Java/C2/Getting-started-Eclipse/Assamese
From Script | Spoken-Tutorial
Revision as of 18:41, 22 February 2017 by PoojaMoolya (Talk | contribs)
Time' | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Getting started with Eclipseৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্ৱাগতম জনালো । |
00:06 | এই টিউটৰিয়েলত আমি শিকিম |
00:08 | কেনেকৈ ইক্লিপ্চত এটা প্ৰজেক্ট বনাব আৰু এটা ক্লাছ যোগ কৰিব পাৰি। |
00:12 | কেনেকৈ জাভা প্ৰোগ্ৰাম লিখিব পাৰি আৰু |
00:14 | আৰু ইক্লিপ্চত কেনেকৈ জাভা প্ৰোগ্ৰাম এটা চলাব পাৰি । |
00:18 | এই টিউটৰিয়েলৰ বাবে আমি ব্যৱহাৰ কৰিম
Ubuntu 11.10, Eclipse 3.7 |
00:25 | এই টিউটৰিয়েলটো অণুসৰণ কৰিবলৈ |
00:28 | আপোনাৰ চিচটেমত ইক্লিপ্চ ইন্চটল হৈ থকা হ‘ব লাগিব । |
00:30 | যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক টিউটৰিয়েল আমাৰ ৱেবচাইটত পৰিদৰ্শন কৰক । |
00:39 | Eclipse হৈছে এটা Integrated Development Environment । |
00:42 | এইটো এটা টুল হয় য‘ত এজনে জাভা প্ৰোগ্ৰামবোৰ অতি সহজে লিখা, ডিবাগ কৰা আৰু ৰান কৰিব পাৰে |
00:50 | এতিয়া ইক্লিপ্চ খোলো আহক। |
00:55 | Alt F2 প্ৰেচ কৰক আৰু ডাইলগ বক্সত , eclipse লিখি এন্টাৰ টিপক । |
01:08 | আমি এটা Workspace Launcher ডাইলগ বক্স পাও । |
01:11 | workspace এটা জেগা হয় য‘ত আপোনাৰ প্ৰজেক্ট সম্বন্ধিয় সকলো দেটা আৰু ইক্লিপ্চ সম্বন্ধিয় ফাইল বোৰ সংৰক্ষণ কৰা হয় । |
01:19 | তাতে ইতিমধ্যে এটা জেগা আছে যিটো দিফল্ট লোকেছন বোলি কোৱা হয় । |
01:24 | ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি এটা বিভিন্ন ডিৰেক্টৰীও বাচিব পাৰি । |
01:27 | এতিয়াৰ বাবে দিফল্ট ডিৰেক্টৰীৰ সৈতে আগবাঢ়ো । |
01:30 | আগ বাঢ়িবলৈ OK ত ক্লিক কৰক । |
01:39 | আপোনাৰ আগত Welcome to Eclipse পাঠ এখন আছে । |
01:46 | পাঠখনৰ ওপৰৰ ভাগত সোঁ কোনত থকা Workbenchত ক্লিক কৰক । |
01:52 | আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা প্ৰজেক্ট যোগ কৰো আহক। |
01:57 | প্ৰথমে File যাওক তাৰ পিছত New আৰু Project বাচনি কৰক । |
02:05 | প্ৰজেক্টৰ তালিকাত Java Project বাচক । |
02:10 | আৰু মন কৰিব যে আমি প্ৰায়েবোৰ টিউটৰিয়েলৰ বাবে java project ব্যৱহাৰ কৰিম Nextত ক্লিক কৰক |
02:19 | প্ৰজেক্টৰ নামত EclipseDemo বুলি লিখক। |
02:30 | এটা অপচনলৈ মন কৰক যত লিখা থাকিব use default location । |
02:34 | যদি এই অপচনটো বাচানি কৰা হৈছে, EclipseDemo প্ৰজেক্টৰ তথয়বোৰ দিফল্ট ৱৰ্কস্পেচত সংৰক্ষণ কৰা হয় |
02:41 | যদি এইটো বাছনি হোৱা নাই ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি । |
02:47 | এতিয়াৰ বাবে আমি ডিফল্ট লোকেছনটো ব্যৱহাৰ কৰিম । |
02:52 | ৱিজাৰ্দৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক |
03:00 | আমি ইয়াত এটা “Open Associated Perspective” নামৰ ডাইলগ বক্স দেখা পাম |
03:04 | ই ইক্লিপ্চত থকা বস্তু বোৰক ৰেফাৰ কৰে |
03:09 | ডাইলগ বক্সএ জাভা দেভলপমেন্টৰ উপযুক্ত এটা স্ৱৰুপক বুজাই |
03:20 | “remember my decision” বাছনি কৰক আৰু “Yes” ত ক্লিক কৰক। |
03:27 | প্ৰোজেক্টৰ সৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া প্ৰোজেক্ট লৈএটা ক্লাচ যোগকৰো। |
03:37 | প্ৰোজেক্ট ত সো ক্লিককৰক, “new” আৰু “class” ত বাছনি কৰক। |
03:46 | ক্লাছ নেমত “Demo Class” বুলিদিয়ক। |
03:55 | মন কৰিব যে মোদিফায়াৰত আমাৰ হাতত দুটা অপচন আছে, যি কেইটা হ’ল “Public” আৰু “Default” । |
03:59 | এতিয়াৰ কাৰণে Public হিছাপে লওক । |
04:01 | দ্বিতীয় অপচন বোৰপিছৰ টিউটৰিয়েল তআলোচনাকৰাহব। |
04:06 | আৰু Method Stubs ৰ তালিকা অপচন টোৰ পাছতযি হয় “public static void main”। |
04:15 | পিছৰ অপচন বোৰ আহিব লগিয়া টিউটৰিয়েল তআলোচনাকৰাহব। |
04:19 | ৱিজৰ্দৰ সো-কোণ ৰ তলত থকা “Finish” ত ক্লিক কৰক। |
04:30 | আৰু ইয়াত আমাৰ “Class File” আছে । |
04:35 | মন কৰক যে তাতে বহুতো পাৰ্টিছন আছে, যাক কোৱা হয় “Portlets” । |
04:41 | আমাৰ ওচৰত “Package Explorer” আছে যিয়ে “File Browser” ৰনিচিনাদেখুৱাই। |
04:46 | আমাৰ ওচৰত “এদিটৰ” পৰ্টলেট্স আছেয’তআমি কোদ লিখো। |
04:50 | আৰু আউটলেত পৰ্টলেট্স যিয়ে প্ৰোজেক্ট ৰ হাইৰাৰ্কী দেখুৱাই। |
04:56 | প্রতিতো “Portlet” পুণৰ আকাৰ দিব পৰা যায় । |
05:10 | ইয়াক সৰু কৰিবলৈ মিনিমাইজ বাটন ব্যৱহাৰ কৰা হয় । |
05:26 | ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ ৰিস্টোৰ বাটন ব্যৱহাৰ কৰা হয় । |
05:37 | এতিয়া বেলেগ পৰ্টলেট্স মিনিমাইজ কৰি এদিটৰ ত ফোকাছ কৰা যাওক । |
05:49 | আমি দেখা পাইছো যে ইক্লিপ্চত আগৰ পৰাই কিচোমান কোদ তৈয়াৰ কৰা আছে । |
05:54 | তৈয়াৰ হোৱা কোদ বিলাক নির্ভৰ কৰে অপচন বিলাক বাছনি কৰাৰ ওপৰত, যেতিয়া ক্লাছতো বনোৱা হয় |
06:00 | এতিয়া এটা প্ৰীন্ট স্টেতমেন্ত ইয়াত যোগ কৰক । |
06:08 | লিখক System.out.println (“Hello Eclipse”) । |
06:26 | স্টেতমেন্তৰ শেষত এটা সেমিকলন ব্যৱহাৰ কৰক । |
06:31 | ফাইলতো চেভ কৰক File অপচন তো ক্লিক কৰি Save তিপক । |
06:37 | আৰু এটা উপায় হৈছে ছৰ্ত কাত Control S ব্যৱহাৰ কৰি । |
06:42 | প্ৰোগ্ৰামতো ৰান কৰিবলৈ , এদিটৰত গৈ সো ক্লিক কৰক, তাৰ পৰা run asতালৈ গৈ java application বাছি লওক |
06:56 | ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , Output কোনচোলত আউপোটতো দেখা পাই । |
07:04 | আমাৰ কোদ ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ Problems পৰ্টলেট্স ত দেখোৱা হয় । |
07:10 | চোৱা যাওক ইক্লিপ্চ ত কি দৰে জাভা প্ৰোগ্ৰাম লিখা যায় আৰু ৰান কৰা যায় |
07:18 | ইয়াৰ জৰিয়তে টিউটৰিয়েলৰ আন্তিম প্রয্যায় পালোহি । |
07:20 | এই টিউটৰিয়েল ৰ পৰা আমি সিকিলো ইক্লিপ্চত কি দৰে প্ৰোজেক্ট আৰু এটা ক্লাচ তৈয়াৰ কৰা যায়। ইক্লিপ্চত কি দৰে জাভা ছৰ্চ কোদ লিখা যায় আৰু কি দৰে জাভা প্ৰোগ্ৰাম ৰান কৰা যায় । |
07:33 | এই টিউটৰিয়েল ৰ বাবে এটা কার্য্য, এটা নতুন প্ৰোজেক্ট তৈয়াৰ কৰক Display নাম দি । |
07:38 | আৰু Display প্ৰোজেক্ট ত এটা class যোগ কৰক, Welcome নামেৰে । |
07:44 | স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
07:50 | স্পকেন টিউটৰিয়েল প্ৰোজেক্টৰ সাৰাংশ ইয়াতে আছে । |
07:53 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোদ কৰিও চাব পাৰে । |
07:58 | স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ দলটিয়ে |
07:59 | স্পকেন টিউটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে । |
08:02 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
08:05 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org |
08:12 | স্পকেন টিউটৰিয়েল প্ৰোজেক্ট Talk to a Teacher' প্ৰোজেক্টৰ এটা অংগ । |
08:17 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:23 | এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব |
08:27 | এই টিউটৰিয়েলটো অৰুন পাঠকৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগ দিয়াৰ বাবে ধন্যবাদ |