ট্যাবত, এই বৈশিষ্ট্যবোৰক সক্ষম কৰিবলৈ Change Case, Sort আৰু Spell checker চেক বাক্স চেক কৰক।
03:21 Close ত ক্লিক কৰক।
03:24 আকৌ এবাৰ, মেন মেনুৰ পৰা Edit ত ক্লিক কৰক।
03:28 মই মেনু লিস্টত জড়িত plugins চাব পাৰো।
03:33 মই Fruits.txt খুলো যাক মই আগেই বনাইছিলো।
03:40 Fruits.txt ফাইল এই টিউটোৰিয়েল সহ Codefile লিঙ্কত উপলব্ধ।
03:48 ডাউনলোড কৰক আৰু এই টেক্সট ডকুমেন্ট ব্যবহাৰ কৰক।
03:51 এতিয়া চাও ফন্টৰ আকাৰক বড়োৱা বা কমোৱা আৰু ডকুমেন্টত ব্যাকগ্ৰাউন্ডৰ ৰঙ সলোৱা।
03:59 মেনু বাৰ পৰা, Edit আৰু Preferences ত ক্লিক কৰক।
04:03 তাৰপিছত Font & Colors ট্যাব ত ক্লিক কৰক।
04:08 Use the system fixed width font বাক্সটো আনচেক কৰক, যদি এইটো চেক কৰা থাকে।
04:14 শেষত, Editor font বোতামত ক্লিক কৰক।
04:18 ইয়াতে, মই বিভিন্ন ফন্টৰ নাম চাব পাৰো।
04:22 ফন্ট নামটো চয়ন কৰক যাক আপোনি ব্যবহাৰ কৰিব বিচাৰে।
04:26 তলত সোফালে minus বা plus চিহ্ন বোতাম আছে।
04:31 ইয়াৰ ব্যবহাৰ ফন্টৰ আকাৰ কমাব বা বড়াবলৈ কৰা হয়।
04:36 মই ফন্টৰ আকাৰ 20লৈ বৃদ্ধি কৰিম।
04:39 ফন্টৰ আকাৰ সেট কৰিবলৈ Select ত ক্লিক কৰক।
04:43 ব্যাকগ্ৰাউন্ডৰ ৰঙ সলাবলৈ, Color Scheme বিকল্পত Cobalt ত ক্লিক কৰক।
04:49 আপোনি দেখে যে ব্যাকগ্ৰাউন্ডৰ ৰঙ নীলা ৰঙত সলনি হৈ গৈছে।
04:54 স্বাভাবিক সেটিংসত উভতি যাবলৈ Classic ত ক্লিক কৰক।
04:58 তাৰপিছত Close ত ক্লিক কৰক।
05:01 এতিয়া চাও যে sort বিকল্প কিভাবে কাম কৰে।
05:05 মেন মেনুৰ পৰা Edit আৰু Sort ত ক্লিক কৰক।
05:09 Sort ডায়ালগ বাক্স দেখায়।
05:12 মই ডকুমেন্টত, Oranges দুইবাৰ লিখিছো।
05:17 Remove duplicates বাক্স চেক কৰক।
05:20 এইটোৱে ডকুমেন্টৰ পৰা ডুপ্লিকেট শব্দ থাকিলে তাক অতৰাই দিব।
05:25 Ignore case চেকবাক্স টোও চেক কৰক।
05:29 এতিয়া Sort ত ক্লিক কৰক।
05:32 লক্ষ্য কৰক যে সূচীৰ শব্দ এতিয়া বর্ণানুক্ৰমিকভাবে সজোৱা আছে।
05:38 লগতে লক্ষ্য কৰক যে Oranges শব্দৰ ডুপ্লিকেট কপি মুছা গৈছে।
05:44 এতিয়া চাও যে Change Case বিকল্পক কিভাবে ব্যবহাৰ কৰে।
05:49 প্ৰথমে টেক্সটৰ লাইন চয়ন কৰক যাৰ কেস সলাব বিছাৰে।
05:55 ইয়াতে, মই সম্পূর্ণ ডকুমেন্ট চয়ন কৰিম।
05:59 মেন মেনু পৰা Edit আৰু Change Case ত ক্লিক কৰক।
06:03 মই বিকল্পবোৰ চাব পাৰো যেনে All Upper case, All Lower caseত সলোৱা

Invert case - অর্থাৎ, এইটোৱে সমস্ত lowercase ক uppercase ত আৰু uppercase ক lowercase ত সলাব।

Title case- এইটোৱে সকলো শব্দৰ প্ৰথম অাখৰক uppercase ত সলাব।

06:25 এতিয়া মই Title Case চয়ন কৰিম।
06:29 ডকুমেন্টত পৰিবর্তনবোৰ চাওক।
06:32 অন্য বিকল্পবোৰ চেষ্টা কৰক আৰু নিজেই সম্বন্ধিত আউটপুট অন্বেষণ কৰক।
06:38 ইয়াৰ পিছত মই spell check বিকল্পটো চাম।
06:42 এই ডকুমেন্টত, দেখোৱাৰ দৰে Oranges শব্দটো ভুল লিখো ।
06:48 মেন মেনুৰ পৰা Tools আৰু Highlight Misspelled Words চয়ন কৰক।
06:54 লক্ষ্য কৰক, ভুল শব্দটো এতিয়া ৰঙা ৰঙত ৰেখাঙ্কিত হৈছে।
07:00 শব্দত কার্সাৰ ৰাখক আৰু এইটোত সো ক্লিক কৰক।
07:05 Spelling Suggestions ত ক্লিক কৰক।
07:08 তালিকাৰ পৰা সঠিক শব্দ চয়ন কৰক। বানানটো এতিয়া ঠিক হৈ গৈছে।
07:14 মই সম্পূর্ণ ডকুমেন্টৰ বাবেও spell check ব্যবহাৰ কৰিব পাৰো।
07:18 মই grapes আৰু apples শব্দ ভুল কৰিলো, যেনেকৈ ইয়াত দেখাইছে।
07:24 মেন মেনুৰ পৰা Tools আৰু Check Spelling চয়ন কৰক।
07:29 Check Spelling ডায়ালগ বাক্স দেখায়, ডকুমেন্টত ভুল শব্দ দেখায়।
07:36 এইটোৱে সঠিক বানান প্ৰদর্শন কৰে।
07:39 Suggestions তালিকাৰ পৰা সঠিক শব্দ চয়ন কৰক আৰু Change ত ক্লিক কৰক।
07:45 ইয়াতে দুটা ভুল শব্দ আছে। সঠিক শব্দ চয়ন কৰক আৰু change ত ক্লিক কৰক।
07:51 প্ৰস্থান কৰিবলৈ Close ত ক্লিক কৰক।
07:54 যেতিয়া কোনো এটা নির্দিষ্ট ফাইল বনোৱা বা সংশোধন কৰা হয়, মাঝে মাঝে মই তাৰিখ আৰু সময়ৰ ৰেকর্ড কৰিব বিছাৰো ।
08:03 সেয়ে pluginক সক্ষম কৰো যাক Insert Date and Time বোলে।
08:09 মেন মেনুৰ পৰা Edit আৰু Preferences ত ক্লিক কৰক।
08:14 Preferences ডায়ালগ বাক্সত, Plugins ট্যাবত ক্লিক কৰক।
08:20 Insert Date and Time চেক বাক্স চেক কৰক। Close ত ক্লিক কৰক।
08:26 এতিয়া ডকুমেন্টৰ প্ৰথম লাইনত তাৰিখ আৰু সময় লিখিবলৈ চাও।
08:32 কার্সাৰ প্ৰথম লাইনত ৰাখক।
08:35 মেন মেনুৰ পৰা, Edit ত ক্লিক কৰক আৰু Insert Date and Time চয়ন কৰক।
08:41 বিভিন্ন তাৰিখ আৰু সময় ফর্ম্যাটৰ সহ ডায়ালগ বাক্স দেখায়।
08:46 মই দ্বিতীয় ফৰম্যাট চয়ন কৰিম।
08:48 তাৰপিছত Insert ত ক্লিক কৰক।
08:51 মই চাব পাৰো যে যত মই কার্সাৰ ৰাখিছো তাতে তাৰিখ আৰু সময় আছে।
08:59 ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।সংক্ষেপে:
09:04 ইয়াতে মই gedit Text editor ত ডিফল্ট plugins যেনে Sort, Change Case, Spell checker, Insert Date and Time সম্পর্কে শিকিছো।
09:16 ইয়াতে অনুশীলনী আছে। Fruits.txt ডকুমেন্ট খুলক, ফন্টক Italic ত সলাওক আৰু ফন্টৰ আকাৰ 24 কৰক। টেক্সট ফাইলৰ কন্টেন্ট Upper case ত সলাওক।
09:34 নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
09:42 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু সার্টিফিকেট দিয়ে।
09:48 অধিক তথ্যৰ বাবে, আমালৈ লিখক।
09:51 এই ফোৰামত আপোনাৰ টাইমড ক্যোয়াৰী পোস্ট কৰক।
09:56 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ।
10:09 আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi