Java-Business-Application/C2/Servlet-Methods/Assamese
From Script | Spoken-Tutorial
Revision as of 16:21, 27 February 2017 by Pratik kamble (Talk | contribs)
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. চাৰ্ভলেট মেঠদৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম । |
| 00:06 | এই টিউটৰিয়েলত আমি শিকিম : |
| 00:08 | JSP ব্যৱহাৰ কৰি এখন সৰল ল''গিন ফৰ্ম সৃষ্টি কৰিবলৈ' |
| 00:13 | doGet মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাছ কৰিবলৈ |
| 00.16 | doPost মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাছ কৰিবলৈ |
| 00.20 | doGet আৰু doPost মেঠদৰ পাৰ্থক্য |
| 00.25 | ইয়াত আমি ব্যৱহাৰ কৰিছো ""উবুন্তু ভাৰ্চন 12.04"" |
| 00.30 | নেটবীন্চ IDE 7.3 |
| 00.33 | JDK 1.7 |
| 00.36 | ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0 |
| 00.39 | নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে । |
| 00.43 | এই টিউটৰিয়েল বুজিবলৈ, আপুনাৰ । |
| 00.46 | Netbeans IDE ব্যৱহাৰ কৰি Core Java |
| 00.49 | HTML ৰ সামান্য জ্ঞান থকা উচিত |
| 00.51 | Java Servlets আৰু JSPৰ সামান্য জ্ঞান থকা উচিত |
| 00.56 | যদিহে নাই, তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক । |
| 01.00 | Library Management System ৰ সৃষ্টিৰে আমি আৰম্ভনি কৰিম |
| 01.06 | প্ৰথমে আমি home page খন সৃষ্টি কৰিম |
| 01.09 | home pageত এখন সৰল ল''গিন ফৰ্ম থাকিব' |
| 01.14 | ই বিশুদ্ধতা প্ৰাপ্য ব্যৱহাৰকাৰী সমূহক Library Management System ত ল''গিনৰ সুবিধা প্ৰদান কৰিব' |
| 01.20 | এতিয়া Netbeans IDE লৈ যাও আহক |
| 01.23 | আগতে সালসলনি কৰি ৰখা index. jsp পাঠলৈ যাও আহক |
| 01.30 | মই এই পাঠ খন সালসলনি কৰি আমাৰ home page সৃষ্টি কৰিছো |
| 01.35 | আমি ইয়াৰ শীৰ্ষক Home Page বুলি ৰাখিলো |
| 01.38 | ব'দীৰ ভিতৰত এখন টেব্ল আছে, ইয়াৰ বৰ্দাৰ ৰ মান হৈছে ১ |
| 01.44 | এই খিনিতে আপুনি ক'ড প্ৰত্যক্ষ কৰিব পাৰে |
| 01.47 | টেব্ল খনৰ ভিতৰত আমি এটা শীৰ্ষক দিছো, Welcome to Library Management System |
| 01.54 | তাৰ পাছত আমাৰ এটা অনুচ্ছেদৰ ট্যাগ আছে, ইয়াত এই বুলি থাকিব This is the home page for Library Management System |
| 02.03 | তাৰ পাছত আমাৰ এটা সংযোগ (hyperlink) আছে যিটোৱে visitorHomePage.jsp বুলি আন এটা পাঠলৈ নিৰ্দেশ দিব |
| 02.11 | আমি এই পাঠ খন পাছত সৃষ্টি কৰিম |
| 02.13 | তাৰ পাছত আমাৰ এখন অতিকৈ সৰল login form আছে |
| 02.18 | এই ফৰ্ম খনে ৰেজিস্তাৰ্ড ব্যৱহাৰকাৰী এজনক ল''গিন'ৰ সুবিধা প্ৰদান কৰে |
| 02.22 | ফৰ্ম খন সৃষ্টি কৰাৰ আগতে আপুনি GreetingServlet বোলা এটা চাৰ্ভলেট বনাব লাগিব |
| 02.28 | আগৰ টিউটৰিয়েলত বুজোৱাৰ দৰে এটা নতুন চাৰ্ভলেট বনোৱা |
| 02.35 | মন কৰিব যে চাৰ্ভলেটৰ নামটো GreetingServlet হয় |
| 02.39 | URLৰ পেটাৰ্ণটো GreetingServletPath হ'ব লাগিব |
| 02.44 | এই ফৰ্ম খনৰ দুটা ইন্পুট তথ্য আছে Username আৰু Password |
| 02.50 | ইয়াৰ এটা চাবমিট বুটাম আছে, ওপৰত লিখা আছে Sign In |
| 02.55 | তাৰ পাছত আমাৰ এটা অনুচ্ছেদৰ ট্যাগ আছে, ইয়াত addUser.jspলৈ এটা সংযোগ থাকিব |
| 03.03 | এই registration পাঠখন ৰেজিস্তাৰ নকৰা ব্যৱহাৰকাৰী সমূহৰ বাবে |
| 03.09 | এতিয়া GreetingServlet.javaলৈ যাও আহক |
| 03.14 | মন কৰিব যে GreetingServlet.java, org.spokentutorial পেকেজৰ অন্তৰ্গত |
| 03.23 | request objectৰ সহায়ত এই চাৰ্ভলেটে form data সমূহ সংগ্ৰহ কৰিব পাৰিব |
| 03.30 | এই servletয়ে controller হিচাপে কাৰ্য্য কৰিব |
| 03.33 | আপুনি মন কৰিব যে আমি controllerৰ বাখ্যা আগতে পাই আহিছো |
| 03.38 | চাৰ্ভলেটে controller হিচাপে কি কাৰ্য্য কৰে চাও আহক |
| 03.42 | request objectত ফৰ্ম দাটা সমূহ সন্নিৱিষ্ট হই থাকিব |
| 03.46 | ফৰ্ম দাটাৰ পাৰামিটাৰ সমূহ উদ্ধাৰ কৰাটোৱেই হ'ব আমাৰ প্ৰথম কাৰ্য্য |
| 03.51 | request objectত getParameter মেঠদ ব্যৱহাৰ কৰি এই কাৰ্য্য সম্পন্ন কৰা হয় |
| 03.57 | এতিয়া Netbeans IDEলৈ যাও আহক |
| 04.02 | doGet মেঠদৰ ভিতৰত টাইপ কৰিব |
| 04.04 | PrintWriter space out equal to response dot getWriter |
| 04.14 | তাৰ পাছত আমি ফৰ্ম দাটাৰ পাৰামিটাৰ সমূহ উদ্ধাৰ কৰিম |
| 04.18 | তাৰ বাবে পাছৰ শাৰীত টাইপ কৰিব |
| 04.20 | String space username' equal to request.getParameter ব্ৰেকেট আৰু ঊৰ্ধ কমাৰ অন্তৰ্গত userName চেমিকলন |
| 04.35 | মন কৰিব যে ইয়াত দিয়া userName হৈছে ফৰ্ম টেগত দিয়া ব্যৱহাৰকাৰীৰ নাম |
| 04.43 | একেদৰে আমি password উদ্ধাৰ কৰিম |
| 04.48 | তাৰ বাবে টাইপ কৰিব String space password equal to request.getParameter ব্ৰেকেট আৰু ঊৰ্ধ কমাৰ অন্তৰ্গত password চেমিকলন |
| 05.03 | তাৰ পাছত আমি আওতপুত ত User Name প্ৰীন্ট কৰিম |
| 05.08 | তাৰ বাবে পাছৰ শাৰীত টাইপ কৰিব |
| 05.10 | out dot println' ব্ৰেকেট আৰু ঊৰ্ধ কমাৰ অন্তৰ্গত Hello from GET Method plus username. |
| 05.21 | এতিয়া এই প্ৰজেক্ট ৰান কৰিবলৈ, MyFirstProjectত ৰাইট ক্লিক কৰিব |
| 05.27 | Clean and Buildত ক্লিক কৰিব |
| 05.29 | MyFirstProjectত আকৌ ক্লিক কৰিব, ৰান ত ক্লিক কৰিব |
| 05.35 | এতিয়া চাৰভাৰ আৰম্ভ হৈছে |
| 05.38 | ই MyFirstProject প্ৰস্তুত কৰিব |
| 05.41 | ব্ৰাউচাৰত home page প্ৰদৰ্শন হ''ব' |
| 05.45 | মন কৰিব যে পাঠটিৰ শীৰ্ষক হৈছে Home Page |
| 05.50 | আমি এখন সৰল ল'গিন ফৰ্ম দেখা পাম |
| 05.54 | Username আৰু Password দি চাও আহক |
| 05.58 | মই Username, arya বুলি টাইপ কৰিম |
| 06.02 | আৰু Password, arya*123 বুলি |
| 06.06 | তাৰ পাছত Sign Inত ক্লিক কৰিব |
| 06.09 | Hello from GET Method arya বুলি আওতপুত ত দেখা পাম |
| 06.15 | ক'ড খিনিত একো বৈধতা প্ৰদানৰ ব্যৱস্হা নথকাৰ বাবে ব্যৱহাৰকাৰী জনে ল'গিনৰ সুবিধা ল'ব পাৰিছে |
| 06.24 | পাছৰ টিউটৰিয়েলত আমি এই কাৰ্য্য কৰিম |
| 06.28 | এতিয়া URL লৈ মন কৰিব |
| 06.31 | ই হৈছে localhost colon 8080 slash MyFirstProject slash GreetingServletPath প্ৰশ্নমূলক চিহ্ন userName equal to arya and password equal to arya *123 |
| 06.49 | এটা প্ৰশ্নমূলক চিহ্নয়ে ফৰ্মৰ ডেটা খিনি পাঠৰ তথ্যৰ পৰা বিভক্ত কৰিছে |
| 06.56 | আমি দেখা পাম যে ফৰ্ম খনত দিয়া username আৰু password, URLত আছে |
| 07.05 | এতিয়া এই কাৰ্য্য সমূহ POST Method ব্যৱহাৰ কৰি চাও আহক |
| 07.10 | IDE লৈ ঘূৰি যাও আহক |
| 07.12 | doGet মেঠদৰ বাবে লিখা ক''ড খিনি কপী কৰি doPost মেঠদত পেষ্ট কৰিব' |
| 07.20 | POST মেঠদৰ println বাক্য শাৰী Helloলৈ পৰিৱৰ্তন কৰিব |
| 07.27 | index.jsp খুলি চাও আহক |
| 07.31 | ইয়াত ফৰ্ম টেগৰ মেঠদ এট্ৰিবীউত POSTলৈ পৰিৱৰ্তন কৰিব লাগিব |
| 07.37 | আপুনি এই ক'ড খিনি চাব পাৰে |
| 07.42 | আমি দেখা পাম form action equal to GreetingServletPath মেঠদ equal to POST |
| 07.49 | এতিয়া আমি এই প্ৰজেক্টটো ৰাণ কৰিম |
| 07.53 | MyFirstProjectত ৰাইট ক্লিক কৰিব আৰু তাৰ পাছত ৰাণ ত |
| 07.58 | GET মেঠদ ব্যৱহাৰ কৰি পোৱা আওতপুতৰ সৈতে একেই |
| 08.04 | আকৌ এবাৰ User Name আৰু Password টাইপ কৰিব |
| 08.08 | তাৰ পাছত Sign Inত ক্লিক কৰিব |
| 08.12 | মন কৰিব যে আমি POST Method aryaৰ পৰা Hello পাম |
| 08.17 | URLলৈ মন কৰিব |
| 08.19 | ই হৈছে localhost colon 8080 slash MyFirstProject slash GreetingServletPath |
| 08.25 | ইয়াত আমি URLত ফৰ্মৰ তথ্য পাবলৈ সক্ষম হোৱা নাই |
| 08.30 | এইটোৱেই হৈছে doGet আৰু doPost মেঠদৰ মাজত থকা এটা মূল বৈসাদৃশ্য |
| 08.35 | কেতিয়া GET অথবা POST মেঠদ ব্যৱহাৰ কৰিব লাগে শিকো আহক |
| 08.42 | GET মেঠদ ব্যৱহাৰ হই যেতিয়া |
| 08.44 | ফৰ্মখন সৰু আৰু তথ্যৰ হাৰ কম হয় |
| 08.48 | ব্যৱহাৰকাৰীয়ে তথ্যৰ বিষয়বস্তু URLত দেখা পাব হ''লে' |
| 08.53 | POST মেঠদ ব্যৱহাৰ হই যেতিয়া |
| 08.55 | ফৰ্মখন ডাঙৰ আৰু তথ্যৰ হাৰ বেছি হয় |
| 09.00 | ব্যৱহাৰকাৰীয়ে তথ্যৰ বিষয়বস্তু URLত দেখা নাপাবলৈ |
| 09.06 | উদাহৰণ: passwords |
| 09.08 | সাৰাংশ বৰ্ণনা কৰো আহক |
| 09.10 | এই টিউটৰিয়েলত আমি শিকিলো |
| 09.12 | JSP ব্যৱহাৰ কৰি এখন সৰল login ফৰ্ম সৃষ্টি কৰিবলৈ |
| 09.16 | doGet মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাচ কৰিবলৈ |
| 09.19 | doPost মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাচ কৰিবলৈ |
| 09.22 | doGet আৰু doPost মেঠদৰ মাজৰ পাৰ্থক্য |
| 09.26 | অনুগ্ৰহ কৰি এই টিউটৰিয়েল সম্পূৰ্ণ কৰি আগবাঢ়িব |
| 09.32 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
| 09.35 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 09.38 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 09.42 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
| 09.45 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 09.48 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 09.52 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 09.58 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 10.02 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 10.09 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro |
| 10.19 | Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে |
| 10.28 | তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে । |
| 10.32 | এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ । |