LaTeX/C2/Equations/Assamese

From Script | Spoken-Tutorial
Revision as of 11:16, 27 March 2017 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ বন্ধুগণ, লেটেক্ ইয়াৰ ব্যবহাৰ দ্বাৰা সমীকৰণ লিখা সংক্রান্ত টিউটোৰিয়াল্ ত আমি আপোনাক স্বাগত জনাইছো।
00:06 এতিয়া আপোনি তিনটা উইন্ডো দেখিব পাইছে।
00:10 আমি ১২ পয়েন্ট ফন্ট সাইজ আৰু আর্টিকল ক্লাস ইয়াৰ এটা ডকুমেন্ট তৈয়াৰ কৰিছো। লগতে, আমি AMSmath প্যাকেজ্ আৰু প্রচলিত কপিৰাইট্ স্টেটমেন্ট যেনে ইয়াত দেখা গৈছে, সেইবোৰ লিখাৰ বাবে cclicences প্যাকেজ্ ব্যবহাৰ কৰিছো।
00:30 make title কমান্ডৰ দ্বাৰা টাইটল বা শিৰোনামৰ পেজটো তৈয়াৰ কৰা যায়। New page কমান্ডৰ দ্বাৰা ডকুমেন্টৰ বাকি লিখাখিনি অন্য নতুন পাত লৈ যোৱা যায়।
00:43 লেটেকত সমীকৰণ লিখাৰ অনেকবোৰ পদ্ধতি আছে , মই সমীকৰণ লিখাৰ বাবে align star কমান্ডটো ব্যবহাৰ কৰিম।
00:51 এতিয়া এটা ম্যাটৰিক্স ডিফাৰেন্সিয়াল (matrix differential) সমীকৰণ লিখা যাওক, যাৰ চাৰিটা অংশ আছে
01:03 Align star, Frac,d by dt of begin bmatrix, x_1, পিছৰ লাইন , x_2, end bmatrix
01:27 এইটোক বন্ধ কৰা যাওক। এবাৰ কম্পাইল্ কৰা যাওক।
01:37 তেনেহলে, এইভাবে আমি d by dt of x1 x2 ৰাশিটো লিখিব পাৰো।
01:42 এতিয়া এই ভেক্টৰটোত আৰো দুটা অংশ সংযুক্ত কৰা যাওক।
01:48 পিছৰ লাইনত x3 আৰু তাৰ পিছৰ লাইনত x4 লিখা হল। সেভ্ কৰি কম্পাইল্ কৰা যাওক। তেনেহলে এতিয়া চাৰিটা অংশ দেখা গৈছে।
02:03 এতিয়া এই সম্পূর্ণ ৰাশিটো সোফালৰ মেট্ৰিক্চৰ সমান. begin b-matrix
02:20 শূন্য, শূন্য, এক, শূন্য।
02:29 পিছৰ লাইনত শূন্য, শূন্য, শূন্য, এক লিখা হল।
02:37 এবাৰ মেট্রিক্স বন্ধ কৰা যাওক। সেভ্ কৰি কম্পাইল্ কৰা হল।
02:47 চাওক, এইটো দেখা গৈছে। তেনেহলে মেট্রিক্সৰ প্রথম দুটা সাৰি লিখা হৈ গৈছে ।
02:53 কোনো ভুল, সহজে নির্ধাৰণ কৰাৰ বাবে, লেটেক্ ফাইলটো অলপ পৰিবর্তন কৰাৰ পিছত কম্পাইল্ কৰি চাওক যে সেইটো সঠিকভাবে কম্পাইল্ হৈছে কিনাই।
03:00 লক্ষ্য কৰক, এইক্ষেত্রেত, align star এনভয়ৰনমেন্টে ডলাৰচিন্হৰ ভূমিকা পালন কৰে।
03:06 উদাহৰণস্বৰুপে, ধৰা যাওক, আমি ডলাৰচিন্হ একেবাৰেই দিয়া নাই। প্রকৃতপক্ষে aligned star এনভয়ৰনমেন্টৰ সৈতে ডলাৰচিন্হ দিয়া উচিত নহয়।
03:14 আহক, সো ফালৰ মেট্রিক্সত তৃতীয় সাৰি যোগ কৰি এই বিষয়টোক সঠিকভাবে বুঝা যাওক।
03:25 শূন্য, ডলাৰ মাইনাস গামা, শূন্য, শূন্য। তেনেহলে চাৰিটা অংশ লিখা হল। কম্পাইল্ কৰিলে দেখা গৈছে যে এটা missing dollar inserted
03:50 ইয়াৰ সমাধানৰ বাবে ইয়াত আহি এই ডলাৰচিন্হবোৰ অতৰাই দিয়া যাওক। সেভ্ কৰা হল।
03:59 x টাইপ কৰি পূর্বৰ কম্পাইলেশান্টো বন্ধ কৰা হল। পুনৰায় কম্পাইল্ কৰা হল। এতিয়া মাইনাস gammaচিন্হটো দেখা গৈছে।এই মেট্রিক্সত আৰো এটা সাৰি যোগ কৰিব লাগে. সেইটো লিখা যাওক। শূন্য, আলফা যিটো ডলাৰচিন্হ নোহোৱাকৈ লিখা হয়, শূন্য, শূন্য।
04:28 এবাৰ সমীকৰণ টো শেষ কৰা যাওক। ইয়াত আৰো কিছু শর্তাবলী আছে।
04:34 ইয়াত এইটো আছে.
04:39 ইয়াৰ পৰা কাট কৰি ইয়াত পেস্ট কৰা যাওক।
04:46 এবাৰ কম্পাইল্ কৰি দেখা যাওক।
04:52 এইটো উল্টা পেনডুলামৰ মডেল হয়।
04:59 ইয়াতচে বেশি সমীকৰণ থাকিলে আপোনি কি কৰিব?
05:04 আৰো এটা aligned স্টেটমেন্ট লিখা যাওক। মই ইয়াত এটা সমীকৰণ লিখি ৰাখিছো।
05:13 এইটোক ইয়াৰ পৰা অনা যাওক।
05:17 ইয়াত সমীকৰণ টো লিখা যাওক। begin align star দি সমীকৰণ আৰম্ভ কৰা যাওক।
05:26 এইটোক কাট কৰি ইয়াত পেস্ট কৰা হল। align এনভয়ৰনমেন্ট্ বন্ধ কৰা যাওক।
05:39 এবাৰ কম্পাইল্ কৰিলে দ্বিতীয় সমীকৰণটোও দেখা গৈছে।
05:44 কিন্তু এইক্ষেত্রত দুটা সমস্যা আছে। দুটা সমীকৰণৰ মাজত যথেষ্ট বেশি ব্যবধান আছে আৰু হয়টো এই দুটা সমীকৰণক aligned বা সাৰিবদ্ধ কৰিব বিছাৰো।
05:52 এই সমস্যায় সমাধানৰ বাবে এই দুটা সমীকৰণক এটা aligned star এনভয়ৰনমেন্ট্ত লিখা যাওক।
06:01 এইটো কৰা যাওক। এইটোক ডিলিট্ কৰা যাওক
06:08 সেভ্ কৰি কম্পাইল্ কৰা যাওক।
06:14 কিন্তু দেখা গৈছে দুইটা সমীকৰণ এটা লাইনত আহি গৈছে।
06:20 লেটেকত বিপৰীত স্ল্যাশ্ চিন্হৰ দ্বাৰা এই দুইটাক বেলেগ লাইনত লিখা যাব পাৰে।
06:28 এইটো কৰা হল আৰু কম্পাইল্ কৰা হল। এতিয়া এইটো দ্বিতীয় লাইনত গৈছে,
06:40 কিন্তু এই দুটা সমীকৰণ এতিয়াও aligned বা সাৰিবদ্ধ নাই হোৱা। ধৰা যাওক, আমি এই দুটা সমান চিন্হ-ক বিন্যস্ত কৰিবলৈ চাও।

তেনেহলে এই দুটা সমান চিন্হৰ আগত ampersand চিন্হ যোগ কৰো। ইয়াত ampersand লিখা যাওক, আৰু ইয়াতও লিখা যাওক।

07:00 এবাৰ কম্পাইল্ কৰা যাওক। লক্ষ্য কৰক, এতিয়া এই-দুটা সমান-চিন্হ এতিয়া বিন্যস্ত-ভাবে দেখা গৈছে।
07:18 ধৰা যাওক, আমি এই alignment বা বিন্যাস নষ্ট নকাৰাকে, এই দুটা সমীকৰণৰ মাজত কিছু লিখিব বিছাৰো।
07:24 inter-text কমান্ড-ইয়াৰ দ্বাৰা এইটো কৰা যাব পাৰে।
07:29 তেনেহলে আমি অতৰুৱাও। কিন্তু, এইক্ষেত্রত এটা ভুল কৰিলো। ডেল্টা মিউ (delta mu) ইয়াত আহি গৈছে। আগতে এইটোক সঠিক কৰা যাওক আৰু কম্পাইল্ কৰা যাওক।
07:48 ডেল্টা এমইউ এতিয়া সঠিক স্থানত দেখা গৈছে। u of t ইয়াত আছে।
07:51 এতিয়া আমি এই দুটাত কিছু টেক্সট(text) বা লিখা যোগ কৰিবলৈ বিছাৰো। এই দুটা বিপৰীত (separator) স্ল্যাশ্, যি লাইন দুটা বিছিন্ন কৰাৰ কামত ব্যবহৃত হৈ আছিল, সেইটোক অতৰুৱা যাওক।

আৰু সেই স্থানত যি লিখাটো আমি যোগ কৰিবলৈ চাও সেইটো লিখা যাওক।

08:07 এই লিখাটোক ইয়াত যোগ কৰা যাওক। যি লিখাটো আমি যোগ কৰিবলৈ বিছাৰো, সেইটো inter-text কমান্ডৰ বন্ধনীত দেখা যায়।
08:24 মনত ৰাখিব এই opening brace বা আৰম্ভৰ বন্ধনীটো সকলো সময়তে বন্ধ হৈ থাকিব লাগে। যোনে লেটেক্ শিকিবলৈ আৰম্ভ কৰিছে, তেখেতলোকে প্রায়েই বন্ধনী বন্ধ নকৰাৰ ভুলটো কৰি থাকিব।
08:37 এইটোক কম্পাইল্ কৰা যাওক। এতিয়া এই লিখাটো দেখা গৈছেআৰু সমীকৰণ-দুটাও বিন্যস্ত ভাবে আছে।
08:50 inter-text কমান্ডত ডলাৰচিন্হৰ ব্যবহাৰটো লক্ষ্য কৰক।
08:54 inter-text হৈছে running textৰ নিচিনা। এটা align এনভয়ৰনমেন্টৰ অংশ নহয়। সেয়ে এইক্ষেত্রত ডলাৰচিন্হ ব্যবহাৰ কৰিবলৈ হয়।
09:03 এই সমীকৰণ-বোৰৰ কোনো নম্বৰ নাই। প্রকৃতপক্ষে Latexত aligned star কমান্ডত starৰ দ্বাৰাই সমীকৰণ-বোৰক equation নম্বৰ নিদিয়াৰ কথা কয়।
09:14 এবাৰ star টোক অতৰুৱাই দি দেখা যাওক, aligned এনভয়ৰনমেন্টে কি কৰে দেখা যাওক।

এই star টোক অতৰুৱাই দিয়া যাওক।

09:30 কম্পাইল্ কৰাৰ পিছত দেখা গৈছে সমীকৰণ নম্বৰবোৰ নিজে নিজেই দেখা দিছে।
