Scilab/C4/Linear-equations-Gaussian-Methods/Assamese

From Script | Spoken-Tutorial
Revision as of 17:29, 31 August 2017 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ।
00:02 Gauss Elimination আৰু Gauss-Jordan মেথড ব্যবহাৰ কৰি লিনিয়াৰ ইকুয়েসন্সৰ সিস্টেম সমাধানৰ এই টিউটোৰিয়েলত আপোনাক স্বাগত।
00:12. এই টিউটোৰিয়েলত আমি শিকিম:
00:15 Scilab ব্যবহাৰ কৰি লিনিয়াৰ ইকুয়েসন্সৰ সিস্টেম কিভাবে সমাধান কৰে।
00:20 লিনিয়াৰ ইকুয়েসন সমাধান কৰিবলৈ Scilab কোড কিভাবে বিকশিত কৰে।
00:25 এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো:
00:27 Scilab 5.3.3 সংস্কৰণৰ সৈতে উবুন্টু 12.04 অপাৰেটিং সিস্টেম।
00:36 এই টিউটোৰিয়েলটো অনুশীলন কৰিবলৈ আপোনাৰ Scilab এৰ মৌলিক জ্ঞান আৰু
00:40 লিনিয়াৰ ইকুয়েসন সমাধান সম্পর্কে জনা উচিত।
00:45 Scilab শিকিবলৈ স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত উপলব্ধ প্রাসঙ্গিক টিউটোৰিয়েল চাওক।
00:52 লিনিয়াৰ ইকুয়েসন্সৰ সিস্টেম, ভ্যাৰিয়েবলৰ একেই সেটৰ লিনিয়াৰ ইকুয়েসন্সৰ সীমিত সংগ্রহ হয়।
01:00 এতিয়া Gauss elimination মেথড অধ্যয়ন কৰো।
01:04 ইকুয়েসন্সৰ সিস্টেম দিয়া হৈছে।
01:06 m ইকুয়েসন্স আৰু n আননোনৰ সৈতে A x is equal to b.
01:12 আমি augmented (সম্বন্ধিত) ম্যাট্রিক্স নামৰ এটা ম্যাট্রিক্সত ইকুয়েসন্সৰ সিস্টেমৰ কনস্ট্যান্ট b1 পৰা b m এৰ সৈতে ভ্যাৰিয়েবল a1 পৰা a n পর্যন্ত কোএফিসিয়েন্ট লিখো।
01:27 আমি সেই augmented matrix ক আপাৰ ট্রাইঅ্যাঙ্গুলাৰ ফর্ম ম্যাট্রিক্সত কিভাবে সলাও?
01:33 আমি এইটো ম্যাট্রিক্সৰ ৰোত (সাৰিত) পৰিবর্তনৰ অনুযায়ী কৰো।
01:40 এতিয়া Gaussian elimination মেথড ব্যবহাৰ কৰি ইকুয়েসন্সৰ এই সিস্টেম সমাধান কৰো।
01:45 সিস্টেম সমাধান কৰাৰ পূর্বে, আমি Gaussian elimination মেথড এৰ বাবে কোড চাও।
01:52 কোডৰ প্রথম লাইন হল format e কমা 20.
01:58 এইটোৱে সংজ্ঞায়িত কৰে যে উত্তৰত কিমানবোৰ ডিজিট প্রদর্শন হোৱা উচিত।
02:04 একক উদ্ধৃতিত অক্ষৰ e দেখায় যে উত্তৰ সাইন্টিফিক নোটেশনত প্রদর্শিত হোৱা উচিত।
02:12 সংখ্যা 20 ডিজিটৰ সেই সংখ্যা হয় যি প্রদর্শিত হোৱা উচিত।
02:17 কমান্ড funcprot, Scilab ক জনাবলৈ এইটো ব্যবহৃত হয় যে যেতিয়া ভ্যাৰিয়েবল পুনৰায় পৰিভাষিত হয় তেতিয়া কি কৰা উচিত।
02:26 আর্গুমেন্ট জিৰো নির্দিষ্ট কৰে যে ভ্যাৰিয়েবল পুনৰায় পৰিভাষিত হলে Scilab এৰ একো কৰাৰ প্রয়োজন নাই।
02:33 ভ্যাৰিয়েবল পুনৰায় পৰিভাষিত হলে অন্য আর্গুমেন্ট সতর্কবার্তা বা এৰৰ দেখাবলৈ ব্যবহৃত হয়।
02:40 ইয়াৰ পিছত আমি input ফাংশন ব্যবহাৰ কৰো।
02:43 এইটোৱে ইউসাৰক এটা ম্যাসেজ দেখাব আৰু ম্যাট্রাইসেস A আৰু b এৰ ভ্যালু প্রাপ্ত কৰিব।
02:51 ম্যাসেজ ডবল উদ্ধৃতিত হোৱা উচিত।
02:55 ম্যাট্রাইসেস যি ইউসাৰে লিখে, ভ্যাৰিয়েবল A আৰু b ত সংৰক্ষণ কৰা হব।
03:02 ইয়াত A এটা কোএফিসিয়েন্ট ম্যাট্রিক্স আৰু b হল সোফালৰ ম্যাট্রিক্স বা কনস্ট্যান্ট ম্যাট্রিক্স।
03:11 তাৰপিছত আমি ফাংশন naive gaussian elimination সংজ্ঞায়িত কৰো।
03:15 আৰু আমি স্পষ্ট কৰো যে A আৰু b হল naive gaussian elimination ফাংশনৰ আর্গুমেন্ট।
03:22 আমি ভ্যাৰিয়েবল x ত আউটপুট সংৰক্ষণ কৰো।
03:27 তাৰপিছত আমি size কমান্ড ব্যবহাৰ কৰি ম্যাট্রাইসেস A আৰু b এৰ আকাৰ গনণা কৰো।
03:34 যিহেতু এইটো টু ডাইমেনশনেল ম্যাট্রাইসেস, আমি ম্যাট্রিক্স A এৰ আকাৰ সংৰক্ষণ কৰিবলৈ n আৰু n 1ক ব্যবহাৰ কৰো।
03:42 একেইভাবে আমি ম্যাট্রিক্স b এৰ বাবে m 1 আৰু p ব্যবহাৰ কৰো।
03:48 তাৰপিছত নির্ধাৰণ কৰিব লাগিব যে ম্যাট্রাইসেস ইটো সিটোৰ সৈতে সামঞ্জস্যপূর্ণ হয় কি নহয় আৰু
03:53 A স্কোয়াৰ ম্যাট্রিক্স হয় কি নহয়।
03:57 n আৰু n 1 সমান নহলে আমি এটা ম্যাসেজ দেখাও যে Matrix A must be square.
04:05 n আৰু m one সমান নহলে আমি এটা ম্যাসেজ দেখাও যে:
04:10 incompatible dimension of A and b.
04:15 ম্যাট্রাইসেস সামঞ্জস্যপূর্ণ হলে আমি ম্যাট্রাইসেস A আৰু b ক এটা ম্যাট্রিক্স C ত ৰাখো।
04:23 এই ম্যাট্রিক্স C ক augmented ম্যাট্রিক্স কোৱা হয়।
04:28 কোডৰ পিছৰ ব্লকে forward elimination কৰে।
04:32 এই কোডে augmented ম্যাট্রিক্সক আপাৰ ট্রাইঅ্যাঙ্গুলাৰ ম্যাট্রিক্স ফর্মত সলাব।
04:39 অবশেষত, আমি back substitution কৰো।
04:42 এবাৰ আপাৰ ট্রাইঅ্যাঙ্গুলাৰ ম্যাট্রিক্স পোৱাত, আমি অন্তিম ৰো লও আৰু সেই ৰোত ভ্যাৰিয়েবলৰ ভ্যালু গনণা কৰো।
04:52 এবাৰ এটা ভ্যাৰিয়েবল সমাধান হৈ গলে, অন্যান্য ভ্যাৰিয়েবল সমাধান কৰিবলৈ এই ভ্যাৰিয়েবল লও।
04:59 এইভাবেই লিনিয়াৰ ইকুয়েশনৰ সিস্টেম সমাধান কৰা হয়।
05:03 এতিয়া ফাইল সংৰক্ষণ আৰু এক্সিকিউট কৰো।
05:06 উদাহৰণ সমাধানৰ বাবে Scilab কনসোল খুলো।
05:10 কনসোলত কোএফিসিয়েন্ট ম্যাট্রিক্সৰ ভ্যালু লিখিবলৈ আমাৰ উছৰত এটা প্রম্পট আছে।
05:17 সেয়ে আমি ম্যাট্রিক্স A এৰ ভ্যালু লিখো।
05:20 লিখক: বর্গাকাৰ বন্ধনী 3.41 স্পেস 1.23 স্পেস -1.09 সেমিকোলন।
05:33 2.71 স্পেস 2.14 স্পেস 1.29 সেমিকোলন।
05:41 1.89 স্পেস -1.91 স্পেস-1.89 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
05:53 এন্টাৰ টিপক।
05:54 পৰবর্তী প্রম্পট ম্যাট্রিক্স b এৰ বাবে।
05:57 সেয়ে আমি লিখো:
05:58 বর্গাকাৰ বন্ধনী খুলক 4.72 সেমিকোলন 3.1 সেমিকোলন 2.91 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
06:10 এন্টাৰ টিপক।
06:13 তাৰপিছত আমি নিম্ন লিখি ফাংশন কল কৰো।
06:16 naive gaussian elimination বন্ধনী খুলক A কমা b বন্ধনী বন্ধ কৰক।
06:24 এন্টাৰ টিপক।
06:26 লিনিয়াৰ ইকুয়েসন্সৰ সিস্টেমৰ সমাধান Scilab কনসোলত দেখোৱা হয়।
06:32 ইয়াৰ পিছত আমি Gauss-Jordan মেথড অধ্যয়ন কৰিম।
06:36 Gauss-Jordan মেথডত,
06:38 প্রথম স্টেপ augmented ম্যাট্রিক্স বনোৱা।
06:42 এইটো কৰিবলৈ, কোএফিসিয়েন্ট ম্যাট্রিক্স A আৰু সোফালৰ ম্যাট্রিক্স b ক একেসৈতে এটা ম্যাট্রিক্সত ৰাখক।
06:50 তাৰপিছত আমি ম্যাট্রিক্স A ক ডায়াগনেল ফর্মত সলাবলৈ ৰো অপাৰেশন কৰো।
06:56 ডায়াগনেল ফর্মত মাত্র এলিমেন্ট a i i নন-জিৰো হয়. বাকি এলিমেন্ট জিৰো হয়।
07:05 তাৰপিছত আমি ডায়াগনেল এলিমেন্টৰ পৰা, ডায়াগনেল এলিমেন্ট আৰু সোফালৰ সংশ্লিষ্ট এলিমেন্টক বিভাজিত কৰো।
07:14 আমি ডায়াগনেল এলিমেন্টক 1 এৰ সমান কৰিবলৈ এইটো কৰো।
07:19 সোফালৰ ম্যাট্রিক্সৰ প্রতিটো ৰোৰ এলিমেন্টৰ পৰিনামী(resulting) ভ্যালু প্রতিটো ভ্যাৰিয়েবলৰ ভ্যালু দিয়ে।
07:27 এতিয়া এই উদাহৰণ Gauss-Jordan মেথডৰ দ্বাৰা সমাধান কৰো।
07:33 এতিয়া প্রথম কোড চাও।
07:36 কোডৰ প্রথম লাইন প্রদর্শিত উত্তৰৰ ফৰম্যাটক বোঝাবলৈ ফৰম্যাট ফাংশন ব্যবহাৰ কৰে।
07:44 প্যাৰামিটাৰ e স্পষ্ট কৰে যে উত্তৰ সাইন্টিফিক নোটেশনত হোৱা উচিত।
07:49 20 দেখায় যে মাত্র 20 ডিজিটেই প্রদর্শিত হব লাগে।
07:55 তাৰপিছত আমি ইনপুট ফাংশন ব্যবহাৰ কৰি A আৰু b ম্যাট্রিক্স পাও।
08:00 আমি ইনপুট আর্গুমেন্ট A আৰু b আৰু আউটপুট আর্গুমেন্ট x এৰ সৈতে Gauss Jordan Elimination ফাংশন সংজ্ঞায়িত কৰো।
08:11 আমি ম্যাট্রিক্স A এৰ আকাৰ পাও আৰু এইটোক m আৰু n ত সংৰক্ষণ কৰো।
08:17 একেইভাবে, আমি ম্যাট্রিক্স b এৰ আকাৰ পাও আৰু এইটোক r আৰু sত সংৰক্ষণ কৰো।
08:23 A আৰু b এৰ আকাৰ সামঞ্জস্যপূর্ণ নহলে, আমি এৰৰ ফাংশন ব্যবহাৰ কৰি কনসোলত এটা এৰৰ প্রদর্শন কৰো।
08:33 তাৰপিছত আমি ম্যাট্রিক্সৰ ডায়াগনেল ফর্ম পাবলৈ ৰো অপাৰেশন কৰো।
08:38 ইয়াত pivot, কলমৰ প্ৰথম নন-জিৰো এলিমেন্টক দেখায়।
08:45 তাৰপিছত আমি m ৰোস আৰু s কলমৰ সৈতে জিৰোজৰ x নামৰ ম্যাট্রিক্স বনাও।
08:52 এবাৰ আমাৰ উছৰত ডায়াগনেল ফর্ম হলে,
08:54 আমি প্রতিটো ভ্যাৰিয়েবলৰ ভ্যালু পাবলৈ augmented matrix এৰ সোফালৰ অংশক সম্বন্ধিত ডায়াগনেল এলিমেন্টৰ দ্বাৰা বিভাজিত কৰো।
09:04 আমি প্রতিটো ভ্যাৰিয়েবলৰ ভ্যালু xত সংৰক্ষণ কৰো।
09:08 তাৰপিছত আমি x এৰ ভ্যালু ৰিটার্ন কৰো।
09:11 অবশেষত, আমি ফাংশন সমাপ্ত কৰো।
09:13 এতিয়া আমি ফাংশন সংৰক্ষণ আৰু এক্সিকিউট কৰো।
09:18 প্রম্পটে আমাৰ ম্যাট্রিক্স A এৰ ভ্যালু লিখিবলৈ কয়।
09:22 সেয়ে আমি লিখো:
09:23 বর্গাকাৰ বন্ধনীত 0.7 কমা 1725 সেমিকোলন।
09:31 0.4352 কমা -5.433 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
09:41 এন্টাৰ টিপক।
09:43 পৰবর্তী প্রম্পট হল ভেক্টৰ b এৰ বাবে।
09:45 সেয়ে আমি লিখো: বর্গাকাৰ বন্ধনীত 1739 সেমিকোলন
09:51 3.271 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
09:55 এন্টাৰ টিপক।
09:58 তাৰপিছত আমি নিম্ন লিখি ফাংশন কল কৰো।
10:01 Gauss Jordan Elimination বন্ধনী খুলক A কমা b বন্ধনী বন্ধ কৰক।
10:08 এন্টাৰ টিপক।
10:10 x one আৰু x two এৰ ভ্যালু কনসোলত দেখায়।
10:15 এতিয়া এই টিউটোৰিয়েলৰ সংক্ষিপ্তকৰণ কৰো।
10:18 এই টিউটোৰিয়েলত আমি শিকিছো:
10:21 লিনিয়াৰ ইকুয়েশন্সৰ সিস্টেম সমাধান কৰিবলৈ Scilab কোড বিকাশিত কৰা।
10:25 লিনিয়াৰ ইকুয়েশন্সৰ সিস্টেমৰ অজ্ঞাত ভ্যাৰিয়েবলৰ ভ্যালু গনণা কৰা।
10:32 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
10:35 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:38 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
10:43 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
10:45 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
10:48 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
10:52 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:59 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
11:03 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
11:10 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro
11:21 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi