Java/C2/Creating-class/Assamese
From Script | Spoken-Tutorial
Revision as of 15:51, 27 February 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:02 | Creating Classesঅৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম। |
00:05 | এই টিউটৰিয়েলত আমি শিকিম, |
00:08 | বাস্তব জগতত এটা class |
00:10 | জাভাত এটা class |
00:12 | Java clasঅৰ গঠন |
00:14 | Java classঅৰ সিনট্যাক্স |
00:16 | আৰু Java classঅৰ এটা সহজ উদাহৰণ |
00:19 | ইয়াত আমি
উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো । |
00:30 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি Eclipseঅত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল কৰা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব । |
00:37 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:46 | এতিয়া চাও বাস্তব জগতত class কি হয়। |
00:50 | আমি এই যগতত যি চাব পাৰো, সকলো বোৰ অবজেক্ট। |
00:54 | আৰু সকলো অবজেক্টকক এটা বিশেষ শ্রেণীত শ্রেণীকৰণ কৰিব পৰা যায় |
00:59 | প্রতিটো শ্রেণীকে এটা class বোলা হয়। |
01:02 | উদাহরণস্বৰুপে মানুহ এটা শ্রেণী হয় । |
01:05 | আমি সকলো এই শ্রেণীৰ ভিন্ন অবজেক্ট। |
01:08 | আমাৰ সকলোৰে বিভিন্ন বৈশিষ্ট্য আছে যেনে চকো, ভৰি, হাত ইত্যাদি। |
01:13 | যি মানুহ শ্রেণী বোৰৰ কাৰনে সাধাৰণ হয়। |
01:15 | দেখা, খোযৱা, খোজ কৰা, ইত্যাদি এই ধৰনৰ আচৰণ মানুহ শ্রেণীৰ কাৰনে সাধাৰণ হয় । |
01:22 | এতিয়া চাও, জাভাত class কি হয় ? |
01:26 | class এটা প্রতিচিত্র হয় যৰ পৰা প্রতিটি বস্তু তৈয়াৰ কৰা হৈছে। |
01:31 | Java Class এৰ স্ট্রাকচাৰ : এটা classএ |
01:35 | variables নামৰ প্রোপাৰটিচ সমূহ |
01:37 | আৰু methods নামৰ আচৰন সমূহ সংজ্ঞা কৰে । |
01:40 | এতিয়া, ক্লাচক প্রকাশ কৰিবলৈ সিনট্যাক্স চাও। |
01:44 | modifier - class - classname কাৰ্লী ব্ৰেকেট্চৰ বান্ধনীত variable, constructor আৰু method declarations. |
01:52 | আমি এইবোৰৰ সম্পর্কে আসন্ন টিউটোরিয়েল বিস্তাৰিত ভাবে শিকিম । |
01:58 | এতিয়া Eclipse ব্যবহাৰ কৰি এটা সহজ class তৈয়াৰ কৰো । |
02:03 | আমি ইতিমধ্যে Eclipse খুলিছো । |
02:09 | এতিয়া এটা Project তৈয়াৰ কৰো । |
02:11 | সেয়ে Fileত ক্লীক কৰক, New ত যাওক আৰু Java Projectঅত ক্লীক কৰক |
02:20 | New Project Wizardত, প্রজেক্টেৰ নাম ডাঙৰ ফলা C আৰু D সৈতে ClassDemo নামেৰে ভৰাওক । |
02:34 | তাৰপিছত Finishত ক্লীক কৰক। |
02:38 | আমি দেখো যে ClassDemo নামৰ প্রজেক্টো বনোৱা হৈছে। |
02:43 | আমি এতিয়া Student নামৰ জাভা ক্লাস তৈয়াৰ কৰিম । |
02:47 | সেয়ে ClassDemoত সো ক্লিক কৰক, Newত যাওক আৰু Classত ক্লীক কৰক। |
02:56 | New Java Class wizardত name হিসাবে Student লিখক। |
03:03 | আমি দেখিব পাৰো যে ইয়াত modifier হল public. |
03:07 | এইটোৱে দেখোৱায় যে সেই ক্লচটো সকলো ক্লাসলৈ দৃশ্যমান হয় । |
03:11 | যদি ক্লাসৰ কোনো modifier নাথাকে, যি default হয়, ই খালি নিজস্ব প্যাকেজত দৃশ্যমান হয়। |
03:18 | আমি প্যাকেজবোৰৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত শিকিম। |
03:23 | ইয়াত মই public নির্বাচন কৰিছো । |
03:26 | method stubsত, public static void main নির্বাচন কৰক । |
03:31 | তাৰপিছত Finishত ক্লীক কৰক। |
03:36 | আমি দেখিব পাৰো যে Student নামৰ ক্লাসটো স্ৃস্টি হৈছে। |
03:40 | এতিয়া কমেন্টবোৰ মুছি পেলাও। |
03:51 | এটা Student ক্লাসত Name, Roll Number, Marks ইত্যাদি বৈশিষ্ট্য থাকিব পাৰে |
03:57 | সেয়ে Student ক্লাসত Roll Number আৰু Name নামৰ দুটি ভ্যাৰিয়েবল ঘোষিত কৰো । |
04:04 | সেয়ে, মই int roll আন্ডাৰস্কোৰ number সেমিকোলন টাইপ কৰিম |
04:14 | String name সেমিকোলন |
04:19 | সেয়ে মই দুটা ভ্যাৰিয়েবল ঘোষিত কৰিছো । |
04:22 | এতিয়া এটা ক্লাসত methods ও আছে। |
04:25 | সেয়ে মই StudentDetail নামৰ মেথড তৈয়াৰ কৰো । |
04:30 | এই মেথডে প্রত্যেক শিক্ষার্থীৰ বিস্তাৰিত বিৱৰণ দিয়ে। |
04:34 | সেয়ে void studentDetail টাইপ কৰো, তাৰপিছত ওপেন আৰু ক্লোস বন্ধনী, কাৰ্লী বন্ধনী খুলক । |
04:49 | এতিয়া এই মেথডে শিক্ষার্থীৰ ৰোল নম্বৰ আৰু নাম দিয়ে। |
04:53 | সেয়ে টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হত The roll number is, এটা number হিসাবে লিখিব পাৰে; ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, + roll_number সেমিকোলন। |
05:23 | পিছৰ লাইন টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত The name is, + name আৰু সেমিকোলন। |
05:40 | এতিয়া, মেন মেথডৰ মাজত আমি টাইপ কৰিম System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত We have created a class with two variables and 1 method. |
06:10 | এনেকৈ আমি Student ক্লাস তৈয়াৰ কৰিছো |
06:20 | এতিয়া Ctrl আৰু S কি একেলগে টিপি ফাইলটো সংৰক্ষণ কৰো। |
06:26 | এতিয়া Control আৰু F11 কি একেলগে টিপি প্রোগ্রাম আৰম্ভ কৰো। আমি এনেধৰনৰ পাও |
06:34 | We have created a class with 2 variables and 1 method |
06:38 | যেনে আমি মেন মেথডত লিখেছিলো । |
06:46 | সেয়ে আমি সফলভাবে এটা class তৈয়াৰ কৰিছো । |
06:50 | সেয়ে, এই টিউটোৰিয়েলত আমি ক্লাস আৰু জাভাযৰ ক্লাস কিভাবে তৈয়াৰ কৰে সেই সম্পর্কে শিকিলো । |
06:59 | আত্ম মূল্যাকনৰ বাবে, ভ্যাৰিয়েবল emp আন্ডাৰস্কোৰ number আৰু emp আন্ডাৰস্কোৰ name ৰ সৈতে Employee নামৰ এটা Class তৈয়াৰ কৰক। |
07:10 | আৰু printEmployee মেথড যি কর্মচাৰীৰ তথ্য প্রদর্শন কৰে। |
07:16 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
07:19 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] |
07:22 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:25 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:30 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
07:32 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
07:35 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
07:38 | * অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:44 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:48 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:55 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:04 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
08:07 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |