Koha-Library-Management-System/C2/Global-System-Preferences/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | Global System Preferences স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিম |
00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:27 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:33 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:39 | আৰু, আপোনাৰ Koha ত Admin এক্সেচ থাকিব লাগিব |
00:44 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:50 | আহক আৰম্ভ কৰো |
00:52 | Superlibrarian ত Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক |
00:58 | 'Koha' Home page ত Koha administration ত ক্লিক কৰক |
01:04 | পাছত, Global system preferences ত ক্লিক কৰক |
01:10 | Acquisitions preferences পৃষ্ঠা খুলিছে |
01:14 | বাওঁফালে, Enhanced Content টেবত ক্লিক কৰক |
01:21 | Enhanced Content preferences পৃষ্ঠা খুলিছে |
01:26 | All চেকচনৰ ভিতৰত, Preference লৈ যাওঁক |
01:31 | FRBR Editions ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
01:38 | OPAC FRBR Editions দ্ৰপ-দাউনৰ পৰা Show বাচক |
01:45 | পাছত, Amazon ৰ বাবে, Preference টেবলৈ যাওঁক |
01:51 | মই Amazon Tag ক খালি ৰাখিম |
01:55 | AmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
02:01 | মই AmazonLocale ক এনেদৰেই থ’ম |
02:05 | OPACAmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
02:13 | পাছত, HTML5 Media ৰ বাবে, Preference- টেবৰ ভিতৰত |
02:20 | HTML5MediaEnabled ৰ বাবে, দ্ৰপ-দাউনৰ পৰা in OPAC and staff client বাচক |
02:30 | HTML5MediaExtensions এনেদৰেই এৰক |
02:35 | HTML5MediaYouTube ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Embed বাচক |
02:43 | Library Thing ৰ ভিতৰত, Preference টেবলৈ যাওঁক |
02:49 | ThingISBN ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Use বাচক |
02:55 | সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক |
03:00 | পৃষ্ঠাটোৰ ওপৰত Save all Enhanced Content preferences ত ক্লিক কৰি ইয়াক কৰক |
03:09 | এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু OPAC ত ক্লিক কৰক |
03:19 | OPAC preferences পৃষ্ঠাটো খুলিছে |
03:23 | Appearance ৰ ভিতৰত, Preference টেবলৈ যাওঁক |
03:30 | LibraryName ৰ বাবে, উক্ত Library নামটো ভৰাওঁক |
03:35 | মই লিখিম: Spoken Tutorial Library |
03:39 | আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব |
03:44 | পাছত, OPACBaseURL লৈ যাওঁক আৰু domain নামটো ভৰাওঁক । মই এইটো লিখিম |
03:55 | আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি OPAC ৰ বাবে domain নামটো চেত কৰিব পাৰে |
04:00 | পাছত, Opaccredits ৰ বাবে, Click to Edit ত ক্লিক কৰক |
04:07 | footer ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম |
04:14 | পাছত Opacheader আহে । ইয়াত, Click to Edit ত ক্লিক কৰক |
04:22 | header ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম |
04:29 | Features চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক |
04:35 | পাছত, OPACpatronimages লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Show বাচক |
04:43 | পাছত, OpacResetPassword লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা allowed বাচক |
04:53 | Privacy চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক |
05:00 | পাছত, OPACPrivacy লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Allow বাচক |
05:08 | সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক |
05:13 | পৃষ্ঠাটোৰ ওপৰত Save all OPAC preferences ত ক্লিক কৰি ইয়াক কৰক |
05:21 | এতিয়া, আপোনাৰ Koha Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰক |
05:27 | তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক |
05:36 | পাছত, দ্ৰপ-দাউনৰ পৰা Log out বাচক |
05:41 | এতিয়া, OPAC ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ Web Browser খুলিম আৰু লিখিম: http://127.0.1.1/8000 |
05:59 | মন কৰিব - এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত |
06:08 | গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত Enter টিপক |
06:15 | এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: OPAC হ’মপেজৰ টাইটল- Welcome to Spoken Tutorial Library |
06:26 | পৃষ্ঠাটোৰ তলত Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved |
06:37 | ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ Library OPAC ক কাষ্ট’মাইজ কৰা হয় আৰু |
06:42 | লগতে প্ৰতিটো module ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ |
06:48 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:52 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিলো |
07:03 | অনুশিলনীৰ বাবে, OPAC ত Books ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক |
07:10 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
07:17 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:27 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
07:31 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:42 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |