Scilab/C4/Control-systems/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল, এদভাঞ্চদ কনট্ৰ’ল অফ কন্তিনোৱাচ টাইম চিষ্টেমচৰ (Advanced Control of Continuous Time systems) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:09 | এই টিউট’ৰিয়েলটোৰ শেষত, আপুনি শিকিব কেনেকৈ: |
00:12 | কন্তিনোৱাচ টাইম চিষ্টেম এটা সূচীত কৰিবলৈ: দ্বিতীয় আৰু উচ্চ ক্ৰমৰ |
00:17 | ষ্টেপ (step) আৰু চাইন ইনপুতচলৈ প্ল’ত ৰেচপনচ কৰা |
00:20 | ব’দি প্ল’ত (Bode plot) এটা কৰিবলৈ |
00:22 | নিউমাৰ (numer) আৰু দেন’ম চাইলেব ফাংচনচ (denom Scilab functions) অধ্যয়্ণ কৰিবলৈ |
00:26 | চিষ্টেম এটাৰ প’লচ (poles) আৰু জিৰ’চ (zeros) প্ল’ত কৰিবলৈ |
00:30 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো |
00:33 | উবুন্তো 12.04 অপাৰেতিং চিষ্টেম হিচাবে |
00:36 | চাইলেব ভাৰ্চন 5.3.3 ৰ সৈতে |
00:40 | এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, লাৰনাৰ এজনৰ চাইলেব (Scilab) আৰু কনট্ৰ’ল চিষ্টেমচৰ (control systems) মুল জ্ঞান থাকিব লাগিব |
00:48 | চাইলেবৰ (Scilab) বাবে, অনুগ্ৰহ কৰি স্প’কেন টিউট’ৰিয়েল ওৱেবচাইতত উপলদ্ধ চাইলেব টিউট’ৰিয়েলচ (Scilab tutorials) চাওঁক |
00:55 | এই টিউট’ৰিয়েলটোত, মই কেনেকৈ দ্বিতীয়-ক্ৰমৰ লিনিয়াৰ চিষ্টেম (second-order linear system) সূচীত কৰা হয় ব্যাখ্যা কৰিম |
01:02 | গতিকে, প্ৰথমে আমি জটিল দ’মেইন ভেৰিয়েবল 's' ক সূচীত কৰিব লাগিব |
01:08 | আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ (Scilab console window) যাওঁ |
01:11 | ইয়াত, লিখক s সমান প’লি আৰম্ভণী পেৰেনথেচিচ জিৰ’ ক’মা আৰম্ভণী একক উৰ্দ্ধক’মা s সামৰণী একক উৰ্দ্ধক’মা সামৰণী পেৰেনথেচিচ, এন্টাৰ (Enter) টিপক |
01:25 | আউতপুতটো হৈছে 's' |
01:27 | আনএটা পদ্ধতি আছে 's' ক কন্তিনোৱাচ টাইম কমপ্লেক্স ভেৰিয়েবল (continuous time complex variable) হিচাবে সূচীত কৰিবলৈ |
01:32 | কনচ’ল উইন্দ’ খোলক, লিখক: |
01:35 | s সমান পাৰচেন্তেজ s, এন্টাৰ (Enter) টিপক |
01:41 | আহক আমি চিচলিন চাইলেব কমান্দ (syslin Scilab command) অধ্যয়্ণ কৰো |
01:44 | কন্তিনোৱাচ টাইম চিষ্টেমটো সূচীত কৰিবলৈ চিচলিন ( ’syslin’ ) চাইলেব (Scilab) ফাংচনটো ব্যৱ্হাৰ কৰক |
01:51 | G অফ s ইজ ইকুৱেল তু 2 অভাৰ 9 প্লাচ 2 s প্লাচ s স্কোৱাৰ |
01:58 | ষ্টেপ (step) অপচনৰ সৈতে csim ব্যৱ্হাৰ কৰক, ষ্টেপ ৰেচপনচটো পাবলৈ আৰু তেতিয়া ষ্টেপ ৰেচপনচটো (step response) প্ল’ত কৰক |
02:06 | আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ (Scilab console window) যাওঁ |
02:09 | ইয়াত, লিখক: sys বৰফলা G সমান চিচলিন আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা c সামৰণী একক উৰ্দ্ধক’মা ক’মা তু হৰণ আৰম্ভণী পেৰেনথেচিচ s স্কোৱাৰ যোগ তু আচতেৰিক s যোগ নাইন সামৰণী পেৰেনথেচিচ সামৰণী পেৰেনথেচিচ |
02:32 | ইয়াত c ব্যৱহৃত হৈছে, যিহেতু আমি এটা কন্তিনোৱাচ টাইম চিষ্টেম সূচীত কৰিছো |
02:38 | এন্টাৰ (Enter) টিপক |
02:40 | আউতপুতটোত লিনিয়াৰ দ্বিতীয় ক্ৰমৰ চিষ্টেম প্ৰদৰ্শিত হৈছে |
02:44 | 2 অভাৰ 9 যোগ 2 s যোগ s স্কোৱাৰৰ দ্বাৰা |
02:49 | তেতিয়া, লিখক t সমান জিৰ’ ক’লন জিৰ’ পইন্ত ওৱান ক’লন তেন চেমিক’লন |
02:57 | এন্টাৰ (Enter) টিপক |
02:59 | তেতিয়া, লিখক y ওৱান সমান c চিম আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা ষ্টেপ সামৰণী একক উৰ্দ্ধক’মা ক’মা t ক’মা sys বৰফলা G সামৰণী পেৰেনথেচিচ চেমিক’লন |
03:15 | এন্টাৰ (Enter) টিপক |
03:17 | তেতিয়া, লিখক প্ল’ত আৰম্ভণী পেৰেনথেচিচ t ক’মা y ওৱান সামৰণী পেৰেনথেচিচ চেমিক’লন |
03:24 | এন্টাৰ (Enter) টিপক |
03:26 | আউতপুতটোৱে প্ৰদত্ত দ্বিতীয় ক্ৰমৰ চিষ্টেমৰ ষ্টেপ ৰেচপনচটো (step response) দৰ্শিত কৰিব |
03:33 | আহক আমি চাইন ইনপুতৰ (sine input) বাবে দ্বিতীয় ক্ৰমৰ চিষ্টেমৰ ৰেচপনচটো অধ্যয়্ণ কৰো |
03:39 | চাইন ইনপুতচক (Sine inputs) সহজে ইনপুত হিচাবে দিব পাৰি এটা দ্বিতীয় ক্ৰমৰ চিষ্টেমৰ পৰা কন্তিনোৱাচ টাইম চিষ্টেম এটালৈ |
03:47 | আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ (Scilab console window) যাওঁ |
03:51 | লিখক U তু সমান চাইন আৰম্ভণী পেৰেনথেচিচ t সামৰণী পেৰেনথেচিচ চেমিক’লন |
03:59 | এন্টাৰ (Enter) টিপক |
04:01 | তেতিয়া, লিখক: y তু সমান c চিম আৰম্ভণী পেৰেনথেচিচ তু ক’মা t ক’মা sys বৰফলা G সামৰণী বন্ধনী চেমিক’লন |
04:15 | এন্টাৰ (Enter) টিপক |
04:17 | ইয়াত আমি ব্যৱ্হাৰ কৰিছো sysG, কন্তিনোৱাচ টাইম দ্বিতীয় ক্ৰমৰ চিষ্টেম, আমি আগতে সূচীত কৰিছিলো |
04:25 | তেতিয়া, লিখক: প্ল’ত আৰম্ভণী পেৰেনথেচিচ t ক’মা আৰম্ভণী বৰ বন্ধনী u তু চেমিক’লন y তু সামৰণী বৰ বন্ধনী সামৰণী পেৰেনথেচিচ |
04:39 | আপুনি u2 আৰু y2 ৰ মাজত চেমিক’লন (semicolon) এটা দিয়াটো নিশ্বিত কৰক কাৰণ u2 আৰু y2 হৈছে একে চাইজৰ ৰৌ ভেক্তৰচ |
04:50 | এন্টাৰ (Enter) টিপক |
04:52 | এই প্ল’তটোৱে এটা ষ্টেপ ইনপুত (step input) আৰু চাইন ইনপুতলৈ (sine input) চিষ্টেমটোৰ ৰেচপনচ দৰ্শাই । ইয়াক কোৱা হয় ৰেচপনচ প্ল’ত (response plot) |
05:01 | ৰেচপনচ প্ল’তে (response plot) ইনপুত আৰু আউতপুত দুয়োটাকে একেদাল গ্ৰাফত প্ল’ত কৰে |
05:06 | আশাকৰা দৰে, আউতপুতটোওঁ লগতে এটা চাইন ওৱেভ (sine wave) আৰু |
05:11 | ইনপুত আৰু আউতপুতৰ মাজত এটা ফেজ লেগ (phase lag) আছে |
05:15 | আমপ্লিতিউদ (Amplitude) ইনপুত আৰু আউতপুতৰ বাবে বেলেগ হয় যিহেতু ই এটা ট্ৰেনচফাৰ (transfer) ফাংচনৰ দ্বাৰা পাৰ হৈছে |
05:23 | এইটো এটা আদৰ্শ আন্দাৰ-দাম্পদ (under-damped) উদাহৰণ |
05:26 | আহক আমি বদি প্ল’ত অফ 2 অভাৰ 9 প্লাচ 2 s প্লাচ s স্কোৱাৰক প্ল’ত কৰো |
05:32 | অনুগ্ৰহ কৰি মন কৰিব, 'f r e q' কমান্দ হৈছে ফ্ৰিকোৱেঞ্চি ৰেচপনচৰ (frequency response) বাবে এটা চাইলেব (Scilab) কমান্দ |
05:39 | f r e q ক এটা ভেৰিয়েবল (variable) হিচাবে ব্যৱ্হাৰ নকৰিব!! |
05:44 | চাইলেব কনচ’ল (Scilab console) খোলক আৰু লিখক: |
05:47 | f r সমান আৰম্ভণী বৰ বন্ধনী জিৰ’ পইন্ত জিৰ’ ওৱান ক’লন তেন সামৰণী বৰ বন্ধনী চেমিক’লন |
06:00 | এন্টাৰ (Enter) টিপক |
06:03 | ফ্ৰিকোৱেঞ্চিটো (frequency) হাৰ্তজত (Hertz) আছে |
06:06 | তেতিয়া লিখক বদি আৰম্ভণী পেৰেনথেচিচ sys বৰফলা G ক’মা fr সামৰণী পেৰেনথেচিচ |
06:15 | আৰু এন্টাৰ (Enter) টিপক |
06:17 | বদি প্ল’তটো (bode plot) দৰ্শিত হৈছে |
06:20 | আহক আমি আনএটা চিষ্টেম সূচীত কৰো |
06:23 | আমাৰ আছে এটা অভাৰ-দাম্পদ চিষ্টেম p সমান s স্কোৱাৰ প্লাচ নাইন s প্লাচ নাইন |
06:32 | আহক আমি এই চিষ্টেমটোৰ বাবে ষ্টেপ ৰেচপনচ (step response) প্ল’ত কৰো |
06:36 | চাইলেব কনচ’ললৈ (Scilab console) যাওঁক |
06:38 | আপোনাৰ কনচ’লত এইটো লিখক: |
06:40 | p সমান s স্কোৱাৰ প্লাচ নাইন আচত্ৰিক s প্লাচ নাইন |
06:47 | আৰু তেতিয়া এন্টাৰ (Enter) টিপক |
06:49 | তেতিয়া আপোনাৰ কনচ’লত এইটো লিখক: |
06:51 | sys তু সমান চিচলিন আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা c সামৰণী একক উৰ্দ্ধক’মা ক’মা নাইন হৰণ p সামৰণী পেৰেনথেচিচ |
07:04 | আৰু এন্টাৰ (Enter) টিপক |
07:07 | তেতিয়া লিখক: t সমান জিৰ’ ক’লন জিৰ’ পইন্ত ওৱান ক’লন তেন চেমিক’লন |
07:14 | এন্টাৰ (Enter) টিপক |
07:17 | y সমান c চিম আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা ষ্টেপ সামৰণী একক উৰ্দ্ধক’মা ক’মা t ক’মা sys তু সামৰণী পেৰেনথেচিচ চেমিক’লন |
07:31 | এন্টাৰ (Enter) টিপক |
07:33 | তেতিয়া লিখক প্ল’ত আৰম্ভণী পেৰেনথেচিচ t ক’মা y সামৰণী পেৰেনথেচিচ |
07:39 | এন্টাৰ (Enter) টিপক |
07:41 | অভাৰ-দাম্পদ চিষ্টেমটোৰ বাবে ৰেচপনচ প্ল’তটো দৰ্শিত হৈছে |
07:46 | p ৰ ৰোতচ পাবলৈ আপোনাৰ কনচ’লত এইটো লিখক - |
07:49 | p ৰ ৰোতচ আৰু এন্টাৰ (Enter) টিপক |
07:54 | এই ৰোতচ (roots) হৈছে চিচ তু (sys two) চিষ্টেমটোৰ প’লচ |
07:59 | চিষ্টেমটোৰ ৰোতচ বা প’লচ (roots or poles) দৰ্শিত হৈছে |
08:02 | অনুগ্ৰহ কৰি এই চিষ্টেমটোৰ বাবে ষ্টেপ ৰেচপনচ (Step response) প্ল’ত কৰক একেধৰণৰ শাৰীৰ সৈতে, অভাৰ দাম্পদ চিষ্টেমটোৰ (over damped system) দৰে |
08:11 | G অফ s সমান 2 অভাৰ 9 প্লাচ 6 s প্লাচ s স্কোৱাৰ যি হৈছে এটা ক্ৰিতিকেলি দাম্পদ চিষ্টেম (critically damped system) |
08:20 | তেতিয়া G অফ s সমান 2 অভাৰ 9 প্লাচ s স্কোৱাৰ যি হৈছে এটা আনদাম্প্দ চিষ্টেম (undamped system) |
08:28 | G অফ s সমান 2 অভাৰ 9 মাইনাচ 6 s প্লাচ s স্কোৱাৰ যি হৈছে এটা আনষ্টেবল চিষ্টেম (unstable system) |
08:36 | চিনোচইদেল ইনপুতচৰ (sinusoidal inputs) ৰেচপনচ চাওঁক সকলো কেচৰ বাবে আৰু লগতে বদি প্ল’তক (bode plot) প্ল’ত কৰক |
08:45 | চাইলেব কনচ’ললৈ (Scilab console) যাওঁক |
08:48 | এটা সাধাৰণ ট্ৰেনচফাৰ ফাংচনৰ (transfer function) বাবে, নিউমেৰেতৰ আৰু দিন’মিনেতৰক পৃথককৈ সূচীত কৰিব পাৰি |
08:55 | আহক মই আপোনাক দেখুৱাও কেনেকৈ |
08:57 | কনচ’লত (console) লিখক: |
08:59 | sys থ্ৰি সমান চিচলিন আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা c সামৰণী একক উৰ্দ্ধক’মা ক’মা s প্লাচ চিক্স ক’মা s স্কোৱাৰ প্লাচ চিক্স আচত্ৰিকচ s প্লাচ নাইনতিন সামৰণী পেৰেনথেচিচ |
09:19 | এন্টাৰ (Enter) টিপক |
09:21 | আনএটা পদ্ধতিত চিষ্টেম এটা সূচীত কৰিবলৈ লিখক: |
09:24 | g সমান আৰম্ভণী পেৰেনথেচিচ s প্লাচ চিক্স সামৰণী পেৰেনথেচিচ হৰণ আৰম্ভণী পেৰেনথেচিচ s স্কোৱাৰ প্লাচ চিক্স আচত্ৰিকচ s প্লাচ নাইনতিন সামৰণী পেৰেনথেচিচ |
09:40 | এন্টাৰ (Enter) টিপক |
09:42 | তেতিয়া আপোনাৰ কনচ’লত (console) এইটো লিখক: |
09:44 | চিচ ফৌৰ সমান চিচলিন আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা c সামৰণী একক উৰ্দ্ধক’মা ক’মা g সামৰণী পেৰেনথেচিচ |
09:55 | এন্টাৰ (Enter) টিপক |
09:58 | দুয়োটা পদ্ধতিত, আমি একেটা আউতপুত পাওঁ; |
10:01 | চিক্স প্লাচ s অভাৰ 19 প্লাচ চিক্স s প্লাচ s স্কোৱাৰ |
10:07 | ভেৰিয়েবল ’sys’ টো ৰেচনেল (’rational’) ধৰণৰ হয় |
10:10 | ইয়াৰ নিউমেৰেতৰ আৰু দিন’মিনেতৰক বিভিন্ন পদ্ধতিৰে এক্সত্ৰেক্ত কৰিব পাৰি |
10:16 | চিচ অফ তু, নিউমাৰ অফ চিচ বা নিউমাৰ অফ g এ নিউমেৰেতটো দিয়ে |
10:22 | দিন’মিনেতৰটোক গণনা কৰিব পাৰি sys(3) বা চিচ ফাংচনৰ দিন’ম ব্যৱ্হাৰ কৰি |
10:30 | চিষ্টেমটোৰ প’লচ (poles) আৰু জিৰ’চ (zeros) প্ল’ত কৰিব পাৰি p l z r ফাংচনটো ব্যৱ্হাৰ কৰি |
10:37 | গাঠণিটো হৈছে p l z r অফ চিচ |
10:41 | প্ল’তটোৱে (plot) দেখুৱাই 'x ফৰ প’লচ' আৰু 'চাৰ্কলচ ফৰ জিৰ’চ' |
10:46 | চাইলেব কনচ’ললৈ যাওঁক |
10:48 | আপোনাৰ চাইলেব কনচ’লত এইটো লিখক: |
10:50 | চিচ থ্ৰি আৰম্ভণী পেৰেনথেচিচ তু সামৰণী পেৰেনথেচিচ |
10:55 | এন্টাৰ (Enter) টিপক । ই চিচ থ্ৰি (sys three) ৰেচনেল ফাংচনটোৰ নিউমেৰেতটো দিয়ে যি হৈছে '6 + s' |
11:03 | অন্যথা, আপুনি লিখিব পাৰে: |
11:05 | নিউমাৰ আৰম্ভণী পেৰেনথেচিচ চিচ থ্ৰি সামৰণী পেৰেনথেচিচ |
11:11 | এন্টাৰ (Enter) টিপক |
11:13 | চিষ্টেম থ্ৰিৰ (system three) নিউমেৰেতটো দৰ্শিত হৈছে |
11:17 | দিন’মিনেতৰটোক পাবলৈ, লিখক: |
11:19 | চিচ থ্ৰি আৰম্ভণী পেৰেনথেচিচ থ্ৰি সামৰণী পেৰেনথেচিচ । এন্টাৰ (Enter) টিপক |
11:26 | ফাংচনটোৰ দিন’মিনেতৰটো দৰ্শিত হৈছে |
11:30 | আপুনি লগতে লিখিব পাৰে দিন’ম আৰম্ভণী পেৰেনথেচিচ চিচ থ্ৰি সামৰণী পেৰেনথেচিচ |
11:36 | এন্টাৰ (Enter) টিপক |
11:38 | তেতিয়া লিখক p l z r আৰম্ভণী পেৰেনথেচিচ চিচ থ্ৰি সামৰণী পেৰেনথেচিচ |
11:44 | এন্টাৰ (Enter) টিপক |
11:47 | আউতপুত গ্ৰাফে প’লচ (poles) আৰু জিৰ’চ (zeros) প্ল’ত কৰে |
11:50 | ই চিষ্টেমটোৰ প’লচ আৰু জিৰ’চৰ বাবে ক্ৰচ আৰু চাৰ্কলচ দৰ্শাই |
11:58 | ই কমপ্লেক্স প্লেইনত প্ল’ত হৈছে |
12:01 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো কেনেকৈ: |
12:03 | চিষ্টেম এটা সূচীত কৰা হয় ইয়াৰ ট্ৰেনচফাৰ ফাংচনৰ দ্বাৰা |
12:08 | ষ্টেপ আৰু চিনোচইদেল ৰেচপনচ প্ল’ত কৰিবলৈ |
12:11 | ট্ৰেনচফাৰ ফাংচন এটাৰ প’লচ আৰু জিৰ’চ এক্সত্ৰেক্ত কৰিবলৈ |
12:15 | তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক |
12:19 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
12:22 | আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
12:27 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে : |
12:29 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
12:32 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
12:36 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
12:43 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয় |
12:47 | ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
12:55 | এই মিচনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ |
13:06 | মই মৌচুম হাজৰিকা |
13:08 | সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায় |