LaTeX/C2/LaTeX-on-Windows-using-TeXworks/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | LaTeX on Windows using TeXworksৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম. |
| 00.07 | এই টিউটোৰিয়েলত আমি শিকিম: |
| 00:09 | MikTeX ডাউনলোড আৰু ইনস্টল কৰা |
| 00:11 | TeXworks ব্যবহাৰ কৰি মৌলিক লেটেক ডকিউমেন্ট লিখা |
| 00:15 | অনুপস্থিত প্যাকেজ ডাউনলোড কৰিবলৈ MikTeXক কনফিগাৰ কৰা |
| 00:19 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে আমি Windows7 অপাৰেটিং সিস্টেম আৰু MikTeX2.9 ব্যবহাৰ কৰিছো, |
| 00:27 | আমি এতিয়া TeXworksৰ প্রধান বৈশিষ্ট্য চাও. |
| 00: 31 | এইটো এটা প্ল্যাটফর্ম স্বাধীনভাবে. |
| 00: 33 | ইয়াত এটা এমবেডেড পিডিএফ ৰিডাৰ আছে. |
| 00:36 | ই এটা ভাৰতীয় ভাষা টাইপচেটিঙ সমর্থন কৰে. |
| 00:39 | আমি TeXwork ৰ সৈতে আৰম্ভ কৰাৰ পূর্বে, আমি MikTeX ইনস্টল কৰিব লাগিব. |
| 00:44 | MikTeX, টেক্স বা লেটেকৰ আৰু উইন্ডোজৰ বাবে বিষয়ক কার্যক্রমৰ এটা up-to-date বাস্তবায়ন(implementation) হয়. |
| 00:52 | এইটোৱে উইন্ডোজত লেটেকত মৌলিক ডকিউমেন্ট তৈয়াৰ কৰাৰ প্রয়োজন প্যাকেজ আছে. |
| 00:58 | সেয়ে, TeXwork MikTeX ইনস্টলেশনৰ সৈতে উপলব্ধ এটা ডিফল্ট এডিটৰ হয়. |
| 01: 04 | ওয়েবসাইটত যাওক www.miktex.org |
| 01:10 | প্রস্তাবিত(recommended) MikTeX ইনস্টলাৰ বাবে 'ডাউনলোড লিঙ্ক' 'ত ক্লিক কৰক. |
| 01:15 | এইটোৱে MikTeX ইনস্টলাৰ ডাউনলোড কৰে. |
| 01:18 | ডাউনলোড কৰি আৰু আপোনাৰ ডেস্কটপত এইটো সংৰক্ষণ কৰক. |
| 01: 22 | এইটো এটা ডাঘৰ ফাইল কমেও 154 মেগা বাইট. |
| 01: 25 | সেয়ে এইটোৱে কিছু সময় লব ডাউনলোড কৰিবলৈ. |
| 01:27 | মই ইতিমধ্যে এই ফাইলটো ডাউনলোড কৰিলো. এইতো ইয়াত আছে. |
| 01:32 | এই ফাইলত ডাবল ক্লিক কৰি ইনস্টলেশন আৰম্ভ কৰক. |
| 01:36 | চেক বক্সত ক্লিক কৰক আৰু Nextত ক্লিক কৰক. |
| 01:40 | সকলো ডিফল্ট অপশন নির্বাচন কৰক. |
| 01: 43 | ইনস্টলেশনে প্রায় 5ৰ পৰা 10 মিনিট সময় লগাব. |
| 01: 47 | মই ইতিমধ্যে মোৰ কম্পিউটাৰত MikTeX ইনস্টল কৰি থৈছো. |
| 01: 50 | সেয়ে মই ইনস্টলেশন প্রক্রিয়াৰ সৈতে আগলৈ নাযাও. |
| 01:54 | সফলভাবে আপোনাৰ কম্পিউটাৰত MikTeX ইনস্টল কৰাৰ পাছত |
| 01:58 | আমি MikTeXৰ সৈতে আহা 'TeXworks আৰু editorৰ ব্যবহাৰ চাও. |
| 02:03 | উইন্ডোজ Start' 'বাটনত ক্লিক কৰক. |
| 02:07 | All Programsত ক্লিক কৰক. |
| 02: 09 | MikTeX2.9ত ক্লিক কৰক. |
| 02:12 | 'TeXworks' ত ক্লিক কৰক |
| 02:15 | TeXworks editor খোল খাব |
| 02:18 | আমি ইতিমধ্যে বিদ্যমান 'লেটেক ডকিউমেন্ট' খুলো. |
| 02:21 | মই Fileত ক্লিক কৰিম, তাৰ পিছত Openত আৰু directory বাছিম. |
| 02:28 | তাৰপিছত মই ফাইল "hello.tex" খুলিম. |
| 02:32 | আপোনি দেখিব পাৰে যে এই ফাইলত লিখিত টেক্সট ৰঙ্গিন হয় |
| 02:37 | এইটোক সিনট্যাক্স হাইলাইটিং বোলা হয়. |
| 02:41 | এইটোৱে ব্যবহাৰকাৰীক কন্টেন্ট ব্যবহাৰকাৰী আৰু 'লেটেক সিনট্যাক্সৰ মাজৰ পার্থক্য কৰিবলৈ সাহায্য কৰে. |
| 02:47 | যদি,লেটেক সিনট্যাক্স হাইলাইট হোৱা নাই তেনেহলে নিম্নোক্ত কাম কৰক. |
| 02:52 | TeXwork উইন্ডোত, 'মেনু বাৰত পোৱা 'Format বাটনত ক্লিক কৰক. |
| 02:58 | Syntax Colouring' নির্বাচন কৰক আৰু তাৰপিছত 'লেটেক' 'ত ক্লিক কৰক. |
| 03:03 | আপোনি যদি লেটেক ডকিউমেন্ট তৈয়াৰ কৰাত প্রত্যেকবাৰে সিনট্যাক্স হাইলাইটিং প্রয়োগ কৰিব বিছাৰে তেনেহলে নিম্নলিখিত কামবোৰ কৰক. |
| 03:10 | মেনুবাৰত, Editত ক্লিক কৰক তাৰপিছত Preferencesত ক্লিক কৰক. |
| 03:16 | ' Editor 'ট্যাবত, ড্রপডাউন বাটনত ক্লিক কৰক যিয়ে Syntax Colouringৰ বাবে অপশন দিয়ে. |
| 03:22 | 'লেটেক' নির্বাচন কৰক আৰু তাৰপিছত OKত ক্লিক কৰক. |
| 03:26 | এই ভাবে, সিনট্যাক্স হাইলাইটিংএ ভবিষ্যতত তৈয়াৰ হব লগীয়া সকলো ডকিউমেন্টত প্রয়োগ কৰা হব. |
| 03:32 | এতিয়া আমি আমাৰ লেটেক ডকিউমেন্ট কম্পাইল কৰাৰ বাবে প্রস্তুত হয়. |
| 03:36 | Ctrl আৰু t কিচ একেলগে টিপক সংকলন(compilation) আৰম্ভ কৰাৰ বাবে. |
| 03:42 | ডকিউমেন্টখন এবাৰ এৰৰ নোহোৱাকৈ কম্পাইল হোৱাত, ফলত 'পিডিএফ' খোলা খাব. |
| 03:49 | উল্লেখ্য যে এই পিডিএফ ৰিডাৰ TeXworkৰ সৈতে আহে. |
| 03:53 | এটা কম্পাইল পিডিএফ ফাইল প্রদর্শন কৰাৰ বাবে এইটো TeXworkৰ দ্ৱাৰা ব্যবহৃত ডিফল্ট পিডিএফ ৰিডাৰ হয়. |
| 03:59 | এতিয়া আমি এটা 'Beamer' ডকিউমেন্ট কম্পাইল কৰো. |
| 04:02 | 'আমি ইনস্টল কৰা MikTeX সেটআপত ডিফল্টৰুপে' Beamer package অন্তর্ভুক্ত কৰা হোৱা নাই. |
| 04:08 | মানে আমি কি কৰিব লাগিব |
| 04:10 | কিছু সোর্সৰ পৰা এইটোক ডাউনলোড কৰি আৰু আমাৰ বর্তমান MikTeX distributionত এইটোক যোগ কৰক. |
| 04:15 | এটা অনুপস্থিত প্যাকেজ ইনস্টল কৰাৰ দুটা উপায় আছে. |
| 04:19 | এটা পদ্ধতি হৈছে লেটেক ডকিউমেন্ট কম্পাইল কৰি থাকোতে ফ্লাইত(fly) এইটোক ইনস্টল কৰা হয়. |
| 04:24 | এই লেটেক ডকিউমেন্টে সাধাৰণতে আপোনাৰ MikTeX ডিস্ট্রিবিউশনত নোপোৱা এটা পেকেজৰ প্রয়োজন হব. |
| 04:31 | অন্যান্য উপায়টো হৈছে, MikTeX ৰ Package Manager ব্যবহাৰ কৰি নিজে পছন্দ কৰি এটা পেকেজ ইনস্টল কৰা হয়. |
| 04:37 | আমি প্রথম পদ্ধতিটো চাও. |
| 04:40 | আমি লেটেক ডকিউমেন্টক খোলি আৰু কম্পাইল কৰো যাক ইন্টাৰনেটৰ পৰা প্যাকেজ ইনস্টল কৰাৰ বাবে MikTeXৰ প্রয়োজন হয়. |
| 04:47 | প্রথমে TeXworks editor বন্ধ কৰক. |
| 04:51 | এইটা প্রয়োজন বোধ হয় যে আমি 'tex file' বিশেষাধিকাৰ প্রশাসক(administrator privileges) এৰ সৈতে খোলো. |
| 04:56 | Start' 'বাটনত ক্লিক কৰক. |
| 04:59 | তাৰপিছত All programs ত ক্লিক কৰক. |
| 05:02 | 'MikTeX2.9' 'ত ক্লিক কৰক. |
| 05:05 | 'TeXworks' 'ত সো ক্লিক কৰক আৰু Run as Administratorত ক্লিক কৰক. |
| 05:11 | এইটোৱে administrator privilegesৰ সৈতে TeXworks editor আৰম্ভ কৰে. |
| 05:16 | এতিয়া File. ত ক্লিক কৰক. |
| 05:19 | তাৰপিছত Openত ক্লিক কৰক' |
| 05:21 | ফাইল 'beamer.tex' নির্বাচন কৰক. |
| 05:24 | সংকলন(compilation) আৰম্ভ কৰিবলৈ Ctrl আৰু t 'কিচ একেলগে টিপক. |
| 05:29 | এটা 'প্যাকেজ ইনস্টলেশন' ডায়লগ বক্স খুলিব. |
| 05:33 | এইটোৱে অনুপস্থিত প্যাকেজ 'beamer.cls' ইনস্টল কৰাৰ অনুৰোধ কৰে. |
| 05:38 | এই ডায়লগ বক্সত থকা Change বোতামত ক্লিক কৰক. |
| 05:43 | 'Change Package Repository ' ডায়লগ বক্স খুলিব. |
| 05:47 | বিকল্প Packages shall be installed from the internet নির্বাচন কৰক. |
| 05:52 | ক্লিক কৰক Connection Settings ত. |
| 05:55 | এইটোৱে আপোনাক প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে অনুৰোধ জনায়. |
| 05:59 | আপোনি যদি এটা প্রক্সি নেটওয়ার্কত নাথাকে, তেনেহলে Use proxy server চেক বক্স আনচেক কৰক. |
| 06:06 | যিহেতু মই এটা প্রক্সি নেটওয়ার্কত আছো, মই চেক বক্সত ক্লিক কৰি অপশনটো সক্রিয় কৰিম. |
| 06:12 | মই প্রক্সি 'ঠিকানা' লিখিম. |
| 06:16 | মই প্রক্সি 'পোর্ট' সংখ্যা লিখিম. |
| 06:19 | মই সংশ্লিষ্ট চেক বক্সত ক্লিক কৰি Authentication required অপশনটো সক্রিয় কৰাম. |
| 06:25 | ' OKত ক্লিক কৰক আৰু তাৰপিছত Nextত ক্লিক কৰক. |
| 06:30 | এইটোৱে মোক proxy ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড অনুৰোধ কৰে. |
| 06:34 | মই তথ্যবোৰ লিখিম আৰু OK.ত ক্লিক কৰিম |
| 06:39 | এইটৱে মোক বিভিন্ন Remote Package Repositoriesৰ 'এখন তালিকা প্রদর্শন কৰে. |
| 06:44 | তালিকাৰ পৰা এটা নির্বাচন কৰক আৰু 'Finishত ক্লিক কৰক. |
| 06:48 | Installত ক্লিক কৰক. |
| 06:51 | এইটোৱে 'beamer.cls' প্যাকেজ ইনস্টল কৰিব. |
| 06:55 | আকৌ এবাৰ 'প্যাকেজ ইনস্টলেশন' ডায়লগ বক্স খুলিব. |
| 07:00 | এইটোৱে অনুপস্থিত পেকেজ 'pgfcore.sty' ইনস্টল কৰাৰ বাবে অনুৰোধ জনায়. |
| 07:06 | আপোনি বিকল্পক আনচেক কৰিব পাৰে. সর্বদা প্যাকেজ ইনস্টল কৰাৰ পূর্বে এই ডায়লগ প্রদর্শন কৰাব. |
| 07:12 | যদি আপোনি এইটো কাম কৰে MikTeXএ আপোনাক অনুৰোধ নজনাই যদি এইটোৱে অনুপস্থিত প্যাকেজক সম্মুখীন কৰে |
| 07:19 | ইনস্টল ত ক্লিক কৰক. |
| 07:21 | এতিয়া তাত যদি কোনো অনুপস্থিত প্যাকেজ আছে, এইটোৱে স্বয়ংক্রিয়ভাবে আপোনাৰ অনুমতি নোহোৱাকে ইনস্টল কৰিব. |
| 07:31 | এবাৰ ইনস্টলেশন সমাপ্ত হোৱাত, এইটোৱে সংকলনক(compilation) শেষ কৰি আৰু 'পিডিএফ' আউটপুট খুলিব. |
| 07:38 | আমি দেখিব পাৰো যে সফলভাবে আমি এটা 'Beamer ডকিউমেন্টক' কম্পাইল কৰিলো. |
| 07:42 | এতিয়া, আমি অনুপস্থিত প্যাকেজক ইনস্টল কৰাৰ দ্বিতীয় পদ্ধতি চাও. |
| 07:47 | উইন্ডোজ 'Start ' 'বাটনত ক্লিক কৰক. |
| 07:50 | All Programsত ক্লিক কৰক. |
| 07:53 | 'MikTeX2.9' 'ত ক্লিক কৰক. |
| 07:55 | Maintenance (Admin)ত ক্লিক কৰক. |
| 07:58 | 'প্যাকেজ ম্যানেজাৰ (অ্যাডমিন)' 'ত ক্লিক কৰক. |
| 08:02 | এইটোৱে উপলব্ধ বিভিন্ন প্যাকেজৰ তালিকা প্রদর্শন কৰায়. |
| 08:07 | এতিয়া আমি এই তালিকাখন চোৱা যাওক. |
| 08:10 | এই তালিকাত ছয়টা কলম আছে. |
| 08:13 | এইবোৰ হৈছে Name, Category, Size, Packaged date, Installed on date আৰু Title. |
| 08:21 | "Installed on column" আমাৰ বাবে খুবেই গুৰুত্বপূর্ণ হয়. |
| 08:25 | যি প্যাকেজৰ বাবে এই কলম খালি আছে প্যাকেজবোৰ ইনস্টল কৰা হোৱা নাই. |
| 08:32 | আমি এটা বিশেষ প্যাকেজ ইনস্টল কৰাৰ পদ্ধতি চাও. |
| 08:36 | আমি উদাহৰণস্বৰুপে, "abc", পেকেজ চয়ন কৰো. |
| 08:41 | আমি প্যাকেজ নির্বাচন কৰা মুহূর্তত, উপৰৰ বাওফালে থকা প্লাস বাটন সক্রিয় হৈ যায়. |
| 08:48 | প্লাস বাটনটো হৈছে ইনস্টল বাটন. |
| 08:51 | plus ' বাটনত ক্লিক কৰক. |
| 08:53 | এটা উইণ্ডোয়ে আপোনি ইনস্টল বা আনইনস্টল কৰাৰ বাবে চয়ন কৰাৰ প্যাকেজৰ সংখ্যা তালিকা প্রস্তুত কৰে. |
| 09:00 | Proceedত ক্লিক কৰক. |
| 09:04 | যিহেতু মই এটা প্রক্সি নেটওয়ার্ক সংযোগ কনফিগাৰ কৰিছো, এইটোৱে proxy ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লেখাৰ অনুৰোধ জনায়. |
| 09:11 | আমি নাম আৰু পাসওয়ার্ড টাইপ কৰো. |
| 09:14 | 'OKত ক্লিক কৰক. |
| 09:16 | এটা উইণ্ডো খোলিব যিয়ে ইনস্টলশনৰ বাবে নির্বাচিত প্যাকেজৰ ডাউনলোড অগ্রগতি দেখায়. |
| 09:23 | ইয়াৰ কাৰণ হব পাৰে যে 'ৰিমোট সার্ভাৰ সংযোগ' বিষয়ৰ বাবে অনুৰোধ প্যাকেজ ডাউনলোড কৰিবলৈ ব্যর্থ হয়. |
| 09:29 | সেই ক্ষেত্রত, package repository পৰিবর্তন কৰক আৰু এবাৰ চেষ্টা কৰক. |
| 09:34 | আমি নির্বাচিত প্যাকেজৰ ইনস্টলেশন সম্পন্ন হোৱা দেখিব পাৰো. |
| 09:39 | 'Closeত ক্লিক কৰক. |
| 09:41 | প্যাকেজৰ তালিকা ৰিফ্রেশ হব. |
| 09:44 | মন কৰক যে 11 সেপ্টেম্বৰ 2013, বাক্স ""abc"" কলমত "Installed on"ত প্রদর্শিত হব. |
| 09:52 | ইয়াতে TeXworks ব্যবহাৰ কৰি উইন্ডোজত লেটেকৰ এই টিউটোৰিয়েলৰ সমাপ্ত হয়. |
| 09:58 | এই টিউটোৰিয়েলত আমি শিকিছো: |
| 10:00 | MikTeX ডাউনলোড আৰু ইনস্টল কৰা. |
| 10:02 | TeXworks ব্যবহাৰ কৰি মৌলিক লেটেক ডকিউমেন্ট লিখক. |
| 10:06 | MikTeXক কনফিগাৰ কৰি 2টা বিভিন্ন উপায়েৰে অনুপস্থিত প্যাকেজক ডাউনলোড কৰা. |
| 10:11 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 10:14 | এইটোৱে স্পোকেন টিউটৰিয়েল প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 10:17 | আপোনাৰ ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰি চাব পাৰে. |
| 10:21 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে |
| 10:23 | স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে. |
| 10:27 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়। |
| 10:30 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
| 10:36 | স্পোকেন টিউটৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 10:40 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
| 10:48 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
| 10:59 | এই পাঠটি অনামিকা মেধিৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |