LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Assamese

From Script | Spoken-Tutorial
Revision as of 12:44, 27 February 2017 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
00:07 এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে:
00:10 অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়.
00:12 অঙ্কনত লেখা ফৰ্মেত কৰা আৰু
00:15 টেক্সট বক্সৰ লগত কাম কৰা
00:17 আমি আৰু শিকিম:
00:19 indent সেত কৰা, space আৰু text align কৰা
00:22 ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা
00:26 'কলআউটসত text বা লেখা বহোৱা
00:29 লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি:
00:31 ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি
00:35 লাইন আৰু এৰো সহ
00:37 ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি
00:42 ইয়াত আমি,
00:44 উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো.
00:52 ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো
00:57 আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম
01:04 বগা মেঘৰ দলটিক নির্বাচন কৰক
01:06 দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক
01:10 শীর্ষ মেঘটি নির্বাচন কৰক
01:13 এতিয়া অঙ্কন টুলবাৰ পৰাটেক্সট টুল নির্বাচন কৰো
01:17 আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে
01:23 এইটি টেক্সট কার্সাৰ হয়
01:25 লিখক “Cloud Formation”
01:29 এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক
01:33 অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক
01:37 দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক
01:42 আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো
01:45 বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব
01:50 পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো।
01:53 আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক
01:57 প্রতিটো মেঘত লিখক “Rain Cloud”
02:02 যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়
02:07 সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো
02:11 লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ক্যাৰেক্টাৰ
02:17 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে
02:20 “Font Effects” ট্যাব-ত ক্লিক কৰক
02:23 “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক
02:28 OK ক্লিক কৰক
02:30 ফন্টৰ ৰ বগালৈ পৰিবর্তন হয়
02:33 একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক
02:38 লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ক্যাৰেক্টাৰ
02:43 “Font color”ত নির্বাচন কৰক "হোয়াইট"
02:46 দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক
02:50 একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক
02:58 আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব
02:59 যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে
03:05 আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা
03:13 আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে
03:16 'কনটেক্সট মেনুৰ পৰা অথবা
03:18 প্রধান মেনুৰ পৰা
03:21 প্রধান মেনুৰ পৰা character ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ক্যাৰেক্টাৰ নির্বাচন কৰক
03:28 প্রধান মেনুৰ পৰা paragraph ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু প্যাৰাগ্রাফ নির্বাচন কৰক
03:36 ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক
03:43 অঙ্কন টুল বাৰ পৰা "লাইন" নির্বাচন কৰক
03:46 কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক
03:54 এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব
04:01 স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে
04:04 এতিয়া, line wider বনোৱা যাওক
04:07 লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক
04:11 "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে
04:16 "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক
04:20 “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক
04:24 প্রস্থ ক্ষেত্রত মান লিখক '70'
04:29 OK ক্লিক কৰক
04:31 আমি এই লাইনটি বহলোৱাই দিয়ো
04:34 ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো
04:39 প্রথমে, টেক্সট" টুল নির্বাচন কৰক
04:42 অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প
04:46 অঙ্কন পৃষ্ঠালৈ যাওক
04:49 এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে
04:55 ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক
04:57 এটি টেক্সট বক্স প্রদর্শিত হৈছে
05:01 ইয়াত, লিখক “Ground water table
05:05 টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক
05:12 উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক
05:19 এই একেই পদ্ধতিত
05:22 ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক
05:30 এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক
05:33 এটি বর্গক্ষেত্র আঁকক
05:35 লিখক “This is a square
05:38 A square has four equal sides and four equal angles. Each angle in a square is ninety degrees
05:46 The square is a quadrilateral”
05:50 টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক
05:54 লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক
06:00 এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক
06:03 এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ
06:12 বাওফালৰ এৰোটো নির্বাচন কৰা যাওক
06:14 এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক
06:18 এটা মিদ্দিল এৰো নির্বাচন কৰক
06:21 এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক
06:25 তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব
06:31 এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব
06:37 অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক
06:43 ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক
06:47 বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক
06:51 আপোনি এটি বক্র ৰেখা অাকিছে
06:53 এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক
06:58 সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas”
07:06 পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক
07:08 লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে
07:12 লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয়
07:18 লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক
07:22 লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক
07:25 কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক
07:30 পৃষ্ঠাত ক্লিক কৰক
07:32 লেখাখিনি এলাইন হৈছে
07:35 কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে
07:41 কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক
07:45 লেখাখিনিত ক্লিক কৰক
07:47 “Evaporation from rivers and seas”
07:50 টেক্সট খিনি এতিয়া অনুভূমিক হয়।
07:53 লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো
07:58 Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২
08:02 ফন্টৰ আকাৰ পৰিবর্তিত হৈছে
08:05 এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক
08:09 Evaporation from soil
08:12 Evaporation from vegetation
08:17 Run off water from the mountains
08:22 এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম
08:26 বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব
08:32 অঙ্কন টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক
08:37 তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক
08:42 মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক
08:46 কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক
08:50 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে
08:53 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক
08:56 2 বিন্দু আৰু 1 ড্যাশ
08:58 ক্লিক কৰক 'OK ' .
09:00 আমি এটি বিন্দুযুক্ত এৰো টানিছো
09:02 এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো
09:06 এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক
09:12 এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো
09:21 "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক
09:28 অঙ্কন টুলবাৰ পৰা, টেক্সট টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক
09:35 ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds”
09:41 অঙ্কন টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক
09:44 আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক
09:48 ইয়াৰ ভিতৰত লিখক 'condensation to form rain'
09:53 প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক
09:57 এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক
10:02 পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক
10:07 টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো
10:16 আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে
10:20 এতিয়া, কলআউটস সম্পর্কে জানা যাওক
10:22 কলআউটস কি ?
10:24 এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা
10:29 এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই
10:33 উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত।
10:36 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে
10:39 ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক
10:42 প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide'
10:47 এটি নতুন পাত যুক্ত হৈছে
10:50 এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক
10:54 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক
10:59 বিভিন্ন কলআউট প্রদর্শিত হৈছে
11:01 ৰেকটেংগুলাৰ কল আউটত' ক্লিক কৰক
11:04 কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক
11:10 আপোনি এটি 'কল আউট' আকিছে
11:12 আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব
11:18 ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example”
11:25 ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল
11:30 এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে:
11:33 অঙ্কনত লেখা যায়
11:35 অঙ্কনত লেখাৰ সজ্জা
11:38 টেক্সট বক্সৰ সৈতে কাম
11:40 ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন
11:44 লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি
11:46 কলআউটসত লিখা
11:50 এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে
11:53 এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক
12:00 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক
12:03 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
12:06 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
12:11 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
12:13 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
12:17 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
12:20 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক
12:27 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
12:31 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12:39 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
12:50 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

}

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble