Linux/C2/Redirection-Pipes/Assamese

From Script | Spoken-Tutorial
Revision as of 16:33, 13 March 2013 by Udaya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
0:00:00 ৰিডাইৰেক্সন এণ্ড পাইপছ বিষয়ক স্পকেন টিউটৰিয়েলৈ আপোনাক স্বাগতম জনাইছে৷
0:07:00 মই ইউবান্টু ০৮ ব্যৱহাৰ কৰিছো৷
0:09:00 ইতিমধ্যে আপেনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষেয় এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু মুল ধাৰণা আছে
0:16:00 ঘদি আপুনি আগ্ৰহী নিম্নাক্ত ৱেবচাইটত আন এক স্পকেন টিউটৰিয়েলেৰ ডৰিয়তে উপলব্ধ৷
0:22:00 লিনাক্স, কেচ চেনচিটিড বুলি লক্ষ্য কৰিবা৷
0:25:00 অন্য ধৰণেৰে উল্লেখ নকৰিলে এই টিউটৰিয়েলত ব্যৱহাৰ কৰা সকলো কামেই ই লৱাৰ কেছ৷
0:32:00 লিনাক্সত আমি কৰ সৰহ সংখ্যাক কামেই টাৰমিনেলৰ ডৰিয়তে হয়৷
0:35:00 ঘেতিয়া এটা কমাণ্ড আমি কাৰ্ঘ্যকৰী কৰিব লগা হয়, সাধাৰণতে আমি কিবৰ্ডৰ জৰিয়তে টাইপ (ছপা কৰো৷
0:39:00 ধৰক, আামি তাৰিখ আৰু সময় উলিয়াব লাগে৷
0:41:00 আমি সহজকৈ কি বৰ্ডৰ ‘ডেট’ টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷
0:46:00 গতিকে আমি কি জৰিয়তে ঠিক মতে ইনপুত দিম৷
0:48:00 একেধৰণেৰে আমি দেখোঘে আমাৰ কামাণ্ডৰ আউটপুটবোৰ টাৰমিনেল উইনদতও দেখা পোৱা গৈছে৷
0:56:00 ধৰক কিছুমান কামাণ্ড কাৰ্ঘ্যকৰী কৰোতে কিছুমান দোষ ক্ৰটি ধৰা পৰে৷
0:59:00 উদাহৰণ হিচাপে আমি ‘সিএটি’ স্পেছ এএএ টাইপ কৰি এন্টাৰটো প্ৰেছকৰো৷
1:05:00 এতিয়া এএএ নামৰ কোনো ফাইলৰ স্থিতি নাই
1:08:00 গতিকে কোৱাৰ দৰে তাত এটা এৰৰ ডিচপ্লে হৈ থাকে৷
1:10:00 এতিয়া এই ডুলটো টাৰমিনেল উইণ্ড’ত আহিব৷ গতিকে আমি টাৰমিনেলত ডুল ৰিপটিং এটা দেখিম৷
1:20:00 এতিয়া ইনপুটিং, আউটপুটিং আৰু ডুল ৰিপটিং, কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্ঘ্য৷
1:24:00 পুনৰ নিৰ্দেশৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব সেইকেইটা হ’ল ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷
1:31:00 এটা লিনাক্স চেলে বেচৰ দৰে ইনপুট গ্ৰহণ কৰে আৰু আউটপুট এৰি দিয়ে চিকুৱেঞ্চৰ ৰুপত বা ষ্ট্ৰিমচ ৰ কেৰেক্তাৰৰ ৰুপত৷
1:37:00 এটাৰ আগত বা পাছত প্ৰতিটো কেৰেক্টাৰেই স্বাধীন৷
1:41:00 ফাইল ১০ টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমচবোৰ একচেচড কৰা হয়৷
1:44:00 এইটোৰ লগত কোনো সম্পৰ্ক নাই, কেচুৱেল ষ্ট্ৰিম অব্ কেৰেক্টাৰ আহে বা নাহে বা কোনো ফাইললৈ ঘায় নে, এখন কীবৰ্ড, এখন উইণ্ড ইত্যাদি৷
1:51:00 লিনাক্সত, সকলো খোলা প্ৰচেচৰ ফাইল ইন্টেজাৰ নম্বৰৰ লগত লগ হৈ থাকে৷
1:57:00 এইবোৰ নাম্বাৰিক ডেলুচ ফাইল দেচক্ৰিপটৰচ বুলি জনা ঘায়৷
2:05:00 লিনাক্স চেলবোৰে তিনিটা ষ্টেনৰ্ডাড আই/ও ষ্ট্ৰিম ব্যৱহাৰ কৰে৷
2:08:00 প্ৰত্যেকেই পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ হৈ থাকে৷
2:12:00 স্টিডিন হ’ল বিশেষ ইনপুট ষ্ট্ৰিমচ৷
2:15:00 এইটোয়ে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে৷
2:17:00 এইটোৰ ফাইল দেচক্ৰিপটৰ আছে৷
2:19:00 stdout হ’ল বিশেষ আউটপুট ষ্ট্ৰিম
2:22:00 এইটোয়ে আউটপুটৰ পৰা কামাণ্ডচ্ প্ৰদৰ্শন কৰে৷ ইয়াৰ ফাইল দেচক্ৰিপটৰ আছে৷
2:26:00 এচ ডি আৰ আৰ এটা বিশেষ ডুল ষ্ট্ৰিম৷ ই কমাণ্ডৰ পৰা ডুল ঘে ওলিয়াই দি প্ৰদৰ্শন কৰে৷ ইয়াত আছে ফাইল বিৱৰণকাৰী৷
2:36:00 ইনপুট ষ্ট্ৰিমে ইনপুটটো প্ৰগ্ৰেমলৈ ঘোগান ধৰে৷
2:40:00 ডিফল্টৰ ডৰিয়তে ইয়াৰক টাৰমিনেল কিষ্ট্ৰোকৰ পৰা লোৱা হয়৷
2:44:00 টাৰমিনেলটো প্ৰকৃততে এটা এএছচিআই আই টাই ৰাইটাৰ আছিল বা ডিচপ্লে টাৰমিনেল৷
2:47:00 কিন্তু এতিয়া এটা গ্ৰাফিকেল ডেক্সটপৰ ওপৰৰ বাবে এখন টেক্সট উইণ্ড৷
2:52:00 আমি দেখো ঘে, ষ্ট্ৰিমচ বোৰ ফাইল কিছুমানৰ লগত ডিফল্টৰ দ্বাৰা সংঘোগ কৰা থাকে৷
2:56:00 কিন্তু লিনাক্সত, আমি এই ডিফ্লট ব্যৱহাৰটো সলনি কৰিব পাৰো৷
3:01:00 এই প্ৰক্ৰিয়াটোক পুৰ্নিনিৰ্দেশ বুলি কোৱা হয়৷
3:04:00 আমরা এই 3 প্রবাহ অন্যান্য ফাইল সাথে সংযোগ করতে পারবে.
3:07:00 এই প্রক্রিয়াটি ফেরৎ বলা হয়.
3:09:00 এতিয়া আমি চাম কেনেকৈ ষ্ট্ৰিমত পুননিৰ্দেশ কৰা হয়৷
3:14:00 প্ৰথমে অৰমি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷
3:17:00 we redirect standardin from a file, using the < (left angled bracket) operator.
Let us see how.
এতিয়া আমি চাম কেনেকৈ৷
3:22:00 আমি জানো ঘে এটা ফাইলৰ সংখ্যা, শব্দ আৰু চৰিত্ৰ জানিবৰ বাবে আমি ডব্লিউ চি কমাণ্ড ব্যৱহাৰ কৰো৷
3:28:00 টাৰমিনেল উইণ্ড’ত ডব্লিউ চিটো টাইপ কৰক৷
3:31:00 এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
3:32:00 কি ঘটিল? আমি এটা ব্লিংকিং কচিৰ পাম৷ এইটো মানে কি বৰ্ডত এন্টাৰৰ প্ৰয়োজন৷
3:37:00 কিছুমান এন্টাৰৰ টেক্সট কয়, ‘‘এই টিউটৰিলেয়টো বৰ প্ৰয়োনজনীয়৷’’
3:46:00 এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
3:48:00 এতিয়া চিটিআৰএল আৰু ডি চাবিটো একেলগে হেঁচি দিয়ক৷
3:52:00 এতিয়া আমি এন্টাৰড বুলি কামাণ্ড টোৱে কাম কৰিব৷
3:55:00 কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুটত দিব৷
3:57:00 এতিয়া ইয়াত ডব্লিউচি কামাণ্ড পিছত কোনো ফাইল দিয়া নহয়৷
4:01:00 সেয়ে ইষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰে৷
4:04:00 এতিয়া কি বৰ্ডলৈ ডুল সংঘোগ কৰে৷ ষ্টেৰ্ডাড ইনপুত ষ্ট্ৰীম হব৷ গতিকে ডব্লিউ চত্ৰি কি বৰ্ডৰ পৰা ইনপুত লব৷
4:12:00 Now if we write
"wc space 'left-angled bracket" space test1 dot txt"
‘‘ডব্লিউ স্পেচ’’ লেফট এংগেল্ড ব্ৰেকেট স্পেচ জট টি এমটি৷
4:19:00 কি ঘটিল ঘে ফাইল টেষ্ট ১ ডট টিএক্সটিত ডব্লিউ সী এ লাইনৰ সংখ্যা, শব্দ আৰু চৰিত্ৰৰ বিষয়ে কব৷
4:27:00 Now type
"wc space test1 dot txt"
ডব্লিউ সী স্পেছ টেষ্ট ৰ ডট টেক্সট
4:34:00 আমি একোটা ফলকে দেখিম৷
4:37:00 গতিকে পাৰ্থক্যটো কি?
4:39:00 ঘেতিয়া আমি লিখো ডব্লিউ স্পেছ টেষ্ট ১ ডট টেক্সট কামাণ্ডটোৱে ফাইল টেষ্ট ১ ডট টেক্সট টো খোলে আৰু ইয়াৰ পৰা অধ্যয়ন কৰে৷
4:46:00 কিন্তু ঘেতিয়া আমি লিখো ডব্লিউ সি স্পেছ লেক্ট এংগেলড ব্ৰেকেট টেষ্ট ১ ডট টেক্সট তেতিয়াও কোনো খুলিবলৈ নাপায়৷
4:53:00 পৰিবৰ্ত্তে, ই ষ্টেনডাৰদিনৰ পৰা ইনপুটটো পিক আপ কৰাটো তদাৰক কৰে৷
4:57:00 এতিয়া আমি ষ্টেনডাৰডিনটোক ফাইল টেষ্ট ১ ডট টেক্সট লৈ নিৰ্দ্দেশ দিলো৷
5:01:00 গতিকে টেষ্ট ১ ৰপৰা কামাণ্ডটোৱে অধ্যয়ন কৰে৷
5:04:00 কিন্তু আচলতে আকস্মিক বিষয় ঘে ডাটাটো ষ্টেণ্ডাৰদিনলৈ ক’ৰ পৰা আহিল৷
5:10:00 গতিকে আমি দেখা পালো কেনেকৈ ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড এৰ’ৰ ৰি ডাইণেক্ট কৰে৷
5:12:00 ধৰক, এফাইল ডেছক্ৰিপ্তৰটোলৈ চাই চিংগল ৰাইট-এংগেল ব্ৰেকেট ৰি ডাইৰেক্টছ আউটপুত ক্ৰম ফাইল ডেছক্ৰিপ্তৰ টো এ ফাইল৷
5:17:00 ৰিডাইৰেক্ট আউটপুট বা এৰৰ টু এ ফাইল কৰিবলৈ দুই ধৰণৰ পথ আছে৷
5:20:00 Suppose, n refers to the file descriptor.
redirects output from file descriptor n to a file.
থেকে ফাইল বর্ণনাকারী n একটি ফাইল ফলাফল পুননির্দেশ.
5:29:00 আপুনি ফাইল ক্ষমতা বিষয়ে লিখিবই লাগিব৷
5:32:00 ঘদি ফাইলটোৰ স্থিতি নাথাকে, এইটো সৃষ্টি কৰা হয়৷
5:35:00 ঘদি এইটোৰ স্থিতি থাকে স্থিতি মুক্ত সুচী বাস্তৰিকতে কোনো সাৱধান নো হোবাকৈ শেষ হৈ ঘায়৷
5:40:00 এন ডাবল ৰাইট-এংগেল ব্ৰেকেটছ এ ফাইল ডেছক্ৰিপ্তৰ এন পৰা আউটপুতক এটা ফাইললৈ ৰি ডাইৰেক্ট কৰে৷
5:47:00 আকৌ আপুনি ফাইলটোলৈ অধিকাৰ লিখিবই লাগিব৷
5:50:00 ঘদি ফাইলটোৰ স্থিতি নাথাকে, এইটো সৃষ্টি কৰা হয়৷
5:52:00 ঘদি এইটোৰ স্থিতিশীল, আউটপুটটো স্থিতিশীল ফাইলৰ লগত সংলগ্ন হৈ ঘায়৷
5:59:00 n in n single right angle bracket or n double right angle bracket য়ে ফাইল ডেক্সক্ৰীপ্টৰক সূচায়৷
6:05:00 ঘদি এইটো বাদ দিয়া হয়, তেতিয়া ষ্টেনডাৰ্ড আউটপুট ঘেনেফাইল ডেচক্ৰিপ্তৰটোক গ্ৰহণ কৰা হয়৷
6:10:00 গতিকে ঠিক এটা ৰাইট এংগোল ব্ৰেকেট ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একেই৷
6:15:00 কিন্তু এৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ আপুনি ৰাইট এংগোল ব্ৰেকেট বা ডাবল ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব৷
6:22:00 এইটো আমি ব্যৱহাৰিক ডাৱে চাবলৈ চেষ্টা কৰিম৷
6:24:00 শেষৰ উদাহৰনৰ পৰা আমি দেখিলো ঘে এটা ফাইলৰ ওপৰত ডব্লিউ সী কামাণ্ডটো বা ষ্টেন্ডাৰ্ডিন টো টাৰ্মিনেল উইনডত প্ৰদৰ্শিত
6:31:00 কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিছাৰো?
6:34:00 আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷
6:38:00 ডুলৰ কৰিয়তে ডব্লিউ সী এষ্টেন্ডাৰ্ডআউটলৈ ইয়াৰ আউটপুট লিখে৷
6:42:00 ষ্টেন্ডৰ্ডাআউটটো টাৰ্মিনেল লৈ ডু সংঘোগৰ দ্বাৰা হয়৷
6:45:00 গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷
6:48:00 কিন্তু ঘদি আমি ষ্টেণ্ডাৰ্ড আউটটো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব, পাৰো, তেতিয়া আউটপুতটো ডব্লিউ সী কামাণ্ডৰ পৰা সেই ফাইললৈ লিখিব৷
6:57:00 Say we write
"wc space test1 dot txt 'right-angled bracket' wc_results dot txt" .
"বাথরূম স্থান test1 বিন্দু txt 'সমকোণী বন্ধনী' বিন্দু txt wc_results".
7:09:00 এন্টাৰ প্ৰেছ কৰক৷
7:11:00 এতিয়া চাবৰ বাবে ঘ’ত এইটো সচাকৈয়ে ঘটিছে, সী-এ-টী কামাণ্ডৰ ৰিজাল্টৰ সূচীখন আমি প্ৰদৰ্শন কৰিব পাৰো৷
7:23:00 হয়, ইয়াৰ আছে৷
7:24:00 ধৰক একেখন ডাইৰাক্টৰীত আমি অন্য এটা ফাইল টেষ্ট ২ আছে৷
7:30:00 Now we again execute the command with test2 file. We type
"wc space test2 dot txt 'right-angled bracket' wc_results dot txt"
"বাথরূম স্থান test2 বিন্দু txt 'সমকোণী বন্ধনী' বিন্দু txt wc_results"
7:44:00 গতিকে ফাইল ডব্লিউ সী ৰিজল্টবোৰৰ সুচীবোৰ অডাৰ ৰাইটেন হ’ল হেতেন৷
7:48:00 এইটো চাওঁ আহক৷
7:56:00 ইতিমধ্যে file wc underscore results dot txt" ৰ বৰ্ত্তমানৰ সূচীবোৰ নতুন সূচীবোৰ ওপৰাওপৰিকৈ লিখা নহয়৷
8:07:00 wc underscore results dot txt ফাইলৰআগতে উপস্থিত থকা নতুন কনটেক্সটত অডাৰ ৰাইট কৰা নহব৷
8:15:00 এইটোও আমি চাওঁ আহা৷
8:26:00 বিশেষ ডুলটো একেদৰেই ৰিডাইৰেক্ট কৰা হৈছে৷
8:29:00 মাত্ৰ পাৰ্থক্য এইটো ঘে ইয়া (আমি উল্লেখ কৰা প্ৰয়োজন ঘে) ৰাইট এনগেলে ব্ৰেকেট বা ডাবোল ৰাইট এংগোল ব্ৰেকেট চাইনৰ আগত বিশেষ ডুলৰ ফাইল দেচক্ৰিপ্টৰ নম্বৰটো উল্লেখ কৰা প্ৰয়োজন৷
8:38:00 Like we know that their exists no file by the name aaa write the following
"wc space aaa"
"wc space aaa"
8:46:00 চেলটোয়ে ডুলটো দিব এনে কোনো ফাইল বা ডাইৰেক্টৰি নাই৷
8:50:00 এতিয়া আমি কোনো ডুল খবৰ স্ক্ৰিনত চাব নিবিচাৰো ৷ সিহঁতক কিছুমান অন্য বেলেগ ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি৷
8:55:00 For this we may give the command
"wc space aaa space 2 'right-anged bracket' errorlog dot txt"
"wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷
9:06:00 এতিয়া ডুলটো টাৰমিনেলত দেখুৱা নহ’ব বৰং এইটষা ফাইলৰ errorlog dot txt হে লিখিব৷
9:12:00 we can see this by the command
"cat space errorlog dot txt"
"cat space errorlog dot txt"
9:22:00 Now suppose that I make some other error by running the command
"cat space bbb space 2 'right-angled bracket' errorlog dot txt".
"wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷
9:34:00 আগৰ ডুলটো অ’ডাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷
9:39:00 চোৱা cat space errorlog dot txt"
9:46:00 But what if we want to list all errors??
"wc space aaa space 2 'right-angled bracket' twice errorlog dot txt"
"wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷
9:58:00 আমি এইটো কেট কামাণ্ড ব্যৱহাৰ কৰি চেক কৰিম৷
10:06:00 আমি দেখিছো কেনেকৈ তিনিটা ষ্ট্ৰিমে ষ্ট্ৰোণ্ডাৰ্ড আউট, ষ্টেণ্ডাৰ্ড ইন আৰু ষ্টেণ্ডাৰ্ড ইৰতে বেলেগ বেলেগ ৰিডাৰেক্টআৰু মেনপুলেট কৰিছে৷ কিন্তু প্ৰকৃত শক্তিটোক জুখিব ঘেতিয়া আমি ষ্ট্ৰিম কেইটাক একলগে মেনিপুলেট কৰিব পাৰোঁ৷ ঘিটো বেলেগ - বেলেগ ষ্ট্ৰিমক লগত সংঘুক্ত হৈ থাকে৷
10:20:00 এই পদ্ধতিকটোক পাইপলাইনিং বোলে৷
10:22:00 পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
10:25:00 চেইনটোত পাছৰ কামাণ্ডটোৰ ইনপুটটোলৈ এটা কামাণ্ডৰ আউটপুটটো এডাল পাইপে সংঘোগ কৰে৷
10:30:00 It looks like
কামাণ্ডডাৰটিকেল বাৰ কামাণ্ড হাইফনে অপচন ডাৰটিকেল বাৰ কামাণ্ড হাইফেন অপচন হাইফনে ডাৰটিকল বাৰ কামাণ্ড৷
10:46:00 ধৰক আমি মুঠ ফাইলৰ সংখ্যা আৰু কাৰেন্ট ডিৰেক্টৰীত থকা ডিৰেক্টৰীৰ কথা জানিবলৈ বিছাৰো৷
10:51:00 What we can do? We know
"ls space minus l" will list all files and directories of the present directory.
"ls space minus l" য়ে প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷
10:58:00 We can redirect the output to a file
"ls space minus l 'right-angled bracket' files dot txt"
"ls space minus l 'right-angled bracket' files dot txt"
11:08:00 Run "cat space files dot txt"
11:14:00 এতিয়া প্ৰত্যেকটো লাইনেই এটা ফালৰ বা ডিৰেক্টৰীৰ নাম৷
11:17:00 গতিকে ঘদি আমি এই ফাইলত মুঠ লাইনৰ সংখ্যা জোখে আমি ফাইলচ ডট টেক্সট টো আমাৰ উদ্দশ্যৰ কামত ব্যৱহাৰ কৰিব৷
11:24:00 এইটো আমি কৰিব পাৰো কামাণ্ডটো "wc space minus l files dot txt" ব্যৱহাৰ কৰি৷
11:32:00 ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷
11:35:00 প্ৰথমতে আমাক এটা ইন্টাৰমিডিয়েট ফাইলৰ দৰকাৰ here files dot txt .
11:40:00 ঘদি প্ৰথম কামাণ্ডটোৱে কিছু তথ্য প্ৰস্তুত কৰে, ডিচ মেমৰীটো অ প্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷
11:46:00 ঘদি আমি চেইন চেডেৰেল কামাণ্ডো বিচাৰো এই পদ্ধতিটোলেহেম৷
11:50:00 We can do it much easily using pipes like this . We write
"ls space minus l 'vertical bar' wc space minus l"
"ls space minus l 'vertical bar' wc space minus l"
12:01:00 আৰু অতি সহজতে আমি একোফল পাব পাৰো৷
12:06:00 কামাণ্ডৰ বাবে ইনপুত হিচাপে কামাণ্ডৰ পৰা আউটপুতটো ঘায়৷
12:10:00 পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো ঘোৰা কৰিব পাৰো৷
12:15:00 পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল মাল্টিপেজ ডিচপ্লেছৰ অধ্যয়ন৷
12:19:00 টাইপ কৰক "cd space slash user slash bin".
12:24:00 গতিকে আমি এতিয়া বিন ডাইৰেক্টৰীত আছো৷
12:28:00 এতিয়া "ls minus l" ৰান কৰক৷
12:31:00 আমি আউটপুতটো ঠিক মতে চাৰ নোৱাৰো৷ কিন্তু ঘদি আমি এইটো এটা পাইপৰ লগত সংঘোগ কৰিবলৈ ব্যৱহাৰ কৰো তাক পাৰিম৷
12:37:00 তালিকাৰমাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷
12:41:00 ইয়াৰ পৰা উলাই আহিবলৈ ‘কিউ’ প্ৰেছ কৰক৷
12:45:00 এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷
12:48:00 আৰু বহুতো অধিক কামাণ্ড আছে৷
12:50:00 তদুপৰি কামাণ্ডৰ প্ৰতিটোৰেই ঘি বিলাক আমি দেখিছিলো অনান্য বহুতো অপছন আছে৷
12:54:00 মেনটো ব্যৱহাৰ কৰি সেইবোৰৰ বিষয়ে অধিক চাবলৈ মই আপোনাক উৎসাহ ঘোগওঁ৷
12:58:00 কামাণ্ড শিকিবলৈ আটাইতলৈ ডাল উপায় টো হ’ল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো৷
13:04:00 এইটোৱে মোক টিউটৰিয়লৰ শেষলৈলৈ আনিব৷
13:07:00 স্পকেন টিউটৰিয়েলছ টিটছাৰ প্ৰজেক্টৰ কথাৰ এটা অংশ ৰ জৰিয়তে শিক্ষা বিষয়ত নেচনেল মিচনে সমৰ্থন কৰিছে৷
13:15:00 অধিক তথ্যৰ বাবে এই একে বিষয়ত নিম্নাক্ত লিংকত উপলব্ধ৷
13:19:00 এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷

Contributors and Content Editors

Mousumi, Udaya