PERL/C3/Downloading-CPAN-module/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Downloading CPAN modulesৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম কেনেকৈ প্ৰয়োজনীয় CPAN modules দাউনল’দ কৰা হয় উবুন্তো (Ubuntu) লিনাক্স (Linux) অপাৰেতিং চিষ্টেম (Operating System) আৰু ওইন্দ’চ (Windows) অপাৰেতিং চিষ্টেমত (Operating System) |
00:17 | এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) ওইন্দ’চ (Windows) 7 পাৰ্ল (Perl) 5.14.2 আৰু 'gedit টেকস্ত এদিতৰ (Text Editor) |
00:32 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:36 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব |
00:41 | যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক |
00:48 | প্ৰথমে, আমি উবুন্তো (Ubuntu) লিনাক্স (Linux) OSত CPAN modules দাউনল’দ কৰিবলৈ শিকিম |
00:55 | টাৰ্মিনেলটোলৈ যাওঁক |
00:57 | লিখক sudo স্পেছ (space) cpan আৰু এন্টাৰ (Enter) টিপক । প্ৰয়োজন হ’লে পাচওৱৰ্দ দিয়ক |
01:06 | যদি cpan আপোনাৰ চিষ্টেমত ইনস্তলদ নাই, ই ইনস্তলেচন প্ৰচেচৰ বাবে সুধিব |
01:13 | অনুগ্ৰহ কৰি ষ্টেপ্চৰ সৈতে আগবাঢ়ক । ইনস্তলেচন প্ৰচেচৰ বাবে আপোনাৰ কম্পিউতাৰ ইন্তাৰনেতৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব |
01:21 | আমি দেখিছো প্ৰমপ্তটো cpanলৈ সলনি হৈছে |
01:26 | ধৰক উদাহণস্বৰূপে, মই CSV ফাইল এটাৰ পৰা কিছু দাতা এক্সত্ৰেক্ত কৰিব বিচাৰো আৰু মোৰ পাৰ্ল (Perl) প্ৰোগ্ৰামটোত ব্যৱ্হাৰ কৰিব বিচাৰো |
01:35 | ইয়াৰ বাবে, আমি ব্যৱ্হাৰ কৰিম টেকস্ত (Text) কলন (colon) কলন (colon) CSV মদিউল |
01:40 | ব্যৱ্হাৰ কৰাৰ আগতে, আমি টেকস্ত (Text) কলন (colon) কলন (colon) CSV মদিউলটো ইনস্তল কৰিব লাগিব |
01:46 | টাৰ্মিনেলটোলৈ যাওঁক |
01:48 | লিখক: ইনস্তল (install) টেকস্ত (Text) কলন (colon) কলন (colon) CSV আৰু এন্টাৰ (Enter) টিপক |
01:55 | আমি এই মদিউলটোৰ সংগত পেকেজসমূহৰ ইনস্তলেচনটো দেখিছো |
02:00 | ইনস্তলেচনটো সম্পূৰ্ণ হ’বলৈ কিছু সময় ল’ব আপোনাৰ ইন্তাৰনেত স্পিদটোৰ ওপৰত নিৰ্ভৰ কৰি |
02:06 | এতিয়া, আহক চাওঁ মদিউলটো সফলভাবে ইনস্তল হ’লনে নাই |
02:12 | cpanৰ পৰা ওলাবলৈ 'q' কীটো টিপক |
02:16 | লিখক: "instmodsh" আৰু এন্টাৰ (Enter) টিপক |
02:23 | সকলো ইনস্তলদ মদিউলচক তাইলিকাভুক্ত কৰিবলৈ 'l' লিখক |
02:28 | ইয়াত, আমি টেকস্ত (Text) কলন (colon) কলন (colon) CSV দেখিছো যি বুজায় যে মদিউলটো আমাৰ চিষ্টেমত ইনস্তল হ’ল |
02:38 | একজিত হ’বলৈ 'q' লিখক |
02:41 | এতিয়া, মই candidates.csv খুলিম যাক মই আগতে ছেভ কৰিছিলো |
02:47 | লিখক: gedit candidates.csv আৰু এন্টাৰ (Enter) টিপক |
02:53 | ইয়াত, আমি কেনদিদেতটোৰ নেম, এজ, জেন্দাৰ আৰু email সবিশেষ এটা ক’মা চেপাৰেতৰৰ সৈতে দেখিছো |
03:02 | এতিয়া মই csvtest.pl ফাইলটো খুলিম য’ত মই পাৰ্ল (Perl) প্ৰোগ্ৰাম এটা লিখিছিলো যি এই ম’দিউলটো ব্যৱ্হাৰ কৰে |
03:11 | এই প্ৰোগ্ৰামটোৱে নেম ফিল্দ (name field) মানসমূহ এক্সত্ৰেক্ত (extract) কৰিব যি csv ফাইলটোত জমা হৈ আছে |
03:18 | ইউজ (use) স্তেতমেন্তে টেকস্ত (Text) কলন (colon) কলন (colon) CSV ম’দিউলটোক লিদ কৰে |
03:23 | মই "candidates.csv" ফাইলটোক এটা ল’কেল ভেৰিয়েবল (local variable) ডলাৰ ফাইললৈ (dollar file) দিক্লেয়াৰ কৰিছো |
03:29 | পাছৰ স্তেতমেন্তটোৱে ফাইলটোক ৰিদ (READ) মোদত খুলিব |
03:34 | টেকস্ত (Text) কলন (colon) কলন (colon) CSV হৈছে ক্লাচ (class) আৰু আমি এটা ইনস্তেনচ (instance) বনাব পাৰো কনষ্ট্ৰাকতৰক (constructor) নিওৰ (new) সৈতে মাতি |
03:42 | এই শাৰীটোৱে চেপাৰেতৰ কেৰেক্তাৰ ক’মালৈ (,) সজাই এটা অবজেক্ত (object) বনায় |
03:48 | ইয়াত, "while" লোপে দাতাটোক চায়, লাইন বাই লাইন, "getline()" মেথদটো (method) ব্যৱ্হাৰ কৰি |
03:54 | "getline" মেথদটোৱে (method) এৰে (array) এটালৈ ৰিফাৰেঞ্চ (reference) এটা ঘূৰাই |
03:58 | আমি ইয়াক দিৰিফাৰেঞ্চ (dereference) কৰিব লাগিব, মানটো চাবলৈ |
04:02 | ইন্দেক্স (Index) অফ জিৰ’এ csv ফাইলটোত নেম ফিল্দক (name field) ৰিপ্ৰেজেন্ত কৰে |
04:07 | Print স্তেতমেন্তে csv ফাইলটোৰ পৰা নেমচ প্ৰিন্ত কৰে |
04:11 | এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
04:15 | আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো |
04:18 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl csvtest.pl আৰু এন্টাৰ (Enter) টিপক |
04:27 | ইয়াত, আমি নেমচ ফিল্দ আউতপুত হিচাবে দেখিছো |
04:32 | পাছত, আহক আমি ওইন্দ’চ অপাৰেতিং চিষ্টেমত (Windows Operating System) প্ৰয়োজনীয় CPAN ম’দিউলচ দাউনল’দ কৰিবলৈ চাওঁ |
04:39 | যেতিয়া পাৰ্ল (Perl) ইনস্তল হ’ব, PPM নামৰ ইউতিলিতি এটা যি হৈছে Perl Package Module স্বয়ংক্ৰিয়ভাবে ইনস্তল হয় |
04:48 | PPM ব্যৱ্হাৰ কৰিবলৈ, আপোনাৰ কম্পিউতাৰটো ইন্তাৰনেতলৈ সংযুক্ত হৈ থাকিব লাগিব |
04:53 | এই ইউতিলিতিটো ব্যৱ্হাৰ কৰিব পাৰি: ম’দিউল চাৰ্চ, ইনস্তল, ৰিমুভ আৰু প্ৰয়োজনীয় ম’দিউলচ আপগ্ৰেদ কৰিবলৈ ওইন্দ’চ অপাৰেতিং চিষ্টেমত (Windows Operating System) |
05:04 | এতিয়া, আহক আমি ওইন্দ’চ (Windows) OSত কমান্দ ওইন্দ’ খুলো |
05:09 | কমান্দ ওইন্দ’ (command window) খুলিবলৈ, ষ্টাৰ্তত (Start) টিপক আৰু লিখক "cmd" আৰু এন্টাৰ (Enter) টিপক |
05:17 | লিখক: perl hyphen v আপোনাৰ ওইন্দ’চ (Windows) OS মেচিনত পাৰ্ল (Perl) ইনস্তল হৈ আছেনেকি চাবলৈ |
05:25 | আপুনি পাৰ্ল (Perl) ভাৰ্চন নাম্বাৰটো দেখিব যি আপোনাৰ মেচিনত ইনস্তল হৈ আছে |
05:30 | যদি পাৰ্ল ইনস্তলদ নাই, এই ওৱেবচাইতত Perl Installation টিউট’ৰিয়েলটো চাওঁক |
05:36 | ই আপোনাক ওইন্দ’চ (Windows) OS ত পাৰ্ল (Perl) কেনেকৈ ইনস্তল কৰিব লাগে ক’ব |
05:41 | “DOS” প্ৰমপ্তত, লিখক: ppm install টেকস্ত (Text) কলন (colon) কলন (colon) CSV আৰু এন্টাৰ (Enter) টিপক |
05:49 | মন কৰিব, module নেমচ কেচ চেনচিতিভ হয় |
05:53 | আমি দেখিছো ইনস্তলেচন প্ৰচেচটো আৰম্ভ হ’ল । ই সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰক |
06:00 | মই candidates.csv আৰু csvtest.pl ফাইলক বৰ্তমান কামকৰা দাইৰেক্তৰীলৈ ক’পি কৰিলো |
06:08 | আমি এতিয়া পাৰ্ল (Perl) প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো |
06:11 | কমান্দ ওইন্দ’ত (command window), লিখক: perl csvtest.pl আৰু এন্টাৰ (Enter) টিপক |
06:18 | এইটো আউতপুত |
06:21 | আমি মূলভাব চাওঁ, |
06:26 | এই টিউট’ৰিয়েলটোত, আমি লিনাক্স (Linux) আৰু ওইন্দ’চত (Windows) প্ৰয়োজনীয় CPAN modules দাউনল’দ কৰিবলৈ শিকিলো |
06:34 | এইটো আপোনাৰ বাবে এটা এচাইনমেন্ত । Date colon colon Calc ম’দিউল ইনস্তল কৰিবলৈ চেষ্টা কৰক । ম’দিউল চাৰ্চৰ বাবে প্ৰদত্ত ওৱেবচাইতটো ব্যৱ্হাৰ কৰক |
06:47 | তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
06:54 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
07:03 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:06 | এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ |
07:18 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |