Git/C2/Basic-commands-of-Git/Assamese

From Script | Spoken-Tutorial
Revision as of 11:48, 6 March 2017 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 বেচিক (Basic) কমান্ডচ (commands) অফ (of) গিতৰ (Git) স্প’কেন টিউট'ৰিয়েল (spoken tutorial) টোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম:

গিত (Git) ৰেপ’জিত’ৰি (repository) আৰু গিতৰ (Git) কিছু প্ৰধান কমান্ডচৰ বিষয়ে

00:13 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04 গিত (Git) 2.3.2 আৰু gedit টেকস্ত (Text) এদিতৰ (Editor)

00:23 আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে
00:27 এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব
00:34 যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক
00:40 এতিয়া, আমি চাম গিত (Git) ৰেপ’জিত’ৰি (repository) কি হয়
00:44 গিত (Git) ৰেপ’জিত’ৰি (repository) হৈছে এটা ফ’ল্দাৰ য’ত আমাৰ প্ৰকল্পৰ সকলো দাতা জমা হ’ব
00:50 ই ল’কেল মেচিনটোত বা এটা ৰিম’ত মেচিনত অৱস্থিত হ’ব পাৰে
00:55 সাধাৰণ ফ’ল্দাৰ আৰু এটা গিত (Git) ৰেপ’জিত’ৰি (repository) ৰ মাজত পাৰ্থক্যটো হৈছে:
01:00 সাধাৰণ ফ’ল্দাৰত মাত্ৰ ফাইলচ আৰু দাইৰেক্তৰীচ থাকে
01:04 কিন্তু গিত (Git) ৰেপ’জিত’ৰি (repository) টোত ফাইলচ আৰু দাইৰেক্তৰীচৰ সংহতি থাকে সিহঁতৰ সম্পূৰ্ণ হিষ্ট’ৰীৰ সৈতে
01:11 এতিয়া, আহক আমাৰ ল’কেল মেচিনত আমি গিত (Git) ৰেপ’জিত’ৰি (repository) এটা বনাবলৈ শিকো
01:17 টাৰ্মিনেলটো (terminal) খুলিবলৈ Ctrl+Alt+T কীজ টিপক
01:22 মোৰ মেচিনত , মই দাইৰেক্তৰী (directory) এটা বনাম মোৰ হ’ম (Home) দাইৰেক্তৰীটোত গিত (Git) ৰেপ’জিত’ৰি (repository) টোৰ বাবে
01:28 আপুনি দাইৰেক্তৰীটো আপোনাৰ মেচিনত য’তে বিচাৰে তাতে বনাব পাৰে
01:33 দিফল্টভাবে, আমি আমাৰ হ’ম (Home) দাইৰেক্তৰীটোত আছো
01:37 লিখক: mkdir স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক
01:44 গতিকে, এতিয়া আমি আমাৰ হ’ম (Home) দাইৰেক্তৰীটোত এটা দাইৰেক্তৰী "মাইওৱেবপেজ (mywebpage)" বনালো
01:49 এই দাইৰেক্তৰীটোত (directory) যাবলৈ, লিখক: cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক
02:00 "মাইওৱেবপেজ (mywebpage)" দাইৰেক্তৰীটো গিত (Git) ৰেপ’জিত’ৰি (repository) হিচাবে বনাবলৈ, লিখক: গিত (git) স্পেছ (space) init আৰু এন্টাৰ (Enter) টিপক
02:08 আপুনি বাৰ্তাটো দেখিছে “ইনিচিয়েলাইজদ (Initialized) এম্পতি (empty) গিত (Git) ৰেপ’জিত’ৰি (repository)”
02:13 ই সূচায় যে গিত (Git) সফলভাবে ইনিচিয়েলাইজদ (Initialized) হ’ল
02:17 আৰু এইটো হৈছে পথটো য’ত গিত (Git) ৰেপ’জিত’ৰি (repository) টো আমাৰ চিষ্টেমত নিৰ্মিত হৈছে
02:24 ইনিচিয়েলাইজেচনৰ পাছত, মাইওৱেবপেজ (mywebpage) ফ’ল্দাৰৰ ভিতৰত এটা হিদেন ফ’ল্দাৰ দত (dot) গিত (git) নিৰ্মিত হ’ব
02:32 হিদেন ফ’ল্দাৰটো চাবলৈ, লিখক: ls স্পেছ (space) হাইফেন (hyphen) a আৰু এন্টাৰ (Enter) টিপক
02:39 দত (dot) গিত (git) ফ’ল্দাৰটো দেখুৱায় । এই দত (dot) গিত (git) ফ’ল্দাৰটো দিলেত কৰিলে সম্পূৰ্ণ ৰেপ’জিত’ৰি (repository) টো দিলেত হ’ব
02:47 গতিকে, আপুনি এই দত (dot) গিত (git) ফ’ল্দাৰৰ সৈতে অত্যন্ত সাবধান হ’ব লাগিব
02:51 এতিয়া, আমি গিত (Git) লৈ আমাৰ পৰিচয় সজাব লাগিব
02:55 ইমেইল এদ্ৰেচটো সজাবলৈ, লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) স্পেছ (space) ইউজাৰ (user) দত (dot) ইমেইল (email) স্পেছ (space) priya[dot]spoken@gmail.com আৰু এন্টাৰ (Enter) টিপক
03:12 ইয়াত, মই ব্যৱ্হাৰ কৰিছো priya[dot]spoken[at]gmail[dot]com
03:18 আপুনি আপোনাৰ নিজা বৈধ ইমেইল এদ্ৰেচ ব্যৱ্হাৰ কৰিব পাৰে
03:21 ইউজাৰনেমটো সজাবলৈ, লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) স্পেছ (space) ইউজাৰ (user) দত (dot) নেম (name) স্পেছ (space) প্ৰিয়া (Priya) আৰু এন্টাৰ (Enter) টিপক
03:36 মই "প্ৰিয়া (Priya)"ক এটা ইউজাৰনেম হিচাবে ব্যৱ্হাৰ কৰিছো । অনুগ্ৰহ কৰি "প্ৰিয়া (Priya)"ৰ সলনি আপোনাৰ নামটো ব্যৱ্হাৰ কৰক
03:43 আমি সজোৱা নাম আৰু ইমেইল এদ্ৰেচটো গিত (Git) ত কাম কৰি থকা লোকজনৰ পৰিচয় হয়
03:51 পাছত, মই কমিত (commit) বাৰ্তাটো দিবলৈ gedit টেকস্ত (text) এদিতৰ (editor) টো কনফিগাৰ (configure) কৰিম
03:57 লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) স্পেছ (space) ক’ৰ (core) দত (dot) এদিতৰ (editor) স্পেছ (space) gedit আৰু এন্টাৰ (Enter) টিপক
04:09 এতিয়া, gedit গিত (Git) লৈ কনফিগাৰদ (configured) হ’ল
04:14 ইয়াত, 'গ্ল’বেল (global)' ফ্লেগ (flag) বিকল্পিত হয়
04:17 আমি গ্ল’বেল (global) ফ্লেগৰ বিষয়ে অধিক জানিবলৈ আমাৰ শ্লাইদচলৈ ঘূৰি যাম
04:22 এটা একক মেচিনত বহুতো ৰেপ’জিত’ৰিচ বনাব পাৰি
04:26 যদি আপুনি হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) ফ্লেগ ব্যৱ্হাৰ কৰে, চেতিংগটো মেচিনৰ সকলো ৰেপ’জিত’ৰিচলৈ প্ৰযোজ্য হ’ব
04:34 গতিকে, যেতিয়াই আপুনি এটা নতুন গিত (Git) ৰেপ’জিত’ৰি (repository) বনায়, এই চেতিংগটো দিফল্টভাবে প্ৰযোজ্য হ’ব
04:42 যদি আপুনি পৰিচয়টো এটা নিৰ্দিষ্ট ৰেপ’জিত’ৰিৰ বাবে বিচাৰে তেন্তে হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) ফ্লেগ ব্যৱ্হাৰ নকৰিব
04:49 টাৰ্মিনেল (terminal) টোলৈ যাওঁ
04:51 এতিয়া, আহক পৰিচয়টোৰ কনফিগাৰেচন (configuration) সবিশেষ চাওঁ যি আমি আগতে সজাইছিলো
04:57 লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) লিষ্ট (list) আৰু এন্টাৰ (Enter) টিপক
05:04 এতিয়া, আপুনি এদিতৰ নেম (editor name), ইমেইল এদ্ৰেচ (email address) আৰু ইউজাৰনেম (username) টো দেখিছে
05:10 মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম
05:14 উদাহৰণস্বৰূপে টেকস্ত ফাইলচ বা দক (doc) ফাইলচ
05:22 টাৰ্মিনেল (terminal) টোলৈ যাওঁ । মই প্ৰমপ্ত (prompt) টো খালী কৰো
05:26 এতিয়া, লিখক: gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) এম্পাৰচেন্দ (ampersand)
05:34 যদি আপুনি অন্যএটা ফাইল ব্যৱ্হাৰ কৰি আছে তেন্তে "মাইপেজ (mypage).html" ৰ পৰিবৰ্তে সেই ফাইলনেমটো দিয়ক
05:41 আমি প্ৰমপ্তটো খালী কৰিবলৈ '&' (এম্পাৰচেন্দ) ব্যৱহাৰ কৰো । এতিয়া, এন্টাৰ (Enter) টিপক
05:47 মই এই ফাইলটোত কিছু ক’ড ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্ত টোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো
05:54 এনেদৰে, আপোনাৰ ফাইলটোত কিছু উপাদান যোগ কৰক
05:58 এতিয়া, মই মোৰ ফাইলটো ছেভ (save) কৰিম
06:00 গতিকে, মোৰ এটা html ফাইল আছে কিছু ক’ডৰ সৈতে
06:05 মন কৰিব: য’তেই মই মাইপেজ (mypage).html ব্যৱ্হাৰ কৰো, আপুনি ইয়াক আপোনাৰ ফাইলনেমটোৰ সৈতে সলনি কৰিব লাগিব
06:13 পাছত, আমি গিত (Git) ক "মাইপেজ (mypage).html" ফাইলটো অনুসৰণ কৰিবলৈ ক’ম
06:18 টাৰ্মিনেল (terminal) টোলৈ যাওঁক আৰু লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) মাইপেজ (mypage).html আৰু এন্টাৰ (Enter) টিপক
06:27 এতিয়া, আমি গিত (Git) ৰ বৰ্তমান অৱস্থাটো চাম । গতিকে, লিখক: গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
06:36 আপুনি দেখিছে “নিউ ফাইল (new file): মাইপেজ (mypage).html" । ই বুজায় যে গিতে (Git) এই "মাইপেজ (mypage).html" ফাইলটোত কৰা পৰিবৰ্তনক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে
06:48 ইয়াক ট্ৰেকিং (tracking) বোলা হয়
06:51 আহক আমাৰ মাইপেজ (mypage).html ফাইলটোলৈ ঘূৰি যাওঁ
06:55 আৰু এই ফাইলটোত ক’ডৰ কিছু অধিক শাৰী যোগ কৰো
06:58 আগৰ দৰে, মই মোৰ ৰাইতাৰ (Writer) ফাইলৰ পৰা ক’পি-পেষ্ট কৰিম
07:06 ছেভ (Save) আৰু ফাইলটো বন্ধ কৰক
07:10 তাৰপাছত টাৰ্মিনেল (terminal) টোলৈ যাওঁক । আগৰ দৰে, গিত (Git) ৰ বৰ্তমান অৱস্থাটো চাবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
07:21 ই দেখায়: “চেঞ্জেচ (Changes) নত (not) ষ্টেজদ (staged) ফৰ (for) কমিত (commit):” আৰু “ম’দিফাইদ (modified): মাইপেজ (mypage).html”
07:28 ই বুজায় যে আমি কৰা পৰিবৰ্তনসমূহ, ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ নহ’ল
07:34 আহক ষ্টেজিং এৰিয়া (staging area) ৰ বিষয়ে অধিক জানিবলৈ আমাৰ শ্লাইদচলৈ (slide) ঘূৰি যাওঁ
07:39 ষ্টেজিং এৰিয়া (staging area) হৈছে এটা ফাইল যি কমিত কৰিব লগীয়া পৰিবৰ্তনসমূহৰ তথ্য জমা কৰে
07:46 ফাইলৰ উপাদানসমূহক কমিত কৰাৰ আগতে ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ কৰিব লাগে
07:51 আমি আহিবলগীয়া টিউট’ৰিয়েলচত কমিত (commit) ৰ বিষয়ে অধিক আলোচনা কৰিম
07:56 পূৰণা গিত (Git) ভাৰ্চনে ষ্টেজিং এৰিয়া (staging area) ৰ পৰিবৰ্তে ইন্দেক্স (index) শব্দটো ব্যৱ্হাৰ কৰিছিলে
08:01 এতিয়া, আহক আমি চাওঁ কেনেকৈ ফাইলটোৰ নতুন পৰিবৰ্তনসমূহক ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ কৰা হয়
08:07 টাৰ্মিনেল (terminal) টোলৈ যাওঁ । মই প্ৰমপ্ত (prompt) টো খালী কৰো
08:11 লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) মাইপেজ (mypage) দত (dot) html আৰু এন্টাৰ (Enter) টিপক
08:19 গিত (Git) ৰ অৱস্থাটো চাবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
08:26 এতিয়া আপুনি বাৰ্তাটো দেখিব: “চেঞ্জেচ (Changes) তু বি (to be) কমিতেদ (committed):”
08:30 ই বুজায় যে ফাইলটো ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ হ’ল আৰু ই কমিত কৰিবলৈ সাজু
08:37 এতিয়া, আমি এই সময়ত আমাৰ ক’ডক ফ্ৰিজ (freeze) কৰিম
08:40 যেতিয়া আমি আমাৰ কামত এটা বিশেষ অৱস্থাত অৱতীৰ্ণ হওঁ, আমি সিহঁতক ৰেপ’জিত’ৰি (repository) টোত ছেভ (save) কৰিব পাৰো । ইয়াকেই কমিত (commit) বোলা হয়
08:49 প্ৰতিটো কমিত (commit) ইউজাৰনেম (username), ইমেইল-আইদি (email-id), দেত (date), টাইম (time) আৰু কমিত মেচেজ (commit message) ৰ তথ্যৰ সৈতে সংৰক্ষিত হয়
08:57 এতিয়া, আহক আমি কমিত (commit) কেনেকৈ কৰা হয় চাওঁ । টাৰ্মিনেল (terminal) টোলৈ যাওঁক আৰু লিখক: গিত (git) স্পেছ (space) কমিত (commit) আৰু এন্টাৰ (Enter) টিপক
09:07 কমিত মেচেজ (commit message) টো পাবলৈ gedit টেকস্ত (text) এদিতৰ (editor) স্বয়ংক্ৰিয়ভাবে খোল খায়
09:13 প্ৰথম শাৰীটোত, মই লিখিম: “ইনিচিয়েল কমিত (Initial commit)” কমিত মেচেজ (commit message) হিচাবে
09:18 আপুনি যিকোনো তথ্যদায়ক বাৰ্তা লিখিব পাৰে যি আপুনি বিচাৰে
09:22 ইয়াত, আপুনি হেচ (hash) ৰ সৈতে আৰম্ভ হোৱা কিছু শাৰী দেখিছে । আপুনি সিহঁতক তেনেদৰে এৰিব পাৰে বা দিলেত কৰিব পাৰে
09:30 অনুগ্ৰহ কৰি কমিত মেচেজ (commit message) টো হেচ (hash) শাৰীটোৰ আগত বা পাছত লিখক
09:35 ভৰিষ্যতত, এই কমিত মেচেজ (commit message) ৰ সৈতে, আমি এই অৱস্থালৈকে কি কৰিলো তাক চিনাক্ত কৰিব পাৰিম
09:41 মই ছেভ (save) কৰিম আৰু এদিতৰটো বন্ধ কৰিম
09:44 আপুনি কিছু সবিশেষ দেখিব, যেনে:

কমিত মেচেজ (commit message) টো আমি কিমান ফাইলচ পৰিবৰ্তিত কৰিলো আমি কিমান সন্নিবেশ কৰিলো আৰু ফাইলটোৰ নামটো

09:56 এতিয়া, আহক আমি গিত (git) ল’গ (log) কমান্ড ব্যৱ্হাৰ কৰি কমিত (commit) টোৰ সবিশেষ চাওঁ
10:00 লিখক:গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক
10:06 আমাৰ ৰেপ’জিত’ৰিত মাত্ৰ এটা কমিত (commit) আছে
10:09 ই এটা বিশিষ্ট ID দেখুৱায় যাক কোৱা হয় কমিত (commit) হেচ (hash) বা SHA-1 হেচ (hash)
10:16 SHA-1 হেচ (hash) ৰ বিষয়ে অধিক জানিবলৈ আমাৰ শ্লাইদসমূহ (slides) লৈ ঘূৰি যাওঁ
10:20 SHA-1 হেচ (hash) হৈছে 40 আলফা-নিউমেৰিক (alpha-numeric) কেৰেক্তাৰচৰ এটা বিশিষ্ট ID
10:25 গিতে তাৰ দাতাবেচটোত হেচ ভেলু (hash value) টোৰ দ্বাৰা সকলো তথ্য জমা কৰে
10:31 গিতৰ কমিত (Git commit) সমূহ SHA-1 হেচ (hash) টোৰ দ্বাৰা চিনাক্ত কৰা হয়
10:35 আপুনি SHA-1 হেচ (hash) ৰ গুৰূত্বটো ভবিষ্যতৰ টিউট’ৰিয়েলচত বুজিব
10:41 আহক আমাৰ টাৰ্মিনেল (terminal) টোলৈ যাওঁ
10:43 ই কমিত (commit) টোৰ সবিশেষ দেখুৱায় যেনে অথ’ৰ নেম (author name), ইমেইল এদ্ৰেচ (email address), দেত (date), টাইম (time) আৰু কমিত মেচেজ (commit message) টো যি আমি আগতে দিছিলো
10:56 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:00 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো:

গিত (Git) ৰেপ’জিত’ৰি (repository) আৰু গিতৰ (Git) কিছু প্ৰধান কমান্ডচ যেনে গিত (git) ইনিত (init), ষ্টেতাচ (status), কমিত (commit) আৰু ল’গ (log)

11:14 এটা অনুশিলনী হিচাবে- আপোনাৰ মেচিনত এটা দাইৰেক্তৰী (directory) নিৰ্মান কৰক আৰু তাক এটা ৰেপ’জিত’ৰি (repository) হিচাবে বনাওঁক
11:20 টেকস্ত ফাইল এটা বনাওঁক আৰু তাত কিছু উপাদান যোগ কৰক
11:25 ফাইলটো গিত (Git) ৰেপ’জিত’ৰি (repository) টোৰ ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ কৰক
11:29 ফাইলটো আপোনাৰ ৰেপ’জিত’ৰিলৈ (repository) কমিত (commit) কৰক আৰু
11:32 গিত (git) ল’গ (log) কমান্ড ব্যৱ্হাৰ কৰি কমিত (commit) সবিশেষটো চাওঁক
11:35 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
11:43 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:55 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান
12:02 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
12:08 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble