LaTeX/C2/Letter-Writing/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 0:00 | সকলোকে আদৰণি জনালো। এই টিউটৰিয়েলৰ সহায়ত লেটেক (লেটেক) ব্যৱহাৰ কৰি আখৰ লিখিব শিকোৱা হব। |
| 0:06 | আপোনালোকে ইয়াত ৩ খন ৱিন্দো দেখা পাব: |
| 0:08 | লেটেক (লেটেক) ব্যৱহাৰ কৰি এই ৩ টা Typesetting স্পশ্ত ভাবে প্রদৰশন কৰিব পাৰি: |
| 0:13 | চ'ৰ্স ফাইল বনাবলৈ আৰু কম্পাইলেছন (কম্পাইলেছন) প্রকৃয়া জানিবলৈ PDF ফাইল খোলক PDF Reader ৰ সহায়েৰে. |
| 0:22 | মই Mac-OS-X ত “Skim” নামৰ PDF Reader ব্যৱহাৰ কৰিছো, কাৰণ ই কম্পাইলেছন ৰ পিছত প্রতিটো নতুন PDF ফাইল স্বয়ংকৃয়ভাবে ল'ড (load) কৰি লয়. |
| 0:34 | লিনাক্চ আৰু ৱিন্দোচ ৰ কাৰণেও একেধৰণ বহু PDF Reader পোৱা যায়. |
| 0:42 | প্রথমতে আমি চ'ৰ্স ফাইল লৈ গৈ প্রতিটো কম্মান্দএ কি কি কৰে পর্য্যবেক্ষণ কৰিম. |
| 0:47 | প্রথম শাৰিয়ে কৈছে যে প্রতিটো শব্দ ডকিউমেন্ট ক্লাছ ত থাকে. |
| 0:54 | প্রতিটো শব্দ ৰ জোখ ১২ পইন্তৰ সমানহব. |
| 0:57 | Letter খনৰ ১ম ভাগে “from address” বুজাব । ইয়াক দুই বান্ধোনৰ মাজত পোৱা যাব । |
| 1:07 | ফলাফল সমুহ আমি সো-হাত ৰ উপৰ ফালে আউতপুট ফাইল ত দেখা পাম । |
| 1:14 | দুটা একেলগে থকা স্লেছ এ এটা নতুন শাৰি আৰম্ভ হোৱা বুজাব । |
| 1:19 | যদি মই ইয়াৰ দুয়োটা স্লেছ নহোৱা কৰি দিও- |
| 1:25 | ছেভ কৰক, তাৰ পিছত কম্পাইল কৰক pdfলেটেক ৰ সহায়ত । |
| 1:37 | আপোনালোকে ধৰিব পাৰিছে যে, সেই দুয়োটা শাৰি এটা শাৰিলৈ সলনি হয় । |
| 1:43 | যোৱা বাৰ দুটা স্লেছ ৰ সহায়ত আমি লেটেক ৰ দ্বাৰা শাৰি এটা ভাগ কৰিছিলো । |
| 1:49 | এতিয়া এই ওলটা স্লেচ সমুহ ইয়াত নাই, সেয়েহে এতিয়া লেটেকে নাযানে যে এতিয়া সি শাৰিটো ইয়াতে ভাঙি বলাগিব । |
| 1:56 | এতিয়া মই আকৌ স্লেচবোৰ পুণৰ তাতে প্রয়োগ কৰিলো । |
| 2:04 | ছেভ আৰু কম্পাইল কৰক । |
| 2:08 | এইটো জানিব লগিয়া কথা যে, প্রতিতো সাল-সলনি ৰ পিছত আৰু কম্পাইলেছনৰ আগত আমি প্রতিবাৰ ছেভ কৰিম । |
| 2:15 | এতিয়া আমি এটা “Empty Address” দিয়াৰ পাছত কি হয় চাম । |
| 2:21 | এতিয়া মই ইয়ালৈ আহিম, |
| 2:24 | দাগ দিয়ক, |
| 2:27 | একেবাৰে শেষৰ শাৰিলৈ যাওক, ডিলিট কৰক, ছেভ কৰক আৰু কম্পাইল (কম্পাইল) কৰক । |
| 2:37 | এতিয়া আপোনালোকে দেখা পাব “ from address” নোহোৱা হৈ গৈছে তাৰ পৰা । |
| 2:44 | বিশেষ দ্রৱনিয়তা :আজি কালি সকলোবোৰ তাৰি খস্বয়ং কৃয় ভাবে আমেৰিকা নস্তাইল অর্থাত – “মাহ – দিন – বছৰ” ত লিখা হয় । |
| 2:54 | ইয়াৰ কম্মান্দহ’ল “স্লেছ date স্লেছ today” । |
| 3:02 | আমি তথ্য বিলাক দেখা পোৱাৰ পৰা বাধা দিবলৈ এখন Empty List ৰ প্রয়োগ কৰা হয়, যি ধৰনে কৰা হব । |
| 3:12 | সংৰক্ষন কৰক । |
| 3:17 | কম্পাইল কৰক । |
| 3:18 | তথ্য বিলাক নাইকিয়া হৈগল । |
| 3:20 | ধৰা যাওক কি আমি নিজৰ তথ্য ভৰাব খুজিছো, তেতিয়া হলে তথ্য বিলাক এই ধৰনে লিখা যাব : |
| 3:30 | ৯ জুলাই ২০০৭, সংৰক্ষন কৰক, কম্পাইল কৰক । |
| 3:40 | তথ্য বিলা পাই গল । |
| 3:43 | এই বিলাক তথ্যৰ ওপৰতে এই টিউটৰিয়েলখন বনোৱা হৈছে । |
| 3:47 | কম্পাইল কৰা পাছত আমি Indian format তো আউতপুট ফাইল ত দেখা পোবা যাব । |
| 3:53 | address তো পোনৰ প্রয়োগ কৰা যাওক । |
| 4:02 | আৰু ডকিউমেন্টতো আগৰ অবস্তা লৈ reকম্পাইল কৰা হল । |
| 4:08 | signature কম্মান্দ argumentতো letterৰ তলত দেছা পোৱা যায় । |
| 4:17 | প্রথম ডকিউমেন্ট খন আৰম্ভ কৰা হয় আৰু তাৰ পাছত letterখন । |
| 4:22 | প্রথম ‘to address’আহে । ইয়াক দেখা পোৱা যায় আউতপুট ৰ উপৰৰ বাও কোণত । |
| 4:30 | ইয়াক Mr. N. K. Sinha লৈ পঠোৱা হৈছে । |
| 4:34 | কম্মান্দ‘স্লেছ opening’ব্যৱহাৰ হয় গ্রাহক গৰাকীৰ ঠিকণা দিবলৈ । |
| 4:40 | আপোনালোকে ধৰিব পাৰিছে যে প্রত্যেক লেটেক কম্মান্দ এদাল reverse স্লেছ সৈতে আৰম্ভ হয় । |
| 4:48 | letter খনৰ শব্দ খিনি পাছত আহে । |
| 4:53 | প্রথমে আৱম্ভ কৰা হয় এটা নতুন পংতি পৰা লেটেক ত এদাল খালি শাৰিৰ সহায়ত যি ধৰনে এইয়াত দেখোৱা হৈছে । |
| 5:00 | মোক ইয়ালে আহিব দিয়ক । এতিয়া এই বাক্য শাৰীৰ প্ৰথমখিনি ‘we are’ হৈছে ইয়াতে। |
| 5:07 | এতিয়া খোলো আহক। আহক এতিয়া ইয়াক পাছৰ বাক্য শাৰীলৈ লৈ যাওঁ। |
| 5:12 | মই এটি খালী শাৰী এৰিলো। ইয়াক সংৰক্ষন কৰো আহক। |
| 5:17 | ইয়াক কম্পাইল কৰক । |
| 5:19 | এতিয়া আপুনি দেখা পাইছে যে এইটো এটা নতুন দফালৈ গৈছে গৈ। |
| 5:25 | এটা নতুন দফাৰ সৈতে, চিঠি খন দুই পৃষ্ঠাৰ হৈছে । |
| 5:29 | আমি চাও, যদি font sizeটো 10 লৈ কমাব পাৰো, আমি চিঠি খন পুনৰ এক পৃষ্ঠালৈ নিব পাৰো । |
| 5:37 | আমি এতিয়াই কৰো আহক । |
| 5:42 | সংৰক্ষন কৰক । |
| 5:48 | কম্পাইল কৰক, আপুনি দেখা পাব যে চিঠি খন পুনৰ এক পৃষ্ঠাৰ হৈছে । |
| 5:54 | মই আকৌ font sizeটো 12 ptলৈ লৈ গৈছোঁ । |
| 6:00 | আৰু মই এই দফাটা অলপ আতৰ কৰি দিছো । |
| 6:06 | মই এইটো কমপাইল(কম্পাইল) কৰিছো । |
| 6:12 | থিক আছে । |
| 6:14 | মই এতিয়া itemize পৰিৱেশটো বুজাব খুজিছো, যিটো আৰম্ভণী আৰু অন্তিম itemize কম্মান্দৰ সহায়ত উত্পন্ন কৰা হৈছে । |
| 6:29 | স্লেছ itemৰে আৰম্ভ হোৱা প্ৰতিটো কথা bulleted ৰূপত দেখা পোৱা গৈছে । |
| 6:37 | ইয়াত bullets বিলাকৰ স্থানত নম্বৰ পাব পাৰি নেকি? |
| 6:41 | তাৰ বাবে itemizeটো enumerateলৈ ৰূপান্তৰ কৰিব লাগিব, যিটো মই এতিয়া কৰিব ওলাইছো । |
| 6:46 | মই এতিয়া ইয়াক enumerateলৈ ৰূপান্তৰ কৰিম । |
| 6:53 | সংৰক্ষন কৰক । |
| 7:00 | অ হয়টো ! যিমান পাৰি সিমান বাৰ ছেভ কৰিব লাগে । |
| 7:05 | মই আকৌ কম্পাইল কৰিব ওলাইছো । |
| 7:09 | আপোনি দেখিব যে বোলেটবোৰ এতিয়া নম্বৰ হৈ যাব। |
| 7:15 | বন্ধ কৰোতে মই ‘Yours sincerely’ যোগ কৰিলো, যি ইয়াতে আহিছে। |
| 7:22 | আমি আগতেই চিগ্নেচাৰৰ কথা কৈছো। |
| 7:26 | অবশেষত, cc কমান্দে এই চিঠিখনত বেলেগক মাৰ্ক কৰে। |
| 7:35 | ‘এন্ড লেতাৰ’ কমান্দেৰে মই চিঠিখন শেষ কৰিম আৰু তাৰপিছত দক্যুমেন্ত সমাপ্ত কৰিম ‘এন্ড দক্যুমেন্ত’ কমান্দেৰে। |
| 7:44 | নিজ ইচ্ছা অনুসৰি ইয়াৰ কন্তেন্ত্ মদিফাই কৰি চাব পাৰে। |
| 7:48 | সুন্নিশিত কৰক যে এটা সময়ত এটা বস্তুয়ে সলনি কৰা যাওক আৰু কম্পাইলেছন কৰা খিনি শুদ্ধ হৈছে নে নাই চাওক |
| 7:58 | যদিও মই MAC’ৰ চিঠি লিখাৰ পদ্ধতিৰ কথা ক’লো, একেটা চ’ৰ্চ ফাইল সকলো লেতেক্স চিচতেমত কাম কৰেই, লিনাক্স আৰু ৱিনদৌজটো কাম কৰে। |
| 8:10 | ইয়াৰে আমি এই তিউতৰিয়েলৰ শেষলৈ আহিলো। |
| 8:13 | শুনাৰ বাবে ধন্যবাদ।, এই পাঠটি প্রজ্ঞান বেজবৰুৱাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে, আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. |