Geogebra/C3/Theorems-on-Chords-and-Arcs/Assamese

From Script | Spoken-Tutorial
Revision as of 18:01, 22 February 2017 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল, জীয়োজেব্রাত Theorems on Chords and Arcs (জ্যা আৰু চাপ এৰ উপপাদ্যৰ) এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলৰ শেষলৈ,
00:10 আপোনি উপপাদ্য প্ৰশিক্ষন কৰা শিকিব

বৃত্তৰ জ্যা (Chords of circle), বৃত্তৰ চাপ (Arcs of circle)।

00:19 আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে।
00:23 যদি নাই, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট http://spoken-tutorial.org পৰিদর্শন কৰক।
00:30 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে,
00:33 আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10, জীয়োজেব্রা সংস্কৰণ 3.2.47.0 ব্যবহাৰ কৰিছো।
00:43 আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম।
00:47 Circle with Center and Radius
00:50 Circular Sector with Center between Two Points
00:53 Circular Arc with Center between Two points
00:56 Midpoint আৰু Perpendicular line
01:00 নতুন জীয়োজেব্রা উইন্ডো খোলক।
01:02 Dash home আৰু Media Appsৰ উপৰত টিপক।
01:07 Typeত, Education আৰু Geogebra চয়ন কৰক।
01:15 এটা উপপাদ্য সংজ্ঞায়িত কৰো।
01:18 বৃত্তৰ কেন্দ্ৰ পৰা জ্যায়ৰ লম্ব জ্যা দ্বিখণ্ডিত কৰে।
01:23 বৃত্তৰ কেন্দ্ৰ A পৰা জ্যা BCৰ লম্ব এইটোক দ্বিখণ্ডিত কৰে।
01:32 এতিয়া উপপাদ্য প্ৰশিক্ষন কৰো।
01:37 এই টিউটোৰিয়েলৰ বাবে আমি "Axes" ৰ পৰিবর্তে "Grid" বিন্যাস (লেআউট) ব্যবহাৰ কৰিম।
01:42 অঙ্কন প্যাডত ৰাইট ক্লিক কৰক।
01:44 'Graphic view'
01:45 'Axes' আনচেক কৰি
01:47 'Grid' নির্বাচন কৰক।
01:52 প্ৰথমে এটা বৃত্ত আঁকো।
01:54 টুলবাৰ পৰা “Circle with Center and Radius” টুল নির্বাচন কৰক।
01:58 অঙ্কন প্যাডত বিন্দু 'A' চিহ্নিত কৰক।
02:01 এটা ডায়লগ বাক্স প্ৰর্দশিত হব।
02:03 ব্যাসার্ধৰ বাবে মান '3' লিখক,
02:06 OK টিপক। কেন্দ্ৰ 'A' আৰু ব্যাসার্ধ '3' সেমিতৰ সৈতে এটা বৃত্ত আঁকা হৈ গৈছে।
02:14 এতিয়া বিন্দু 'A'ক গতি কৰাই আৰু বৃত্তৰ গতিবিধি দেখো।
02:19 Segment between two points” টুল নির্বাচন কৰক।
02:22 বিন্দু 'B' আৰু 'C' বৃত্তৰ পৰিসীমাৰ উপৰত চিহ্নিত কৰক।
02:27 এটা জ্যা 'BC' টনা হৈছে।
02:30 এতিয়া 'BC' জ্যাৰ উপৰত এটা উল্লম্ব ৰেখা আঁকো যি বিন্দু 'A' ৰ দি যায়।
02:36 টুলবাৰ পৰা"Perpendicular line" ত টিপক।
02:39 জ্যা 'BC', আৰু বিন্দু 'A' ত টিপক।
02:45 এতিয়া বিন্দু 'B' ক গতি কৰাই আৰু চাও কিভাবে উল্লম্ব ৰেখা বিন্দু 'B' ৰ সৈতে গতি কৰে।
02:52 উল্লম্ব ৰেখা আৰু জ্যা 'BC' এটা বিন্দুত ছেদ কৰে।
02:57 Intersect Two objects” টুলত টিপক।
02:59 ছেদ বিন্দু 'D' হিসাবে চিহ্নিত কৰক।
03:04 প্ৰশিক্ষন কৰক যে D জ্যা BC ৰ মধ্যবিন্দু হয় নে নহয়।
03:09 "Distance" টুলত টিপক।
03:12 বিন্দু 'B' 'D' ...'D' 'C' ... ত টিপক।
03:19 লক্ষ্য কৰক যে 'BD' আৰু 'DC' ৰ দূৰত্ব সমান।
03:24 ইয়াৰ অর্থ 'D' হল জ্যা 'BC' ৰ মধ্যবিন্দু।
03:29 কোণ 'CDA'ক পৰিমাপ কৰো।
03:33 Angle টুলত টিপক।
03:36 বিন্দু 'C','D', 'A' ত টিপক।
03:42 কোণ 'CDA' হল '90 ডিগ্ৰী'.
03:46 উপপাদ্য প্ৰশিক্ষন কৰা হৈছে।
03:50 এতিয়া বিন্দু 'C'ক গতি কৰাও,
03:52 আৰু চাও বিন্দু 'C'ৰ সৈতে দূৰত্বয়ে কিভাবে গতি কৰে।
04:03 এতিয়া ফাইলটো সংৰক্ষণ কৰো।
04:05 File”>> "Save As" ত টিপক।
04:08 আমি ফাইলৰ নাম "circle-chord" লিখিম আৰু “Save” ত টিপক।
04:21 এতিয়া পৰবর্তী উপপাদ্য লৈ যাও।
04:28 একেই চাপৰ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণৰ মান একেই।
04:34 একেই চাপ BC দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণ BDC আৰু BEC ৰ মান একেই।
04:44 এতিয়া উপপাদ্য প্ৰশিক্ষন কৰা যাওক।
04:48 এটা নতুন জীয়োজেব্রা উইন্ডো খুলক।
04:51 File” >> "New" ত টিপক।
04:55 এটা বৃত্ত আঁকা যাওক।
04:57 টুলবাৰ পৰা" the Circle with Center through point" টুলত টিপক।
05:01 কেন্দ্ৰ হিসাবে এটা বিন্দু 'A 'ক চিহ্নিত কৰক।
05:04 আৰু বিন্দু 'B' পাব এবাৰ টিপক।
05:09 এটা চাপ 'BC' আঁকা যাওক।
05:13 "Circular Arc with Center between Two points" ত টিপক।
05:18 পৰিসীমাৰ উপৰত বিন্দু 'A',' B' আৰু 'C' ত টিপক।
05:24 এটা চাপ 'BC' টানা হৈছে।
05:27 এতিয়া চাপ 'BC' ৰ বৈশিষ্ট্য পৰিবর্তন কৰা যাওক।
05:30 "Algebra View"
05:32 অবজেক্ট 'd' ত ৰাইট ক্লিক কৰি
05:35 "Object Properties" নির্বাচন কৰক।
05:38 Color হিসাবে green নির্বাচন কৰি Close ত টিপক।
05:46 New point টুলত টিপক, বৃত্তৰ পৰিসীমাত বিন্দু 'D' আৰু 'E' চিহ্নিত কৰক।
05:56 এতিয়া চাপ BCৰ পৰা বিন্দু 'D' আৰু 'E' পর্যন্ত দুটা কোণ সম্মুখিত কৰক।
06:04 "Polygon" টুলত টিপক।
06:05 বিন্দু 'E', 'B', 'D', 'C' ত আৰু চিত্ৰ সম্পূর্ণ কৰিবলৈ 'E' ত এবাৰ টিপক।
06:18 কোণ 'BDC' আৰু 'BEC' পৰিমাপ কৰো।
06:27 "Angle" টুলত টিপক।
06:29 বিন্দু 'B', 'D', 'C' আৰু 'B', 'E', 'C' ত টিপক।
06:40 আমি দেখিব পাৰো যে কোণ 'BDC' আৰু 'BEC' হল সমান।
06:52 পৰবর্তী উপপাদ্য সংজ্ঞায়িত কৰো।
06:55 কেন্দ্রত চাপ দ্বাৰা সম্মুখিত কোণ, একেই চাপ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণৰ দ্বিগুণ।
07:06 কেন্দ্ৰ A ত চাপ BC দ্বাৰা সম্মুখিত কোণ BAC, একেই চাপ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণ BEC আৰু BDC ৰ দ্বিগুণ।
07:22 উপপাদ্য প্ৰশিক্ষন কৰা যাওক।
07:26 এটা সেক্টৰ 'ABC' আঁকা যাওক।
07:30 "Circular Sector with Center between Two Points" টুলত টিপক।
07:35 বিন্দু 'A', 'B', 'C' ত টিপক।
07:45 এতিয়া সেক্টৰ 'ABC' ৰ ৰঙ পৰিবর্তন কৰা যাওক।
07:48 সেক্টৰ 'ABC' ত ৰাইট ক্লিক কৰক।
07:51 "Object Properties" নির্বাচন কৰক।
07:54 Color হিসাবে "Green" নির্বাচন কৰক। Closeত টিপক।
08:00 কোণ 'BAC' পৰিমাপ কৰক।
08:04 "Angle" টুলত টিপক, বিন্দু 'B', 'A', 'C' ত টিপক।
08:15 কোণ 'BAC' কোণ 'BEC' আৰু 'BDC' ৰ দ্বিগুন।
08:28 এতিয়া বিন্দু 'C' ক গতি কৰাও।
08:32 লক্ষ্য কৰক যে কোণ 'BAC' সর্বদা কোণ 'BEC' আৰু 'BDC' ৰ দ্বিগুন হয়।
08:41 অর্থাত উপপাদ্য প্ৰশিক্ষন কৰা হৈছে।
08:45 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:48 সংক্ষিপ্তকৰণ কৰো।
08:53 এই টিউটোৰিয়ালত, আমি প্ৰশিক্ষন কৰা শিকিছো:
08:57 বৃত্তৰ কেন্দ্ৰ পৰা জ্যায়ৰ লম্ব জ্যাক দ্বিখণ্ডিত কৰা।
09:00 একেই চাপ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণৰ মান একেই।
09:06 কেন্দ্রত চাপ দ্বাৰা সম্মুখিত কোণ, একেই চাপ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণৰ দ্বিগুণ।
09:15 নির্দেশিত কাম হিসাবে প্ৰশিক্ষন  কৰক
09:19 বৃত্তৰ একেই জ্যা কেন্দ্ৰ পৰা সমদূৰবর্তী(equidistant) হয়।
09:24 এটা বৃত্ত আঁকক।
09:26 point টুল পৰা প্ৰদত্ত দৈর্ঘ্যেৰ সৈতে সেগমেন্ট নির্বাচন কৰক।
09:29 এইটোক সমান আকাৰৰ দুটা জ্যা আঁকিবলৈ ব্যবহাৰ কৰক।
09:33 কেন্দ্ৰ পৰা জ্যা পর্যন্ত উল্লম্ব ৰেখা আঁকক।
09:37 ছেদবিন্দু চিহ্নিত কৰক।
09:40 উল্লম্ব দূৰত্ব পৰিমাপ কৰক।
09:44 নির্দেশিত কামৰ আউটপুট এইৰকমে হোৱা উচিত।
09:48 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। http://spoken-tutorial.org/What is a Spoken Tutorial
09:51 এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বোঝায়।
09:53 আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নথাকিলে এইটো ডাউনলোড কৰিও দেখিব পাৰে।
09:58 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে
10:00 স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
10:03 অনলাইন পৰীক্ষা পাস কৰাত প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়।
10:07 আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত লিখক।
10:14 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ।
10:18 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
10:25 আপোনি এই সম্বন্ধে আৰু তথ্য http://spoken-tutorial.org/NMEICT-Intro এই ওয়েবসাইটত দেখিব পাৰে।
10:29 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, PoojaMoolya