Filezilla/C2/File-Handling-and-Bookmarks/Assamese
Time | Narration |
00:01 | FileZilla ত File Handling আৰু Bookmarks বিষয়ক স্পোকেন টিউটোৰিয়েলত স্বাগতমম। |
00:08 | এই টিউটোৰিয়েলত মই ৰিমোট মেশিনৰ ফাইলবোৰ চোৱা, সম্পাদনা, পুনঃনামকৰণ আৰু মুছি পেলোৱা আৰু বুকমার্ক যোগ আৰু পৰিচালনা কৰিব শিকিম । |
00:22 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স OS - 14.04 ফাইলজিলা - 3.10.2 আৰু এটা কর্জক্ষম ইন্টাৰনেটৰ সংযোগ। |
00:39 | এই টিউটোৰিয়েলটো অনুশীলন কৰাৰ বাবে, আপোনাৰ যিকোনো এটা অপাৰেটিং সিস্টেম সম্পর্কে জ্ঞান থাকিব লাগিব। |
00:46 | লিনাক্স অপাৰেটিং সিস্টেম সম্পর্কে জানিবলৈ, এই ওয়েবসাইটত লিনাক্স স্পোকেন টিউটোৰিয়েল বোৰ চাওক। |
00:54 | আহক আৰম্ভ কৰো। মই ইতিমধ্যেই ফাইলজিলা ইন্টাৰফেসত আছো। |
01:00 | অধিক বিস্তাৰিতত প্ৰবেশ নকৰাকে মই আপোনাক দেখাম কিভাবে দূৰবর্তী মেশিনত সংযুক্ত কৰা যায় । |
01:07 | Quickconnect bar এৰ Quickconnect বোতামটো সিনাক্ত কৰক। |
01:12 | এতিয়া, ড্ৰপ-ডাউন এৰোটো নির্বাচন কৰক। |
01:17 | এইটোৱে দূৰবর্তী মেশিনৰ এটা তালিকা প্ৰদর্শন কৰিব যি আগৰটোৰ সৈতে সংযুক্ত আছে । |
01:23 | মই মাত্ৰ এটা মেশিনৰ সৈতে যুক্ত কৰিছো আৰু এইটোৱেই ইয়াতে প্ৰদর্শিত হৈছে । |
01:31 | ৰিমোট মেশিনৰ পাসওয়ার্ড প্ৰদান কৰক আৰু অনুৰোধ কৰা হলে OK টিপক। |
01:37 | যিহেতু মই আগেই এইটোক সংৰক্ষণ কৰিছিলো, এইটোৱে মোক ইয়াতে কৰাৰ অনুৰোধ নজনাই। আমি এতিয়া আমাৰ দূৰবর্তী মেশিন-এৰ সৈতে সংযুক্ত হয় । |
01:47 | ৰিমোট মেশিনৰ SpokenTutorial ফোল্ডাৰ' ব্ৰাউজ কৰক, যাক মই আগেই তৈয়াৰ কৰিছো। |
01:54 | এতিয়া, মোৰ স্থানীয় মেশিনৰ পৰা, মই এটা ডকুমেন্ট আপলোড কৰিম। এইটো ইয়াত ইতিমধ্যেই ব্যাখ্যা কৰা হৈছে। |
02:03 | ইয়াতে লক্ষ্য কৰক-ডকুমেন্ট sample.odt দূৰবর্তী মেশিনত আপলোড কৰা হৈছে। |
02:11 | মই এই ডকুমেন্টটোৰ পুনৰায় নামকৰণ কৰিব বিচাৰো। এইটো কৰাৰ বাবে, ফাইলটোত সো-ক্লিক কৰক আৰু Rename ' বিকল্পটো নির্বাচন কৰক। |
02:20 | ফাইলৰ নাম এতিয়া সম্পাদনাযোগ্য। |
02:24 | মই script.odt হিসাবে পুনৰায় নাম দিম আৰু এন্টাৰ কী টিপক। |
02:32 | এতিয়া ফাইল sample.odt ক script.odt হিসাবে পুনৰায় নামাকৰণ কৰা হৈছে। |
02:41 | একেইভাবে, মই উভয় স্থানীয় আৰু দূৰবর্তী মেশিনত কোনো এটা ফাইল বা ফোল্ডাৰক নামাকৰণ কৰিব পাৰো । |
02:48 | দূৰবর্তী অবস্থানৰ পৰা ফাইলবোৰ দেখা বা সম্পাদনা কৰা সম্ভব নেকি? হয়, এইটো সম্ভব! |
02:56 | আহক চাও কিভাবে সেইতো কৰে। script.odt ফাইলৰ উপৰত সো-ক্লিক কৰক । |
03:03 | view/edit নির্বাচন কৰক । |
03:06 | ফাইল script.odt ডাউনলোড হোৱা আৰম্ভ হৈছে। ই এটা স্থানীয় মেশিনৰ অস্থায়ী ফোল্ডাৰত সংৰক্ষিত হয়। |
03:16 | তাৰপিছত এইটোৱে তাৰ ডিফল্ট এপ্লিকেশন-ত খোলে। যিহেতু মই ৰাইটাৰ ডকুমেন্ট ডাউনলোড কৰিছো, এইটোৱে LibreOffice Writer খুলে । |
03:29 | খোলা ডকুমেন্টত, প্ৰথম দুটা লাইন মুছি পেলাও আৰু Save ক্লিক কৰক। |
03:37 | এতিয়া ৰাইটাৰ ডকুমেন্ট বন্ধ কৰক। |
03:40 | অবিলম্বে, এটা পপআপ ডায়লগ বক্স খোলে। |
03:45 | এইটোৱে ফাইলৰ তথ্য সহ জনায় যে “A file previously opened has been changed” । আৰো কয় যে “Upload this file back to server?” |
03:59 | আৰু তাত এটা চেক বক্স আছে, “Finish editing and delete local file” । মই চেক বক্সটো নির্বাচন কৰিম আৰু Yes ক্লিক কৰক । |
04:10 | এতিয়া স্থানীয়ভাবে সম্পাদিত ফাইলটো ৰিমোট মেশিনত আপলোড কৰা হৈছে। |
04:16 | সেয়ে দূৰবর্তী মেশিনত ফাইলবোৰ দেখা আৰু সম্পাদনা কৰা বেশ সহজ। লক্ষ্য কৰক:
ফাইলটো দেখা / সম্পাদনা কৰাৰ বাবে প্ৰয়োজনীয় সফ্টওয়্যাৰ আপোনাৰ স্থানীয় মেশিনত ইনস্টল থাকা আবশ্যক। |
04:31 | আমাৰ ক্ষেত্ৰত, এইটো হল LibreOffice Writer । |
04:36 | file permissions সেট কৰিবলৈ, ফাইলটোত সো-ক্লিক কৰক আৰু File Permissions নির্বাচন কৰক'। |
04:44 | Change file attributes ডায়ালগ বক্স খোলে। |
04:50 | আপোনাৰ প্ৰয়োজন অনুযায়ী permissions পৰিবর্তন কৰক। permissions সম্পর্কে আৰু জানিবলৈ, লিনাক্স সিৰিজৰ File attributes টিউটোৰিয়েলটো চাওক । |
05:02 | মই permissions যেনে আছে তেনেকৈ ৰাখিম আৰু OK ক্লিক কৰিম । |
05:08 | দূৰবর্তী মেশিনৰ পৰা এটা ফাইল মুছি পেলাবলৈ, ফাইলটোত সো-ক্লিক কৰক আৰু Delete 'নির্বাচন কৰক। |
05:15 | Confirmation needed ডায়লগ বাক্স খোলে। |
05:21 | Yes ক্লিক কৰক । |
05:23 | এতিয়া ফাইল script.odt দূৰবর্তী মেশিনৰ পৰা মুছা গৈছে। দয়া কৰি লক্ষ্য কৰক:এই মুছাটো হল স্থায়ী। |
05:35 | ফাইল ট্রান্সফাৰৰ বাবে কি নির্দিষ্ট স্থানটো ব্ৰাউজ কৰিব লাগিব নেকি? নহয়, আমি অবস্থানবোৰ বুকমার্ক কৰিব পাৰো আৰু এইটোক সহজে পিছলৈ এক্সেস কৰিব পাৰো । |
05:48 | 'বুকমার্কস যোগ কৰাৰ আগে, আমি সাইট ম্যানেজাৰ ত বর্তমান সংযোগটো কপি কৰিব লাগিব। |
05:55 | এইটো কৰাৰ বাবে, ফাইল মেনুত ক্লিক কৰক । “Copy current connection to Site manager” '। |
06:04 | Site Manager' উইন্ডো খুলে। |
06:07 | বাওফালে, New site ক “my site” হিসাবে পুনৰায় নামকৰণ কৰক । |
06:13 | OK ক্লিক কৰক। |
06:16 | এতিয়া Main menu bar ত, Bookmarks নির্বাচন কৰক '। |
06:21 | এইটোৱে ২টা বিকল্প দেখায় - Add bookmark আৰু Manage bookmarks। |
06:29 | Add bookmark নির্বাচন কৰক |
06:32 | New bookmark ডায়ালগ বক্স খোলে । |
06:36 | ই দুই ধৰনৰ হয় -
'গ্লোবাল বুকমার্ক - এই বুকমার্ক সকলো সংযুক্ত মেশিনৰ বাবে । Site-specific bookmark - এইটো নির্দিষ্ট দূৰবর্তী মেশিনৰ বাবে কাম কৰে । |
06:50 | মই “Site-specific bookmark” নির্বাচন কৰো । |
06:54 | Name ক্ষেত্ৰত, মই টাইপ কৰিম - Spoken |
07:00 | পিছৰ অংশটো হল Paths । এইটোৱে স্থানীয় মেশিন আৰু দূৰবর্তী মেশিনৰ current path মানে বর্তমান পথ প্ৰদর্শন কৰে। |
07:09 | যদি আপোনি এইটোক পৰিবর্তন কৰিব বিচাৰে তেনেহলে ব্ৰাউজ' ক্লিক কৰক। মই মাত্ৰ বর্তমান অবস্থানবোৰ বুকমার্ক কৰিব বিছাৰো, সেয়ে মই এইটো এতিয়া নকৰো। |
07:19 | OK ক্লিক কৰক। |
07:21 | এতিয়া এই অবস্থানবোৰ বুকমার্ক কৰা আছে। |
07:25 | বুকমার্ক' বোৰ পাবলৈ,মেনুবাৰ ত যাওক আৰু Bookmarks নির্বাচন কৰক । |
07:32 | ইয়াতে আপোনি বুকমার্কৰ নাম দেখিব পাৰিব spoken, যাক আমি তৈয়াৰ কৰিছিলো। এইটোক ক্লিক কৰক |
07:40 | এতিয়া মই স্বয়ংক্ৰিয়ভাবে বুকমার্ক কৰা অবস্থানৰ ফালে পুনঃনির্দেশিত হও।
মই এই টিউটোৰিয়েলৰ শেষলৈ আহিছো । সাৰসংক্ষেপ কৰা যাওক । |
07:49 | আহক সাৰসংক্ষেপ কৰা যাওক । এই টিউটোৰিয়েলত, আমি শিকিছো - দূৰবর্তী মেশিনৰ ফাইলবোৰ দেখা, সম্পাদনা কৰা, পুনঃনামকৰণ আৰু মুছি পেলোৱা। বুকমার্ক যোগ আৰু পৰিচালনা কৰা । |
08:06 | এইটোক ডাউনলোড কৰক আৰু চাওক। |
08:14 |
আমি কর্মশালা পৰিচালনা কৰো আৰু যোনে আমাৰ অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকে সার্টিফিকেট দিয়া হয়। আৰো তথ্যৰ বাবে, আমালৈ লিখক । |
08:26 |
এই স্পোকেন টিউটোৰিয়েল সম্পর্কে আপোনাৰ কোনো প্ৰশ্ন আছে? দয়া কৰি এই সাইটটো চাওক।সেই মিনিট আৰু সেকেন্ডটো নির্বাচন কৰক যত আপোনাৰ প্ৰশ্ন আছে । আপোনাৰ প্ৰশ্ন সংক্ষিপ্তভাবে ব্যাখ্যা কৰক ।স্পোকেন টিউটোৰিয়েল দলে সেইবোৰৰ উত্তৰ দিব। |
08:34 |
স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত সৰকাৰ দ্বাৰা পৰিচালিত হয়। এই মিশনৰ উপৰত আৰু তথ্য এই লিঙ্ক ত উপলব্ধ। |
08:48 | আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |