LibreOffice-Calc-on-BOSS-Linux/C2/Formatting-Data/Assamese
From Script | Spoken-Tutorial
| Time | Narration | |
| 00:00 | লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ফৰ্মেটং ডেটা বিষয়ক স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| | |
| 00:07 | এই টিউট’ৰিয়েলত আমি শিকিম: ফৰ্মেটিং ব’ৰ্ডাৰ, বেকগ্ৰাউণ্ড কালাৰ | |
| 00:14 | অট’ ৰেপিং ব্যৱহাৰ কৰি টেক্সটৰ মাল্টিপল লাইন ফৰ্মেটিং| | |
| 00:19 | মাৰ্জিং চেল| চেলত খাপ খোৱাবলৈ টেক্সট শ্ৰিঙ্কিং| | |
| 00:23 | ইয়াত আমি GNU/Linux আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 3.3.4 ব্যৱহাৰ কৰিছো| | |
| 00:33 | প্ৰথমে আমি লিবাৰ অফিচ কেল্কত ব’ৰ্ডাৰ ফৰমেট কৰিবলৈ শিকিম| | |
| 00:38 | আহক আমি আমাৰ “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলটো অপেন কৰোঁ| | |
| 00:43 | ব’ৰ্ডাৰ ফৰমেটিং এটা নিৰ্দিষ্ট চেল বা চেলৰ এটা সমষ্টিৰ উপৰত কৰিব পাৰি| | |
| 00:49 | উদাহৰণ স্বৰূপে, “ছিৰিয়েল নাম্বাৰ”, “আইটেম”, “ক’ষ্ট”, “স্পেন্ট”, “ৰিচিভড”, “ডেইট” আৰু “একাউন্ট” হেডিঙৰ অন্তৰ্গত চেলবোৰ ফৰ্মেট কৰো আহক| | |
| 01:00 | প্ৰথমে “এচ এন” ৰে চিহ্নিত কৰা হেডিং ছিৰিয়েল নাম্বাৰৰ চেলটোত ক্লিক কৰো আহক| | |
| 01:07 | এতিয়া বাওঁফালৰ মাইছ বাটনটো হেঁচি ধৰি সেই হেডিংটো থকা চেলসমূহ ড্ৰেগ কৰক| | |
| 01:13 | হেডিংটো থকা গোটেই হ’ৰাইয’ন্টেল ৰ’বিলাক ছিলেক্ট কৰাৰ পাছত ফৰমেটিং টুল বাৰত থকা “ব’ৰ্ডাৰ্চ” আইকনত ক্লিক কৰক| | |
| 01:22 | বহুতো ব’ৰ্ডৰ ষ্টাইল থকা এটা ড্ৰ্প ডাউন বক্স খোল খব| | |
| 01:27 | আপুনি বৰ্ডাৰটোত দিব বিচৰা ষ্টাইলটোত ক্লিক কৰক| | |
| 01:32 | মই শেষৰ অপশ্যনটোত ক্লিক কৰিম| | |
| 01:35 | আমি দেখা পাম যে আমি দিয়া ষ্টাইল অনুসৰি বৰ্ডাৰবিলাক ফৰ্মেট কৰা হৈছে| | |
| 01:41 | এতিয়া আহক আমি সালসলনিবোৰ আন্ডু কৰো| | |
| 01:44 | ছিলেক্ট কৰা হোৱা চেল বিলাক এতিয়াও হাইলাইট হৈ আছে| তাত ৰাইট-ক্লিক কৰক আৰু “ফৰমেট চেলচ” অপশ্যনটো বাচক| | |
| 01:53 | এতিয়া “ব’ৰ্ডাৰচ” টেবত ক্লিক কৰক| | |
| 01:56 | আপুনি “লাইন এৰেঞ্জমেন্ট”, “লাইন”, “স্পেচিং টু কন্টেন্টচ” আৰু শ্বেড’ ষ্টাইল” অপশ্যনবিলাক দেখা পাব| | |
| 02:04 | এই সকলোবিলাকত প্ৰদৰ্শিতবোৰ কেল্কৰ ডিফল্ট ছেটিম| | |
| 02:08 | কিন্তু নিজৰ প্ৰয়োজন অনুসৰি সকলোৱে ইয়াক সলনি কৰিব পাৰে| | |
| 02:14 | “ইউজাৰ ডিফাইন্দ”ৰ অন্তৰ্গত আপোনাৰ ছিলেকশ্যনটো সৰু প্ৰিভিউ ৱিণ্ড’খনত দেখিবলৈ পাব| | |
| 02:21 | মই “ডিফল্ট”ৰ অধীনত থকা তিনি নম্বৰ অপশ্যনটো বাচিম আৰু আপুনি প্ৰিভিউ ৱিণ্ড’খনত ইয়াক প্ৰতিফলিত হোৱা দেখিবলৈ পাব| | |
| 02:29 | মই “ষ্টাইল”, “ৱিডথ” আৰু “কালাৰ”ও সলনি কৰিম| | |
| 02:33 | আকৌ, সালসলনিবোৰ প্ৰিভিউ ৱিণ্ড’খনত মন কৰক| | |
| 02:37 | কন্টেন্টৰ স্পেচিঙৰ বাবে “চিনক্ৰ’নাইজ” অপশ্যনটো চ্চেক কৰা হৈ থাকে| | |
| 02:41 | ইয়াৰ অৰ্থ এয়ে যে সকলো মাৰ্জিনৰ বাবে সমান স্পেচিং প্ৰযোজ্য কৰা হৈছে| | |
| 02:46 | ইয়াক আনচ্চেক কৰিব পৰা যায় আৰু প্ৰয়োজন মতে মাৰ্জিন স্পেচিং সলনি কৰিব পাৰি| | |
| 02:52 | মই “টপ” আৰু “বটম” মাৰ্জিন কেইটা 1.4pt-লৈ সলনি কৰিম| | |
| 02:59 | মই বিভিন্ন ধৰণৰ শ্বেড’ ষ্টাইল বিলাক আপুনি নিজে অনুসন্ধান কৰিবলৈ এৰিলো| | |
| 03:03 | অ’কে-ত ক্লিক কৰক| | |
| 03:05 | ইয়ে বাচি লোৱা ষ্টাইলটো ছিলেক্ট কৰা হোৱা চেলবিলাকত প্ৰয়োগ কৰিব| | |
| 03:10 | বৰ্ডাৰবিলাক কেনেকৈ ফৰ্মেট কৰে সেইটো জনাৰ পাছত আহক আমি চেলত বেকগ্ৰাউণ্ড কালাৰ কেনেকৈ দিয়ে তাক শিকো| | |
| 03:17 | চেলত বেকগ্ৰাউণ্ড কালাৰ দিবলৈ কেল্ক এ এটা অপশ্যন দিছে যাক “বেকগ্ৰাউণ্ড কালাৰ” বুলি কোৱা হয় আৰু ইয়াক ফৰ্মেটিং টুলবাৰত পোৱা যয় | |
| 03:27 | এতিয়া আহক আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় তাইক চাও| | |
| 03:30 | উদাহৰণ স্বৰূপে, হেডিং থকা চেলসমূহত এটা বেকগ্ৰাউণ্ড কালাৰ দিয়া যাওক| | |
| 03:36 | প্ৰথমে “এচ এন”ৰে চিহ্নিত ছিৰিয়েল নাম্বাৰৰ হেডিং থকা প্ৰথম চেলটোত ক্লিক কৰক| | |
| 03:43 | এতিয়া বাওঁফালৰ মাউছ বাটনটো হেঁচি ধৰি হেডিং থকা চেলবিলাকলৈ ইয়াক ড্ৰেগ কৰক| | |
| 03:49 | হেডিং থকা গোটেই হ’ৰাইয’ন্টেল ৰ’টো ছিলেক্ট কৰাৰ পাছত ফৰমেটিং টুলবাৰলৈ গৈ “বেকগ্ৰাউণ্ড কালাৰ” অপশ্যনত ক্লিক কৰক| | |
| 04:00 | এখন পপ আপ মেন্যু খোল খাব য’ত আপুনি বেকগ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিব খোজা কালাৰটো দিব পাৰিব| | |
| 04:08 | আহক আমি “গ্ৰে” কালাৰটোত ক্লিক কৰো| | |
| 04:11 | আপুনি দেখা পাব যে সেই হেডিঙটোৰ চেলবিলাকৰ বেকগ্ৰাউণ্ড গ্ৰেলৈ সলনি হৈছে| | |
| 04:16 | মাল্টিপল লাইন বিশিষ্ট টেক্সট ফৰমেট কৰিবলৈ কেল্ক এ বিভিন্ন অপশ্যনৰ যোগান ধৰিছে| | |
| 04:21 | প্ৰথমটো হৈছে “অট’ ৰেপিং”-ৰ ব্যৱহাৰ কৰি| | |
| 04:25 | অট’ ৰেপিং –এ ব্যৱহাৰকাৰীক এটা ছিংগল চেলত টেক্সটৰ মাল্টিপল লাইন ভৰাবলৈ সুবিধা দিয়ে| | |
| 04:32 | ইয়াক কেনেকৈ ব্যৱহাৰ কৰা যায় দেখা যাওক | |
| 04:35 | এতিয়া “পাৰ্ছ’নেল ফাইনান্স ট্ৰেকাৰ.ods” শ্যিটলৈ গৈ এটা খালী চেলত ক্লিক কৰো আহক| | |
| 04:43 | উদাহৰণ স্বৰূপে, চেল নাম্বাৰ “B12”-ত ক্লিক কৰো আহক| | |
| 04:47 | এতিয়া চেলটোত ৰাইট ক্লিক কৰক আৰু তাৰ পাছত “ফৰমেট চেলচ” অপশ্যন”-ত ক্লিক কৰক| | |
| 04:53 | এতিয়া ডায়্লগ বক্সটোত থকা “এলাইনমেন্ট” টেবটোত ক্লিক কৰক| | |
| 04:57 | ডায়্লগ বক্সটোৰ তলত থকা “ৰেপ টেক্সট অট’মেটিকেলি” অপশ্যনটোত ক্লিক কৰক আৰু “অ’কে” বাটনটোত ক্লিক কৰক| | |
| 05:06 | এতিয়া অনুগ্ৰহ কৰি টাইপ কৰক “দিছ ইজ এ পাৰ্ছ’নেল ফাইনান্স ট্ৰেকাৰ| ইত ইজ ভেৰি ইউজফুল”| | |
| 05:13 | আপুনি দেখিব যে মাল্টিপল ষ্টেইটমেন্ট এটা চেলত ৰেপ কৰা হৈছে| | |
| 05:19 | আমি সালসলনিবিলাক আন্ডু কৰো আহক| | |
| 05:22 | আমি “অট’ ৰেপিং”-ৰ বিষয়ে শিকাৰ পিছত কেল্কত কেনেকৈ চেল মাৰ্জ কৰে তাক শিকো আহক| | |
| 05:28 | আমাৰ “পাৰ্ছ’নেল ফাইনান্স ট্ৰেকাৰ.ods” ফাইলত যদিহে আমি “এচ এন” হেডিঙেৰে থকা ছিৰিয়েল নাম্বাৰৰ থকা সংলগ্ন আইটেম বিলাক থকা চেল বিলাকক মাৰ্জ কৰিব বিচাৰো তেনে প্ৰথমে “এচ এন” হেডিঙৰ অধীনত থকা ডেটা এন্ট্ৰি '1'-ত ক্লিক কৰক| | |
| 05:46 | এতিয়া কী-বোৰ্ডত “শ্বিফট” কীটো হেঁচি ধৰি “ছেলাৰি” আইটেমৰ সংলগ্ন চেলত ক্লিক কৰক| | |
| 05:55 | ইয়ে মাৰ্জ কৰিবলগীয়া চেল দুটা হাইলাইট কৰিব| | |
| 05:59 | তাৰ পাছত মেন্যু বাৰত থকা “ফৰমেট” অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পাছত “মাৰ্জ চেলচ” অপশ্যনত ক্লিক কৰক| | |
| 06:06 | পপ আপ হোৱা ছাইডবাৰত থকা “মাৰ্জ চেলচ” অপশ্যনত ক্লিক কৰক| | |
| 06:11 | দুয়ুটা চেলত থকা কন্টেন্ট বিলাক এক মাত্ৰ এটা চেললৈ নিবলৈ হ’লে, ওলোৱা ডায়লগ বক্সত থকা “ইয়েছ” অপশ্যনটোত ক্লিক কৰক| | |
| 06:21 | আপুনি ছিলেক্ট কৰা হোৱা চেলবিলাক এটা চেলত মাৰ্জ হোৱা দেখিব আৰু সেই একেটা চেলতে কন্টেন্টবিলাক ও দেখা পাব| | |
| 06:29 | এতিয়া আহক আমি “CTRL+Z” একেলগে দবাই মাৰ্জিংখিনি আন্ডু কৰো| | |
| 06:37 | ইয়াৰ পিছত আমি কেনেকৈ টেক্সট চেলত খাপ খোৱাবলৈ শ্ৰিংক কৰে তাক শিকিম| | |
| 06:42 | এটা চেলত থকা ডেটা বিলাকৰ ফ’ন্ট ছাইজ ইয়াক চেলত খাপ খোৱাবলৈ সয়ংক্ৰিয়ভাৱে সালসলনি কৰিব পাৰি| | |
| 06:49 | আহক আমি সেইয়া কেনেকে কৰে শিকো| | |
| 06:51 | এতিয়া B14 চেলত এই টেক্সটো টাইপ কৰো “দিছ ইজ ফৰ দা মানথ অফ জানুৱাৰী”| | |
| 06:59 | আপুনি দেখিব যে চেলটোত টেক্সটখিনি খাপ খোৱা নাই| | |
| 07:03 | টেক্সটখিনি খাপ খোৱাবলৈ B14 চেলত ক্লিক কৰক| | |
| 07:10 | মেন্যু বাৰত থকা “ফৰমেট” অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত “চেলচ”ত ক্লিক কৰক| | |
| 07:18 | ইয়াৰ সলনি, চেলটোত ৰাইট ক্লিক কৰক আৰু “ফৰমেট চেলচ”-ত ক্লিক কৰক| | |
| 07:23 | আপুনি “ফৰমেট চেলচ” ডায়লগ বক্স অপেন হোৱা দেখা পাব| | |
| 07:27 | ডায়লগ বক্সৰ “এলাইনমেন্ট” টেবটোত ক্লিক কৰক| | |
| 07:32 | ডায়লগ বক্সটোৰ একেবাৰে তলত থকা “শ্ৰিংক টু ফিট চেল ছাইজ” চ্চেক-বক্সত ক্লিক কৰক আৰু তাৰ পাছত “অ’কে” বাটনত ক্লিক কৰক| | |
| 07:41 | আপুনি দেখিব B14 চেলত থকা গোটেই টেক্সটখিনি শ্ৰিংক হৈছে আৰু ইয়াৰ ফ’ন্ট ছাইজ কমি গৈ চেলৰ সৈতে খাপ খাই পৰিছে| | |
| 07:53 | আহক আমি সালসলনিখিনি আন্ডু কৰো| | |
| 07:56 | এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্ক বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে| | |
| 08:01 | চমুকৈ আমি শিকিলো: কেল্কত ফৰমেটিং বৰ্ডাৰ, বেকগ্ৰাউন্ড কালাৰ | |
| 08:08 | মাল্টিপল টেক্সট লাইন অট’মেটিক ৰেপিং ব্যৱহাৰ কৰি ফৰমেট কৰা| | |
| 08:14 | মাৰ্জিং চেলচ| চেলত খাপ খোৱাবলৈ টেক্সটৰ শ্ৰিংকিং| | |
| 08:17 | সৰ্বাত্মক কাম: | |
| 08:20 | “স্প্ৰেডশ্যিট প্ৰেকটিছ.ods” শ্যিট অপেন কৰক| | |
| 08:24 | গোটেই হেডিং খিনি ছিলেক্ট কৰক| | |
| 08:25 | হেডিংবিলাকৰ বেকগ্ৰাউন্ড কালাৰ ব্লু দিয়ক| | |
| 08:30 | “অট’মেটিক ৰেপিং” ব্যৱহাৰ কৰি এই টেক্সটটো টাইপ কৰক “দিছ ইজ অ দিপাৰ্টমেন্ট স্প্ৰেডশ্যিট”| | |
| 08:36 | টেক্সটখিনিক চেলৰ সতে খাপ খোৱাবলৈ শ্ৰিংক কৰক| | |
| 08:39 | তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক| | |
| 08:42 | ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে| | |
| 08:45 | যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে| | |
| 08:50 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে| | |
| 08:55 | যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে| | |
| 08:59 | সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক| | |
| 09:05 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ| | |
| 09:10 | ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত| | |
| 09:18 | এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ| | |
| 09:28 | এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ| অংশ গ্ৰহণৰ বাবে ধন্যবাদ| |