PERL/C3/Referencing-and-Dereferencing/Assamese
From Script | Spoken-Tutorial
Revision as of 10:42, 6 March 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. পার্লত Referencing and Dereferencing ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক' স্বাগতম. |
00:07 | এই টিউটোৰিয়েলত আমি:
Scalar References Array References Hash References Dereferences আৰু array/hash referencesৰ elements(উপাদানক) যোগ কৰা, অপসাৰণ কৰা, অ্যাক্সেস কৰা সম্পর্কে শিকিম. |
00:22 | এই টিউটোৰিয়েলৰ বাবে, মই ব্যবহাৰ কৰিছো:
উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম পার্ল 5.14.2 Gedit টেক্সট এডিটৰ |
00:33 | আপোনি আপোনাৰ পছন্দৰ যি কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰে. |
00:37 | আপোনাৰ এনেধৰনৰ জ্ঞান থকা উচিত:
পার্ল প্রোগ্রামিং এৰে ফাংশন আৰু হ্যাশ ফাংশন. |
00:43 | নহলে, এই ওয়েবসাইটত পার্লৰ প্রাসঙ্গিক টিউটোৰিয়েলত যাওক. |
00:49 | এটা ৰেফাৰেন্স কি? |
00:51 | এটা 'ৰেফাৰেন্স' এটা 'ভেৰিয়েবল, অ্যাৰে, হ্যাশ' , বা সাবৰুটিনৰ' ' এটা 'পয়েন্টাৰ' বা ঠিকনা' ' হয়. |
00:58 | ইয়াৰ উচৰত প্রত্যক্ষভাবে ডেটা নাথাকে. |
01:01 | 'ৰেফাৰেন্স' এটা সহজ, কম্প্যাক্ট 'স্কেলাৰ' মান হয়. |
01:05 | 'ৰেফাৰেন্সে' 'পার্ল' কোডৰ কর্মক্ষমতা উন্নত কৰিব যেতিয়া আপোনি ডাঙৰ ডাটা-স্ট্রাকচাৰক পাস বা উভতাই দিয়ে. |
01:12 | ই মেমৰি চেভ কৰে কাৰণ এটা মান পাছ কৰাতকৈ এইটোৱে এটা 'সাবৰুটিনত' ৰেফাৰেন্স পাছ কৰে. |
01:18 | জটিল 'পার্ল' ডাটা স্ট্রাকচাৰ পৰিচালনা কৰিবলৈ সহজ হৈ পৰে. |
01:22 | আমি শিকো এটা ৰেফাৰেন্স কীভাবে তৈয়াৰ কৰে. |
01:25 | ইয়াৰ আগত এটা 'ব্যাকস্ল্যাশ (\) দি আমি যি কোনো ভেৰিয়েবল, সাবৰুটিন বা মানৰ কাৰনে এটা' ৰেফাৰেন্স তৈয়াৰ কৰিব পাৰো. |
01:33 | এটা 'স্কেলাৰ ভেৰিয়েবল ' ইয়াত দেখোৱাৰ দৰে ব্যাকস্ল্যাশ আৰু ডলাৰ চিহ্ন ($)ৰ দ্ৱাৰা ৰেফাৰেন্স কৰা হয়. |
01:39 | এটা 'অ্যাৰে ভেৰিয়েবল' 'ব্যাকস্ল্যাশ আৰু at the rate(@)চিম্বলৰ দ্ৱাৰা ৰেফাৰেন্স কৰা হয়. |
01:45 | এটা হ্যাশ ভেৰিয়েবল ইয়াত দেখোৱাৰ দৰে ব্যাকস্ল্যাশ আৰু শতাংশ (%) চিম্বলৰ দ্ৱাৰা ৰেফাৰেন্স কৰা হয়. |
01:53 | ডি-ৰেফাৰেন্স কি হয়? |
01:55 | যেতিয়া এটা 'ৰেফাৰেন্স' 'ডি-ৰেফাৰেন্স কৰা হয়', প্রকৃত মান উভতি আহে. |
02:00 | 'ডি-ৰেফাৰেন্স' 'ৰেফাৰেন্স' ভেৰিয়েবলক কাৰ্লী বন্ধনীত সংযুক্ত(পৰিক্ষেপ) দ্বাৰা সম্পন্ন কৰা হয় |
02:06 | আৰু বাও কাৰ্লী বন্ধনীৰ আগত তাৰ 'ৰেফাৰেন্স'ৰ ধৰণ বাচকৰ কেৰেক্টাৰ আহে. |
02:12 | আহক আমি চাও, ভেৰিয়েবল "'ডি-ৰেফাৰেন্স কিভাবে কৰা যায়. |
02:16 | এটা 'স্কেলাৰ ভেৰিয়েবল ডলাৰ চিহ্ন ($) আৰু কাৰ্লী বন্ধনীৰ দ্বাৰা ডি-ৰেফাৰেন্স কৰা হয়. |
02:21 | এটা ' array' ভেৰিয়েবল at the rate (@) চিম্বল আৰু কাৰ্লী বন্ধনীৰ দ্বাৰা ডি-ৰেফাৰেন্স কৰা হয়. |
02:27 | এটা 'হ্যাশ ভেৰিয়েবল শতাংশ (%) চিম্বল আৰু কাৰ্লী বন্ধনীৰ দ্বাৰা ডি-ৰেফাৰেন্স কৰা হয়. |
02:33 | আমি Scalar reference আৰু dereferenceৰ বাবে এটা সহজ প্রোগ্রাম চাও. |
02:38 | আমি gedit টেক্সট এডিটৰত এটা নমুনা প্রোগ্রাম খুলো. |
02:43 | টার্মিনেল 'খোলক আৰু টাইপ কৰক :'gedit scalarRef dot pl ampersand আৰু এন্টাৰ টিপক. |
02:50 | পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক. |
02:55 | মই কোডটো ব্যাখ্যা কৰো. |
02:57 | প্রথম লাইনটো scalar variable '$a' হিচাবে ঘোষণা কৰা হয় আৰু 10লৈ সক্রিয়া(initialized) কৰা হয়. |
03:03 | আগতেই উল্লেখ কৰা ধৰনে, এটা স্কেলাৰ ভেৰিয়েবল ব্যাকস্ল্যাশ আৰু ডলাৰ চিহ্ন ($) দ্বাৰা 'ৰেফাৰেন্স' কৰা হয়. |
03:10 | এই লাইনটোৱে ৰেফাৰেন্স 'হিসাবে তৈয়াৰ হোৱা ভেৰিয়েবলৰ "মেমৰি অ্যাড্রেস 'প্রিন্ট কৰা হব'. |
03:16 | প্রকৃত মান প্রিন্ট কৰিবলৈ, ভেৰিয়েবলক কাৰ্লী বন্ধনীৰ পূর্বে $ চিম্বলৰ দ্বাৰা ডি-ৰেফাৰেন্স কৰা যায়. |
03:23 | ইয়াত,ref() ফাংচনে scalar বা array বা hashৰ নিচিনা "ৰেফাৰেন্স' টাইপক উভতাই(return) দিব. |
03:30 | এতিয়া, ফাইলটো চেভ কৰিবলৈ 'Ctrl + S' টিপক. |
03:34 | আমি প্রোগ্রামটো চলাও. |
03:36 | 'টার্মিনেলত' যাওক আৰু টাইপ কৰক: perl scalarRef dot pl আৰু এন্টাৰ টিপক. |
03:43 | আউটপুটটো দেখোৱাৰ দৰে প্রদর্শন কৰা হয়. |
03:46 | প্রথম লাইনটোৱে মেমৰি অ্যাড্রেস' দেখায় 'যত মান 10 সংৰক্ষিত কৰা হয়. |
03:51 | দ্বিতীয় লাইনটোৱে প্রকৃত মান 10 উভতাই দিয়ে. |
03:55 | Ref() ফাংশনে আউটপুট "SCALAR" হিচাবে উভতাই দিয়ে. |
03:59 | ইয়াৰ পিছত, আমি চাও যে এটা নমুনা প্রোগ্রাম ব্যবহাৰ কৰি 'ৰেফাৰেন্স' আৰু 'ডি-ৰেফাৰেন্স' কিভাবে তৈয়াৰ কৰে. |
04:07 | মোৰ উচৰত ইতিমধ্যে এটা নমুনা প্রোগ্রাম আছে. মই gedit টেক্সট এডিটৰত এইটোক খুলো. |
04:13 | 'টার্মিনেলত' , টাইপ কৰক: 'gedit arrayRef dot pl ampersand আৰু এন্টাৰ টিপক. |
04:20 | arrayRef dot pl ফাইলত, পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক . |
04:26 | মই এতিয়া কোড ব্যাখ্যা কৰো. |
04:28 | ইয়াত, প্রথম লাইনত, মই এটা অ্যাৰে '@color' ঘোষণা কৰিছো আৰু তিনটা মানৰ সৈতে এইটোক সক্রিয়া(initialized) কৰা হৈছে. |
04:35 | এইটোক backslash @colorৰ সৈতে "'ৰেফাৰেন্স কৰা হয় যি হৈছে অ্যাৰেৰ নাম আৰু ইয়াক $ colorRefত নির্ধাৰিত কৰা হৈছে. |
04:42 | 'প্রিন্ট' বিবৃতিয়ে 'ৰেফাৰেন্সৰ' মান আৰু 'ডি-ৰেফাৰেন্স'ৰ মান প্রিন্ট কৰিব. |
04:47 | এতিয়া, ফাইলটি চেভ কৰিবলৈ 'Ctrl + S' টিপক. |
04:51 | আমি প্রোগ্রামটো চলাও. |
04:53 | টার্মিনেলত যাওক আৰু টাইপ কৰক: perl arrayRef dot pl আৰু এন্টাৰ টিপক. |
05:00 | আউটপুটটো ইয়াত দেখোৱাৰ দৰে প্রদর্শন কৰা হয়. |
05:04 | প্রথম লাইনটোৱে ৰেফাৰেন্স হিসাবে তৈয়াৰ হোৱা ভেৰিয়েবলৰ মেমৰি অ্যাড্রেসৰ আউটপুট দেখায়. |
05:10 | দ্বিতীয় লাইনে ডি-ৰেফাৰেন্স হোৱা প্রকৃত মান দেখায়. |
05:16 | ইয়াৰ পিছত, আমি কিভাবে অ্যাৰেৰ বাবে direct reference ঘোষনা কৰে তাক চাও. |
05:21 | আমি আমাৰ প্রোগ্রামলৈ উভতি আহো. |
05:24 | মই এটা অ্যাৰেৰ বাবে direct referenceক দেখাবলৈ বিদ্যমান প্রোগ্রামক পৰিবর্তিত কৰিছো. |
05:29 | আপোনি ইয়াত দেখোৱাৰ দৰে বর্গাকাৰ বন্ধনী [ ] ব্যবহাৰ কৰি এটা অ্যাৰেৰ বাবে এটা direct reference তৈয়াৰ কৰিব পাৰে. |
05:35 | arrow operator (->)ক ব্যবহাৰ কৰক ডি-ৰেফাৰেন্সৰলৈ. |
05:39 | 'প্রিন্ট' বিবৃতিয়ে আউটপুট "Green" হিসাবে প্রিন্ট কৰিব. |
05:43 | ইয়াত, 'প্রিন্ট' বিবৃতিয়ে সূচক[1]ৰ মান লয় i.e আমাৰ প্রোগ্রামত 'Green". |
05:50 | ফাইল চেভ কৰিবলৈ 'Ctrl + S' টিপক. |
05:54 | 'টার্মিনেল'লৈ উভতি আহক আৰু টাইপ কৰক: perl arrayRef dot pl আৰু এন্টাৰ টিপক. |
06:03 | মই এটা উদাহৰণ দেখোৱাম যে কেনেকৈ একেই কোড ফাইলত কিভাবে direct hash reference ব্যবহাৰ কৰিব পাৰি.সেয়ে, geditলৈ যোৱা যাওক. |
06:11 | আপোনি ইয়াত দেখোৱাৰ দৰে কাৰ্লী বন্ধনী ব্যবহাৰ {} কৰি এটা হ্যাশত direct reference তৈয়াৰ কৰিব পাৰে. |
06:18 | এইটোক dereference কৰিবলৈ arrow operator (->) ব্যবহাৰ কৰক. hash key হৈছে “Name”. |
06:24 | এই কোডৰ ব্লকক দেখাবলৈ উভয় 'প্রিন্ট' বিবৃতিয়ে আউটপুট হিসাবে "সুনীল"ক প্রিন্ট কৰিব. |
06:31 | পৰবর্তী আমি চাম যে এটা নমুনা প্রোগ্রামৰ সৈতে "অ্যাৰে ৰেফাৰেন্সত" উপাদানক কিভাবে যোগ, অপসাৰণ, অ্যাক্সেস কৰিব পাৰে. |
06:39 | মোৰ উচৰত ইতিমধ্যে এটা নমুনা প্রোগ্রাম আছে. আমাকে 'gedit টেক্সট এডিটৰত মই এইটো খুলো. |
06:45 | টার্মিনেল 'টো খোলক আৰু টাইপ কৰক:' gedit arrayRefadd dot pl ampersand আৰু এন্টাৰ টিপক. |
06:54 | 'arrayRefadd.pl' ফাইলটো বর্তমানে 'geditত খোলা আছে. ইয়াত দেখোৱাৰ দৰে, আপোনাৰ ফাইলত কোড টাইপ কৰক. |
07:02 | প্রথম লাইনটোৱে অ্যাৰে সূচনা(initializes) কৰে. |
07:06 | আমি backslash @numarrayৰ সৈতে এটা অ্যাৰেক reference কৰিছো আৰু $refত নির্ধাৰিত কৰিছো. |
07:13 | এতিয়া, আমি চাও কিভাবে array referenceৰ পৰা এটা বিশেষ উপাদানক অ্যাক্সেস কৰিবলৈ পাৰি. |
07:19 | আমি এটা নির্দিষ্ট মানক অ্যাক্সেস কৰিবলৈ বর্গাকাৰ বন্ধনীত "[]" অ্যাৰে সূচকক ব্যবহাৰ কৰিব লাগিব আৰু ইয়াক ' 'ডি-ৰেফাৰেন্স' কৰিবলৈ 'arrow অপাৰেটৰ ব্যবহাৰ কৰিবলৈ প্ৰয়োজন হব. |
07:28 | 'প্রিন্ট' বিবৃতিয়ে সূচক [0]ৰ মান প্রিন্ট কৰিব. |
07:32 | 'push() ফাংশনে অ্যাৰে ৰেফাৰেন্সৰ শেষৰ অবস্থানত elements(উপাদান) যোগ কৰে. আমাৰ ক্ষেত্রত, বিদ্যমান অ্যাৰেৰ শেষলৈ 1, 2, 3, 4ত 5, 6, 7 যোগ কৰা হয়. |
07:47 | array referenceত যোগ কৰাৰ পিছত, এই 'প্রিন্ট' বিবৃতিয়ে আউটপুট দেখায়. |
07:53 | pop() ফাংশনে এটা 'অ্যাৰে ৰেফাৰেন্স' ৰ শেষৰ অবস্থানৰ পৰা এটা '(element)উপাদানক' অতৰুৱাই দিয়ে. |
07:58 | আমাৰ উদাহৰণত, 7ক বিদ্যমান অ্যাৰে ৰেফাৰেন্সৰ পৰা অতৰুৱা হব. |
08:03 | অ্যাৰে ৰেফাৰেন্সৰ পৰা অতৰুৱাৰ পিছত 'প্রিন্ট' বিবৃতিয়ে আউটপুট দেখায়. |
08:08 | এতিয়া, ফাইলটো চেভ কৰিবলৈ 'Ctrl + S' টিপক. |
08:11 | আমি প্রোগ্রামটো চলাও. |
08:14 | 'টার্মিনেললৈ' উভতি যাওক আৰু টাইপ কৰক: perl arrayRefadd dot pl আৰু এন্টাৰ টিপক. |
08:22 | ইয়াত দেখোৱাৰ দৰে আউটপুট প্রদর্শন কৰা হয়. |
08:26 | এতিয়া, আমি হ্যাশ ৰেফাৰেন্সৰ উপাদানক, যোগ অপসাৰণ আৰু একসেচ কৰিবলৈ আৰু এটা নমুনা প্রোগ্রাম চাও. |
08:34 | 'টার্মিনেলত টাইপ কৰক: gedit hashRefadd dot pl ampersand আৰু এন্টৰ টিপক. |
08:42 | এইটোৱে 'geditত hashRefadd.pl ফাইলেটো খুলিব. |
08:47 | মই এটা নমুনা প্রোগ্রাম ব্যাখ্যা কৰো. |
08:50 | মই এটা direct hash reference ঘোষণা কৰিছো যাক এটা scalar ভেৰিয়েবল $weektempত সংৰক্ষণ কৰা যাব পাৰে. |
08:57 | মই 'হ্যাশ ৰেফাৰেন্স' ক দেখাবলৈ কাৰ্লী বন্ধনী আৰু "ডি-ৰেফাৰেন্স'ৰ বাবে arrow operator ব্যবহাৰ কৰিছো. |
09:04 | এই কোডে সোমবাৰ পৰা শুক্রবাৰলৈকে তাপমাত্রা মান সঞ্চয় কৰে. |
09:09 | মই হ্যাশৰ চাবিৰে 'লুপ' কৰিবলৈ “keys” বিল্ট ইন ফাংশন ব্যবহাৰ কৰিছো. |
09:15 | 'প্রিন্ট' বিবৃতিয়ে হ্যাশৰ প্রতিটো উপাদানক প্রিন্ট কৰিব. |
09:19 | আমি ইয়াত দেখোৱাৰ দৰে আমি এটা 'উপাদান' ৰ বিশেষ মূল্য অ্যাক্সেস কৰিবলৈ পাৰো. |
09:25 | 'প্রিন্ট' বিবৃতিয়ে সোমবাৰৰ তাপমাত্রা প্রিন্ট কৰিব. |
09:29 | এতিয়া ফাইলটো চেভ কৰক. |
09:32 | টার্মিনেললৈ যাওক আৰু টাইপ কৰক:'perl hashRefadd dot pl আৰু আউটপুট চাবলৈ এন্টাৰ টিপক. |
09:41 | hash keys আৰু hash values বোৰ এটা ৰেন্ডম ক্রমত সংৰক্ষণ কৰা হয়. |
09:46 | প্রদর্শিত আউটপুট সেই ক্রমৰ সৈতে সম্পর্কিত নাই যত সেইবোৰক যোগ কৰা হৈছিল. |
09:52 | ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ অাহিছো. সংক্ষেপে. |
09:57 | এই টিউটোৰিয়েলত আমি
Scalar References Array References Hash References Dereferences আৰু array/hash referencesৰ elements(উপাদানক) উদাহৰনৰ সৈতে যোগ কৰা, অপসাৰণ কৰা, অ্যাক্সেস কৰা সম্পর্কে শিকিছো. |
10:14 | ইয়াতে আপোনাৰ বাবে এটা অনুশীলনী আছে. আমাৰ hashRefadd dot pl ফাইলত hash weektempত “Saturday” আৰু “Sunday” নামৰ দুটা নতুন কি যোগ কৰক. |
10:24 | কী “Saturday”ক শেষলৈ অতৰুৱাই দিয়ক. |
10:27 | হ্যাশ 'weektempক প্রিন্ট কৰক. |
10:30 | প্রোগ্রামক চেভ আৰু এক্সিকিউট কৰক. এতিয়া পৰীক্ষাৰ ফলাফল চাওক. |
10:35 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.দয়া কৰি ডাউনলোড কৰি চাওক. |
10:42 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
10:51 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
11:02 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |