Avogadro/C3/Stereoisomerism/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | নমস্কাৰ! Stereoisomerism-এৰ টিউটোৰিয়েলটোত স্বাগতমম। |
00:06 | এই টিউটোৰিয়েলত, আমি শিকিম:উদাহৰণ সহ Conformational isomerism
Geometrical isomerism আৰু R-S configurations । |
00:18 | ইয়াতে মই ব্যবহাৰ কৰিছো,
উবুন্টু লিনাক্স OS সংস্কৰণ 14.04 Avogadroসংস্কৰণ 1.1.1 |
00:28 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Avogadro ইন্টাৰফেসৰ সৈতে পৰিচয় হোৱা উচিত।
যদি নাই, তেনেহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইটত চাওক। |
00:39 | এই টিউটোৰিয়েলত ব্যবহৃত ফাইলবোৰ, কোড ফাইল হিসাবে প্ৰদান কৰা আছে । |
00:45 | এই টিউটোৰিয়েলত আমি Avogadro ব্যবহাৰ কৰি stereoisomers তৈয়াৰ কৰিব শিকিম। |
00:51 | মই stereoisomers সম্পৰ্কে এটা সংক্ষিপ্ত ভূমিকা প্ৰদান কৰিম। |
00:56 | পৰমাণুৰ অভ্যন্তৰীণ বিন্যাসত পাৰ্থক্যৰ কাৰণে stereoisomers উৎপন্ন হয়। |
01:03 | Isomers বোৰৰ একেই গঠন হয় আৰু সেইবোৰৰ বৈশিষ্ট্যবোৰত বেশি পাৰ্থক্য নাথাকে। |
01:09 | ইয়াতে এই স্লাইডটো isomers এৰ শ্ৰেণীবিভাগ দেখায়। |
01:16 | মই Conformational isomerism দি আৰম্ভ কৰিম। |
01:21 | এইটো stereoisomerism-এৰ এটা ৰূপ। |
01:23 | ইয়াতে, isomers'-বোৰক একক বন্ড সাপেক্ষে ঘূৰ্ণন দ্বাৰা এটাৰ পৰা অন্যটোলৈ ৰূপান্তৰিত কৰা যাব পাৰে । |
01:30 | একক বন্ড সাপেক্ষে ঘূৰ্ণনক rotational energy barrier দ্বাৰা সীমাবদ্ধ। |
01:36 | এতিয়া 1,2-dichloroethane এৰ কনফাৰফৰ্মাৰ কি আমৰ্ভ কৰো। |
01:41 | 1,2-dichloroethane তিনটা conformersত বিদ্যমান:
Eclipsed, Gauche আৰু Anti |
01:50 | মই Avogadro উইন্ডো খুলিছো । |
01:53 | ড্ৰ টুল ত ক্লিক কৰক। |
01:55 | Adjust Hydrogens চেক বক্সত আনছেক কৰক। |
01:59 | প্যানেল ত ক্লিক কৰক আৰু টানি আনি দুটা পৰমাণু আঁকক । |
02:04 | এলিমেন্ট 'ড্ৰপ ডাউন' পৰা ক্লোৰিন নিৰ্বাচন কৰক। |
02:08 | প্ৰত্যেক কাৰ্বন ত এটা বন্ড আঁকক। |
02:11 | বিল্ড মেনুত যাওক আৰু Add Hydrogens ত ক্লিক কৰক। |
02:15 | 1,2-dichloroethane প্যানেলত আঁকা হৈছে। |
02:19 | ইয়াৰ গঠনক অপ্টিমাইজ কৰা যাওক। |
02:22 | অটো অপ্টিমাইজেশান টুলত ক্লিক কৰক। |
02:25 | ফোৰ্স ফিল্ডত নিৰ্বাচন কৰক MMFF94 আৰু Start বোতামত ক্লিক কৰক। |
02:35 | optimization প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ Stop ক্লিক কৰক। |
02:40 | সঠিকভাবে স্থাপনাৰ বাবে গঠনক ঘোৰাবলৈ ন্যাভিগেশন' টুলত ক্লিক কৰক । |
02:45 | আমাৰ প্যানেলত ত Gauche conformer'' আছে। |
02:49 | 1,2-dichloroethane এৰ conformers দেখোৱাবলৈ, মই ঘূৰ্ণনৰ তলক ঠিক কৰিম। |
02:55 | 'বন্ড সেন্ট্ৰিক ম্যানিপুলেশন 'টুল ত ক্লিক কৰক। |
02:59 | দুটা কাৰ্বন পৰমাণুৰ মাজত থকা বন্ডৰ উপৰত ক্লিক কৰক। |
03:03 | পৰমাণুবোৰৰ মাজত থকা তলটো নীলা বা হালধীয়া ৰঙত দেখা যায়। |
03:08 | Chlorine পৰমাণুৰ উপৰত কাৰ্সাৰ ৰাখক। |
03:10 | ঘড়িৰ কাঁটাৰ দিশত বন্ড ঘোৰাওক। |
03:14 | ন্যাভিগেশন টুলত ক্লিক কৰক আৰু গঠনটো ঘোৰাওক। |
03:18 | আমাৰ প্যানেলত Anti conformer আছে। |
03:21 | আকৌ এবাৰ বন্ডসেন্ট্ৰিক ম্যানিপুলেশন টুলটো ব্যবহাৰ কৰি C-C bond' ঘোৰাওক । |
03:25 | আমাৰ প্যানেল ত Eclipsed conformer আছে। |
03:30 | এতিয়া মই Cyclohexane'-এৰ বিভিন্ন conformers দেখোৱাম । |
03:35 | এটা নতুন উইন্ডো খুলক |
03:38 | ড্ৰ সেটিংস মেনুত,কাৰ্বনক ডিফল্ট এলিমেন্ট হিসাবে নিৰ্বাচন কৰে । |
03:44 | Adjust Hydrogens চেক বাক্সক অানছেক কৰক । |
03:48 | boat formত সাইক্লোহেক্সেন গঠন আঁকক । |
03:53 | প্যানেলত cyclohexane এৰ boat conformer আঁকিবলৈ ক্লিক কৰি আৰু টানি আনক। |
04:01 | পৰমাণুক লেবেল কৰাৰ বাবে, Display Types মেনুত Label চেক বক্সত ক্লিক কৰক। |
04:07 | দয়া কৰি মনত ৰাখিব যে লেবেলটো সকলো সময়ত একে নহবও পাৰে । |
04:11 | আমাৰ প্ৰয়োজন অনুসাৰে conformersক লেবেল কৰো। |
04:16 | সিলেকশন টুল ত ক্লিক কৰক, তাৰপিছত প্ৰথম কাৰ্বন পৰমাণুত সো-ক্লিক কৰক। |
04:21 | এটা মেনু প্ৰৰ্দশিত হৈছে । Change label নিৰ্বাচন কৰক |
04:25 | Change label of the atom টেক্সট বাক্স খোলে । |
04:30 | New Label ক্ষেত্ৰত টাইপ কৰক 1 আৰু ওকে ক্লিক কৰক। |
04:35 | ইয়াৰ পিছত দ্বিতীয় পৰমাণুত সো-ক্লিক কৰক আৰু লেবেলটোক ২ হিসাবে পৰিবৰ্তন কৰক। |
04:41 | একেইভাবে, মই পৰমাণুবোৰৰ লেবেলবোৰ পৰিবৰ্তন কৰি ৩,৪,৫, আৰু ৬ কৰিম । |
04:50 | মই boat ক twist boat conformerলৈ ৰূপান্তৰ কৰিম । |
04:54 | ম্যানিপুলেশন টুলত ক্লিক কৰক। ২ ত ক্লিক কৰক আৰু উপৰলৈ টানক। |
04:57 | 5 টোত ক্লিক কৰক আৰু উপৰৰ ফালে টানক. 3 ত ক্লিক কৰক আৰু উপৰলৈ টানক |
05:08 | প্যানেলত twist boat আছে। |
05:10 | এতিয়া মই twist boat ক half chair conformerলৈ ৰূপান্তৰ কৰিম । |
05:16 | ২-এৰ উপৰত ক্লিক কৰক আৰু সেইটোক তলৰ ফালে টানি আনক। |
05:19 | ৫-ত ক্লিক কৰক আৰু সেইটোক তলৰ ফালে টানি আনক |
05:23 | ৪-ত ক্লিক কৰক আৰু সেইটোক অনুভূমিক অবস্থানত টানক। |
05:27 | সঠিক গঠন পাবলৈ, প্ৰয়োজন হলে কাৰ্বন পৰমাণুৰ অবস্থানবোৰক সমন্বয় কৰক। |
05:33 | আমৰ প্যানেলত half chair আছে। |
05:36 | এতিয়া মই 'half chair ক chair conformer ত ৰূপান্তৰ কৰিম। |
05:41 | ৪ত ক্লিক কৰক আৰু সেইটোক তলৰ ফালে টানক |
05:44 | ১ত ক্লিক কৰক আৰু সেইটোক তলৰ ফালে টানক |
05:47 | সঠিক গঠন পাবলৈ, প্ৰয়োজন হলে কাৰ্বন পৰমাণুৰ অবস্থানবোৰক সমন্বয় কৰক। |
05:53 | আমাৰ প্যানেল- ত chair conformer আছে। |
05:56 | অনুশীলনী হিসাবে, Butane আৰু Cyclopentane-এৰ বিভিন্ন conformers আঁকক। |
06:03 | এতিয়া মই geometrical isomerism প্ৰদৰ্শন কৰিবলৈ গঠনবোৰ আঁকিম। |
06:09 | double-bond এৰ চাৰিউফালে থকা পৰমাণুবোৰৰ বিভিন্ন স্থানিক বিন্যাস-এৰ বাবে geometrical isomerism সৃষ্টি হয়। |
06:17 | ইয়াতে double-bonded carbon এৰ চাৰিউফালে থকা পৰমাণু অথবা গোষ্ঠীৰ ঘূৰ্ণন সীমিত। |
06:24 | প্ৰদৰ্শনৰ বাবে মই diamminedichloroplatinum(II) আঁকিম যি cisplatin' নামৰেও পৰিচিত । |
06:33 | এটা নতুন উইন্ডো খুলক |
06:36 | ড্ৰ সেটিংস মেনুত, এলিমেন্ট ড্ৰপ ডাউন ত ক্লিক কৰক আৰু Other নিৰ্বাচন কৰক।
Periodic table উইন্ডো খোলে। |
06:44 | টেবোলৰ পৰা Platinum(Pt) নিৰ্বাচন কৰক। Periodic table উইন্ডো বন্ধ কৰক। |
06:50 | প্যানেল ত ক্লিক কৰক। |
06:53 | এলিমেন্ট 'ড্ৰপ ড্ৰাউনৰ পৰা নিৰ্বাচন কৰক ক্লোৰিন । |
06:55 | প্ল্যাটোনাম পৰমাণুৰ একেই ফালে দুটা ক্লোৰিন বন্ড আঁকক। |
07:00 | এলিমেন্ট ড্ৰপ ডাউন পৰা নাইট্ৰোজেন নিৰ্বাচন কৰক । আগৰ নিচিনা দুটা nitrogen bonds আঁকক । |
07:07 | গঠনক সম্পূৰ্ণ কৰিবলৈ, আমাক নাইট্ৰোজেন পৰমাণুৰ সৈতে তিনটা হাইড্ৰোজেন সংযুক্ত থকা প্ৰয়োজন। |
07:13 | এলিমেন্ট 'ড্ৰপ ডাউন পৰা হাইড্ৰোজেন নিৰ্বাচন কৰক। |
07:16 | তৃতীয় বন্ধনী আঁকিবলৈ প্ৰতিটো নাইট্ৰোজেন পৰমাণুত ক্লিক কৰক। |
07:21 | ইয়াৰ গঠনক অপ্টিমাইজ কৰা যাওক। |
07:24 | অটো অপ্টিমাইজেশান টুলত ক্লিক কৰক। |
07:27 | ফোৰ্স ফিল্ডত UFF নিৰ্বাচন কৰক আৰু স্টাৰ্ট বোতামত ক্লিক কৰক। |
07:35 | অপটোমাইজেশন প্ৰক্ৰিয়া বন্ধ কৰিবলৈ স্টপ ত ক্লিক কৰক। |
07:39 | প্ৰদৰ্শনৰ বাবে আমাক দুটা গঠনৰ প্ৰয়োজন হব। |
07:43 | মই গঠনবোৰক কপি আৰু পেস্ট কৰিম। |
07:46 | গঠনক নিৰ্বাচন কৰিবলৈ Selection টুলটোত ক্লিক কৰক। |
07:50 | কপি কৰাৰ বাবে CTRL+C আৰু পেস্ট কৰাৰ বাবে CTRL + V টিপক । পেস্ট কৰা গঠনটোক সোফালে টানক |
07:57 | সুবিধাৰ বাবে মই পৰমাণুবোৰক লেবেল কৰিম। |
08:00 | Display Types মেনুত লেবেল চেক বাক্সত ক্লিক কৰক। |
08:05 | হাইড্ৰোজেন অতৰাবলৈ , বিল্ড মেনুত যাওক আৰু Remove Hydrogens নিৰ্বাচন কৰক। |
08:11 | আমাৰ প্যানেল ত cisplatin এৰ দুটা isomers আছে । |
08:16 | মই দ্বিতীয় cis isomerক ট্ৰান্স আইসোমাৰলৈ ৰূপান্তৰ কৰিম। |
08:21 | ম্যানিপুলেশন টুলত ক্লিক কৰক। |
08:24 | Cl4 ক্লিক কৰক আৰু বাওফালে টানক । N4ত ক্লিক কৰক আৰু সো ফালে টানক। |
08:32 | তাৰপিছত যথাযথভাবে দেখোৱাবলৈ সমস্ত বন্ডৰ অবস্থানবোৰক সমন্বয় কৰক। |
08:38 | বিল্ড মেনুত যাওক আৰু Add Hydrogens নিৰ্বাচন কৰক। |
08:43 | আগৰ নিচিনা, প্ৰত্যেক নাইট্ৰোজেন এৰ সৈতে দুটা পৰমাণু সংযুক্ত থাকে । |
08:48 | ড্ৰ টুল পৰা Hydrogen ব্যবহাৰ কৰি তৃতীয় 'হাইড্ৰোজেন' যোগ কৰক। |
08:53 | ইয়াৰ গঠনক অপ্টিমাইজ কৰা যাওক। |
08:55 | অটো অপ্টিমাইজেশান টুলত ক্লিক কৰক। |
08:59 | ফোৰ্স ফিল্ডত নিৰ্বাচন কৰক UFF ত ক্লিক কৰক আৰু স্টাৰ্ট বোতামত ক্লিক কৰক। |
09:05 | অপটোমাইজেশন প্ৰক্ৰিয়া বন্ধ কৰিবলৈ স্টপ ত ক্লিক কৰক। |
09:09 | আমাৰ এতিয়া প্যানেলত diamminedichloroplatinum(II) এৰ দুটা geometrical isomers 'আছে। |
09:17 | একেইভাবে, আমাৰ diamminetetracyanoferrate(III)ion এৰ geometrical isomers আছে
[Fe(NH3</sub)2(CN)4]-.। |
09:25 | মই ইয়াৰ পিছত RS কনফিগাৰেশন সম্পৰ্কে আলোচনা কৰিম। |
09:29 | RS কনফিগাৰেশন এটা Chiral centre উপস্থিতিৰ কাৰণে সৃষ্টি হয়। |
09:35 | Chiral centre চাৰিটা বিভিন্ন উপাদানৰ সৈতে সংযুক্ত এটা পৰমাণু। |
09:41 | কনফিগাৰেশনবোৰ একে ইটো সিটোৰ non-superimposable mirror images। |
09:47 | R-S configurations এৰ প্ৰদৰ্শনৰ বাবে, মই amino acid - Alanine ব্যবহাৰ কৰিম। |
09:53 | এটা নতুন উইন্ডো খুলক |
09:56 | মই Fragment library পৰা Alanine গঠন লোড কৰিম । |
10:01 | Fragment library পৰা উপলব্ধ সকলো amino acids হল optically active। |
10:07 | আপোনি আপোনাৰ নিজেৰটো লোড কৰি চাব পাৰে। |
10:11 | গঠনটো অনিৰ্বাচন কৰিবলৈ CTRL+SHIFT আৰু A টিপক |
10:15 | ন্যাভিগেশন টুল ব্যবহাৰ কৰি যথাযথ অবস্থানৰ বাবে গঠনটো ঘুৰাওক। |
10:22 | কেন্দ্ৰীয় কাৰ্বন পৰমাণুটো হল chiral,যি 4 টা বিভিন্ন গোষ্ঠীৰ সৈতে যুক্ত। |
10:26 | R S configuration হল ঘড়িৰ কাঁটাৰ ফালে বা কাঁটাৰ উল্টা ফালে substituent বোৰক প্ৰদত্ত অগ্ৰাধিকাৰ |
10:35 | পাৰমাণবিক সংখ্যাৰ উপৰত ভিত্তি কৰি substituent অগ্ৰাধিকাৰ পায় । |
10:40 | উচ্চতৰ পাৰমাণবিক সংখ্যাৰ উপৰ ভিত্তি কৰি substituent অগ্ৰাধিকাৰ পায়। |
10:45 | এতিয়া মই ঘড়িৰ কাঁটাৰ ফালে অগ্ৰাধিকাৰ দেখো । |
10:49 | এই গঠনত, নাইট্ৰোজেন-ক প্ৰথম অগ্ৰাধিকাৰ দিয়া হয়। |
10:53 | অক্সিজেন এৰ সৈতে সংযুক্ত কাৰ্বন ক দ্বিতীয় অগ্ৰাধিকাৰ দিয়া হয়। আৰু মিথাইল-ক তৃতীয় অগ্ৰাধিকাৰ দিয়া হয়। |
11:02 | গঠনত R configuration আছে । |
11:05 | মই chiral carbon ত সংযুক্ত গ্ৰুপবোৰৰ অবস্থান পৰিবৰ্তন কৰিম। |
11:10 | বিল্ড মেনুত যাওক আৰু Remove Hydrogens নিৰ্বাচন কৰক। |
11:15 | ম্যানিপুলেশন টুলত ক্লিক কৰক। |
11:17 | carbonক সো ফালে আনক । |
11:20 | অক্সিজেন এৰ সৈতে থকা 'কাৰ্বন-ক বাও ফালে আনক। |
11:25 | বিল্ড মেনুত যাওক আৰু Add Hydrogens নিৰ্বাচন কৰক। |
11:29 | এতিয়া মই ঘড়িৰ কাঁটাৰ বিপৰীত ফালে অগ্ৰাধিকাৰ দেখো । |
11:33 | নাইট্ৰোজেন-এৰ প্ৰথম অগ্ৰাধিকাৰ আছে।অক্সিজেনৰ সৈতে সংযুক্ত থকা কাৰ্বন -এৰ দ্বিতীয় অগ্ৰাধিকাৰ আছে । আৰু মিথাইল-ক তৃতীয় অগ্ৰাধিকাৰ দিয়া হয়। |
11:45 | গঠনটোৰ S configuration আছে। |
11:48 | একেইভাবে, আমাৰ প্যানেল ত Glyceraldehyde এৰ R আৰু S configurations আছে। |
11:55 | সংক্ষেপে দেখা যাওক |
11:57 | এই টিউটোৰিয়েলত মই শিকিছো, :
1,2-dichloroethane এৰ Conformations cyclohexane এৰ Conformations cisplatin এৰ Geometrical isomers amino acid Alanine এৰ R-S configurations। |
12:15 | এটা অনুশীলনী হিসাবে, 2-butene আৰু 1,2-dichloroetheneএৰ জ্যামিতিক isomers, bromochloroiodomethane এৰ R-S configurations আঁকক । |
12:29 | এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়। আপোনাৰ উচৰত যদি ভাল ব্যান্ডউইথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে । |
12:37 | আমি টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি ওয়াৰ্কশপ পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিয়ো । আমাৰ সৈতে যোগাযোগ কৰক. |
12:44 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়। |
12:51 | অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।
যোগদান কৰাৰ বাবে ধন্যবাদ। |