09:36 আমি এই সমীকৰণ-বোৰক ৰেফাৰ কৰিবলৈ পাৰো।ধৰা যাওক আমি ৰেফাৰ কৰো
09:49 ধৰা যাওক , মই দ্বিতীয় সমীকৰণ-ক discretise কৰিবলৈ চাও। এই লিখাটো ইয়াত লিখিছো।
09:55 এইটো লিখাটোক ইয়াত, ইয়াৰ তলত পেস্ট কৰা হল।
10:04 কম্পাইল্ কৰা হল। তেনেহলে এতিয়া দেখা গৈছে যে - we will now discretize the PID controller given in equation 2
10:13 কিন্তু নতুন কোনো সমীকৰণ সংযুক্ত কৰা হলে বা কোনো সমীকৰণ ডিলিট্ কৰা হলে সমীকৰণ-বোৰৰ নম্বৰ পৰিবর্তন হব পাৰে।
10:20 ইয়াক চাবলৈ আমি ইয়াত আৰু এটা সমীকৰণ যোগ কৰো।
10:32 স্ল্যাশ্, স্ল্যাশ্, a সমান b।
10:40 এই লাইনবোৰ ডিলিট্ কৰা হলি।কম্পাইল্ কৰা যাকি।
10:47 এতিয়া দ্বিতীয় সমীকৰণ হিসাবে a সমান b দেখা গৈছে।এতিয়া এইটো তৃতীয় সমীকৰণ হৈ গৈছে।
10:53 লক্ষ্য কৰক, আমি ইয়াত ২ সংখ্যাটিক সৰাসৰি লিখি লেটেক্-কত নিদেশ দিয়া হৈছে দ্বিতীয় সমীকৰণ-কে ৰেফাৰ(refer) কৰাৰ বাবে, কিন্তু বর্তমানে এইটো আৰু দ্বিতীয় সমীকৰণ নহয়।
11:04 সমীকৰণৰ reference হিসাবে সৰাসৰি সমীকৰণৰ নম্বৰ ব্যবহাৰ কৰিলে এই সমস্যাৰ সন্মুখীন হব পাৰে। label কমান্ডৰ দ্বাৰা ইয়াৰ সমাধান কৰা যাব পাৰে।
11:12 তেনেহলে ইয়াত আহা যাওক আৰু সমীকৰণ-ইয়াৰ তলত ‘label equation PID’ লিখা যাওক আৰু ইয়াত 'ref কমান্ডটো লিখা যাওক।

labelত যি লিখা আছে, ref সেইটোতেই থাকে। অর্থাৎ ইয়াত বন্ধনীত equation PID লিখা হল।

11:39 দেখা যাওক, কম্পাইল্ কৰাৰ পিছত কি হয়।
11:47 ইয়াত question mark বা প্রশ্ন চিন্হ দেখা গৈছে।
11:52 দ্বিতীয়বাৰ কম্পাইল্ কৰাৰ পিছত ইয়াত ৩ দেখা গৈছে। দ্বিতীয়বাৰ কম্পাইলেশান্ -ইয়াৰ পিছত সংখ্যা-বোৰ সঠিক হৈ গৈছে।
12:03 table of contents বা সূচিপত্রৰ ক্ষেত্রও আমি এইটো দেখিছিলো।
12:08 এবাৰ a সমান b - এই সমীকৰণ টোক ডিলিট কৰাৰ দিয়া যাওক।
12:15 এইটোৰ পৰা অতৰুৱাই দিয়ো।
12:22 এবাৰ কম্পাইল্ কৰা যাওক।দ্বিতীয় সমীকৰণ এতিয়া আৰু নাই, কিন্তু ইয়াত সমীকৰণ -ইয়াৰ ৰেফাৰেন্স নম্বৰ হিসাবে ইয়াত ৩ সংখ্যা দেখা গৈছে।
12:30 প্রথমবাৰ কম্পাইলেশনত লেটেকে পূর্বৰ নম্বৰ-বোৰেই দেখা দিয়ে, দ্বিতীয়বাৰ কম্পাইলেশনত সঠিক ৰেফাৰেন্স নম্বৰ বোৰ দেখা দিয়ে।
12:40 এই label' বোৰ case sensitive। উদাহৰস্বৰুপে, ইয়াত এই সমীকৰণটোক eq:PID লেবেল্ দিয়া হৈছে। PID ডাঙৰ হাতৰ অক্ষৰত আছে। ইয়াত সৰু হাতৰ অাক্ষৰত pid লিখা হল।
12:54 'কম্পাইল্ কৰিলে দেখা গৈছে, লেটেকে ৰেফাৰেন্সটো চিনিব পৰা নাই।
13:02 লেটেকত এই দুটা কমান্ড-ইয়াৰ আর্গুমেন্ট অভিন্ন হব পাৰে কিন্তু এইবোৰ কিছো অক্ষৰেই হব লাগিব এনে কোনো বাধ্যতা নাই। ধৰা যাওক, মই ইয়াত কিছো সংখ্যা দিব বিছাৰো।

ইয়াত ১০০ লিখা হল আৰু সেভ্ কৰি কম্পাইল্ কৰা হল।

13:21 প্রথমবাৰ কম্পাইলেশান্-ইয়াৰ লেটেক্ নম্বৰ দুটাৰ অভিন্নতা বুঝিবলৈ নোৱাৰিলেও , দ্বিতীয়বাৰ কম্পাইলেশানত নম্বৰবোৰ সঠিকভাবে দেখা গৈছে।
13:30 এই পদ্ধতিতেই আমি পৰিচ্ছেদ, উপ-পৰিচ্ছেদ ইত্যাদিৰ লেবেল্ তৈয়াৰ কৰিবলৈ পাৰিম।
13:35 তেনেহলে এই পৰিচ্ছেদ-ইয়াৰ লেবেল্ তৈয়াৰ কৰি দেখা যাওক। আহক, এইটো কৰো।
13:45 তেনেহলে section কমান্ডত লিখা যাওক This is first section। Label, sec 100
13:56 এবাৰ ডকুমেন্ট ইয়াৰ শেষলৈ যোৱা যাওক।
14:00 ইয়াত লিখা যাওক section ref sec-100, shows how to write equations অর্থাৎ পৰিচ্ছেদ ১০০ ত় সমীকৰণ লিখাৰ পদ্ধতি বর্ণনা কৰা আছে।
14:23 সেভ কৰি কম্পাইল্ কৰিলে দেখা গৈছে ‘Section, question marks shows how to write equations’।
14:26 দ্বিতীয়বাৰ কম্পাইলেশনৰ সঠিকভাবে পৰিচ্ছেদ-ইয়াৰ নম্বৰটো দেখা গৈছে।
14:30 ইয়াতৰ নম্বৰ আৰু ইয়াতৰ সমীকৰণ-ইয়াৰ নম্বৰ একেই।
14:34 এই প্রক্রিয়া পৰিচ্ছেদ, উপ-পৰিচ্ছেদ - সকলোৰ বাবেই প্রযোজ্য প্রকৃতপক্ষে, প্রত্যেক এনভয়ৰনমেন্ট্-ইয়াৰ সৈতেই নম্বৰ সংযুক্ত থাকে।
14:42 এবাৰ এইটোক ডিলিট্ কৰা যাওক।
14:56 দুইবাৰ কম্পাইল্ কৰা যাওক।এতিয়া ডকুমেন্ট পূর্বৰ অবস্থাত উভতি আহিছে।
15:04 আমি এতিয়া ডাঙৰ বা দীর্ঘ সমীকৰণ লিখাৰ পদ্ধতিটো চাও।
15:09 আমি সমীকৰণটো ডকুমেন্টত পূর্বতেই লিখি থৈছো। ডকুমেন্ট-ইয়াৰ তলত যোৱা যাওক, ইয়াত এইটো লিখা আছে।
15:23 সমীকৰণটো ইয়াত পেস্ট কৰা যাওক।
15:29 কম্পাইল্ কৰাৰ পিছত দেখা যাওক কি হয়়।
15:40 ইয়াত এটা তৃতীয় সমীকৰণ দেখা গৈছে আৰু সেইটো যথেষ্ট দীর্ঘ। এটা লম্বা হোৱাৰ ফলত এইটো এটা লাইনত উপযুক্ত নহয়।
15:49 তেনেহলে এইটোক দুইভাগত বিভক্ত কৰি লিখা যাওক। ইয়াত স্ল্যাশ্, স্ল্যাশ্, আৰু ইয়াত alignement বা বিন্যাস বজায় ৰাখাৰ বাবে এটা ampersand লিখা যাওক।
16:11 সেভ্ কৰি কম্পাইল্ কৰা যাক়। চাওক এই সমীকৰণটো দুই ভাগত বিভক্ত হৈ গৈছে আৰু যোগ-চিন্হৰ দ্বাৰা এইবোৰক সঠিকভাবে বিন্যস্ত কৰা হৈছে।
16:26 এই সকলো সমান-চিন্হ আৰু যোগ-চিন্হ বোৰ এতিয়া বিন্যস্তভাবে দেখা গৈছে।
16:30 কিন্তু, এই সমীকৰণ-ইয়াৰ দুটা অংশতেই এতিয়া equation নম্বৰ দেখা গৈছে়।
16:35 ধৰা যাওক, আমি সমীকৰণ-ইয়াৰ প্রথম অংশ-ত় নম্বৰ নিবিছাৰো, অর্থাৎ আমি এই নম্বৰটো নিবিছাৰো। তেনেহলে স্ল্যাশ্,স্ল্যাশ্ চিন্হৰ পূর্বে no number এই কমান্ড টো লিখক। এইটোক কৰা যাওক আৰু
16:51 চাওক, ইয়াত সমীকৰণটোৰ প্রথম অংশত কোনো নম্বৰ নাই আৰু ইয়াত এই নম্বৰটো ৩ হৈ গৈছে।
17:02 লক্ষ্য কৰক, আমি যি বন্ধনী-বোৰ সমীকৰণত ৰাখিব বিছাৰো, সেইবোৰৰ কিছু বন্ধনী আউটপুটত দেখা গৈছে। উদাহৰণস্বৰুপে, ইয়াত আমি লিখিব চাইছো e n, e n মাইনাস ১়।কিন্তু ইয়াত এইবোৰ বন্ধনী-বোৰ নোহোৱাকৈ দেখা গৈছে। ইয়াৰ কাৰণ হল, লেটেকত বন্ধনীবোৰ delimiter হিসাবে ধৰা হয়।
17:16 তেনেহলে আমাৰ লেটেক-কে জানিব লাগিব, যাতে লেটেকে বন্ধনী বোৰক delimiter হিসাবে গণ্য নকৰে। বন্ধনীৰ আগত বিপৰীত স্ল্যাশ্ লিখি এইটো কৰা যায়।
17:24 ইয়াত এটা বিপৰীত স্ল্যাশ্ যোগ কৰা যাওক। ইয়াতও এটা বিপৰীত স্ল্যাশ্ যোগ কৰা যাওক।
17:36 চাওক, এতিয়া আউটপুটত বন্ধনীবোৰ দেখা গৈছে়। সেয়ে আগৰ মতে ইয়াতও এই দুটা স্থানত বিপৰীত স্ল্যাশ্ যোগ কৰা যাওক।
17:46 সেভ্ কৰি কম্পাইল্ কৰা যাওক। এতিয়া এইটো সঠিকভাবে দেখা গৈছে।
17:58 এতিয়া দেখা যাওক, সমীকৰণত কিভাবে ডাঙৰ ব্র্যাকেট লিখা যায়়। উদাহৰণস্বৰুপে, ইয়াত ব্র্যাকেট-বোৰ খুব সৰু আকাৰৰ।
18:08 এইবোৰক ডাঙৰ কৰাৰ বাবে left আৰু right কমান্ড ইয়াৰ ব্যবহাৰ কৰা হয়।
18:15 ইয়াত আহা যাওক, সমীকৰণটো ইয়াত লিখা আছে।
18:21 তেনেহলে ইয়াত K স্ল্যাশ্ লেফট আৰু ইয়াত স্ল্যাশ্ ৰাইট যোগ কৰা যাওক।
18:38 কম্পাইল্ কৰা যাওক়। চাওক, ব্র্যাকেট-বোৰ দাঙৰ আকাৰত হৈ গৈছে।
18:45 এই প্রক্রিয়া square ব্র্যাকেট ইয়াৰ ক্ষেত্রও প্রযোজ্য।
18:58 ইয়াত square ব্র্যাকেট আছে। এইটো কৰি দেখা যাওক। ব্রেস বা দ্বিতীয় বন্ধনীৰ ক্ষেত্রও এইটো ব্যবহাৰ কৰা যাব পাৰে। কিন্তু সেইক্ষেত্রত লেটেকক নির্দেশ দিয়া যায় যাতে ব্রেসক delimiter হিসাবে গণ্য নকৰে। ইয়াত স্ল্যাশ্ ব্রেস লিখা হল।
19:12 কম্পাইল্ কৰাৰ পিছত
19:17 ব্রেস -ইয়াৰ পৰিবর্তনটো লক্ষ্য কৰক।
19:22 যেতিয়া এটা সমীকৰণ একাধিক লাইনত জুড়া থাকে , তেতিয়া আমি স্ল্যাশ্ লেফট কমান্ডটো প্রথমে লাইনত লিখিব লাগে। উদাহৰণস্বৰুপে, ইয়াত এটা বন্ধনী আছে আৰু ইয়াত ইয়াৰ বন্ধনী আছে , আমি এইটোক সামান্য এটা ডাঙৰ কৰিবলৈ চাও।তেনেহলে এইটো ইয়াত কৰা যাওক। ধৰা যাওক ,
19:35 আমি ইয়াত স্ল্যাশ্ লেফট ব্র্যাকেট আৰু ইয়াত আমি স্ল্যাশ্ ৰাইট ব্র্যাকেট লিখিম। কম্পাইল্ কৰা যাওক।
19:57 কিন্তু ইয়াত এটা অভিযোগ জনাইছে যে , আমি স্ল্যাশ্ ৰাইট লিখিবলৈ পাহৰি গৈছো। কাৰণ ইয়াত এই লাইনত আমি ব্র্যাকেটটো আৰম্ভ কৰা নাছিলো
20:04 কাৰণ ইয়াত এই লাইনত আমি ব্র্যাকেটটো আৰম্ভ কৰিছিলো কিন্তু এইটো বন্ধ হোৱা নাই। এই সমস্যা দূৰ কৰাৰ বাবে , স্ল্যাশ্ ৰাইট ডট ব্যবহাৰ কৰিবলৈ হব ,যাৰ দ্বাৰা লেটেকে সো ফালৰ ৰাশিবোৰৰ বিষয়ে উপেক্ষা কৰাৰ নির্দেশ দিয়ে।
20:15 একেইভাবে, ইয়াত স্ল্যাশ্ লেফট ডট ব্যবহাৰ কৰা হয় ,যাৰ অর্থ বাওফালৰ ৰাশিবোৰৰ বিষয় উপেক্ষা কৰা যাওক। ইয়াৰ পৰা বাহিৰত আহা যাওক।পুনৰায় কম্পাইল্ কৰা যাওক।এতিয়া সঠিক আউটপুট দেখা গৈছে়।
20:30 এতিয়া ধৰা যাওক আমি এইটোক ইয়াৰ ভিতৰৰ লিখিব বিছাৰো। আমি slash h-space 1 cm কমান্ড -ইয়াৰ দ্বাৰা কৰিবলৈ পাৰো।
20:45 এতিয়া এইটো কৰা যাওক।
20:51 তেনেহলে এইটো ভিতৰত গৈছেগৈ আৰু এইটো সাৰিবদ্ধ হৈ গৈছে়।
20:54 ধৰা যাওক, যদি আপোনি ইয়াত এইটো নিবিছাৰে , ইয়াত যোগ চিন্হ লিখিব বিছাৰে।
20:59 এইটো এতিয়া কৰা যাওক , ইয়াত যোগ চিন্হ লিখা হল।
21:08 ঠিকআছে, এতিয়া যোগ চিন্হ টোক অভ্যন্তৰে দেখা গৈছে। এতিয়া এইটোক দেখিবও সুন্দৰ লাগিছে়।
21:17 যিসকলো কমান্ড ডলাৰ চিন্হৰ ভিতৰত কাম কৰে , সেইবোৰ aligned এনভয়ৰনমেন্টত ভিতৰতও কাম কৰে। একমাত্র ব্যতিক্রম হল ampersand চিন্হ যি একাধিক ৰাশিক বিন্যস্ত ৰখাৰ বাবে ব্যবহৃত হয়়।
21:27 যি সকলো কমান্ড aligned এনভয়ৰনমেন্টত কাম কৰে , সেইবোৰ সকলো ডলাৰ চিন্হত ব্যবহাৰ কৰা যাব পাৰে।
21:32 তাতসেও .., aligned এনভয়ৰনমেন্ট্ আৰু ডলাৰ চিন্হৰ দ্ৱাৰা running modeত পোৱা আউটপুটৰ সামান্য কিছু পার্থক্য থাকে়।
21:41 এই বিষয়ত বিস্তাৰিত আলোচনা কৰাৰ বাবে ইন্টিগ্রাল্ মোড্-ইয়াৰ ব্যবহাৰ কৰা যাওক।
21:46 তেনেহলে ইয়াত আহা যাওক।
21:50 এইটোক ডিলিট্ কৰা যাওক
21:53 তেনেহলে ইয়াত এই স্টেটমেন্ট - টো আছে়।
22:10 এইটোক ইয়াৰ পৰা নিয়া যাওক,
22:15 এইটোক এনে ধৰনে লিখো - The integral mode includes the term this integral। এতিয়া এইটোক বন্ধ কৰা যাওক, নহলে লেটেকে এই বিষয়ত অভিযোগ জনাব। তেনেহলে আমি লিখিছো ইন্টিগ্রাল্ মোড্- ইয়াৰ দ্ৱাৰা এই ইন্টিগ্রাল্ ৰাশিটো আছে়।
22:35 এই ইন্টিগ্রাল্ আৰু এই ইন্টিগ্রাল্ -ইয়াৰ সাইজ-ইয়াৰ পার্থক্যটো লক্ষ্য কৰক।এইটো অনেক ডাঙৰ আৰু এইটো তুলনামূলক ভাবে সৰু।
22:45 সাইজ-ইয়াৰ এই প্রকাৰ পৰিবর্তন ভগ্নাংশয়ে, সাম বা যোগ , প্রডাক্ট বা গুণফল ইত্যাদিৰ ক্ষেত্রতও দেখা যায়। এই টিউটোৰিয়েলটো সমাপ্ত কৰাৰ পূর্বে , আমি আৰু এটা বিষয়ে উল্লেখ কৰিবলৈ বিছাৰো.
22:58 aligned এনভয়ৰণমেন্টত খালি লাইন-ইয়াৰ ব্যবহাৰ কৰা উচিত নহয়। উদাহৰণস্বৰুপে, ইয়াত মই এটা খালি লাইন তৈয়াৰ কৰিছো। এইটোৱে অভিযোগ দিছে যে অনুচ্ছেদটো alignment সম্পূর্ণ হোৱাৰ পূর্বেই সমাপ্ত হৈ গৈছে়।
23:19 যদি আপোনি সচাকৈয়ে মাঝত কিছো খালি জাগা বিছাৰে, তেনেহলে তাৰ আগত এটা percentage বা শতকৰা চিন্হ লিখক যাতে লেটেকে সেই লাইনটো কমেন্ট হিসাবে গন্য কৰে।
23:27 পুনৰায় কম্পাইল্ কৰা যাওক। সফলভাবে কম্পাইল্ হৈ গৈছে আৰু পূর্বৰ সকলো লিখাই সঠিকভাবে দেখা গৈছে। ইয়াতেই এই টিউটোৰিয়েলৰ সমাপ্তি হল। ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ়।
23:38 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰা বাবে ধনয়বাদ.

Contributors and Content Editors

Mousumi