Inkscape/C4/Trace-bitmaps-in-Inkscape/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | ইঙ্কচকেপ (Inkscape) ব্যৱ্হাৰ কৰি “ট্ৰেচ (Trace) বিতিমেপ (bitmap) ইন (in) ইঙ্কচকেপৰ (Inkscape)” স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত আমি শিকিম ৰাষ্টাৰ আৰু ভেক্তৰ ইমেজৰ মাজৰ পাৰ্থক্য, বিভিন্ন ৰাষ্টাৰ আৰু ভেক্তৰ ফ’ৰমেতচ, ৰাষ্টাৰ ইমেজক ভেক্তৰলৈ ক’নভাৰ্ত কৰিবলৈ |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS, ইঙ্কচকেপ (Inkscape) ভাৰ্চন 0.91 |
00:29 | এই টিউট’ৰিয়েলটোত উদাহৰণস্বৰূপে ব্যৱ্হাৰ কৰা ইমেজসমূহ, ক’ড ফাইলচ (Code Files) লিংকত দিয়া আছে |
00:36 | টিউট’ৰিয়েলটো ইয়াত ৰখাওঁক আৰু ইমেজসমূহ আপোনাৰ মেচিনত দাউনল’দ কৰক |
00:42 | মোৰ দেস্কট’পত (desktop) দুটা ইমেজ আছে |
00:45 | Linux.png টো হৈছে ৰাষ্টাৰ ইমেজ আৰু Linux.pdfটো হৈছে ভেক্তৰ ইমেজ |
00:51 | মই সিহঁতক খুলিম |
00:53 | দুয়োটা ইমেজ দেখিবলৈ একে । আমি ইমেজটো জোমিং কৰিলেহে পাৰ্থক্যটো জানিম । আহক তাক কৰো |
01:02 | এতিয়া, প্ৰথম ইমেজটো দেখিবলৈ পিক্সেলেতেদ (pixelated) হয় কাৰণ ৰাষ্টাৰ ইমেজ এটা আপ পিক্সেলচৰে (pixels) বনোৱা হয় |
01:09 | কিন্তু দ্বিতীয় ইমেজটো পিক্সেলেত (pixelate) নহয় কাৰণ ভেক্তৰ ইমেজ এটা পাথচৰে (paths) বনোৱা হয় |
01:15 | কিছু ৰাষ্টাৰ ইমেজ ফ’ৰমেতচ হৈছে JPEG, PNG,TIFF,GIF, BMP ইত্যাদি |
01:27 | কিছু ভেক্তৰ ইমেজ ফ’ৰমেতচ হৈছে SVG,AI, CGM ইত্যাদি |
01:34 | ফ’ৰমেতচ যি ভেক্তৰ আৰু ৰাষ্টাৰ দুয়োটা হ’ব পাৰে সি হৈছে PDF, EPS, SWF |
01:43 | এতিয়া আহক এই ৰাষ্টাৰ ইমেজক ভেক্তৰলৈ ক’নভাৰ্ত কৰিবলৈ শিকো |
01:47 | ইঙ্কচকেপ (Inkscape) খোলক । এতিয়া, আমি ৰাষ্টাৰ ইমেজটো ইম্প’ৰ্ত কৰিম |
01:52 | ফাইললৈ (File) যাওঁক আৰু ইম্প’ৰ্তত (Import) টিপক |
01:57 | এতিয়া, Path menuলৈ যাওঁক আৰু Trace Bitmap ত টিপক |
02:02 | দাইল’গ বক্স এটা খোল খাব । Mode তেবৰ ভিতৰত আমি বিভিন্ন অপচনচ দেখিছো |
02:08 | ইমেজটো নিৰ্বাচিত হৈ থকাটো নিশ্বিত কৰক । দিফল্টভাবে, Brightness cutoff অপচনটো নিৰ্বাচিত হয় |
02:14 | Previewৰ ভিতৰত, Live Preview অপচনটো বাচক পৰিবৰ্ত্তনসমূহ লক্ষ্য কৰিবলৈ |
02:20 | আপুনি Preview ওইন্দ’ত দেখাৰ দৰে, Brightness cutoff এ ব্ৰাইতনেচত পৰিবৰ্ত্তনটো পাইছে |
02:26 | এতিয়া দ্বিতীয় অপচনটোত টিপক, সি হৈছে Edge detection |
02:31 | নামটোৱে সূচীত কৰা দৰে, ই মাত্ৰ এদজেচ (edges) পায় |
02:35 | Color quantization এ অৱনমিত কালাৰচৰ বাউন্দেৰিসমূহক ট্ৰেচ কৰে |
02:41 | Invert image এ বিতমেপটোৰ কালাৰচক ইনভাৰ্ত কৰিব যদি আপুনি ভাবে ই দেখিবলৈ ভাল হয় বুলি |
02:47 | মই ইনভাৰ্ত ইমেজক আনচেক কৰিম |
02:51 | Multiple scans ভাল হয় বহুতো কালাৰচৰ বাবে |
02:54 | Brightness steps এ ব্ৰাইতনেচত পাৰ্থক্যটো বিচাৰে |
02:58 | Colors এ সূচীত কৰা কালাৰচৰ পৰিমাণক বিচাৰে |
03:01 | Grays Colorsৰ সৈতে একে হয়, কিন্তু মাত্ৰ গ্ৰেস্কেল (grayscale) কালাৰচ বিচাৰে । Smooth অপচনটো আনচেক কৰক, যিহেতু ই এদজেচত (edges) অধিক মিহি শাৰী বনায় |
03:13 | এতিয়া আমি সকলো ট্ৰেচিং অপচনচ দেখিলো । আপুনি এইবোৰৰ পৰা যিকোনো বাচিব পাৰে আপোনাৰ প্ৰয়োজন অনুসৰি |
03:20 | মই Colors অপচনক বাচিম ইয়াক টিপি |
03:24 | এতিয়া OKত টিপক আৰু দাইল’গ বক্সটো বন্ধ কৰক |
03:28 | ট্ৰেচ কৰা ইমেজটো প্ৰকৃত ইমেজটোৰ ওপৰত বনিলে |
03:33 | ক্লিক কৰক আৰু ইমেজটো এফালে নিয়ক দুয়োটা ইমেজ চাবলৈ |
03:38 | ইমেজটো এতিয়া ভেক্তৰলৈ ক’নভাৰ্ত হ’ল । ইমেজসমূহ জোম ইন কৰক |
03:43 | আগতে উল্লেখ কৰা দৰে প্ৰথম ইমেজটো পিক্সেলেতেদ হ’ল, কিন্তু দ্বিতীয়টো পিক্সেলেতেদ নহ’ল |
03:50 | আৰু আমি লগতে পাথসমূহ অতি স্পষ্টকৈ দেখিছো |
03:56 | এতিয়া, প্ৰকৃত ইমেজটো দিলিত কৰক |
03:58 | ইমেজটো বাচক । Path লৈ যাওঁক । Break Apartত টিপক |
04:03 | এতিয়া ইমেজটোত দুবাৰ ক্লিক কৰক । ইমেজসমূহৰ ষ্টাক (Stack) এটাৰ ওপৰত আনটোকে বনিলে |
04:10 | দৰ্শিত হ’বলৈ ক্লিক কৰক আৰু সিহতক একাষলৈ দ্ৰাগ কৰক |
04:13 | পাছত আহক আমি ভেক্তৰ ইমেজটো এদিত কৰিবলৈ শিকো । মই ব্লেক ইমেজটো এদিত কৰিম |
04:19 | গতিকে অন্য ইমেজসমূহ দিলিত কৰক |
04:23 | ইমেজটো নিৰ্বাচিত হোৱাটো নিশ্বিত কৰক |
04:26 | Path লৈ যাওঁক । Break Apartত টিপক |
04:29 | Fill and Strokeৰ ভিতৰত, অপাচিতিটো 50লৈ কমাওঁক । এতিয়া আপুনি অংশসমূহ স্পষ্টকৈ দেখিছে |
04:37 | আহক আমি ইমেজটোৰ কালাৰচ সলাওঁ |
04:40 | আপুনি কালাৰচ আপোনাৰ কল্পনা অনুসৰি সলাৰ পাৰে |
04:44 | এতিয়া সকলো অংশকে নিৰ্বাচিত কৰক আৰু অপাচিতিটো (opacity) 100লৈ বঢ়াওঁক |
04:51 | সিহতক একেলগে গ্ৰোপ কৰিবলৈ Ctrl + G টিপক |
04:55 | এতিয়া আহক কিছু হেয়াৰ-ষ্টাইল যোগ কৰো । তাক কৰিবলৈ, ইমেজটো বাচক আৰু Nodes তোলত টিপক |
05:02 | হেদ এৰিয়াত ন’দচ যোগ কৰক । এতিয়া দৰ্শিত ধৰণে ন’দসমূহ অকমান ওপৰলৈ নিয়ক |
05:09 | ইমেজটো ৰাষ্টাৰ আৰু ভেক্তৰ দুয়োটা ফ’ৰমেততে ছেভ কৰক |
05:13 | প্ৰথমে ইয়াক ৰাষ্টাৰ হিচাবে ছেভ কৰক, যি হৈছে, PNG ফ’ৰমেত । File টোলৈ যাওঁক আৰু Save Asত টিপক |
05:21 | নামটো Image-raster হিচাবে সলাওঁক । Saveত টিপক |
05:29 | পাছত আহক ইমেজটো ভেক্তৰ হিচাবে ছেভ কৰো, যি হৈছে, PDF ফ’ৰমেত |
05:34 | পুনৰ, File টোলৈ যাওঁক আৰু Save Asত টিপক |
05:39 | এক্সতেনচনটো PDF লৈ সলাওঁক । নামটো Image-vector হিচাবে সলাওঁক । Saveত টিপক |
05:48 | এতিয়া আহক আমি দেস্কট’পলৈ যাওঁ আৰু ইমেজ দুটা চাওঁ |
05:53 | আপুনি ইমেজ দুটাৰ মাজৰ পাৰ্থক্যটো সঠিকভাবে চিনাক্ত কৰিব পাৰিব |
05:58 | এই টিউট’ৰিয়েলটোৰ বাবে এয়াই সকলো । আহক মূলভাব চাওঁ |
06:01 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো ৰাষ্টাৰ আৰু ভেক্তৰ ইমেজৰ মাজৰ পাৰ্থক্য, বিভিন্ন ৰাষ্টাৰ আৰু ভেক্তৰ ফ’ৰমেতচ, ৰাষ্টাৰ ইমেজক ভেক্তৰলৈ ক’নভাৰ্ত কৰিবলৈ |
06:12 | এটা এচাই্নমেন্ত হিচাবে, ট্ৰেইন ইমেজটো বাচক যি আপোনাৰ ক’ড ফাইলচ লিংকত দিয়া আছে আৰু ইয়াক গ্ৰেইত থকা ভেক্তৰ এটালৈ ক’নভাৰ্ত কৰক |
06:20 | আপোনাৰ সম্পূৰ্ণ কৰা এচাইনমেন্তটো এনেকুৱা হ’ব |
06:23 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক চাওঁক |
06:30 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
06:38 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
06:41 | স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ |
06:51 | আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |