PERL/C2/Hash-in-Perl/Assamese
From Script | Spoken-Tutorial
Revision as of 10:02, 5 March 2017 by Pratik kamble (Talk | contribs)
|
|
---|---|
00:01 | Perl’ত Hashৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম। |
00:05 | এই তিওতৰিয়েলত আমি শিকিম; |
00:09 | Perlত Hash আৰু |
00:11 | hashৰ এলিমেন্ত এক্সেচ কৰিবলৈ। |
00:14 | এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু |
00:16 | Ubuntu Linux12.04 অপাৰেতিং চিচতেম |
00:21 | Perl 5.14.2 আৰু |
00:24 | gedit টেক্সট এদিএদিতৰ। |
00:26 | আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে। |
00:30 | এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ Perlৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ জ্ঞান থাকিব লাগিব। |
00:38 | comments, loops, conditional statements and Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল। |
00:46 | অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক। |
00:52 | Hash এটা ক্ৰমত নথকা দাতাৰ হয়
|
00:56 | এইটো এটা ‘’’কি/ভেল্যো পেয়াৰ দাটা স্ত্রাকচাৰ । |
00:59 | Hash কিবোৰ অদ্বিতিয়।
অসাধারণ |
01:01 | পিছে Hashৰ প্রতিলিপি মূল্য / মান থাকিব পাৰে। |
01:05 | এইয়া Hashৰ দিল্রেৰেস্যন। |
01:08 | আহক আমি চাও Hash ৰ পৰা এতা ‘কি’ৰ ভেল্যু/মান কেনেকৈ পায়। |
01:12 | এতা কি’ৰ ভেল্যু/মান এক্সেচ/উপয়োগ কৰাৰ চিন্ত্যেক্স হয় |
01:17 | hashName কাৰ্লি ব্ৰেকেট খোলক single quote keyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক |
01:26 | ব’লক আমি এতা চেম্পল 'প্রগ্রেম বয়ৱহাৰ কৰি hash' বুজো। |
01:31 | মই আগতেই geditৰ perlHash dot plফাইলত ক’দ টাইপ কৰি থৈছো। |
01:37 | আপোনাৰ perlHash dot pl ফাইলত দেখোৱা ক’দ টাইপ কৰক। |
01:42 | Perlত Hash ‘%’ চাইনেৰে দিক্লেৰ কৰে। |
01:47 | এইয়া Hashৰ কি হয়। |
01:49 | আৰু এইয়াই Hashৰ ভেল্যু হয়। |
01:53 | মন কৰিব, Hashৰ কি উপয়োগ কৰিবলৈ এজনে dollar চাইন ব্যৱহাৰ কৰিব লাগিব। |
01:59 | ফাইল চেভ কৰিবলৈ Ctrl + S প্রেচ কৰক। |
02:02 | তাৰ পিছত তাৰমিনেল যাওক আৰু‘পাৰ্ল স্ক্রিপ্ত’ এইদৰে এক্জিক্যুত কৰক। |
02:08 | perl perlHash dot pl |
02:11 | আৰু এন্তাৰ প্রেচ কৰক। |
02:14 | আওতপোত তাৰমিনেলত দেখা পাম। |
02:19 | এতিয়া আচাম কি’বোৰ hashৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে। |
02:24 | যোগ কৰাৰ |
02:26 | চিন্ত্যেক্স হহ’ল dollar hashName কাৰ্লি ব্ৰেকেট খোলক |
02:30 | single quote KeyName single quote |
02:34 | কাৰ্লি ব্ৰেকেট বন্ধ কৰক equal to value semicolon |
02:40 | নাইকিয়া কৰিবলৈ delete dollar hashName কাৰ্লি ব্ৰেকেট খোলক |
02:46 | single quote KeyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক semicolon |
02:53 | আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো। |
02:58 | মই আগতেই hashKeyOperations dot pl ফাইলত ক’দ টাইপ কৰি থৈছো। |
03:05 | এইয়া hashৰ দিক্লেৰেস্বন হয়। |
03:08 | আমি hashৰ পৰা key যোগ আৰু নাইকিয়া কৰিম। |
03:13 | ইয়াতে আমি আগতেই বনোৱা hash'ত key যোগ কৰিম। |
03:18 | ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়। |
03:23 | দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়। |
03:27 | আমি কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে। |
03:31 | ফাইল চেভ কৰিবলৈ Ctrl+S প্রেছ কৰক। |
03:35 | তাৰমিনেললৈ যাওকে আৰু Perl script এক্জি্ক্যুত কৰক |
03:40 | perl hashKeyOperations dot pl |
03:44 | আৰু এন্তাৰ প্রেচ কৰক। |
03:47 | আওতপোত তাৰমিনেল’ত দেখা পাব। |
03:52 | ব’লক আমি চাও hash key আৰু valueবোৰ কেনেকৈ চৰ্ত্ কৰে। |
03:57 | sort keyৰ চিন্ত্যেক্স হ’ল- |
04:00 | sort ব্ৰেকেট খোলক keys percentage hashName ব্ৰেকেট বন্ধ কৰকsemicolon |
04:07 | ঠিক একেদৰেই আমি hash values sort এনেদৰে কৰিব পাৰো |
04:11 | sort ব্ৰেকেট খোলক values percentage hashName ব্ৰেকেট বন্ধ কৰক semicolon |
04:18 | ব’লক আমি এটা চেম্পল প্রোগ্রাম sorting ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো। |
04:24 | মই geditত থকা sortHash dot pl’লৈ বদলি হৈ ল’লো। |
04:30 | sortHash dot pl ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক। |
04:36 | ইয়াতে আমি এদ্রেছৰ hash দিক্লেৰ কৰিছো। |
04:41 | ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা sort' ফাঙ্কচ্যনৰ লগতে key ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো। |
04:49 | ই hash key বোৰ আখৰক্রমে চৰ্ত্ কৰে। |
04:54 | ঠিক একেদৰেই আমি hashৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো। |
04:59 | নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো। |
05:05 | ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক। |
05:09 | perl sortHash dot pl টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক। |
05:17 | আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব। |
05:22 | এতিয়া চাওচাও ব’ললক hashৰ কি আৰু মূল্য কেনেকৈ আনে। |
05:27 | Perlএ আমাক hash কি আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে। |
05:34 | কি-ফাঙ্কচ্যন hash ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে। |
05:40 | ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু |
05:46 | each ফাঙ্কচ্যনে hashৰ ওপৰতেই ইতাৰেত কৰে আৰু hashৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই। |
05:53 | এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো। |
05:57 | ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা perlHash dot pl স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম। |
06:07 | স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক; |
06:12 | ব’লক এতিয়া আমি ক’দটো বু্জো। |
06:15 | hashত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত hashৰ সকলো কি থাকে। |
06:22 | hashত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত hashৰ সকলো কিবোৰৰ মূল্য থাকে। |
06:30 | each ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই। |
06:34 | ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো। |
06:36 | ই প্রতিটো hashৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি each ফাঙ্কচ্যনে উভতাই। |
06:43 | Ctrl+S প্রেছ কৰি ফাইল চেভ কৰক। |
06:48 | এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি- |
06:53 | perl perlHash dot pl |
06:58 | আৰু এন্তাৰ প্রেছ কৰক। |
07:01 | তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম। |
07:05 | এতিয়া আমি hashৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম। |
07:10 | আমি প্রতিটো hashৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ foreach লোপ ব্যৱহাৰ কৰিব পাৰো। |
07:15 | তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো। |
07:20 | স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে। |
07:24 | ইয়াতে, foreach loopৰ ইতাৰেচ্যনে hashৰ কি $variableত এচাইন কৰিব। |
07:32 | তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ $variable ব্যৱহাৰ কৰিব। |
07:40 | ঠিক একেদৰেই আমি hash valuesৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে। |
07:47 | আম এটা চেম্পল প্রগ্রেম চাম। |
07:49 | সেইকাৰণে মই geditত loopingOverHash dot plলৈ যাম। |
07:55 | loopingOverHash dot plত দেখোৱাৰ দৰে ক’দ টাইপ কৰক। |
08:02 | এই ক’দে hashৰ এটা কি উভতাই। |
08:07 | আমাৰ এই কেছত, |
08:09 | প্রথমবাৰ dollar key ($key)ত Department কি হিছাপে আছে। |
08:15 | পাছৰ foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই। |
08:21 | মন কৰকঃ Hash এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয় |
08:26 | সেইকাৰণে, ঘূৰাই অনা কি’বোৰ hash বনোৱাৰ সময়ত থকা ক্রমত নেথাকে। |
08:33 | ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে। |
08:38 | Ctrl + S প্রেছ কৰি ফাইল চেভ কৰক। |
08:41 | তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু Perl script এনেদৰি এক্জিক্যুত কৰক |
08:46 | perl loopingOverHash dot pl |
08:50 | আৰু এন্তাৰ প্রেছ কৰক। |
08:53 | তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব। |
08:58 | আকৌ চমুকৈ চাও এই তিউতৰিয়েলত আমি শিকিলো- |
09:01 | Perlত থকা Hash আৰু |
09:03 | Hashৰ এলিমেন্ত এক্সেচ কৰা |
09:05 | চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি। |
09:08 | এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- |
09:11 | Hash দিক্লেৰ কৰক student name কি হিছাপে ৰাখি |
09:15 | আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে। |
09:18 | কি, ভেল্যু আৰু each ফাঙ্কচ্যন ব্যৱহাৰ কৰি hashৰ ওপৰত লোপ লগাই। |
09:24 | তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক। |
09:29 | তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। |
09:32 | স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। |
09:37 | আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে |
09:42 | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি |
09:49 | অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। |
09:53 | আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। |
10:02 | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। |
10:06 | ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। |
10:15 | এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।
|
10:26 | আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে। |
10:30 | এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
10:33 | লগত থকাৰ কাৰণে ধন্যৱাদ। |