Inkscape/C4/Mango-pattern-for-Textile-design/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | ইঙ্কচকেপ (Inkscape) ব্যৱ্হাৰ কৰি “মেংগ’ (Mango) পেতাৰ্ন (Pattern) ফৰ (for) টেক্সতাইল (textile) দিজাইনৰ (design)” স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত আমি মেংগ’ (Mango) পেতাৰ্ন এটা বনাবলৈ শিকিম, Pattern along Path ব্যৱ্হাৰ কৰি আকি |
00:17 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS, ইঙ্কচকেপ (Inkscape) ভাৰ্চন 0.91 |
00:26 | আহক আমি ইঙ্কচকেপ (Inkscape) খোলো |
00:28 | Tool Controls barত Bezier toolক বাচক, মোদ (Mode) টোক Create Spiro path লৈ আৰু চেপ (Shape) টোক ইলিপচ (Ellipse) লৈ সলাওঁক |
00:38 | এতিয়া কানভাচত (canvas) দৰ্শোৱা ধৰণে এটা মেংগ’ টাইপ দিজাইন আকক । ই দেখিবলৈ এটা মেংগ’ পেতাৰ্নৰ দৰে হ’ব |
00:47 | পাছত ষ্টাৰ তোল (Star tool)'ক বাচক |
00:50 | এতিয়া কানভাচত (canvas) ষ্টাৰ এটা আকক । চিলেক্তৰ তোল (Selector tool)ত টিপক |
00:55 | Tool controls barত, Width আৰু Heightক 30 লৈ সলাওঁক |
01:00 | কালাৰক ৰেদলৈ সলাওঁক |
01:03 | পাছত আমি ষ্টাৰৰ ৰৌ পেতাৰ্ন এটা বনাব লাগিব |
01:07 | তাক কৰিবলৈ, Edit menuলৈ যাওঁক, Clone আৰু Create Tiled Clonesত টিপক |
01:16 | Resetত টিপক |
01:18 | Rowsৰ সংখ্যা 1লৈ আৰু Columns ৰ সংখ্যা 46লৈ সলাওঁক |
01:24 | Columnsৰ সংখ্যা মেংগ’ চেপৰ আকাৰ অনুসৰি বেলেগ হ’ব পাৰে |
01:28 | Createত টিপক । এতিয়া ৰৌ পেতাৰ্নটো হ’ল |
01:33 | সকলো ষ্টাৰক বাচক আৰু সিহতক গ্ৰোপ কৰিবলৈ Ctrl + G টিপক |
01:38 | এতিয়া মেংগ’ চেপ আৰু ষ্টাৰ পেতাৰ্ন দুয়োটাকে বাচক |
01:42 | Extensionsলৈ যাওঁক, Generate from Pathত টিপক আৰু তাৰপাছত Pattern along Pathত |
01:49 | এপ্লাইত (Apply) টিপক আৰু দাইল’গ বক্সটো বন্ধ কৰক |
01:53 | লক্ষ্য কৰক চেপটোত ষ্টাৰ পেতাৰ্ন নিৰ্মান হ’ল |
01:57 | এতিয়া মেংগ’ চেপ আৰু ষ্টাৰ ৰৌক বাচক আৰু সিহতক দিলিত কৰক |
02:01 | ষ্টাৰ পেতাৰ্নক বাচক আৰু ইয়াক নকল কৰিবলৈ Ctrl + D টিপক |
02:07 | এতিয়া নকল কৰা পেতাৰ্নটো বাচক আৰু Ctrl key টিপি ইয়াক ৰিচাইজ কৰক |
02:13 | ইয়াক আচল পেতাৰ্নটোৰ মাজত ৰাখক |
02:16 | এতিয়া আহক মেংগ’ পেতাৰ্নটোৰ মাজৰ খালী ঠাইত আন এটা দিজাইন দিওঁ |
02:21 | Bezier toolক বাচক । দৰ্শিত ধৰণে দিজাইন এটা আকক |
02:28 | এতিয়া Path menuলৈ যাওঁক । Path Effectsক বাচক |
02:32 | Pattern along Path ৰ ভিতৰত, আমি বহুতো অপচনচ পাইছো |
02:37 | Pattern sourceত, প্ৰথম অপচনটোত টিপক, সি হৈছে Edit on-canvas |
02:43 | লক্ষ্য কৰিব কানভাচ (canvas) টোৰ বাওঁফালে ওপৰত চাৰিটা ন’দচ (nodes) বনি আছে |
02:48 | ন’দচ (nodes) স্পষ্টকৈ চাবলৈ মই জোম ইন কৰিম । ইয়াক পেতাৰ্নটোৰ কাষলৈ নিয়ক |
02:54 | এতিয়া ন’দচত (nodes) টিপক আৰু দ্ৰাগ কৰক । এতিয়া আকাৰ সলনি হোৱাটো লক্ষ্য কৰক |
03:00 | Selector toolত টিপক । এতিয়া Path menuলৈ যাওঁক আৰু Object to Pathত টিপক |
03:06 | এইটো ৰিচাইজিং কৰোতে আকাৰৰ কোনো সলনিক পৰিত্যাগ কৰিবলৈ কৰা হয় |
03:12 | দৰ্শিত ধৰণে পেতাৰ্নটো ৰিচাইজ কৰক । ইয়াক নকল কৰক আৰু মেংগ’ পেতাৰ্নটোৰ ভিতৰত থওঁক |
03:20 | এতিয়া আহক সৰু মেংগ’ পেতাৰ্নটোৰ ভিতৰৰ খালী ঠাই পূৰ কৰো |
03:25 | Star toolত টিপক আৰু ষ্টাৰ এটা আকক |
03:28 | ইনাৰ হেন্দ’লত টিপক আৰু এনেকুৱা আকৃতি এটা পুনৰ বনাওঁক । কালাৰটো ব্লোলৈ সলাওঁক |
03:34 | Selector toolত টিপক আৰু চেপটো ৰিচাইজ কৰক |
03:38 | এই চেপটো নকল কৰক আৰু সৰু মেংগ’ পেতাৰ্নটো ভৰ্ত্তি কৰক |
03:47 | সকলোখিনি অবজেক্ত বাচিবলৈ Ctrl + A টিপক আৰু সিহতক গ্ৰোপ কৰিবলৈ Ctrl + G টিপক |
03:53 | পেতাৰ্নটো ৰিচাইজ কৰক আৰু ইয়াক কানভাচৰ (canvas) বাওঁফালে ওপৰত থওঁক |
03:58 | আমি ক্ল’নিং ব্যৱ্হাৰ কৰি এই পেতাৰ্নটো ৰিপিত কৰিব পাৰো । Edit menuলৈ যাওঁক । Cloneত টিপক আৰু তাৰপাছত Create Tiled clonesত |
04:07 | Symmetry tabৰ ভিতৰত, মোদটো Simple translation হ’ব লাগিব |
04:12 | ৰৌজৰ সংখ্যা 8লৈ আৰু কৌলমচৰ সংখ্যা 5লৈ সলাওঁক |
04:17 | Shift tabত টিপক । Per columnৰ Shift X মানটো 30লৈ সলাওঁক |
04:24 | ক্ৰিয়েত (Create) বুটামত টিপক । এতিয়া কানভাচত (canvas) ৰিপিতিচন নিৰ্মান হ’ল |
04:32 | কুৰ্তা (kurta) এটাত পেতাৰ্নটো দেখিবলৈ এনেকুৱা হ’ব |
04:35 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত আমি মেংগ’ পেতাৰ্ন বনাবলৈ, Pattern along Path ব্যৱ্হাৰ কৰি আকিবলৈ শিকিলো |
04:44 | এইটো আপোনাৰ বাবে এটা এচাইনমেন্ত । লিফ পেতাৰ্ন এটা বনাওঁক |
04:47 | আপোনাৰ সম্পূৰ্ণ কৰা এচাইনমেন্তটো দেখিবলৈ এনেকুৱা হ’ব |
04:52 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক চাওঁক |
04:58 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
05:07 | স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ |
05:16 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |