Biopython/C2/Introduction-to-Biopython/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00:01 | Introduction to Biopython এৰ টিউটোৰিয়েলত আপোনাক স্বাগতমম। |
00:05 | ইয়াতে মই শিকিম, Biopython এৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য সম্পর্কে, |
00:10 | লিনাক্স অপাৰেটিং সিস্টেমত ডাউনলোড আৰু সংস্থাপনৰ তথ্য |
00:15 | আৰু Biopython টুলস ব্যবহাৰ কৰি প্ৰোটিন ক্ৰমত DNA ক্ৰমৰ ট্রান্সলেশন। |
00:22 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ নিম্ন সম্পর্কে জানিব লাগিব- |
00:25 | অস্নাতকৰ বায়োকেমিস্ট্ৰি বা বায়োইনফৰমেটিক্স। |
00:29 | আৰু মৌলিক Python প্ৰোগ্ৰামিং। |
00:31 | প্ৰদত্ত লিঙ্কত Python টিউটোৰিয়েল চাওক। |
00:35 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: উবুন্টু OS সংস্কৰণ 12.04 |
00:41 | Python সংস্কৰণ 2.7.3 |
00:44 | Ipython সংস্কৰণ 0.12.1 আৰু |
00:48 | Biopython সংস্কৰণ 1.58. |
00:51 | Biopython হৈছে কম্পিউটেশনেল বায়োলজিৰ বাবে মডিউলৰ সংগ্ৰহ। |
00:57 | এইটোৱে বায়োইনফৰম্যাটিক্সৰ বাবে প্ৰয়োজনীয় সবতচে মৌলিক কামবোৰ কৰিবলৈ পাৰে। |
01:03 | Biopython টুল্স নিম্ন কামত ব্যবহৃত হয়: |
01:05 | Parsing অর্থাৎ বিভিন্ন ফাইল ফৰম্যাট যেনে FASTA, Genbank ইত্যাদি পৰা তথ্য এক্সট্র্যাক্ট কৰা। |
01:14 | ডাটাবেস ওয়েবসাইট যেনে NCBI, ExPASY ইত্যাদি পৰা তথ্য ডাউনলোড কৰা। |
01:22 | বায়োইন ফৰম্যাটিক এলগৰিদম যেনে BLAST ৰান কৰা। |
01:26 | ইয়াত সাধাৰণ অপাৰেশনবোৰ ক্ৰমত কৰাৰ টুল্স আছে। |
01:31 | উদাহৰণস্বৰুপে - কমপ্লিমেন্টস, ট্রান্সক্ৰিপশন, ট্রান্সলেশন ইত্যাদি পাবলৈ। |
01:38 | এলাইনমেন্টৰ সৈতে ডিলিং কৰিবলৈ কোড। |
01:40 | আৰু কামবোৰ বেলেগ বেলেগ প্ৰক্ৰিয়াত ভাগ কৰাৰ কোড। |
01:46 | ডাউনলোড সম্পর্কিত তথ্য: |
01:48 | Biopython প্যাকেজ, Python বিতৰণৰ অংশ নহয়; এইটোক বেলেগভাবে ডাউনলোড কৰা প্ৰয়োজন। |
01:54 | বিস্তাৰিত তথ্যৰ বাবে নিম্নলিখিত লিঙ্কত যাওক। |
01:59 | Linux সিস্টেমত সংস্থাপনৰ বাবে: |
02:02 | Synaptic Package Manager দ্বাৰা Python, Ipython আৰু Biopython সংস্থাপন কৰক। |
02:08 | পূর্বে দৰকাৰী সফ্টওয়্যাৰ নিজেই সংস্থাপিত হব। |
02:13 | গ্রাফিক আউটপুট আৰু প্লটৰ বাবে অতিৰিক্ত প্যাকেজ সংস্থাপন কৰা আবশ্যক। |
02:18 | Ctrl, Alt আৰু T কী একসৈতে টিপি টার্মিনেল খুলক। |
02:24 | মই সিস্টেমত Python, Ipython আৰু Biopython আগেই সংস্থাপিত কৰিছো। |
02:30 | Ipython ইন্টাৰপ্ৰেটাৰ আৰম্ভ কৰিবলৈ লিখক ipython আৰু এন্টাৰ টিপক। |
02:35 | স্ক্ৰীনত IPython প্ৰম্পট দেখায়। |
02:38 | Biopython এৰ সংস্থাপন ছেক কৰিবলৈ প্ৰম্পটত লিখক: import Bio, এন্টাৰ টিপক। |
02:48 | আপোনি কোনো এৰৰ ম্যাসেজ নাপালে তাৰ মানে Biopython সংস্থাপিত হৈ গৈছে। |
02:54 | মই মনত কৰাই দিয়ো, Python ল্যাঙ্গুয়েজ কেস সেন্সিটিভ হয়। |
02:59 | কীওয়ার্ড, ভ্যাৰিয়েবল বা ফাংশন লেখাৰ সময়ত সতর্ক থাকিব। |
03:04 | উদাহৰণস্বৰুপে, উপৰোক্ত লাইনত import তাৰ i সৰু হাতৰ অাখৰত আৰু Bio তাৰ B ডাঙৰ হাতৰ অাখৰত আছে। |
03:12 | ইয়াতে মই DNA ক্ৰমক ট্রান্সলেশন কৰিবলৈ Biopython মডিউল ব্যবহাৰ কৰিম। |
03:19 | ইয়াতে নিম্ন ধাপবোৰ জড়িত থাকে। |
03:22 | প্ৰথমে, কোডিং DNA strand এৰ বাবে sequence object বনাও। |
03:27 | ইয়াৰ পিছত কোডিং DNA স্ট্রান্ডক mRNA লৈ ট্রান্সক্ৰিপশন কৰা। |
03:32 | শেষত, mRNA ইয়াক প্ৰোটিন ক্ৰমত ট্রান্সলেশন। |
03:37 | উদাহৰণস্বৰুপে মই এই স্লাইডত দেখোৱা কোডিং DNA স্ট্র্যান্ড ব্যবহাৰ কৰিম। |
03:42 | এইটোৱে সৰু প্ৰোটিন ক্ৰমৰ বাবে কোড বনায়। |
03:46 | প্ৰথমে উপৰোক্ত কোডিং DNA স্ট্র্যান্ডৰ বাবে এটা sequence object বনাব লাগিব। |
03:52 | টার্মিনেলত উভতি আহক। |
03:55 | এটা sequence object বনাবলৈ, Bio প্যাকেজৰ পৰা Seq মডিউল ইম্পোর্ট কৰক। |
04:02 | Seq মডিউলে sequence objectক সংৰক্ষণ আৰু প্ৰক্ৰিয়াৰ পদ্ধতি দিয়ে। |
04:08 | প্ৰম্পটত লিখক: from Bio dot Seq import Seq আৰু Enter টিপক। |
04:17 | ইয়াৰ পিছত, sequence object বনোৱাৰ সময়ত অাখৰবোৰ স্ট্র্যান্ডত স্পষ্টৰুপে উল্লেখ কৰক |
04:24 | অর্থাৎ উল্লিখিত কৰিব লাগিব যে, অাখৰৰ ক্ৰম নিউক্লিয়টাইড বা এমিনো এসিডৰ বাবে কোড কৰে কি নকৰে। |
04:32 | এইটো কৰিবলৈ, Alphabet প্যাকেজৰ পৰা IUPAC মডিউল ব্যবহাৰ কৰিম। |
04:38 | প্ৰম্পটত লিখক: from Bio dot Alphabet import IUPAC, এন্টাৰ টিপক। |
04:48 | মই Seq আৰু IUPAC মডিউল লোড কৰিবলৈ import আৰু from স্টেটমেন্ট ব্যবহাৰ কৰিছো। |
04:56 | sequence object ক cdna নামৰ ভ্যাৰিয়েবলত সংৰক্ষণ কৰক। |
05:01 | সাধাৰণ স্ট্ৰি্ং এৰ মতে প্ৰম্পটত লিখক: cdna equal to Seq. |
05:08 | ক্ৰমক ডাবল উদ্ধৃতি আৰু বন্ধনীত ৰাখক। |
05:13 | আমি আমাৰ DNA ফ্ৰাগমেন্টৰ ক্ৰম জানো। সেয়ে আর্গুমেন্ট হিসাবে unambiguous DNA এলফাবেট অবজেক্ট লিখক। |
05:21 | আউটপুটৰ বাবে লিখক: cdna এন্টাৰ টিপক। |
05:26 | আউটপুটতো sequence object এৰ মতে DNA sequence দেখায়। |
05:30 | এতিয়া কোডিং DNA স্ট্র্যান্ডক সম্পর্কিত mRNA ইয়াত ট্রান্সক্ৰাইব কৰো। |
05:35 | মই Seq মডিউলৰ বিল্ট-ইন transcribe পদ্ধতি ব্যবহাৰ কৰিম। |
05:39 | নিম্নলিখিত কোড লিখক। |
05:41 | আউটপুটক ভ্যাৰিয়েবল mrna ত সংৰক্ষণ কৰক। |
05:45 | প্ৰম্পটত লিখক: mrna equal to cdna dot transcribe বন্ধনী খুলক আৰু বন্ধ কৰক, এন্টাৰ টিপক। |
05:55 | আউটপুটৰ বাবে লিখক: mrna এন্টাৰ টিপক। |
06:01 | আউটপুট চাওক। transcribe মেথডে DNA ক্ৰমত Thiamin ক Uracil দ্বাৰা সলায়। |
06:09 | ইয়াৰ পিছত এই mRNAক সংশ্লিষ্ট প্ৰোটিন ক্ৰমত ট্রান্সলেশন কৰিবলৈ, translate মেথড ব্যবহাৰ কৰক। |
06:16 | নিম্ন কোড লিখক: protein equal to mrna dot translate বন্ধনী খুলক আৰু বন্ধ কৰক। এন্টাৰ টিপক। |
06:27 | উল্লিখিত নহলে, translate মেথডে স্ট্যান্ডার্ড জেনেটিক কোড ব্যবহাৰ কৰি RNA বা DNA ক্ৰমক ট্রান্সলেট কৰে। |
06:36 | আউটপুটত এটা এমাইনো এসিড ক্ৰম দেখায়। |
06:40 | আউটপুটে ট্রান্সলেট কৰা ক্ৰমত stop codons এৰ উপস্থিতি সংক্ৰান্তৰ তথ্যও দেখায়। |
06:47 | প্ৰোটিন ক্ৰমৰ শেষত এস্টেৰিস্ক চাওক। এইটোৱে stop codon নির্দেশ কৰে. |
06:53 | উপৰৰ কোডত transcription এৰ বাবে কোডিং DNA স্ট্র্যান্ড ব্যবহাৰ কৰিছো। |
06:59 | Biopythonত, transcribe মেথডে কেবল কোডিং DNA স্ট্র্যান্ডত কাম কৰে। |
07:04 | যদিও, বাস্তবিক বায়োলজিক্যেল সিস্টেমত, ট্রান্সক্ৰিপশন প্ৰক্ৰিয়া টেমপ্লেট স্ট্র্যান্ড সহ আৰম্ভ হয়। |
07:11 | টেমপ্লেট স্ট্রান্ড দি আৰম্ভ কৰিলে, টার্মিনেলত দেখোৱা দৰে reverse complement মেথড ব্যবহাৰ কৰি এইটোক কোডিং স্ট্র্যান্ডত সলাওক। |
07:20 | কোডিং স্ট্র্যান্ডৰ বাবে উপৰৰ বাকি কোডবোৰ অনুসৰণ কৰক। |
07:24 | Biopython ত মেথড ব্যবহাৰ কৰি DNA ক্ৰমক প্ৰোটিন ক্ৰমত ট্রান্সলেট কৰিছো। |
07:31 | এই কোড দ্বাৰা যি কোনো আকাৰৰ DNA ক্ৰম প্ৰোটিন ক্ৰমত ট্রান্সলেট কৰা যাব পাৰে। |
07:37 | সংক্ষেপে, ইয়াতে মই শিকিছো : |
07:41 | Biopython এৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য। |
07:43 | Linux OS ত ডাউনলোড আৰু সংস্থাপনৰ তথ্য। |
07:48 | দিয়া DNA স্ট্র্যান্ডৰ বাবে sequence object বনোৱা। |
07:52 | DNA ক্ৰমক mRNA ত Transcription কৰা |
07:56 | mRNA ইয়াক প্ৰোটিন ক্ৰমত Translation কৰা |
08:00 | এতিয়া, অনুশীলনী- |
08:02 | দিয়া DNA ক্ৰমক প্ৰোটিন ক্ৰমলৈ ট্রান্সলেট কৰক। |
08:06 | আউটপুট চাওক। |
08:08 | প্ৰোটিন ক্ৰমত অভ্যন্তৰীণ stop codon আছে। |
08:11 | stop codon ফ্ৰেমত DNA প্ৰথম পর্যন্ত ট্রান্সলেট কৰক। |
08:17 | আপোনাৰ সম্পন্ন কামটোৰ নিম্ন কোড থকা উচিত। |
08:20 | মই translate() মেথডত to underscore stop আর্গুমেন্ট ব্যবহাৰ কৰিছো। আউটপুট লক্ষ্য কৰক। |
08:27 | stop codon নিজেই ট্রান্সলেট কৰা হোৱা নাই |
08:31 | stop চিহ্ন আপোনাৰ প্ৰোটিন ক্ৰমৰ শেষত অন্তর্ভুক্ত কৰা হোৱা নাই। |
08:36 | এই ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। |
08:39 | আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকিলে এইটোক ডাউনলোড কৰি চাওক। |
08:43 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালা আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে। |
08:50 | অধিক জানিবলৈ আমাক যোগাযোগ কৰক। |
08:53 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
08:59 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য। |
09:03 | আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |