Git/C2/Tagging-in-Git/Assamese
From Script | Spoken-Tutorial
Revision as of 11:53, 6 March 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:01 | টেগিং ইন গিতৰ (Tagging in Git) স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
টেগিং (Tagging) আৰু টেগিঙৰ (tagging) প্ৰকাৰ |
00:12 | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04 গিত (Git) 2.3.2 আৰু gedit টেকস্ত (Text) এদিতৰ (Editor) আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে |
00:28 | এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ-
আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক |
00:41 | আহক আমি টেগিং (Tagging)ৰ বিষয়ে শিকো |
00:44 | কমিত (commit) অৱস্থা এটা গুৰূত্বপূৰ্ণ বুলি চিহ্নিত কৰিবলৈ টেগিং (Tagging) ব্যৱ্হৃত হয় |
00:49 | আমি কমিত (commit) এটা টেগ (tag) কৰিব পাৰো, বোকমাৰ্ক (bookmark) এটাৰ দৰে, ভবিষ্যতৰ প্ৰসঙ্গৰ বাবে |
00:54 | সাধাৰণতে, ই v1.0ৰ দৰে প্ৰকল্প এটাৰ ৰিলিজ পইন্টক (release point) চিহ্নিত কৰিবলৈ ব্যৱ্হৃত হয় |
01:02 | টেগচ (tags) দুই প্ৰকাৰৰ:
লাইতওৱেইত টেগ (Lightweight tag) আৰু এন’নেতেদ টেগ (Annotated tag) |
01:09 | প্ৰথমে, মই কেনেকৈ এটা লাইতওৱেইত টেগ (Lightweight tag) নিৰ্মান কৰা হয় বৰ্ণনা কৰিম |
01:15 | আহক আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) মাইওৱেবপেজ (mywebpage)টোলৈ যাওঁ যি আমি আগতে বনাইছিলো |
01:21 | টাৰ্মিনেলটোলৈ (terminal) ঘূৰি যাওঁক আৰু লিখক : cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক |
01:30 | মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম |
01:34 | আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে |
01:39 | আহক গিত লগটো (Git log) পৰীক্ষা কৰো লিখি গিত (git) স্পেছ (space) লগ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক |
01:48 | বৰ্ত্তমান, আমাৰ ৰিপ’জিটেৰিত (repository) তিনিটা কমিতচ আছে,- "এদেদ (Added) কালাৰচ (colors), এদেদ (Added) হিষ্ট’ৰি (history).html" আৰু "ইনিচিয়েল (Initial) কমিত (commit)" নামেৰে |
01:59 | এতিয়া, মই সৰ্বশেষ কমিত এদেদ কালাৰচত (“Added colors”) এটা লাইতওৱেইত টেগ (Lightweight tag) বনাম |
02:05 | যেতিয়া আমি এটা টেগ (tag) বনাওঁ, দিফল্টভাবে, ই সৰ্বশেষ কমিতত (commit) নিৰ্মান হয় |
02:12 | লিখক:গিত (git) স্পেছ (space) টেগ (tag) স্পেছ (space) v1.1 আৰু এন্টাৰ (Enter) টিপক |
02:20 | ইয়াত, মই টেগ (tag) নাম হিচাবে v1.1 দিম । আপুনি আপোনাৰ পচন্দৰ যিকোনো নাম দিব পাৰে |
02:29 | আপুনি টেগটো চাব পাৰে লিখি গিত (git) স্পেছ (space) টেগ (tag) আৰু এন্টাৰ (Enter) টিপক |
02:35 | এতিয়া, আমাৰ ৰিপ’জিটেৰিত (repository) মাত্ৰ এটা টেগ আছে |
02:39 | পাছত, আমি কেনেকৈ এটা এন’নেতেদ টেগ (annotated tag) নিৰ্মান কৰা হয় শিকিম |
02:44 | প্ৰথমে, মই বৰ্ণনামূলক উদ্দেশ্যৰ বাবে মাইপেজ (mypage).html ফাইলটোত কিছু পৰিবৰ্ত্তন কৰিম |
02:52 | লিখক: gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক । আহক আমি ফাইলটোত কিছু শাৰী যোগ কৰো |
03:04 | তাৰপাছত ছেভ (save) আৰু ফাইলটো ক্ল’জ (close) কৰক |
03:07 | আহক এই সময়ত আমাৰ কামক কমিত (commit) কৰো |
03:11 | লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) a m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “এদেদ (Added) কন্টেন্ত (content) ইন (in) মাইপেজ (mypage).html” আৰু এন্টাৰ (Enter) টিপক |
03:25 | আহক আমি ভাবো যে এই নিৰ্দিষ্ট অৱস্থাটো প্ৰকল্পটোলৈ অতি গুৰূত্বপূৰ্ণ |
03:31 | গতিকে, আমি এই কমিত (commit) পইন্টত এটা টেগ বনাব লাগিব |
03:35 | ইয়াত, আমি এটা এন’নেতেদ টেগ (annotated tag) বনাম |
03:39 | লিখক: গিত (git) স্পেছ (space) টেগ (tag) স্পেছ (space) হাইফেন (hyphen) a স্পেছ (space) v1.2 স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “মাই (My) ভাৰ্চন (Version) 1.2” আৰু এন্টাৰ (Enter) টিপক |
03:55 | -m ফ্লেগ (flag) ব্যৱ্হাৰ কৰি, আপুনি আপোনাৰ পচন্দৰ যিকোনো টেগ বাৰ্তা দিব পাৰে |
04:01 | ইয়াত, টেগ মেচেজটো (tag message) বিকল্প হয় |
04:05 | টেগ তালিকাখন চাবলৈ, লিখক: গিত (git) স্পেছ (space) টেগ (tag) আৰু এন্টাৰ (Enter) টিপক । এতিয়া আমাৰ দুটা টেগ আছে |
04:14 | ইয়াত,v1.1টো হৈছে লাইতওৱেইত টেগ (Lightweight tag) আৰু v1.2টো হৈছে এন’নেতেদ টেগ (annotated tag) |
04:21 | আমি টেগচৰ মাজত পাৰ্থক্য কেনেকৈ কৰিম? |
04:24 | আমি টেগচ দুটাৰ মাজৰ পাৰ্থক্যটো গিত (git) চৌ (show) কমান্ড ব্যৱ্হাৰ কৰি চাব পাৰো |
04:31 | লিখক: গিত (git) স্পেছ (space) চৌ (show) স্পেছ (space) v1.1 আৰু এন্টাৰ (Enter) টিপক |
04:38 | ইয়াত, আমি লাইতওৱেইত টেগ (Lightweight tag) v1.1ৰ স্ম্পূৰ্ণ তথ্য চাব পাৰো |
04:44 | ই সৰলভাবে কমিত (commit) সবিশেষ আৰু ফাইলটোৰ পৰিবৰ্ত্তনসমূহ দেখুৱায় |
04:50 | পাছত, আমি এন’নেতেদ টেগ (annotated tag) v1.2ৰ সবিশেষ চাম । লিখক: গিত (git) স্পেছ (space) চৌ (show) স্পেছ (space) v1.2 আৰু এন্টাৰ (Enter) টিপক |
05:03 | ইয়াত আমি চাব পাৰো:
টেগ (tag) নাম টেগাৰ (tagger) সবিশেষ কমিতটো (commit) টেগ হোৱাৰ তাৰিখ টেগ (tag) বাৰ্তা কমিত (commit) সবিশেষ আৰু ফাইল পৰিবৰ্ত্তনসমূহ |
05:17 | এন’নেতেদ টেগ (Annotated tag)টো সদায় প্ৰয়োজন হয় যেতিয়া আপুনি সমন্বিত সহযোগিতাৰে কাম কৰে |
05:23 | আহক আমি এতিয়া আমাৰ পূৰণা কমিতচত (commits) টেগ এটা চিহ্নিত কৰিবলৈ শিকো |
05:29 | প্ৰথমে, আমি গিত (Git) লগ (log)টো পৰীক্ষা কৰিম লিখি গিত (git) স্পেছ (space) লগ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক |
05:39 | এতিয়া, উদাহৰণৰ বাবে, মই মোৰ দ্বিতীয় কমিত (commit) “এদেদ (Added) হিষ্ট’ৰি (history).html”ত টেগ এটা বনাব বিচাৰো |
05:47 | লিখক: গিত (git) স্পেছ (space) টেগ (tag) স্পেছ (space) হাইফেন (hyphen) a স্পেছ (space) v1.0 স্পেছ (space) । তাৰপাছত, “এদেদ (Added) হিষ্ট’ৰি (history).html”ৰ কমিত (commit) হেচ (hash)টো ক’পি আৰু পেষ্ট কৰক স্পেছ (space) লিখক: হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “মাই (My) ভাৰ্চন (Version) 1.0” আৰু এন্টাৰ (Enter) টিপক |
06:09 | আমি এতিয়া নিৰ্মান কৰা টেগটো চাবলৈ সক্ষম হ’ম, লিখি গিত (git) স্পেছ (space) টেগ (tag) আৰু এন্টাৰ (Enter) টিপক |
06:19 | আপুনি চাব পাৰেটেগ (tag) v1.0টো ইয়াত নিৰ্মান হৈছে |
06:24 | পাছত, আমি গিত (Git) লগ (log)টোৰ সৈতে টেগসমূহ কেনেকৈ চোৱা হয় শিকিম |
06:29 | লিখক: গিত (git) স্পেছ (space) log স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) দেক’ৰেত (decorate) আৰু এন্টাৰ (Enter) টিপক |
06:40 | আপুনি গিত (Git) লগ (log)টো টেগ নামসমূহৰ সৈতে চাব পাৰে |
06:44 | এতিয়া, আমি এটা অপ্ৰয়োজনীয় টেগ নাইকীয়া কৰিবলৈ শিকিম |
06:49 | ধৰক, মই টেগ (tag) v1.1টো নাইকীয়া কৰিব বিচাৰো |
06:53 | লিখক: গিত (git) স্পেছ (space) টেগ (tag) স্পেছ (space) হাইফেন (hyphen) d স্পেছ (space) v1.1 আৰু এন্টাৰ (Enter) টিপক |
07:02 | ই বাৰ্তাটো দেখুৱায় “দিলেতেদ (Deleted) টেগ (tag) 'v1.1'” আৰু ইয়াৰ কমিত (commit) হেচ (hash) |
07:08 | আমি টেগটো নাইকীয়া কৰা হ’ল নে নাই পৰীক্ষা কৰিম |
07:14 | লিখক: গিত (git) স্পেছ (space) টেগ (tag) আৰু এন্টাৰ (Enter) টিপক |
07:19 | এতিয়া, আমি টেগ (tag) v1.1টো নেদেখো যিহেতু ইয়াক সফলভাবে নাইকীয়া কৰা হ’ল |
07:25 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
07:29 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো :
টেগিং (Tagging) আৰু টেগিঙৰ (tagging) প্ৰকাৰ |
07:38 | এটা অনুশিলনী হিচাবে-
এটা লাইতওৱেইত টেগ (Lightweight tag) আৰু এটা এন’নেতেদ টেগ (Annotated tag) বনাওঁক আৰু দুয়োটা টেগৰ মাজৰ পাৰ্থক্যক বুজক |
07:47 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
07:56 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । |
08:03 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
08:08 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান । এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
08:20 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |