Advance-C/C2/Command-line-arguments-in-C/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00:01 | নমস্কাৰ দৰ্শক সকল. Command Line Arguments এৰ স্পোকেন টিউটৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটৰিয়েলত এটা উদাহৰণ দি আর্গুমেন্টৰ সৈতে মেন ফাংশন সম্পর্কে শিকিম। |
00:15 | এই টিউটৰিয়েলৰ বাবে উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 আৰু উবুন্টুত gcc কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো। |
00:27 | টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি C টিউটৰিয়েলৰ সৈতে পৰিচিত হব লাগিব। |
00:33 | নহলে প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক । |
00:39 | প্রোগ্রাম দি আৰম্ভ কৰো। এটা কোড ফাইল আছে। এতিয়া এইটো খুলিম। |
00:45 | ফাইলৰ নাম main হাইফেন with হাইফেন args ডট c |
00:50 | এতিয়া প্রোগ্রাম ব্যাখ্যা কৰো। |
00:53 | এইবোৰ হেডাৰ ফাইল। stdio.h কোৰ ইনপুট আৰু আউটপুট ফাংশন নির্দেশ কৰে। |
01:01 | stdlib.h হেডাৰ ফাইল নির্দেশ কৰে-
ন্যুমেৰিক কনভার্সন ফাংশন সিউডো-ৰেণ্ডম নাম্বার্স জেনেৰেশন ফাংশন মেমৰি অ্যালোকেশন প্রসেস কন্ট্রোল ফাংশন |
01:16 | এইটো আমাৰ মেন ফাংশন। ইয়াৰ ভিতৰত, আমি দুটা আর্গুমেন্ট পাস কৰিছো -
int argc, char এস্টেৰিস্ক এস্টেৰিস্ক argv (argv) |
01:28 | argc প্রোগ্রামত পাস কৰা কমান্ড লাইন আর্গুমেন্টৰ সংখ্যা বোঝায়। |
01:34 | ইয়াত প্রোগ্রামৰ প্রকৃত নাম অন্তর্ভুক্ত আছে। |
01:38 | argv ত আসল আর্গুমেন্ট থাকে যি ইন্ডেক্স 0 পৰা আৰম্ভ হয়। |
01:44 | Index 0 হল প্রোগ্রামৰ নাম। |
01:48 | Index 1 প্রোগ্রামত পাস কৰা প্রথম আর্গুমেন্ট হব। |
01:53 | Index 2 প্রোগ্রামত পাস কৰা দ্বিতীয় আর্গুমেন্ট হব আৰু এইভাবে। |
01:59 | এই স্টেটমেন্ট প্রোগ্রামত পাস কৰা মোট আর্গুমেন্টৰ সংখ্যা প্রদর্শন কৰিব। |
02:05 | এইটোৱে প্রোগ্রামত পাস কৰা প্রথম আর্গুমেন্ট প্রদর্শন কৰিব। |
02:09 | 1এ ইন্ডেক্স 1 ত আর্গুমেন্ট বর্ণন কৰে। |
02:13 | While কন্ডিশন আর্গুমেন্টৰ সংখ্যা হ্রাস কৰিব। |
02:18 | এই স্টেটমেন্টে প্রোগ্রামত পাস কৰা সকলো আর্গুমেন্ট প্রিন্ট কৰিব। |
02:23 | শেষত আমাৰ উচৰত return 0 স্টেটমেন্ট আছে। |
02:27 | আপোনাৰ কীবোর্ডত Ctrl + Alt + T কী একেলগে টিপি টার্মিনেল খুলক। |
02:35 | লিখক: gcc স্পেস main হাইফেন with হাইফেন args ডট c স্পেস হাইফেন o স্পেস args. Enter টিপক। |
02:49 | লিখক: ডট স্ল্যাশ args. Enter টিপক। |
02:54 | আপোনি নিম্ন আউটপুট পাব:
Total number of arguments are 1 The first argument is null arguments are ./args |
03:06 | কমান্ড লাইন আর্গুমেন্ট এক্সিকিউশনৰ সময়ত দিয়া হয়। |
03:11 | Total number of arguments are 1 যিহেতু Zeroth আর্গুমেন্ট হৈছে এক্সিকিউটেবল ফাইলৰ নাম। |
03:19 | The first argument is (null) যিহেতু আমি প্রোগ্রামত কোনো আর্গুমেন্ট পাস নকৰো। |
03:26 | আর্গুমেন্ট মাত্র এটা হয় অর্থাৎ dot slash args |
03:31 | আৰু এবাৰ এক্সিকিউট কৰো। |
03:34 | আপ অ্যাৰো কী টিপক স্পেস লিখক Sunday স্পেস Monday স্পেস Tuesday. Enter টিপক। |
03:47 | আমি নিম্ন আউটপুট দেখো:
Total number of arguments are 4 The first argument is Sunday Argument are ./args Sunday Monday আৰু Tuesday |
04:04 | এতিয়া আউটপুট ব্যাখ্যা কৰো. |
04:06 | Total number of arguments are 4 যি হল ./args, Sunday, Monday আৰু Tuesday. |
04:14 | প্রথম argument হল Sunday |
04:17 | Zeroth আর্গুমেন্ট সর্বদা এক্সিকিউটেবল ফাইলৰ নাম দিয়ে। |
04:22 | Sundayক প্রথম আর্গুমেন্টত নির্দেশ কৰে। |
04:25 | Mondayক দ্বিতীয় আর্গুমেন্টত নির্দেশ কৰে। |
04:28 | Tuesdayক তৃতীয় আর্গুমেন্টত নির্দেশ কৰে। |
04:31 | আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে, |
04:37 | এই টিউটৰিয়েলত আমি শিকিছো:
Command line arguments argc argv |
04:45 | নির্দেশিত কাম হিসাবে বিভিন্ন আর্গুমেন্টৰ সৈতে প্রোগ্রাম এক্সিকিউট কৰক। |
04:51 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
04:54 | এইটোৱে স্পোকেন টিউটৰিয়েল প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
04:57 | আপোনাৰ ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰি চাব পাৰে। |
05:02 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজিত কৰে। |
05:08 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়। বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
05:18 | স্পোকেন টিউটৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
05:22 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
05:30 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
05:36 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |